Assam Floods 2024: হাতীমূৰাৰ মথাউৰি কোনে নিৰ্মাণ কৰিছিল?

Sdílet
Vložit
  • čas přidán 2. 07. 2024
  • হাতীমূৰাৰ মথাউৰি কোনে নিৰ্মাণ কৰিছিল? মথাউৰি নিৰ্মাণত জড়িত আছিল নেকি মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ, আত্মীয়? এই অভিযোগৰ প্ৰত্যুত্তৰত কি ক'লে মন্ত্ৰী কেশৱ মহন্তই?
    #assamfloods #assam #nd24assamese #nd24news #nd24live #livenews #assamesenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 CZcams channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Komentáře • 20

  • @Randeep-kb1xh
    @Randeep-kb1xh Před 2 dny +12

    শীঘ্ৰেই তাৎক্ষণিক ভাৱে বানাক্ৰন্ত ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে নহয় পদত্যাগ কৰিব লাগে ।

  • @rambalram2610
    @rambalram2610 Před 2 dny +13

    কথাটো ঠিকাদাৰৰ গাত অকলে দোষ নাই... ঠিকাদাৰ জনৰ পৰা উপঢৌকন লৈ, কমিছন খাই তেওঁক হৰাশস্তি কৰে... ফল স্বৰূপে ঠিকাদাৰ এ নিম্ন মানৰ কাম কৰি হাত সামৰি দিয়ে... কেৱল এটা মথাউৰি এই নে..? এখন দলং এই নে ?? এটা ৰাস্তা ই নে...?? প্ৰতিটো চৰকাৰী কামত পইচা মাৰিব, চুৰ কৰিব, চান কাঢ়ি কমিছন খাব... আজিলৈকে কিমান এনেকুৱা ঘটনা হৈ গল.... কোনটো ঠিকাদাৰৰ জেল হৈছে...???? 😮😮😢 গতিকে সমস্যাৰ গুৰিটো যত তাত শুধৰণি কৰক...!! আমোলা বিষয়াই যদি পইচা নাখায় ঠিকাদাৰৰ কি সাহস আছে নিম্ন মানদণ্ডৰ কাম কৰি ঘৰত মজ মষ্টি কৰি শুই থাকিব...??? পেন খুলকী গল হয় ভয়ত ইতিমধ্যে... গতিকে কৈ মেলি লাভ নাই... বেমাৰ টো হল গুৰিত... গতিকে ঔষধ গুৰিত লাগে...😮😮😮😢😢😢😢

  • @sanjibdas3774
    @sanjibdas3774 Před 2 dny +9

    বহুত হল আপোনাৰ লিলা খেলা।🤚

  • @dilipmahanta8479
    @dilipmahanta8479 Před 2 dny +1

    বিভাগটোৰ মন্ত্ৰীয়ে অভিযন্তা, ঠিকাদাৰক জবাৱদিহী কৰক।

  • @user-db2mc5kd4f
    @user-db2mc5kd4f Před 2 dny +4

    CBI todonto lage

  • @dheerajkoch8726
    @dheerajkoch8726 Před 2 dny +1

    Lakhimpur't Manab deka Dibrugarh contractor Ani kam korisa..aru full commission khai asa..

  • @irvideos
    @irvideos Před 2 dny +1

    Commission Tu bhal asil sage

  • @gunakantabaruah6243
    @gunakantabaruah6243 Před 2 dny

    মঠাওৰিৰ যি ঠাইত গেট বনোৱা হৈছে দেখা গ'ল মাটিৰ টান বা ৰোলাৰ দি টান কৰিব লাগিছিল।চাৰিও কোনাত guard wall বহু তলৰ পৰা দিয়া নাই। চাৰিটা ভাঙৰ boulders with net থকা হ'লে পানীয়ে সহজে পমদি বেৰৰ কাষত ছিদ্ৰ কৰিবলৈ টান হ'ল হয়।ই সাধাৰণতে সহজ ভাৱে বালিপলহুৱা মাটি পানীয়ে ধুইনিব পাৰে।কাৰীকৰি দিশত অলপ অৱহেলা হ'ল। এতিয়া নকৈ মেৰামতি কৰোঁতে লক্ষ্য ৰখা অতি দৰকাৰ। নহ'লে ৰাইজে বিপজ্জনক হৈছে বুলি লগে লগে জনাব লাগিব। ভাল কাম এটাৰ পৰা সকলো উপকৃত হ'লে মানুহৰ ক্ষুভ মাৰ যাব।

  • @sabibarrahman2317
    @sabibarrahman2317 Před 2 dny

    😢

  • @ranjitgowsami7891
    @ranjitgowsami7891 Před 2 dny

    কৰিছে, RTI মাৰিলে সকলো ওলাব

  • @ottovonbismarck5727
    @ottovonbismarck5727 Před 2 dny +1

    Atu bal tu DME exam 2 year hoi gol exam conduct koribo naparile bal kela 😂

  • @user-in8vm2el6r
    @user-in8vm2el6r Před 2 dny

    কেলা ইমানেই যদি ডাঙৰ ঠিকাদাৰে কাম কৰিছিল কি বালদাল কৰিলে?

  • @jrbanamali
    @jrbanamali Před 2 dny

    Sol juthe .......ghuri misoliya raije anei Kobo nekiiii 😅😅 hawa Nikal geya tera

  • @azaharulislam2800
    @azaharulislam2800 Před 2 dny +1

    Keshab Mahanta sir hosa kotha koise,

  • @pranabborah7403
    @pranabborah7403 Před 2 dny +2

    কেশৱ মহন্ত দাঙৰীয়াই সঁচা কথা কৈছে। তেওঁ না ঠিকাদাৰ না জলসম্পদ মন্ত্ৰী। তেওঁ সঁচাকৈয়ে এজন সৎ ব্যক্তি হয়।