#Bhagwat_Path

Sdílet
Vložit
  • čas přidán 22. 06. 2021
  • ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে। ২৩/০৬/২০২১

Komentáře • 347

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏❤️🌹🙏

  • @ruhinidas5359
    @ruhinidas5359 Před 3 lety +37

    হে প্ৰভূ আপোনাৰ চৰণত দণ্ডৱত প্ৰণাম জনালো ৷ আপোনাক ঈশ্বৰে কুশলেৰাখি আমাক কৃষ্ণ কথা শ্ননি থাকিবলৈ কৃপালাভ ৷ কৰক ৷

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 happy bhogale Bihu 🙏 krishna 🙏❤️🙏

  • @letslearnwithsashin8648
    @letslearnwithsashin8648 Před 5 měsíci

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏🙏🙏

  • @msn.ekitchenservice6910
    @msn.ekitchenservice6910 Před 2 lety +1

    🙏🙏ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম 🙏🙏

  • @rinakalita927
    @rinakalita927 Před rokem

    হে পৰম কৃপালু কৃষ্ণ গুৰু ভগৱন্তই যেন আপোনাৰ ওৰে জীৱন ভক্তসকৰ মাজত কৃষ্ণ গুণ গৰিমা ঐশ্চৰ্য্য মহিমা কীৰ্তন কৰিবলৈ কৃপা কৰক ৷ এয়াই আমাৰ ঈশ্বৰৰ চৰণত বিনম্ৰতাৰ নিবেদন ৷

  • @lukudas1209
    @lukudas1209 Před 3 lety +6

    ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম

  • @diptiborah413
    @diptiborah413 Před rokem

    কৃষ্ণ বাপ সেৱা জনালো, সছায়ে বাপ ভাগৱত পাঠ শুনি অতিশয় আনন্দিত আৰু মনত বৰ শান্তি লভিছো

  • @gitanjalipathak1375
    @gitanjalipathak1375 Před 2 lety

    কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ। আপোনাক ভগৱানে কুশলে‌ ৰাখক কৃষ্ণ 🙏🙏

  • @binandadas9675
    @binandadas9675 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম প্ৰভু মাধৱ পূৱাৰ প্ৰনাম জনালোঁ কৃষ্ণ কৃষ্ণ ৰাম প্ৰভু 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃঃ।

  • @bhubenthakuria9006
    @bhubenthakuria9006 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভু বাপ কৃষ্ণ

  • @kankanlahkar1617
    @kankanlahkar1617 Před 3 lety +11

    কৃষ্ণ কৃষ্ণ প্ৰণাম 🙏🙏

  • @ashutanandanath7967
    @ashutanandanath7967 Před 3 lety +2

    Krishna Krishna Krishna baap.Bahut dinor murot xunib pai bhal lagil.

  • @nivatalukdar6195
    @nivatalukdar6195 Před 2 lety +2

    হে বাপ আপুনি যেন আমাক এনেকৈ ভাগৱত পাঠ কৰি সদায় শুনাই থাকিব পাৰে ।প্ৰভু ভগৱন্ত যেন আপোনাক সেই শক্তি প্ৰদান কৰে । তাকেই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলো ।

  • @rupasaikia7513
    @rupasaikia7513 Před 3 lety +11

    কৃষ্ণ বাপ, আপোনাৰ ভাগৱতৰ ৰসাল বাখ্যা শ্ৰৱণ কৰি কৃতাৰ্থ হলো। আপোনাৰ শ্ৰীমুখে অমৃতময় কথা, শুনি থাকিবৰ মন যায়। ঈশ্বৰ পুৰুষৰ কথা আমাক শ্ৰৱণ কৰাবলৈ আপুনি যুগ যুগ ধৰি কুশলে থাকক।🙏🙏🙏

  • @bijoypawandas4034
    @bijoypawandas4034 Před 3 lety +2

    কৃষ্ণ বাপ সেৱাহে নিবেদিছু। ৰাম কৃষ্ণ হৰি নাৰায়ণ। 💖

  • @tulumonihazarika4090
    @tulumonihazarika4090 Před 3 lety +1

    Kirshna provu .🙏..

  • @junumech653
    @junumech653 Před 3 lety +4

    কৃষ্ণ প্ৰভূ সেবা জনাইছো আজিহে ভাল লাগিছে প্ৰভূ 🙏🙏🙏🙏কৃষ্ণ ধন্যবাদ প্ৰভূ

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 Před 3 lety +3

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সশ্রদ্ধ সেৱা ভাগ আপোনাৰ শ্রী চৰণত নিবেদিলো কৃপা কৰিব। আমাক কৃষ্ণ কথা শ্রৱন কৰাই থাকিবলৈ ভগবানে আপোনাক কোশলে ৰাখক সুস্বাস্থ্য অধিকাৰী হওঁক দীর্ঘায়ু কৰক তাৰ কামনাৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @uddabroy3283
    @uddabroy3283 Před 3 lety +6

    কৃষ্ণ কৃষ্ণ বাপজনা সেৱাভাগি নিবেদন কৰিছো । অতিসুন্দৰ অধ্যায় শ্ৰৱন কৰি কৃত্তকিত্ত্ব হৈছো কৃষ্ণ ।

    • @babagogoi511
      @babagogoi511 Před 2 lety

      কৃষ্ণ বাপ আজি বহুত দিনৰ বিৰতিৰ পাছত কৃষ্ণ কথা শুনি ভাল লাগিল।আপোনাক ঈশ্বৰে কুশলে ৰাখক।

  • @rekhadas5058
    @rekhadas5058 Před 3 lety +4

    প্ৰভু ঈশ্বৰ আপোনাৰ দীৰ্ঘ আয়ু হ'লে হে আমি সদায় কৃষ্ণ নাম ল'ব পাৰিম সেয়াই ভগৱান ওঢৰত সদাই কয় আহিছো

  • @user-js3iu7vz2r
    @user-js3iu7vz2r Před 3 lety +8

    কৃষ্ণ
    প্ৰভু প্ৰণাম
    🙏🙏🙏🙏

  • @navakantathakuria264
    @navakantathakuria264 Před rokem

    আপোনাৰ ভাগৱত কথা শ্ৰৱন কৰি ধন্য হলো প্ৰভু।

  • @bandanadas1139
    @bandanadas1139 Před 2 lety +1

    কৃষ্ণ গুৰজনা👏👏👏প্ৰনিপাত জনালোঁ...কৃষ্ণ

  • @archanmaladevi188
    @archanmaladevi188 Před 3 lety +1

    Probhujon xewa jonalu.Krishna🙏🙏🙏🙏

  • @banamalimedhi5097
    @banamalimedhi5097 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ প্রণাম কৃষ্ণ🙏

  • @gitadas9203
    @gitadas9203 Před 3 lety +2

    কৃষ্ণ বাপ ভাগৱত পাঠ শুনি মনত শান্তি পালো

  • @sabitriboruah4411
    @sabitriboruah4411 Před 3 lety +2

    কৃষ্ণ , প্ৰণাম প্ৰভুজনা, কৃষ্ণ ।

  • @Kunjodas-xq5ej
    @Kunjodas-xq5ej Před měsícem

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম অভাগিনী ৰ সেৱা গ্ৰহণ কৰিব, নমস্কাৰ 🙏

  • @basantidas1486
    @basantidas1486 Před 2 lety +1

    হে বাপজনা আপোনাৰ পাঠ বহুদিন ধৰি শুনি আহিছো। ইমান মানসিক সন্তুষ্টি লভিছু। ৰাতি টোপনি নহা সময়ত মই আপোনাৰ অমৃতময় কৃষ্ণ কথা শুনি ঈশ্বৰক হৃদয়তে পোৱা যেন লাগে। ভগৱানে আপোনাক ঐশ্বৰিক শক্তি প্ৰদান

  • @pankajboruah3673
    @pankajboruah3673 Před 3 lety +3

    কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱা জনালো কৃষ্ণ🙏

  • @archanasaikiadas9058
    @archanasaikiadas9058 Před 3 lety +1

    Ram krishan bap. sewa janaisu.

  • @mantukalita3660
    @mantukalita3660 Před 3 lety +1

    Krishna krishna krishna bap

  • @kanakbordaloikanakbordaloi4595

    প্ৰনাম প্ৰভু কৃষ্ণ কৃষ্ণ হৰি হৰি 🙏🙏🙏

  • @urmilachamuah8785
    @urmilachamuah8785 Před 3 lety +1

    হে প্ৰভূ পাৱে পৰি হৰি কৰোহো কাকুতি প্ৰাণ ৰাখবি মোৰ।

  • @dipamonibora9156
    @dipamonibora9156 Před 3 lety +1

    Krishna Krishna prabhu jona. Aamar hewa grahan koribo. Kukhole aase nishoy. Oti monurom byakha. Sraban kori dhoinya dhoinya.

  • @sikatiramdas3027
    @sikatiramdas3027 Před 3 lety +1

    Krishna prabhu🙏🙏🙏🙏🙏

  • @bhabenborah845
    @bhabenborah845 Před 3 lety +2

    কৃষ্ণ, কৃপাময় কৃষ্ণই সবাকো কৃপা কৰক

  • @innaya212
    @innaya212 Před 3 lety +1

    Krishna bap apunar saranat hewa nibedilu 🙏🙏🙏

  • @probhawati8478
    @probhawati8478 Před 3 lety +3

    কৃষ্ণ বাপ ঈশ্বৰ শ্ৰদ্ধাৰে সেৱা নিবেদিলো জয় জয়তে।নিছিদ্ৰ ৰুপে গ্ৰহণ কৰিব।আপোনাৰ ভাগৱত ৰস সিন্ধুৰ শীতল জলত স্নান কৰি পৰমানন্দ লাভ কৰিলো প্ৰভু।কৃতাৰ্থ হলো ।কৃষ্ণৰ কৃপা হওক সুখে সন্তুষে থাকক নিৰন্তৰে অমৃত বিলাই যাওক ।কৃষ্ণ

  • @gopalchandradas4871
    @gopalchandradas4871 Před 2 lety +2

    Dandabad prabhu Eeswar Apunar srimukhe krishnaa katha Ami sobe suni thakiba parojen aru Apunako prabhu eesware sushsta sarile Rakhe jen bhagabant prabhu eeswarak prarathana korilo

  • @rimaborah6457
    @rimaborah6457 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত শতকৌটি সেৱা জনালোঁ ৷ভগৱানে আপোনাক কুশলে ৰাখক৷আপোনাৰ মুখে কৃষ্ণকথা শুনি নথৈ আনন্দিত আৰু উপকৃত হলো৷

  • @assmesvideo6000
    @assmesvideo6000 Před 3 lety +2

    হেপ্ৰভূ বাপ গোটাই মোৰ সহস্ৰ শতকোতি সেৱা কৃপাৰে গ্ৰ্হন কৰিব।ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাৰ সুষ্ট শৰীৰে কৃষ্ণ কথাৰে আমাজনক জ্ঞান দিবৰ বাবেই দীৰ্ঘ আয়ুষ লৈ থাকিবলৈ পুনৰ কৃষ্ণৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়াই ছো কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @binapanidas6368
    @binapanidas6368 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ বাপ ভাগৱত শ্ৰৱণ কৰি নিজকে ধন্য মানিছো ৷ বহুদিন হ’ল আপোনাৰ শ্ৰীমুখত ভাগৱতৰ বাণী শ্ৰৱণ কৰিব নেেপায় কিবা অশান্তি পায় আছিলো ৷ ভগৱানে আপোনাক কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ ৷ কৃষ্ণ প্ৰভু দায় দোষ নধৰে যাতে এই অমৃত ময় বাণী শুনি থাকিব পাওঁ যাতে তাৰেই কামনা কৰিলো ৷ প্ৰভূ ঈশ্বৰ ধন্যবাদ

  • @bontiborah5014
    @bontiborah5014 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সশ্ৰদ্ধ সেৱা গ্ৰহণ কৰিব ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @tankeswardeka6070
    @tankeswardeka6070 Před 3 lety +1

    Krishna krishna ! .......

  • @iboro2628
    @iboro2628 Před 3 lety +1

    Krishna Krishna Krishna 🙏🙏🙏 baap apunak sotokuti pronam jonaisu Krishna

  • @Mridusmita345
    @Mridusmita345 Před 2 lety +1

    আপোনাক ভগৱানে ভালে ভালে
    ৰাখগ ।

  • @kunjalatamahanta8279
    @kunjalatamahanta8279 Před 2 lety

    প্ৰভু আপোনাৰ চৰণত প্ৰণাম ।আমাক ঈশ্বৰৰ মধূৰ বাণী শুনাবলৈ আপোনি দীঘায়ু হক এয়ে ভগৱানৰ ওচৰত প্ৰাথনা।

  • @DipKumer-ld5sx
    @DipKumer-ld5sx Před 8 dny

    প্ৰণাম প্রভূ সেৱা গ্রহণ কৰিব কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dipikagogoi2840
    @dipikagogoi2840 Před 3 lety +1

    কৃষ্ণ হে প্ৰভু আপোনাৰ চৰনত সেৱা জনালো ।বহুত ভাল লাগিল ।

  • @ranjanarabha6619
    @ranjanarabha6619 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ কৃষ্ণ।

  • @animadevi4327
    @animadevi4327 Před 2 lety +1

    Happy journey prabhu bap. 🙏🙏🙏

  • @jayasaharia5055
    @jayasaharia5055 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু সেবা ভাগি নিবেদিলো লগতে আপোনাৰ কুশল মংগল কামনা কৰিলো ।

  • @rinahaloi2198
    @rinahaloi2198 Před 3 lety

    নিৰবধি বদনে ৰহোক হৰি নাম। দিয়ো আমাক এহি দান।।কৃষ্ণ।

  • @upengogoi4699
    @upengogoi4699 Před 2 lety +1

    কৃষ্ণ প্ৰভুজনা আপোনাৰ চৰণত সেৱা ধৰিছো

  • @champabharalibora9163
    @champabharalibora9163 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ, সঁচায়ে বৰ ভাল লাগিল

  • @dilip6pesrabha759
    @dilip6pesrabha759 Před 6 měsíci

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীমুখে ভাগৱত কথা শ্ৰৱন কৰিব পায় জীৱন ধন্য মানিছো সদায় ভাত ৰান্ধোতে হোক বা অন্য কাম কৰি থাকোতে হওক কেৱল কৃষ্ণৰ কথা শুনিবলৈ মন যায় আৰু ময় শুনি জিমানখিনী জ্ঞান পাইছো লৰা ছোৱালীহতকো বুজাবলে শখ্যম হৈছো কৃষ্ণ

  • @mahendrasaikia276
    @mahendrasaikia276 Před 3 lety +3

    🙏🏻🙏🏻🙏🏻 প্ৰনাম কৃষ্ণ

  • @gangadevi4089
    @gangadevi4089 Před 3 lety +3

    হে প্ৰভু প্ৰণাম গ্ৰহণ কৰিব । কৃষ্ণ ।

  • @lakhinandanp4110
    @lakhinandanp4110 Před 2 lety +1

    ৰাম❤️ কৃষ্ণ ❤️। ভগৱন্তই আপোনাক কুশলে ৰাখক । এইদৰে কৃষ্ণৰ কথা আমাক শুনাই থাকি উপকৃত কৰে যেন । ৰাম

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 Před 5 měsíci

    Krishna Krishna Krishna prabhudev pronam to you.

  • @smritirekhaborah1338
    @smritirekhaborah1338 Před 3 lety +1

    কৃষ্ণ বাপ, আমাৰ পৰিয়ালৰ শত কোটি প্ৰণাম গ্ৰহণ কৰিব.আপোনাৰ পাঠ লৈ সদায় আমি বাট চায় থাকোঁ প্ৰভু..…কৃপা কৰিব...🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 Před 3 lety +3

    Jai guru honkor Krishna 🙏🙏🙏🙏

  • @ganeshkoch561
    @ganeshkoch561 Před 3 lety +3

    Krishna'Ram Ram Ram 🙏🙏🙏🙏🙏

  • @aairumidutta3711
    @aairumidutta3711 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা ধৰি ছো ঈশ্বৰৰ কথা সদাই যেন শুনিব পাৰো আশীৰ্বাদ কৰিব

  • @kaminibarman6552
    @kaminibarman6552 Před 3 lety +1

    হে বাপ🙏 মোক বিষয় দুখে জৰ্জৰিত কৰিছে। মই আপনাৰ পৰা উপায় ভিক্ষা মাতিছো!

  • @dipshikhaborah3082
    @dipshikhaborah3082 Před 3 lety +3

    কৃষ্ণ বাপ, ঈশ্বৰে আপোনাক কৃপা কৰক

  • @minatigoswami8130
    @minatigoswami8130 Před 2 lety

    Krisna krisna pranam prabhu

  • @prafullabora5386
    @prafullabora5386 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা ভাগ গ্ৰহণ কৰিব

  • @prahladchetia4233
    @prahladchetia4233 Před 3 lety +1

    কৃষ্ণ , বাপ জনা ভগৱানে আপোনাক কুশলে ৰাখক আৰু আমাকো ভালে কুশলে থাকিবলৈ কৃপা কৰে যেন ।

  • @MyDh2
    @MyDh2 Před 3 lety +7

    প্ৰণাম প্ৰভু।

  • @junadutta8438
    @junadutta8438 Před 3 lety +4

    🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏

  • @dipakborah1152
    @dipakborah1152 Před 3 lety +2

    🙏🌺Ram,Krishna🌺🙏Bap apunak bohut bohut shrdha vokti jonaisu,apunak logote apunar poriyalok Prvu Bhogobonta Krishnaye Kripar dristi hodai rakhok🙏🙏🙏

  • @rinalahkar8437
    @rinalahkar8437 Před 3 lety +3

    কৃষ্ণ বাপ 🙏 ভাগৱত পাঠ শুনি বৰ ভাল লাগিল বাপ ।সদায় যাতে আপোনাৰ এই ভাগবত পাঠ শুনিব পাওঁ কৃষ্ণ

  • @anildeka5328
    @anildeka5328 Před 2 lety +2

    কৃষ্ণ বাপ শতকোটি প্ৰনাম আপোনাক।

  • @tirthanathpayeng697
    @tirthanathpayeng697 Před 3 lety +2

    হে প্ৰভূ বৃত্তি আমৰ নাপিত , আমাৰ সেৱা তলিত আৰু আমাৰ গৃহত সৰ্বদা আপোনাৰ শ্ৰী মুখে ভাগৱত বৰ্ণনা ও ব্যাখা পান কৰো ,আপোনাৰ মধুৰ বাণী পাণ কৰিবলৈ আমাৰ সকলো মন প্ৰাণ ভগৱানৰ ওচৰত অৰ্পন কৰি নিজৰ কৰ্মত ব্ৰতি হ ও। শেষত আপোনাৰ ওআমৰো সু স্বাস্থ্য কামনা কৰিলো ভগৱানৰ ওচৰত ।

  • @bhupensonowal9474
    @bhupensonowal9474 Před 3 lety +4

    কৃষ্ণ প্ৰভু, আপোনাৰ শ্ৰীমুখে ভাগৱত কথা শ্ৰৱন কৰি ধন্যহলো।প্ৰভু ভগৱন্তই আপোনাৰ সৰ্বতোদিশৰ মঙ্গল কৰক।

  • @sarumaibora6873
    @sarumaibora6873 Před 3 lety +1

    কৃষ্ণ
    প্ৰণাম প্ৰভূ প্ৰণাম আপোনাৰ তযু চৰণত। ঈশ্চৰে আপোনাক কুশলে মঙ্গলে ৰাখক আমাক কৃষ্ণ কথা ক'বলৈ। এয়ে আমাৰ ভগবানৰ চৰণত প্ৰাৰ্থনা। 🙏🙏🙏

  • @gitalineog930
    @gitalineog930 Před rokem

    Krishna pranam Prabhu Krishna 🙏🙏🙏

  • @Anurag_819
    @Anurag_819 Před 2 lety

    আপোনাক ঈশ্বৰে কুশলেৰাখি আমাক কৃষ্ণ কথা শুনি থাকিবলৈ কৃপালাভ কৰক।🙏🙏🙏

  • @khargeswarkalita3502
    @khargeswarkalita3502 Před 3 lety +2

    বাপ ঈশ্বৰ প্ৰণাম নিবেদন কৰিলোঁ। কৃষ্ণ।👃🙏👃👃

  • @gitikadowerahdutta6602
    @gitikadowerahdutta6602 Před 3 lety +1

    Joy Sree Krishna🙏🏻🙏🏻🙏🏻 Issore apunak tekhetor Gunanukritan koriboloi aru sakti diye jen....May God bless all of us🙏🏻🙏🏻🙏🏻

  • @benukurmi2527
    @benukurmi2527 Před 3 lety +2

    Krishna bap

  • @sabitriduttas9249
    @sabitriduttas9249 Před 3 lety +1

    Krishna prabhu

  • @bitupondutta9618
    @bitupondutta9618 Před 3 lety +6

    🙏🙏🙏

  • @gayatritamuly2780
    @gayatritamuly2780 Před rokem

    Joi Krishnar joi prabhu apunasobok sotokoti sewa nibedisu krishna

  • @shenindrasaikia4495
    @shenindrasaikia4495 Před 3 lety +12

    কৃষ্ণ কৃষ্ণ বাপজন । ঈশ্বৰে কৃপা কৰক ।

  • @ranudas4561
    @ranudas4561 Před 2 lety +1

    🕉️ পৰমপুৰুষ তোমাৰ মহীমা
    অপাৰ 🙏🙏🙏

  • @hemantidas9051
    @hemantidas9051 Před 3 lety

    কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি ৰাম ।

  • @bharatideka971
    @bharatideka971 Před 3 lety +1

    🙏🙏🙏Krishna prabhu seuahe jonalu🙏🙏🙏

  • @mrmissile6564
    @mrmissile6564 Před 3 lety +4

    কৃষ্ণ প্ৰভু সদায় যেন শ্ৰৱণ কৰিব পাৰো

  • @rajjudutta2497
    @rajjudutta2497 Před 2 měsíci

    Krishna krishno krishno🙏🙏🙏🙏🙏🙏🙏🙏

  • @joyadevi2447
    @joyadevi2447 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ সকলোলৈকে অৰ্পনা কৰিলো আন্তৰিক সেৱা । গ্ৰহন কৰিব । ৰাম কৃষ্ণ হৰি ।

  • @modhusmitadas9137
    @modhusmitadas9137 Před 3 lety +1

    কৃষ্ণ শঙকৰগঙৰু সেৱা আগবঢ়াইছো ।

  • @binadeka9674
    @binadeka9674 Před 2 lety +1

    Krishna Krishna Bap.

  • @hirenroy9802
    @hirenroy9802 Před 3 lety +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম, প্ৰভু ঈশ্বৰৰ কৃপাত আপোনি সদায় কৃষ্ণৰ নাম-কীৰ্তন কৰি থাকক আৰু আমি অভাজনে সদায় শ্ৰৱন কৰি থাকিব পাৰো,এয়াই মোৰ প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা ।

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 Před 3 lety +2

    ক়্ষ্ণ..ক়্ষ্ণ.....🙏🙏🙏

  • @AtulBorahOfficial
    @AtulBorahOfficial Před 3 lety +7

    কৃষ্ণ প্ৰভু অধমৰ সেৱা গ্ৰহণ কৰিব 🙏 🙏🙏🙏

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 Před 2 lety +1

    কৃষ্ণ প্ৰভূ🙏