#Bhagwat_Path

Sdílet
Vložit
  • čas přidán 4. 07. 2021
  • ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে। 05/07/2021

Komentáře • 286

  • @ranjanarabha6619
    @ranjanarabha6619 Před 3 lety +6

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ 👏কৃষ্ণ কৃষ্ণ

  • @saratmedhi994
    @saratmedhi994 Před 3 lety +5

    কৃষ্ণ কৃষ্ণ বাপ , সেৱা লব ।

  • @tirthanathpayeng697
    @tirthanathpayeng697 Před 3 lety +2

    কিনো ভাগ্য কিনো ভাগ্য কলিৰ প্ৰজাৰ। হৰি গুণ কীৰ্ত্তনহে ধৰ্ম ভৈল যাৰ।। হৰি গুণ নামক কীৰ্তন যিটো কৰে। কলিৰ দোষ বঞ্ছিলেক সিটো নৰে। হে প্ৰভূ আপোনাৰ শ্ৰী মুখৰ অমৃত ময় ভাগৱত ব্যাখা শ্ৰৱণ কৰি বলৈ পাই নিজকে ঈশ্বৰ মুখী হোৱা ৰ ধন্য মানিছো।হে প্ৰভূ এই কলিৰ যুগৰ সংকত ময় কালত গত বৰ্ষৰ পৰা ই আপোনাৰ এই অমৃত বাণীয়ে অধমৰ হৃদয় স্পৰ্শ কৰি গৈছে ।প্ৰভূ গত বৰ্ষত আপোনাৰ নিজ হাতে লিখা যি শাস্ত্ৰ পোৱা যাবনে ।কত কেনেকৈ পায় জনাব বুলি আশা কৰিলো। শেষত আপোনাৰ মংগল কামনা ওআমাৰো সৎবাঞ্ছা কৰি ভগৱানৰ ওচৰত কৃপা প্ৰাৰ্থনা জনালো। ওম শান্তি কৃষ্ণ ৰাম কৃষ্ণ ৰাম জয় জয় ৰাম।।

  • @Sankarsangha8532
    @Sankarsangha8532 Před 3 lety +4

    Ram Krishna Hari bap

  • @banamalimedhi5097
    @banamalimedhi5097 Před 3 lety +5

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ শত কৌট কৌটি প্রণিপাত জনালো কৃষ্ণ 🙏🙏🙏

  • @rajenchetia869
    @rajenchetia869 Před 3 lety +5

    কৃষ্ণ কৃষ্ণ প্রভুজনা

  • @bontiborah5014
    @bontiborah5014 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @probhawati8478
    @probhawati8478 Před 3 lety +5

    কৃষ্ণ জয় গুৰু শঙ্কৰ ।ভক্তি ভৰা সেৱা অৰ্পণ কৰিলো গ্ৰহণ কৰিব প্ৰভূ। আপোনাৰ অমৃত ত্ত্বত্তত মন মুগ্ধ বাপ।আপোনাক ধৈন্যবাদ দিবৰু ভাষা নাই প্ৰভূ।মাথো সদা সৰ্বদা কুশল মঙ্গল কামণা কৰিলো ।কৃষ্ণ।

  • @mriduldehingia6544
    @mriduldehingia6544 Před 3 lety +4

    Krishna Ram prabhu, Hati Ram krishna

  • @nareswarbarman6763
    @nareswarbarman6763 Před 3 lety +6

    Ram ram ram.......KRISHNA

  • @chinugogoi8928
    @chinugogoi8928 Před 3 lety +4

    Krishna bap amrit pan kori dhanya holu🙏🙏🙏🙏🙏

  • @shenindrasaikia4495
    @shenindrasaikia4495 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো ।

  • @sabitrimedhi6564
    @sabitrimedhi6564 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ সুপ্ৰভাত প্ৰভূঈশ্বৰ"মহাভাগৱতৰ অমূল্য ৰত্ন শীৰে থৈ আপোনাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা নিৱেদিছোঁ লগতে সমস্ত আাই-বাপসৱলৈ সুহৃদয়েৰে অঞ্জলি ধৰিছোঁ । কৃষ্ণ হৰি ৰাম

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 Před 3 lety +5

    ক়্ষ্ণ ক়্ষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏

  • @binandadas9675
    @binandadas9675 Před 3 lety +10

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি প্ৰভু মাধৱ কৌটি কৌটি প্ৰনাম জনালে🙏🏼🙏🏼🙏🏼🙏🏼 ।।ঈশ্বৰে কুশলে ৰাসক তাৰে কামনা কৰিছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি প্ৰভু পুনৰ সোবা জনালোঁ🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।

  • @gangadevi4089
    @gangadevi4089 Před 3 lety +2

    জয় গুৰু শংকৰ ।হে কৃপালো প্ৰভু জনা ভক্তি ভৰা সেৱা জনাইছোঁ আৰু ভাগৱত শ্ৰৱণ কৰি থকা প্ৰভু সকল , আই সকলৰ ওচৰত মোৰ সেৱা নিবেদন কৰিছোঁ । কৃপাৰ সাগৰ দৈৱকী নন্দন প্ৰভু ঈশ্বৰে সকলোকে কৃপা কৰক । এয়াই মোৰ ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।

  • @pareshmedhi213
    @pareshmedhi213 Před 3 lety +4

    কৃষ্ণ বাপ 🙏🛐 প্ৰনাম

  • @jonalirajbongshi3725
    @jonalirajbongshi3725 Před 3 lety +9

    কৃষ্ণ কৃষ্ণ বাপ 🙏
    সেৱা আগবঢ়ায়ছো গ্ৰহণ কৰি কৃপা কৰিব।
    কৃষ্ণ 🙏

  • @gobindakhakhlari5227
    @gobindakhakhlari5227 Před 3 lety +4

    Ram ra.m Krishna krlshna ram ram Krishna krlshna 🙏🙏🙏🙏

  • @uddabroy3283
    @uddabroy3283 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ প্ৰভুজনা ।সেৱাভাগি নিবেদিছো কৃষ্ণ কৃষ্ণ

  • @padminikonwar34
    @padminikonwar34 Před 3 lety +5

    Krishna baapjona xotokoti pranam.dhanya hoisu apunar shulolit konthor atoynto bhabgodhur bixlexon xrobon Kori.mongolmoi Kori rakhok bhagwantoi apunak xuva rattri.

  • @champawatidekadeka336
    @champawatidekadeka336 Před 3 lety +5

    কৃষ্ণ বাপ

  • @jadabborah1447
    @jadabborah1447 Před 3 lety +5

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।

  • @borneeldas3453
    @borneeldas3453 Před 3 lety +4

    প্ৰনাম প্ৰভু

  • @binapanidas6368
    @binapanidas6368 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভূ ঈশ্বৰ বাপ ভাগৱতৰ অমৃতে মনত প্ৰশান্তি দিলে ৷

  • @anjanadowarah416
    @anjanadowarah416 Před 3 lety +3

    Krishno ram ram 🌼🌼🌼🙏🙏🙏

  • @pradipsaikia9030
    @pradipsaikia9030 Před 2 lety +3

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত ভক্তিভাৱেৰে প্ৰনিপাত জনালোঁ ।

  • @pradipnath9948
    @pradipnath9948 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম। বাপ জনা সেৱা গ্ৰহণ কৰে যেন। কৃপা ভিক্ষা মাগো ভকতৰ সংগ সদায় পাওঁ যেন । আৰ্শীবাদ আশা কৰিলো । কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ।

  • @cheniramnath2673
    @cheniramnath2673 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ তত্বাগধুৰ বাণী শুনি মনত বহুতো শংকা দূৰ হল। কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @anjanarupadas6601
    @anjanarupadas6601 Před 3 lety +3

    🙏🙏কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু🙏🙏 কৃষ্ণ কৃষ্ণ

  • @dipalidas8073
    @dipalidas8073 Před 3 lety +4

    হে মোৰ পৰম বান্ধৱ শতকৌটি সেৱা গ্ৰহণ কৰিব কৃষ্ণ ৰাম হৰি ৰাম

  • @pankajboruah3673
    @pankajboruah3673 Před 3 lety +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏

  • @dulalbori7034
    @dulalbori7034 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ বাপ সেবা জনালোঁ।

  • @padmeswarsaikia9385
    @padmeswarsaikia9385 Před 3 lety +6

    কিমতে ভকতি কৰিবো তোমাত হৰি এ, মই মুঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম। সচাকৈয়ে আমি নিজে অতি মুঢ়মতি আছিলো। সৌভাগ্য ক্ৰমে বাপ ঈশ্বৰৰ সানিধ্য পাই কিছু হলেও পৰম সুখৰ সন্ধান পাইছো।বাপ জনাৰ কুশল কামনা কৰিলো। কৃষ্ণ হৰি ৰাম কৃষ্ণ।

  • @user-jm9ig1bb2c
    @user-jm9ig1bb2c Před 3 lety +2

    কৃষ্ণ কৃষ্ণ

  • @bijusaikiasaikia8387
    @bijusaikiasaikia8387 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ প্ৰনাম।

  • @manjulabhuyan5676
    @manjulabhuyan5676 Před 3 lety +4

    Krishno 🙏🙏🙏🙏

  • @pareshmedhi213
    @pareshmedhi213 Před 3 lety +4

    🛐🙏❤️🌞সু প্ৰভাত

  • @dipakborah1152
    @dipakborah1152 Před 3 lety +3

    🙏🌺Krishna Bap🌺🙏Prnam🙏🙏🙏🙏

  • @manjulanath2645
    @manjulanath2645 Před 3 lety +13

    কৃষ্ণ কৃষ্ণ,, বাপ একান্ত ভকতৰ চৰণত সেৱা নিবেদিলোঁ । মাধৱ 🙏

  • @monikahazarika6506
    @monikahazarika6506 Před 3 lety +1

    Krishna bap ishwar , apunak koti koti pronam jonalu, Krishna...........,

  • @dilipbaishya6955
    @dilipbaishya6955 Před 3 lety +6

    Krishna mahima. 🙏🙏🙏

  • @rupasaikia7513
    @rupasaikia7513 Před 3 lety +18

    আপোনাৰ তত্বগধুৱ ব্যাখ্যা ভাগ শুনি আপ্লুট হৈছো।এই দৰে আপুনি ঈশ্বৰ পুৰুষৰ কথা কৈ আমাকো ধন্য কৰিবলৈ কুশলে থাকক।🙏🙏🙏

  • @khageswarborgohainborgohai2477

    কৃষ্ণ কৃষ্ণ .... । ভকতি প্ৰসাদ ভক্তসকলক বিলাই যোৱাত আমাৰ আশীষ সদায় থাকিব । ভক্তসকলৰ জীৱন সাম্ফল হওক ।

  • @prafullabora5386
    @prafullabora5386 Před 3 lety +4

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে প্রভু জন; নিকিঞ্চন ৰ ভক্তি ভৰা সেৱা আৰু প্রণিপাত গ্রহন কৰিব

  • @priyadoleypegu597
    @priyadoleypegu597 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 Před 3 lety +9

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱা গ্ৰহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা,শ্ৰৱণ কৰিব পাই পৰম কৃতাৰ্থ হৈছোঁ। ভগৱন্তই আপোনাক কুশলে ৰাখক যাতে আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা অমৃত পান কৰি থাকিব পাৰো।
    কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ 🙏

  • @ulupik5207
    @ulupik5207 Před 3 lety +6

    সেৱা নিবেদিলোঁ প্ৰভু। 🙏🙏🙏

  • @khirodagogoi625
    @khirodagogoi625 Před 3 lety +8

    কৃষ্ণ প্ৰভূ ঈশ্বৰ আমাৰ ভক্তি
    ভৰা সেৱা নিবেদিছো । এই
    ছেগতে আপোনাৰ মঙ্গল কামনা
    কৰিছো ভগৱন্ৰ শ্ৰীচৰণত ।

  • @basundharikakati2310
    @basundharikakati2310 Před 3 lety +2

    কৃষ্ণ, বাপ সেৱা গ্ৰহণ কৰিব ।আপোনাৰ শ্ৰীমূখে ভাগৱত পাঠ শুনি অতি আনন্দিত হওঁ । প্ৰভূ ভগৱন্তই আপোনকো কূশলে ৰাখক ।জয় গুৰু শঙ্কৰ ।

  • @durnakantasaikia8574
    @durnakantasaikia8574 Před 3 lety +7

    কৃষ্ণ বাপ ঈশ্বৰ। আপোনাৰ তত্ব গধুৰ ব্যাখ্যা শুনি প্ৰত্যেক পোৱাই মনটো জিপাল হৈ যায়।আমাসবক এইদৰে ভক্তি সাগৰত স্নান কৰোৱা বাবে ঈশ্বৰে আপোনাক সদাই কুশলে ৰাখক। কৃষ্ণ।

  • @mainabordoloi2479
    @mainabordoloi2479 Před 3 lety +7

    কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ ঈশ্বৰ🙏🙏🙏

  • @dambarusingh6973
    @dambarusingh6973 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @leenaborah8433
    @leenaborah8433 Před 3 lety +4

    🙏🏼🙏🏼🙏🏼🙏🏼

  • @user-rr2qv7re2s
    @user-rr2qv7re2s Před 3 lety +7

    কৰুণাময় ৰাম কৰুণাময় ।কৰিও কৃপা মোক যদি হয় উচিত ।তুমিসে ৰাম কৃপা ৰসে নিধি ।তোমাৰ বিনে কৃপা নাহিসে সিদ্ধি । তোমাৰ কৃপাক কৰি আছোঁ আশ ।অৰুণ পদ তলে হৌক নিবাস । কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।ৰাম ৰাম জগতৰ মংগল কৰা ।

  • @kankanlahkar1617
    @kankanlahkar1617 Před 3 lety +4

    Krishna 🙏🙏

  • @dipikagogoi2840
    @dipikagogoi2840 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ হে প্ৰভু আপোনাৰ চৰনত সেৱা জনালো।

  • @khargeswarkalita3502
    @khargeswarkalita3502 Před 3 lety +1

    কৃষ্ণ বাপ ঈশ্বৰ দুখানি অভয় চৰণত শীৰ থৈ কৌটি কৌটি ভক্তিভৰা সেৱা আগবঢ়ালোঁ। কৃষ্ণ।

  • @user-js3iu7vz2r
    @user-js3iu7vz2r Před 3 lety +4

    কৃষ্ণ
    🙏🙏🙏🙏

  • @benukurmi2527
    @benukurmi2527 Před 3 lety +2

    Krishna bap

  • @parineetapari2645
    @parineetapari2645 Před 2 lety +2

    কৃষ্ণ প্ৰভু ঈশ্বৰ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব প্ৰভু,,ধাৰাবাহিক ভাৱে ইমান সুন্দৰ অমৃত ময় বাণী শ্ৰৱণ কৰোৱাৰ বাবে অশেষ ধন্যবাদ প্ৰভু🙏🙏🙏🙏🙏

  • @jayantakoch7619
    @jayantakoch7619 Před 3 lety +9

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব।
    🙏

  • @jayantidas3472
    @jayantidas3472 Před 3 lety +6

    কৃষ্ণ হে কৃপালো বাপ ঈশ্বৰ ধন্যবাদ ৰ্ লগতে সেৱা ভাগো গ্ৰহণ কৰিব
    🙏🙏🙏🙏❤️

  • @munmigogoi2377
    @munmigogoi2377 Před 3 lety +6

    কৃষ্ণ ।

  • @apurbaborapallab5804
    @apurbaborapallab5804 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ🙏🏼🙏🏼🙏🏼 হৃদয় ভৰা সেৱা জনালো

  • @prahladchetia4233
    @prahladchetia4233 Před 3 lety +2

    কৃষ্ণ , ভগৱান ৰ লীলা ৰ বিষয়ে আপোনাৰ পৰা শুনি সচাকৈ গোটেই দিনটো লৈ আনন্দ লাভ কৰোঁ

  • @pinkidas2282
    @pinkidas2282 Před 3 lety +2

    কৃষ্ণ প্ৰভু ইশ্বৰ সেৱা নিবেদিছোঁ 🙏🙏🙏🙏

  • @deepanajlidas4523
    @deepanajlidas4523 Před 3 lety +4

    Bap xeuwa jonalo 🙏🙏🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ প্রভু শত কোটি প্রণাম যাচিছো আপোনী কোশলে থাকক দীর্ঘায়ু হওঁক তাৰ কামনাৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @rinalahkar8437
    @rinalahkar8437 Před 3 lety +1

    সেবা গ্ৰহণ কৰিব বাপ। ঈশ্বৰে সকলোকে ভালে ৰাখক এইটো ঈশ্বৰৰ চৰণত ভক্তিভাৱেৰে প্ৰাথনা 🙏 কৃষ্ণ

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏

  • @ganeshkoch561
    @ganeshkoch561 Před 3 lety +3

    Krishna'Ram Ram Ram pronam jonalu apunak 🙏🙏🙏🙏🙏🙏

  • @sanjeebkonwar853
    @sanjeebkonwar853 Před 3 lety +3

    কৃষ্ণ কৃষ্ণ বাপ

  • @jadavchlaskar9157
    @jadavchlaskar9157 Před 3 lety +2

    কৃষ্ণ বাপ বৰ সুন্দৰ পাঠভাগ শুনিলো ।আপোনাৰ পাঠভাগ শুনিবলৈ বৰ আগ্ৰহেৰে ৰৈ থাকো ।ঈশ্বৰে আপোনাৰ মঙ্গল কৰক যাতে আমি সদায় আপোনাৰ ভাগৱত শ্ৰৱণ কৰিবলৈ পাও। কৃষ্ণ কৃষ্ণ সেৱা জনালো।

  • @rekhadas5058
    @rekhadas5058 Před 2 lety +1

    হে গুৰুজনা আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ালো 🙏🙏🙏 গ্ৰহণ কৰে যেন

  • @dharitrideka5265
    @dharitrideka5265 Před 3 lety +24

    কৃষ্ণ, মই আপোনাৰ ভাগৱত পাঠ এপ্ৰিল মাহৰ পৰা শ্ৰবণ কৰিছো ।এতিয়া চতুৰ্থ অধ্যায় শ্ৰবণ কৰি অাছো।প্ৰভু আশীৰ্বাদ কৰিব প্ৰথম মা হব ওলাইছো।

  • @bidishachoudhury5520
    @bidishachoudhury5520 Před 3 lety +4

    কৃষ্ণ বাপ🙏

  • @manjurajkonwar2807
    @manjurajkonwar2807 Před rokem

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ এনেদৰে যেন সদায় কৃষ্ণ কথা শুনিবলৈ পাও 🙏🙏🙏। ভগবানে আপোনাক কোশলে ৰাখক প্ৰণাম ।

  • @janmonihazarika6284
    @janmonihazarika6284 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ সুন্দৰ 🙏🙏

  • @lakhinandanp4110
    @lakhinandanp4110 Před 2 lety +2

    গোবিন্দ গোবিন্দ ৰাম প্ৰভু কৃষ্ণ

  • @pathak24assam
    @pathak24assam Před 3 lety +8

    হে বাপ সেৱা গ্ৰহণ কৰিব

  • @namitapatar2478
    @namitapatar2478 Před 3 lety +6

    কৃষ্ণ , বৰ হেপাহত ৰৈ থাকো । সেৱা যাচিলো বাপ ।

  • @oujaribhurbandha3982
    @oujaribhurbandha3982 Před 3 lety +2

    বাপ ঈশ্বৰ প্ৰনাম। আপোনাকো ভগৱানে কৃপাৰ কৰক।সনতৰ সকলৰ ভক্তি মাৰ্গ হূদয় কম্পি উঠে বৰ্ণনা শুনি।

  • @prabantisaikia4353
    @prabantisaikia4353 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ. 🙏🙏🙏🙏🙏🙏

  • @dipkalita8273
    @dipkalita8273 Před 9 měsíci

    প্ৰভু বাপজনা আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @gitalineog6489
    @gitalineog6489 Před 2 lety

    কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীচৰণত শত কৌটি প্ৰণাম প্ৰভু ।কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @gitanjalipathak1375
    @gitanjalipathak1375 Před 2 lety

    কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালো। আপোনাক ভগৱানে কুশলে‌ ৰাখক কৃষ্ণ কৃষ্ণ 🙏

  • @popidas3880
    @popidas3880 Před 3 lety +2

    Krishna Krishna 🙏🙏

  • @minatideka7551
    @minatideka7551 Před 3 lety +1

    Krishna bap aponar amritmoi bhagwator bani somuh xuni val lagil sewa jonalo

  • @ranudas4561
    @ranudas4561 Před 2 lety +3

    অনাদিৰ অনন্ত ঈশ্বৰৰ চৰণত কৌটি কৌটি প্ৰণাম 🙏🙏🙏

  • @bidisha412
    @bidisha412 Před 3 lety +3

    Krishna Prabhu amar sakalore sewa grahan koribo

  • @lukudas1209
    @lukudas1209 Před 3 lety +1

    ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম

  • @junadutta8438
    @junadutta8438 Před 3 lety +2

    🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏

  • @reandomsaikia2307
    @reandomsaikia2307 Před 3 lety +1

    আজিৰ পাঠ শুনিলো।এই আপোনাৰ ভাগৱত পাঠে দিনটোৰ বাবে মন শৰীৰ প্ৰবিত্ৰ কৰি ৰাখে।ধাৰাবাহিক ভাৱে খণ্ড বোৰ শুনিব পৰা নাই যদিও বহুত ভাল লাগিছে।এইদৰে আপুনি আমাক ঈশ্বৰ পুৰুষৰ কথা কৈ যাওঁক।এই ভাগৱত পাঠ কৰি যাবৰ বাবে ভগৱানে আপোনাৰ কুশলে ৰাখক। সশ্ৰদ্ধ প্ৰণাম নিবেদিলো।

  • @bijoypawandas4034
    @bijoypawandas4034 Před 3 lety +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 সএাধিকাৰ প্রভু ইশ্বৰ ভাগৱতৰ অমৃত কথা শুনি পৰম সন্তুোশ লভিছো। আপোনাক কৌটি কৌটি প্রনাম কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @akakhsobarman5460
    @akakhsobarman5460 Před 3 lety +1

    Krishna krishna bap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👌🏽👏👌🏽👏

  • @sachindrakalita2940
    @sachindrakalita2940 Před 3 lety +6

    বাপ সেৱা যাচিলোঁ।অত্যন্ত সুখী হৈছো। সুপ্ৰভাত।

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 Před 3 lety +5

    Jai shree Ram Krishna prabhu 🙏🙏🙏🙏🙏

  • @bantipator8687
    @bantipator8687 Před 3 lety +2

    , কৃষ্ণ প্ৰভু জন''শতকৌটি প্ৰণিপাত জনালোঁ। আপোনাৰ লগতে আমি ও ধন্য হৈছো।''

  • @akhilburagohain381
    @akhilburagohain381 Před 3 lety +1

    Krishna Krishna Krishna bap