Zubeen Garg says he is not a minister but he lives like a CM

Sdílet
Vložit
  • čas přidán 2. 05. 2019
  • বিহু মঞ্চত ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গ। মই মন্ত্ৰীও নহয় বিধায়কো নহয়। কিন্তু থাকো মুখ্যমন্ত্ৰীৰ দৰে। মাজুলীৰ কথা ১৫ বছৰৰ পূৰ্বেই চিন্তা কৰিছিলো, চৰকাৰে এতিয়াহে কৰিছে বুলি বিহু মঞ্চত মন্তব্য জুবিন গাৰ্গৰ। মুক্তি পাবলগীয়া কাঞ্চনজংঘাৰ গীতো গালে জুবিন গাৰ্গে। গোলাঘাটৰ মঞ্চত ঢুলীয়াৰ ৰূপত দেখা পোৱা গ’ল জুবিন গাৰ্গক।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Komentáře • 357