Bhagwat Path || Riju Pathak || Video-25 || (প্ৰথম স্কন্ধ)

Sdílet
Vložit
  • čas přidán 16. 06. 2020
  • ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে।

Komentáře • 404

  • @padmaramdeka1586
    @padmaramdeka1586 Před 4 lety +23

    প্ৰভু , পাঠ আৰু বাখ্যা,কণ্ঠ আৰু সুৰ লগতে উপদেশ সমূহে মোৰ অন্তৰত প্ৰৱেশ কৰি দেহ মন শিহৰিত কৰিছে চকুলো নিগৰিছে ।শ্ৰীচৰণত হিয়াভৰা ভক্তি আৰু সেৱা নিবেদন কৰিছো । কৃষ্ণ ...

    • @lalitabaishya477
      @lalitabaishya477 Před měsícem +1

      প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শুনাৰ প্ৰয়াস কৰিছো বাপ

  • @user-tf4fn6kw8w
    @user-tf4fn6kw8w Před 4 lety +16

    হে বাপ ঈশ্বৰ আমি সপৰিয়ালে আপোনাৰ চৰনত সেৱা জনালো লগতে আপোনাৰ পৰিয়ালৰো মঙ্গল কামনা কৰিলো কৃষ্ণ

  • @bontiborah5014
    @bontiborah5014 Před 4 lety +14

    কৃষ্ণ কৃষ্ণ, প্ৰভু জন শ ত কোটি সেৱা আগবঢ়ালো ।সচাকৈ ধন্য ধন্য আমাৰ দৰে মূৰ্খ মতিৰ অনুভৱ কৰিছো ,আপোনাৰ দৰে এজন মহান পুৰুষৰ শ্ৰীমুখে পৰম পিতাৰ বাণী শ্ৰৱণ কৰি ,ঘৰত থাকি ,ধাৰাবাহিক ভাবে প্ৰভু ।কবলৈ ভাষা নাই ।পুনৰ আপোনাৰ চৰণত সেৱা জনালোঁ।কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @amlanjyotidutta6406
    @amlanjyotidutta6406 Před 4 lety +14

    কৃষ্ণ 🙏
    আমিও নিজকে ধন্য মানিছো প্ৰভুজনা আপোনাকো আমি মহামুনি সুত প্ৰভুৰ স্থানতেই ৰাখোঁ আৰু আপোনাৰ শ্ৰী মুখে কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ সুবিধা লাভ কৰাতো আমাৰ বাবে পৰম সৌভাগ্য।

  • @aniruddhadas6209
    @aniruddhadas6209 Před 4 lety +10

    বাপ কৃষ্ণ। শুনি থাকিলে আনন্দতে চকুলো কেতিয়া বৈ আহে গমে নাপাওঁ ইমান সুমধুৰ কণ্ঠ।।

  • @chinukataki4419
    @chinukataki4419 Před měsícem

    সেৱা জনালোঁ বাপ ।আপোনাৰ ভাগৱত বাখ্যা দিনটোত এবাৰ নুশুনিলে মনটো শান্তি নালাগে ।প্ৰভুৰ গুন কীৰ্ত্তন শুনিবলৈ যেন মোক মানসিক শক্তি দিয়ক ধৈৰ্য্য দিয়ক ।মোৰ বিপদৰ বন্ধ বিশ্বাসী বন্ধু কৃষ্ণ ।আপোনাৰ ভক্তি দেখি আপ্লুত হ'লো ।কৃষ্ণ

  • @dilip6pesrabha759
    @dilip6pesrabha759 Před 7 měsíci

    কৃষ্ণ হে বাপ শ্ৰদ্ধাৰে সেৱা জনালো গ্ৰহন কৰিব প্ৰভু আপোনাৰ ভাগৱতৰ অমৃতময় ব্যাখ্যাই আমাৰ মন মহিত কৰি তোলে কৃষ্ণ

  • @boikunthadas3110
    @boikunthadas3110 Před 4 lety +10

    শ্ৰী কৃষ্ণই নমো নম বাপ. ইশ্বৰৰ অমৃত মই কথা আমাক শুনিবলৈ ইশ্বৰে আপোনাক কৃপা কৰক. কৃষ্ণ

  • @assmesvideo6000
    @assmesvideo6000 Před 4 lety +21

    কৃষ্ণ বাপ‌‌‌ অন্তৰৰ ভকতি বাৰম্বাৰ জনাইছো । অমৃত বানী শুনোৱা জ্ঞান দিয়া গুৰু।বহুগুণৰ অধিকাৰী আপুনি বাপ ভগৱানে আপোনাক আনন্দ দিয় কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @tutumonideka571
      @tutumonideka571 Před 3 lety

      কৃষ্ণ বাপ আপোনাৰ ভাগৱত পাঠ শুনি মোৰ লগতে সকলো ভকতৰ কিমান উপকাৰ সাধন কৰিছে একমাত্ৰ ঈশ্বৰে বুজি পাব।🙏🙏🙏🙏🙏

    • @bilimaichangmai6300
      @bilimaichangmai6300 Před 2 lety +1

      Pronam Probhu.

  • @kritangkakakatiarts5577
    @kritangkakakatiarts5577 Před 4 lety +7

    কৃষ্ণ কৃষ্ণ বাপ ।আপোনি এই ভগৱত অমৃতৰ বানী ঘৰত বহি শুনা ভাগ্য প্ৰদান কৰিলে তাৰ বাবে আপোনাৰ ওচৰত চিৰকৃতঞ্জ ।কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ।

  • @krishnatamang7248
    @krishnatamang7248 Před 4 lety +7

    কৃষ্ণ বাপ, আপোনালৈ অশেষ কৃতজ্ঞতা জনাই সেৱাঁ এভাগ ধৰিলোঁ। কৃষ্ণ 🙏🙏
    অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা।
    আপোনাৰ শ্রীমুখে কৌটি সূৰ্য্য সম মহা ভাগৱত পাঠ ব্যাখ্যা শ্রৱণ কৰিব পাই আমিও ধন্য হলোঁ। ভগৱন্তই আপোনাক আৰু আপোনাৰ পৰিয়ালৈ কুশলে ৰাখক তাৰে কাঁমনা কৰিছোঁ।
    কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
    কৃষ্ণ 🙏🙏

  • @DipKumer-ld5sx
    @DipKumer-ld5sx Před 4 měsíci

    হে প্রভূ আপোনাৰ শ্রী মুখে ভাগৱত বাখ্যা শুনি বহু তু জান লাভ কৰিছো ভগবানে আপোনাক কুলালে ৰাখক কৃষ্ণকৃষ্ণ কৃষ্ণ

  • @rulennath7538
    @rulennath7538 Před 4 lety +10

    কৃষ্ণ কৃষ্ণ, গ্ৰাম্য কথা কথনে মলিন কৰে বাণী । তাক শুদ্ধ কৰো কৃষ্ণ কথাক বখানি। জয়,জয় গুৰু শঙ্কৰ ।

  • @bhupendas1971
    @bhupendas1971 Před 4 lety +9

    কৃষ্ণ বাপ !
    সেৱা ধৰিলোঁ, গ্ৰহণ কৰিব | অমৃতময় কৃষ্ণ কথাৰে অপ্যায়িত কৰি আমাৰ এই মনুষ্য জীৱন ধন্য কৰাই আমাক যেন পুণ্য কৰিলে | আজি এই দীঘলীয়া লক ডাউনৰ প্ৰকোপৰ মাজেৰে কৰ্মহীন হৈ পৰি যমৰ যাতনাৰে অতিবাহিত কৰিব লগা হোৱা সমস্যাত আপোনাৰ ভাগৱতৰ অমৃত ৰস প্ৰদানে আমাক সচাঁকৈয়ে পুনৰ জীৱন দান দিয়া হেন পালো |পেশাগত এজন শিক্ষকৰ অনে পৰিস্থিতিত কি অৱস্থা অৱস্থা হ'ব পাৰে সেয়া বুজিব পাৰিছে নিশ্চয় | গোটেই সময়খিনিত আপোনাৰ এই প্ৰচেষ্টাই আমাক ৰক্ষা কৰিলে প্ৰভূ | ধন্যবাদ
    জনালোঁ বাপ | পুনৰ সেৱা আগবঢ়োলোঁ | কৃষ্ণ বাপ, কৃষ্ণ |

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ আপোনাৰ মূখে অমৃতময় ভাগৱতৰ কথা শুনিবলৈ পাই আনন্দতে চকুলো বাগৰি পৰে প্রভু। আপোনীও বৰ্তমান যুগত মহা ভক্ত সুতৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। প্রভু ভগৱন্তই আপোনাক কোশলে ৰাখক কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @user-iy4dy8ke9j
    @user-iy4dy8ke9j Před 7 měsíci

    বাপ জনৰ শ্ৰী মুখে শ্ৰী কৃষ্ণ ৰ অমৃতময় কথা শুনি ধন্য হলো। বাপ প্ৰভূ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ।

  • @bhabitachoudhury5531
    @bhabitachoudhury5531 Před 4 lety +6

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত শত কৌতি প্ৰনাম।

  • @dipaliray5259
    @dipaliray5259 Před 4 lety +7

    🙏🙏কৃষ্ণ কৃষ্ণ🙏🙏 নামাগোহো শোক ভোগ, নালাগে মুকুতি হে, তোমাৰ চৰনে যেন থাকোক ভকতিহে।। কৃষ্ণ

  • @dadavlog2836
    @dadavlog2836 Před 3 lety +2

    ধন্য প্ৰভুজনা
    আজি এটি বৰ সুন্দৰ প্ৰাৰ্থনা শিকাই দিলে

  • @mukullahkar5380
    @mukullahkar5380 Před 4 lety +8

    কৃষ্ণ কৃষ্ণ বাপ বৰ সুখী হৈছো ।সেৱাহে জনালো ।

  • @guneswarpadiguneswarpadi8995

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম হে বাপ আপোনাক সশ্ৰদ্ব্ প্ৰণিপাত
    কৰিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @subantiburagohain9151
    @subantiburagohain9151 Před 9 měsíci

    প্ৰভু জনা আপোনাৰ কন্ঠৰ ভাগৱত ভাগ শুনিবলে শনি ৰাখিবৰ মন যায় গতিকে আপোনাক ধন্যবাদ জাছিলো কেতিয়াবা চকুত চকুলো বাগৰি যায় কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @nilimachoudhury5019
    @nilimachoudhury5019 Před rokem +1

    কৃষ্ণ কৃষ্ণ শতকৌটি প্ৰণাম 🙏🙏🙏🙏🙏❤️

  • @Request_motivation
    @Request_motivation Před rokem

    কৃষ্ণ কথা অতি সুন্দৰ বাপ কৃষ্ণ।।
    মই অভা জনে আপোনাৰ চৰণত ভক্তিভাৱেৰে
    প্ৰণাম জনালো বাপ কৃষ্ণ 🪔🪔🪔🙏🙏🙏

  • @gangadevi4089
    @gangadevi4089 Před 4 lety +3

    Krishna bap, aponar srimukhe amrit bani huni kritartha holu prabhu. Aponar grantha khani pabar karane bat sai aaso.

  • @khirodagogoi625
    @khirodagogoi625 Před 4 lety +8

    কৃষ্ণ প্ৰভূ
    কৃষ্ণ প্ৰভূ

  • @manjulanath2645
    @manjulanath2645 Před 4 lety +17

    কৃষ্ণ ,বাপ সেৱা জনালোঁ ।বৰ আনন্দ পালো ।ঈশ্বৰে আপোনাক কুশলে ৰাখক ।

  • @kiranneog6051
    @kiranneog6051 Před 2 lety +2

    কৃষ্ণ বাপ,অৱসৰৰ পিছত আমনিদায়ক সময় খিনি আপোনাৰ কৃপাত মন পুলকিত কৰি ৰাখিছে । আপোনাৰ সদা মঙ্গল কামনা কৰিলো ভগৱানৰ চৰণত।

  • @rumibasumatari1962
    @rumibasumatari1962 Před 2 lety

    প্ৰভু আপোনাৰ শ্ৰীমুখৰ ভাগৱত পাঠ আৰু ব্যাখ্যা শুনিলে ভোক পিয়াহ নালাগে । আপোনাৰ চৰণত সেৱা জনালো আপোনাৰ পৰিয়ালক ভগৱানে মঙ্গল কৰক। কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @lilakalita6705
    @lilakalita6705 Před 4 lety +6

    কৃষ্ণ বাপ আপোনাৰ ভাগৱত পাঠ ভাগে কিমান যে আনন্দিত কৰিছে দুনাই দুনাই নমস্কাৰ ।আপুনি কোবাৰ দৰে ম্ই সদায় এজন বা দুজন ক লৈ হে শুনো আৰু বহুত ক share কৰোঁ ।পুনৰ মঙ্গলৰ কামনাৰে ।

  • @bantideka823
    @bantideka823 Před 4 lety +15

    কৃষ্ণ বাপ আমিহে আপোনাৰ ওচৰত চিৰ ৰিনি বাপ | ধাৰাবাহীক ভাৱে ইমান সুন্দৰ ভাগৱতৰ কৃষ্ণ কথা শুনাইছে|

    • @binugondhia6344
      @binugondhia6344 Před 2 lety

      কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰী মুখে জীৱনত প্ৰথম ভাগৱত বাখ্যা শুনিছোঁ।আপোনাৰ ওচৰত চিৰকৃতগ।আমি কুশলে আছো। আমি ভগবানৰ ওচৰত আপোনাৰ কুশল কামনা কৰি প্ৰাথনা কৰিছো যাতে 218 ,খনদৰ পিছৰ খন্দ কেইতা আপোনাৰ শ্ৰীমুখে শুনি কৃতাথ হও। প্ৰনাম প্ৰভু।

  • @bipinbipin6223
    @bipinbipin6223 Před 4 lety +11

    কৃষ্ণ বাপ ধন্য ধন্য কলিকাল ধন্য ধন্য ভাৰত বৰিষ । বাপ প্ৰভূ "কৃপাগুৰুজন আমি সচাকৈ ধন্য এই কলিযুগত ভাৰতবৰ্ষত জন্ম লভি জীৱন সাম্ফল হৈছে কাৰণএই অমৃতৰস পাণ কৰিবলৈ পাই সচাই ধন্য।কষ্ণ"

    • @prasantakoch450
      @prasantakoch450 Před 4 lety

      হে প্ৰভুজন আপোনাৰ এই মধুৰ অনুষ্ঠান শুনিবলৈ, ভগৱন্ত পুৰুষে আমাক যেন কুশলে ৰাখে তাৰেই যেন আশিবাদ কৰিব।

    • @vargavsvlogs9825
      @vargavsvlogs9825 Před 4 lety

      Npplonoooooomokmoomppm

    • @vargavsvlogs9825
      @vargavsvlogs9825 Před 4 lety

      Npplonoooooomokmoomppm nn

    • @vargavsvlogs9825
      @vargavsvlogs9825 Před 4 lety

      Npplonoooooomokmoomppm nn

  • @rajibkachari3618
    @rajibkachari3618 Před 4 lety +3

    krisna bap..... hewa.....aguwae....jawuk......krisna.....

  • @barbiesaikia7081
    @barbiesaikia7081 Před 4 lety +6

    Krisna bap jon apunaloi bat sai asilu oooo 🙏🙏🙏🙏🙏🙏

  • @daduldas1643
    @daduldas1643 Před rokem

    হয় প্ৰভূ।আমিও ভগৱন্তৰ শ্ৰী চৰনত সেৱা জনাইছো আপোনাক কোশলে ৰাখিব।। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @rinakalita927
    @rinakalita927 Před rokem

    হে পৰম দয়ালু প্ৰভূৰ বৈষ্ণৱ আপোনাৰ শ্ৰী চৰণত পৰিয়াল সমন্বিতে প্ৰণিপাত জনাই আশ্ৰিত হৈছোঁ ৷ ঈশ্বৰ প্ৰভূৱে আপোনাক কুশলে ৰাখি আমাক হৰি কথা শুনাত কৃপা কৰে ৷ এয়াই কাতৰে নিৱেদিছোঁ

  • @Gitarthavlog5751
    @Gitarthavlog5751 Před 4 lety +15

    হে মহান আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি অভাজনক কৃতাৰ্থ কৰিলে। তৃঞ্চাতুৰজনে এটুপি পানীৰ বাবে হাঁহাকাৰ কৰাৰ লেখিয়াকৈ আমাৰ আত্মাইও সেই অমিয়া সুৰৰ অপেক্ষাত থাকে,তৃপ্ত হ'বলৈ। আজি আমি কিমান আনন্দিত হ'লো ভাষাৰে বুজাব নোৱাৰিম। আপোনাৰ চৰণ স্পৰ্শ কৰি সেৱা যাচিছোঁ । সুপ্ৰভাত কৃষ্ণ। আপোনাৰ , পৰিয়ালৰ সকলোৰেহৈ প্ৰভু ৰ ওচৰত কুশল মঙ্গল কামনা কৰিলোঁ। কৃষ্ণ 🙏।

    • @rajendraborkakati8234
      @rajendraborkakati8234 Před 3 lety +1

      Krishna bap apunar paath aru bakhyai amar hridoy apunar pratee Ken ekua srodha opaje moi kobo nowarim.krishna.

  • @uddabroy3283
    @uddabroy3283 Před 4 lety +3

    কৃষ্ণ কৃষ্ণ বাপ জনা l সুপ্ৰভাত l ৰাতিপুৱাৰ সেৱা ভাগি নিবেদিছোঁ কৃষ্ণ কৃষ্ণ l সঁচাকৈয়ে আপোনাৰ মুখেৰে কৃষ্ণ কথা শুনি খুবেই আনন্দিত l কৰ্ম্ম সুত্ৰে ঘৰৰ পৰা বাহিৰত থাকিব লগাত আপোনাৰ এই অমৃত বানী শুনি ধন্য হৈছেl বাপ l এনেকৈ ভৱিষ্যতে কৃষ্ণৰ গুণ নাম শ্ৰৱণৰ আশাৰে পুণৰ সেৱাৰে কৃষ্ণ কৃষ্ণ l

  • @daisyrabha2343
    @daisyrabha2343 Před 4 lety +2

    Krishna Krishna bap sewa janaisu krishna

  • @bantipator8687
    @bantipator8687 Před 4 lety +18

    "কৃষ্ণ কৃষ্ণ প্ৰভু জন সেৱা জনালো। এই কলিযুগত আপোনাৰ মুখেৰে ভাগৱত পাঠ শুনি নিজগৃহতথাকি ধন্যহৈছো। আপুনি কুশলে থাকক ।""

  • @trailokyachetia1327
    @trailokyachetia1327 Před 4 lety +9

    কৃষ্ণ প্ৰভু
    আপুনি ৰসৰ সাগৰ ,ভগৱানে আৰু কৃপা কৰক আমাক অমৃত পান কৰাবলৈ

  • @ranjanatalukdar3319
    @ranjanatalukdar3319 Před 2 lety +4

    কৃষ্ণ, আপোনাৰ সুমধুৰ কণ্ঠ ৰ অমৃত পাণ কৰিলো প্ৰভু, ইমান মধুৰ পৰিবেশন বিগলিত হৈ ৰলো। শুভৰাত্ৰী।

  • @hemantidas9051
    @hemantidas9051 Před 4 lety +4

    কৃষ্ণ কৃষ্ণ বাপজন আপুনি কৃষ্ণকথা সামৰিব ললে মোৰ কলিজাতো বিষিয় ছকুত ছকুপাণি ওলাই এই অন্তৰৰ বিষবোৰ অনুক্ৰমে বৰিআছে আমাৰ সময়বোৰ অনথ'ক গল কৃষ্ণ কৃষ্ণ বাপ প্ৰণিপাত গ্ৰহণ কৰিব কৃষ্ণ

  • @rajibpatar2445
    @rajibpatar2445 Před 2 lety

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱাৰ গ্ৰহণ কৰিব আপোনৰ ভাগৱত কথা নিৰন্তৰ শুনি থাকো। নমস্কাৰ গ্ৰহণ কৰিব।লক্ষী কান্ত পাতৰ ধৰম তুল অতিগাওঁ ।

  • @anjanabaruah3071
    @anjanabaruah3071 Před 4 lety +4

    ধন্য ধন্য পভূ আমাৰ জীৱন ধন্য কৰিছে ।সেৱা গ্ৰহণ কৰিব বাপ।

  • @basundharikakati2310
    @basundharikakati2310 Před 4 lety +5

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব । জয় গুৰু শঙ্কৰ।

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před 2 lety

    কৃষ্ণ বাপ আপোনাৰ শ্ৰী চৰনত সশ্ৰদ্ধ প্ৰণিপাত। আপোনাৰ শ্ৰী মুখেৰে কৃষ্ণ কথা শুনি মোৰ অস্থিৰ মনটোক শান্ত কৰাৰ ঔষধ বিচাৰি পাইছোঁ। মই এজন সাধাৰণ ব্যৱসায়ী,পাৰ্টনাৰচিপ্ ব্যৱসায়ত বন্ধু ই বিশ্বাসঘাটকতা কৰাত পৰিয়ালৰ ভৰন-পোষন কৰিব নোৱাৰা অৱস্থাত পৰি একমাত্ৰ অধিক 1/2ঘন্টা সময়তো টুপনি নহা হৈছিল, আপোনাৰ শ্ৰী মুখেৰে ভাগৱতৰ অমৃত কথা শুনি নিজকে ধন্য কৰিছোঁ

  • @pankajboruah3673
    @pankajboruah3673 Před 4 lety +4

    কৃষ্ণ কৃষ্ণ বাপ পুৱাৰ সেৱা জনালো কৃষ্ণ

  • @ganeshkoch561
    @ganeshkoch561 Před 2 lety +1

    Krishna'ram Ram Ram pronam jonalu apunak bap 🙏🙏🙏

  • @minatidas5349
    @minatidas5349 Před 3 lety +2

    কৃষ্ণ,কৃষ্ণ।হে প্রভু , আপোনাৰ দৰে মহান ব্যক্তিৰ মুখেৰে মহান ভাগরতৰ অমৃতময় বাণী সমূহ শুনিবলৈ পাই নিজকে বহু ধন্য মানিছো।প্রভু আপুনি ভবাৰ দৰে ম ই ভাবিছিলো যে লকডাউনৰ সময়খিনি স্কুল বিলাক বন্ধ।হাতত যথেষ্ট সময়।কেনেকৈ সুপৰিকল্পিত ভারে সময়খিনি পাৰ কৰিব পাৰো।হঠাৎ ভগরানৰ কৃপাদৃষ্টি মোৰ ওপৰত পৰিল,আৰু ম ই আপোনাৰ পদধূলি পাবলৈ সক্ষম হলো।আচলতে ম ই আপোনাক এদিন প্রতিদিন চেনেলত দেখা পাইছিলো।লগতে সেইদিনা আপোনাৰ মুখে এভাগি ভাগরত বাখ্যা শুনিছিলো।সেইদিনাৰ পৰা ম ই আপোনাৰ তালাচত আছিলো।বাপ,ইউটুব চেনেলৰ যোগেৰে আপুনি যিখিনি চেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ।কিয়নো ইয়ে মোৰ নিচিনা আৰু বহু নর প্রজন্মৰ জীরন ধন্য কৰিব।শেষত আপোনাৰ চৰণত সেরা ধৰিছো।কৃষ্ণ।।

  • @kabitasaikia1476
    @kabitasaikia1476 Před 4 lety +6

    কৃষ্ণ বাপ। এই লক্ডাউনত আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা শুনিবলৈ আমাৰ হাবিয়াস হৈছে। বাপ আপুনি এতিয়া মহামুনি সুতৰ স্থানত। ভগবানে আপোনাক আৰু প্ৰেৰণা দিয়ক আমাক আপ্লুত কৰিবলৈ।

  • @digantaphukan5909
    @digantaphukan5909 Před 4 lety +3

    Krishna Krishna Prabhu apunar Bhagwat bakhya soban Kari jibon dhainya
    Hawa ha
    Prabhu
    Joy Shri kRISHNA

  • @atulokalita4134
    @atulokalita4134 Před 4 lety +1

    Baap Ati Sunder bakhya. Krishna Krishna. Ami bina kasta Kari aponar bhagabat bakhya sunibo paiso tar karane ami nijake dhany maniso. Agoloi pai thakim buli asha rakhisu. Krishna Krishna.

  • @dekatechnology5403
    @dekatechnology5403 Před 4 lety +11

    অতি সুন্দৰকৈ ব্যাখ্যা
    কৰিছে বাপ

  • @mainabordoloi5891
    @mainabordoloi5891 Před 4 lety +6

    জয় শ্ৰী কৃষ্ণ বাপ

  • @prasantakoch450
    @prasantakoch450 Před 4 lety +4

    কৃষ্ণ প্ৰভুজন আপোনাক সেৱা নিবেদিলো।

  • @benudhardeka6896
    @benudhardeka6896 Před 4 lety +6

    👏 কৃষ্ণ কৃষ্ণ বাপ, সেৱা নিবেদিছো প্ৰভু | জীৱন ধন্য হোৱা এনে অমৃতময় ভাগৱতৰস আপোনাৰ শ্ৰীমুখে শ্ৰৱণ কৰি কৃতাৰ্থ হৈছো প্ৰভু | পৰম কৃপালু প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক, যাতে আমি অধমক কৃষ্ণকথা শ্ৰৱণ কৰাই থাকে |

  • @utpal-verynicedas6072
    @utpal-verynicedas6072 Před 4 lety +3

    কৃষ্ণ বাপ সেৱাহে আপোনাৰ ৰসাল পাঠ আৰু ব্যাখ্যাৰে আমাক বহুত ধন্য কৰিলে ।

  • @mayurkrishnabharali1025
    @mayurkrishnabharali1025 Před 4 lety +6

    প্ৰভূজন অমৃত পান কৰিছোঁ মোৰ প্ৰভূ বাসুদেৱৰ কৃপা মিলক

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 Před 2 měsíci

    অতি উত্তম ভাগৱত পাঠ আৰু ব্যাখ্যা সুন্দৰ কণ্ঠ আৰু উপদেশ । আপোনাৰ চৰণত শত কৌটি প্ৰণাম জনালোঁ।

  • @uddhabnath1280
    @uddhabnath1280 Před 3 lety

    কৃষ্ণ কৃষ্ণ বাপ । আপোনাক কুশলে ৰাখক । কৃষ্ণ কৃষ্ণ বাপ ।

  • @dipkalita8273
    @dipkalita8273 Před 11 měsíci

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু বাপজনা

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 Před 4 lety +7

    Jai shree ram

  • @ranjukonwar7919
    @ranjukonwar7919 Před 4 lety +3

    Krishna krishna Bap heya grahan kariba. Paramount amritmoy Bhagabat byakya sraban Kari dhanya hoisu prabhu. Aponar charan kamalot kouti kouti pranam .

  • @mukutrajbongshi3304
    @mukutrajbongshi3304 Před 4 lety +9

    কৃষ্ণ!

  • @binandadas9675
    @binandadas9675 Před 4 lety +3

    🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি 🙏🏼আতি মধূৰ মাধৱ বাপজনালৈ সেৱা জনালোঁ৷ 🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।

    • @Ranjitpathak8851
      @Ranjitpathak8851 Před 4 lety

      কৃষ্ণ কৌটি কৌটি প্ৰণাম আপোলাক ৷আমি সদায় কৃতজ্ঞ আপোনাৰ ওচৰত ৷

  • @kaminibarman6552
    @kaminibarman6552 Před 3 lety

    হে প্ৰভু মই এক তাপিম জীৱ আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা জীৱাই থকাৰ প্ৰেৰণা দিলে। কৃষ্ণ কৃষ্ণ🙏

  • @pinkysaikiapinkysaikia1411

    Dhanya Dhanya Gurudev .

  • @mridulasonowal7096
    @mridulasonowal7096 Před 2 lety

    কৃষ্ণ কৃষ্ণ প্রভু, জীৱৰ মঙ্গল হওক।

  • @parineetapari2645
    @parineetapari2645 Před 2 lety +8

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ, আপোনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছো,ভাগৱত ৰ অমৃতময় বানী আমাক শ্ৰৱণ কৰোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ প্ৰভু, ঈশ্বৰ ৰ অংশ স্বৰূপ বাপ মই বহুত আনন্দ আৰু জ্ঞান পাইছো🙏🙏🙏🙏🙏

  • @bivadhekial50
    @bivadhekial50 Před 4 lety +1

    Krishna Krishna bap.sewa.nibedilu.Krishna bap apunar kanthar Bhagowotor bakhya suniboloi pai nijoke dhanya manisu Bhogowanor kripa nohole aitu sambhab nohoi.Krishna bap oporadha binasan.apunar muhkar Bhagowotor amrit sadai pan koriboloi paru jate ashirbad korib kriskna

  • @krishnaboruah6916
    @krishnaboruah6916 Před 2 lety +2

    ইমান সুন্দৰ, মন প্ৰান হৰি নিয়া কন্ঠ । বৰ ভাল লাগিছে । ঈশ্বৰে আপোনাক কুশলে ৰাখক বাপজন ।

    • @gitikadas74
      @gitikadas74 Před 2 lety

      Sweet est voice and amulya krishna katha thousands pranam

  • @debajitsaikia2497
    @debajitsaikia2497 Před 3 lety

    কৃষ্ণ প্ৰভু আপোনাৰ জৰিয়তে জীয়াই থকাৰ সঞ্জীৱনি বিচাৰি পালো

  • @nilimadas1784
    @nilimadas1784 Před 2 lety +1

    বাপ ঈশ্বৰ আপোনাৰ ভাগৱত পাঠ শুনি আমি বহুত আন্দদিত হৈছো ।সদায় যাতে ভগবানৰ কথা শ্ৰবণ কৰিব পাৰো আশীৰ্বাদ কৰিব । তাৰে কামণাৰে, কৃষ্ণ কৃষ্ণ🙏 বাপজনক ভগৱানে কুশলে ৰাখক, জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ, কৃষ্ণ কৃষ্ণ🙏

  • @sarujandas121
    @sarujandas121 Před 4 lety +5

    Krishna Baap Parnam

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 Před 2 měsíci

    আপুনিয়েই কলি যুগৰ কৃষ্ণ প্ৰভু । আপোনাৰ চৰণত শত শত প্ৰণাম ।

  • @subornaroy9303
    @subornaroy9303 Před 3 lety

    Krishña prabhu apunar mukhar baniamrit jen bhabi dhanya halu prabhu krishna krishna

  • @maniksonowal5791
    @maniksonowal5791 Před 4 lety +1

    Krishna Prabhu pranam

  • @karunahazarika8524
    @karunahazarika8524 Před 3 lety

    নমস্কাৰ বাপ কৃষ্ণ । ইমান সুন্দৰ ভাগৱত বাখ্যা । বহুত ভাল লাগিছে । পৰমেশ্বৰে কল্যান কৰক।

  • @mantuvallagilkalita1969
    @mantuvallagilkalita1969 Před 4 lety +1

    Krishna krishna krishna bap

  • @jadabborah1447
    @jadabborah1447 Před 4 lety +8

    কৃষ্ণ প্ৰভু , সেৱা জনালোঁ ।

    • @nirusaikia7631
      @nirusaikia7631 Před 3 lety

      কৃষ্ণ কৃষ্ণ বাপ। সেৱা নবেদিলো

  • @orponadas6754
    @orponadas6754 Před 2 lety +1

    Kishan🙏kishan🙏kishan🙏

  • @ritupornadutta9514
    @ritupornadutta9514 Před 4 lety +2

    Apunar vagobot kotha xuni moi bohut vl paw...lgte mur porialor xokolua xune... Krishno

  • @rupasaikia7513
    @rupasaikia7513 Před 3 lety +1

    প্ৰণাম বাপ, আপোনাৰ শ্ৰী মুখে অমৃতময় কৃষ্ণ কথা শুনি থাকিলে উৎকট গৰমতো ফেনৰ বতাহলৈ পাহৰি যাওঁ। আপুনি ধন্য।🙏🙏🙏

  • @ranjanarabha4608
    @ranjanarabha4608 Před 3 lety +2

    জন্মে জন্মে যেন আপোনাক আপোনাৰ পৰম আত্মাই ঈশ্বৰ গুনানু কীৰ্তন কৰিবলৈ জনম দিয়ে। এয়ে মোৰ জ্ঞানে কয়।কৃষ্ণ ৰাম কৃষ্ণ

  • @deepulthakuriya2168
    @deepulthakuriya2168 Před 2 lety +1

    krishna aaponak sahasrabar pranam aapuni Dhannya ro dhannya krishna

  • @bhairabjyotidas613
    @bhairabjyotidas613 Před 3 lety +2

    ৰাম কৃষ্ণ হৰি

  • @jaanmoni6746
    @jaanmoni6746 Před 3 lety

    Krishna Baap.. Apunak eyar porai hewa jonaisu.. 🙏🙏.. Apunar dirghayu kamona korilu.. 🙏🙏.. Moi hodai hunu.. Montu bohut val lage.. Ru bohut nojona kotha bujai da babe dhoiniyabad.. Agoloiu jate anekoia hunibo pau take kamona korilu 🙏🙏🙏

  • @abanikalita9921
    @abanikalita9921 Před 4 lety +6

    Krishna Krishna bap,,,,,,,,

  • @joyadevi2447
    @joyadevi2447 Před 4 lety +4

    কৃষ্ণ ইশ্বৰ ।কৃষ্ণসুহৃদ বাপ আপোনাৰ মধূময় ৰসেৰে আমাৰ কলোষিত মনবিলাক সঃস্ক্ৰাৰ কৰাৰ কাৰনে ভগৱানৰ ওচৰত ইআাপোনাৰ দীঘায়ু কামনা কৰিলো ।

  • @binadeka9674
    @binadeka9674 Před 2 lety +1

    Krishna Krishna bap.

  • @harjyotimedhi3176
    @harjyotimedhi3176 Před 22 dny

    Jsi shree krishna jai shree ram.pranam pravu

  • @mihir7535
    @mihir7535 Před 4 lety +3

    কৃষ্ণ ৰাম তুমি কৃপাময় পৰমেশ্বৰ জগতৰ আধাৰ। তুমি আদি, তুমি অন্ত, তুমি বিধিৰ বিধাতা, তুমি ৰুদ্ৰৰ শিৱ, তুমি পশু পক্ষী,সুৰাসুৰ,তৰু_তৃণ অজ্ঞানতে মূঢ় জনে দেখৈ ভিন্ন ভিন্ন।নানা ৰূপলৈয়া তুমি জগতত লীলা কৰা তুমি শত্ৰু তুমি মিএ। কৃষ্ণ বাপ🙏

    • @ankitadeka7266
      @ankitadeka7266 Před 4 lety +1

      Hoi bap jona ai amak kitgo korise cagobot khunai kirhno 🙏 🙏

  • @kdblock8787
    @kdblock8787 Před 3 lety

    Krishna Krishna.. Bap.. Aponar sri srnt.. Ai avajne.. St shsra pranm.. Jnaisu..

  • @dipanjalibailung1180
    @dipanjalibailung1180 Před 4 lety +3

    কৃষ্ণ প্ৰভু বহুত দেৰি হৈছে চোৱা সদাই আপোনাৰ বহুমূলীয়া অমৃত বানী শুনি থাকিবলৈ পাওঁ আমি

  • @nituls4407
    @nituls4407 Před 4 lety +2

    Baap krisna.. Bohut nojona ktha br amak bujai dya babe dhonnobad. Apunr
    Dirghayu kamona krilu krishna

  • @gouripravadas7435
    @gouripravadas7435 Před 4 lety +2

    Krishna,bap sewa janalo Krishna 🙏🙏🙏

  • @likhonchetia1528
    @likhonchetia1528 Před 4 lety +3

    KRISHNA BAP AAPUNI HOSAKOI MOHA MOHONTRA

  • @bondanadas1594
    @bondanadas1594 Před 4 lety +1

    🙏🙏🙏Baap iman dhuniya monugrahi koi baikha agbohaise....ji neki nuxonil mon kiba beya lagi thake....baab apunak ki buli xombhaxon janam....apunar akhirbade aamar dukhbur je aator korib....bisakh baap....apuni chirkal aamar majot thakib...🙏🙏🙏baap xexot apnak pronipat jonalu....good night🙏🙏🙏

  • @monikachangmai3801
    @monikachangmai3801 Před 4 lety +3

    Apunar video hodai sai ahisu...enekoi kam kori thakok.