Bhagwat Path || Riju Pathak || Video-4 [দ্বিতীয় স্কন্ধ]

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে ।( ২৬/০৬/২০২০ চন)

Komentáře • 286

  • @daduldas1643
    @daduldas1643 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ আপোনাৰ শ্ৰী মুখেৰে ভাগৱত শুনি শুনি মন চিত আনন্দ ত চকু লু বৈআহিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ranjudutta2234
    @ranjudutta2234 Před 4 lety +2

    Krishno Krishno Krishno

  • @munindragogoi2586
    @munindragogoi2586 Před 4 lety +9

    কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ।সদায় বাপ জনাৰ মূখনিসৃত ভাগৱতৰ অমৃত কথা আমি শ্রবন কৰি কৃত কৃত হৈছো ।

  • @prasantakoch450
    @prasantakoch450 Před 4 lety +10

    কৃষ্ণ বাপ ঈশ্বৰ,আপোনাক সেৱা যাচিঁলো।আপোনাৰ গ্ৰন্হখনি লাভ কৰিবলৈ বৰ আগ্ৰহেৰে বাট চাই আছো,কেনেধৰনে পাম জনাবছোন।আজিৰ অধ্যায় ভাগ শুনি বৰ আনন্দিত হ'লো।ঈশ্বৰে আপোনাক সকলোপ্ৰকাৰে কৃপা কৰক।কৃষ্ণ...।

  • @joyadevi2447
    @joyadevi2447 Před 4 lety +11

    হে ইশ্বৰ প্ৰভূ আপোনাক কোটি কোটি প্ৰনাম জনাইছো । আগতে কেতিয়াও ইমান সুন্দৰ ভাগৱতৰ বাক্ষ্যা শুনি পোৱা নাছিলো । এতিয়াহে জীৱন ধন্য হৈ মৌ ৰস আপোনাৰ শ্ৰী মুখে স্ববন কৰিবলৈ পাইছো ।কৃষ্ণ ।

  • @lalinat5161
    @lalinat5161 Před 4 lety +3

    কৃষ্ণ, কৃপালু বাপজনা আমাৰ ভক্তিভাজন সেৱাভাগি গ্ৰহণ কৰিব | আমি আপোনাৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ লগতে অনান্য যেনে বক্তৃতা, ভাষণ, মত অভিমত, বিভিন্ন আলোচনা আদিৰ নিয়মীয়া শ্ৰোতা | সৰ্বদায় সৰ্বদিশতে প্ৰভু ভগৱন্তই আপোনাৰ প্ৰতি কৃপা দৃষ্টি ৰাখক, আমাৰ দৰে নিঃকিনসকলক প্ৰভু ঈশ্বৰৰ গুণানুকীৰ্ত্তন প্ৰদান কৰিবলে শক্তি দি আমাৰ মাজত সদায় ৰাখক এইয়া আমাৰ প্ৰাৰ্থনা | যাহওক বাপজন প্ৰভুৰ কৃপাত আপোনাৰ দ্বাৰা ৰচিত প্ৰৱন্ধ সংকলন "পৰম সুখৰ সন্ধান" প্ৰকাশ হৈ ওলাল বুলি জানি ভাল লাগিল | আমি ৫ টা কপিৰ বাবে আপোনাৰ ওচৰত আবেদন জনাই নিশ্বয় পাম বুলিসেৱা ধৰিছো | কৃষ্ণ | আমাৰ ঠিকনা--- ললিত চন্দ্ৰ নাথ , ১নং তিৰুৱাল গাওঁ , পোঃ আঃ -- ফৰকাটিং -৭৮৫৬১০ , জিলা- গোলাঘাট, অসম |
    ( মূল্যভাগি কিমান আৰু কেনেকে আপুনি পাব ব্যৱস্থাটি জনাব |) ||জয় গুৰু শঙ্কৰ ||

  • @digantadowerah9777
    @digantadowerah9777 Před 4 lety +11

    কৃষ্ণ প্ৰভূ, সেৱাভাগ আগবঢ়ালো। আপোনাৰ দৰে ভকতৰ সংগ লাভ কৰাৰ পৰা যেন ঈশ্বৰে বঞ্চিত নকৰে তাৰে প্ৰাৰ্থণা কৰিলো। আপোনাৰ গ্ৰন্থভাগ লাভ কৰিবলৈ কিদৰে ইয়াৰ মূল্যকন আপোনাক দিব পাৰো জনালে কৃতাৰ্থ হ'ম।গ্ৰন্থ বিপনীত পামনেকি জনাব ।

    • @beenachoudhury35
      @beenachoudhury35 Před 4 lety +1

      বাপ, সুপ্ৰভাত, ভগবানৰ গুণানুকীৰ্তন শুনি কৃতাৰ্থ হলোঁ

  • @arupdutta1873
    @arupdutta1873 Před 4 lety +5

    কৃষ্ণ হে বাপজন ,আপোনাৰ মহা অমৃত কথাই আমাক পৰম ধন্য কৰি তুলিছে ।হয়তু বহু পুণ্যবলে আপোনাৰ দৰে সাধুসংগ পোৱাৰ সৌভাগ্য ঘটিছে ।এতিয়া আমাৰ দিনবোৰ দুৰ্দিন হৈ থকা নাই ,আপোনাৰ মহাকৃপাত প্ৰতিটো দিনেই সুদিন হৈ উঠিছে ।আগতে আমি কেতিয়াবা কেতিয়াবাহে ভকত ভাগৱতৰ সংগ লাভ কৰিছিলো ।কিন্তু আপুনি যি কৃষ্ণকথাৰ প্ৰচাৰ কৰি আছে তাৰ তুলনা কতো নহব ।ভগৱন্ত পুৰুষে আপোনাক আৰু কৃপাদৃসটি দান কৰক,তাৰে কামনা কৰি আমিও হৃদয়কমলৰ পৰা সেৱা নিবেদিলো ।কৃষ্ণ ।।

  • @PabitrakrDas-qo6ok
    @PabitrakrDas-qo6ok Před 4 lety +9

    আমাৰ জীৱনৰ ইন্ধনৰ উপাদান হিচাপে হৃদয়ত কৃষ্ণ কথাক সৰগত কৰি ভকতৰূপী কৃষ্ণৰ প্ৰতি ভকতিৰ ধাৰা বোৱাই নিবৰ বাবে প্ৰভূই কৃপা কৰি জীৱনটো সাৰ্থক কৰক !

  • @jayantakoch7619
    @jayantakoch7619 Před 4 lety +5

    কৃষ্ণ কৃষ্ণ প্ৰভু,
    পৰম প্ৰভুৰ শ্ৰী চৰণত নতশিৰে সেৱা জনালোঁ।
    কিনো আমাৰ পৰম ভাগ্য ,আপোনাৰ দৰে শুকক লগ পাইলো । শতকৌতি প্ৰণাম জনাইছোঁ প্ৰভু, নিজ দাস মানি গ্ৰহন কৰিব ।
    🙏 কৃষ্ণ 🙏

  • @jadavgogoi4008
    @jadavgogoi4008 Před 4 lety +9

    কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ অমৃত ৰসেৰে আমাসবৰ মন একেবারে নিমল কৰি তুলিলে। আপোনাৰ দাসৰো দাস বুলি সেৱা নিবেদিলো।কৃষ্ণ বাপ কৃষ্ণ

  • @ganeshkoch561
    @ganeshkoch561 Před 3 lety +1

    Krishna'ram Ram Ram pronam jonalu apunak bap 🙏🙏🙏

  • @gayatribaruah2409
    @gayatribaruah2409 Před 3 lety +1

    কৃষ্ণ 🙏, ভাগৱত কথা শুনি চকু পানী ৰাখিব নোৱাৰো , কিনু ভাগ্যত আপোনাৰ মূখে ভাগৱত পাঠ শুনিব পাইছো , আপোনাক ভগৱানে আৰু শক্তি দিয়ক,
    🙏 কৃষ্ণ 🙏

  • @lakhiborah4897
    @lakhiborah4897 Před měsícem

    হে প্ৰভূ ঈশ্বৰ শুনি শুনি হেঁপাহ নপলাই নমস্কাৰ জনালোঁ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhupendas1971
    @bhupendas1971 Před 4 lety +5

    বাপ! অতি মনোৰম |
    কৃষ্ণ, সেৱা ধৰিলো ; গ্ৰহণ কৰিব |
    অতি অনুপম ব্যাখ্যাই অন্তৰখন ভাগৱতৰ অমৃতময় উপদেশ আৰু অনুভূতিৰে উপচি পৰিছে | ধন্য হৈছোঁ আমি | ইমান মধুৰ বচনেৰে আমাক আপ্লুত কৰিছে যে আমাৰ ভাষা নাই কৃতজ্ঞতা আৰু ধন্যবাদ প্ৰকাশ কৰিবলৈ | প্ৰভূ আশীষ প্ৰদান কৰিব যেন সদায় আমাৰ মন
    শ্ৰৱণ কীৰ্তনত মতি ৰয় আৰু ভাগৱতৰ অমিয়া ৰসৰে আমাৰ এই মনুষ্য জীৱন সাম্ফল হয় তাৰেই কামনা কৰিলোঁ | আপোনাৰ কুশল মংগল কামনা কৰিলোঁ | কৃষ্ণ বাপ, কৃষ্ণ ~~

  • @binugogoi9271
    @binugogoi9271 Před 4 lety +3

    কৃষ্ণ কৃষ্ণ বাপ এইদৰে আমাক অমৃত পান কৰাই যাওঁক কৃষ্ণ ।

  • @sabitrimedhi6564
    @sabitrimedhi6564 Před 3 lety

    কৃষ্ণ°°কৃষ্ণ°° আচাৰ্যদেৱৰ শ্ৰীচৰনত প্ৰনিপাত নিৱেদিছোঁ। গুৰুদেৱৰ ব্যাখ্যাৰ প্ৰাৰম্ভিক পৰিৱেশ প্ৰদূষিত বাতাবৰনে °°উলুৰ লগত বগৰী পোৰা যোৱা যেন হৈছে ।সুন্দৰ ব্যাখ্যাই মন মস্তিষ্কত আন্ধাৰ নেওঁচি পোহৰৰ জ্যোতি পৰাৰ বাবে আপোনাৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছো ।কৃষ্ণ°°কৃষ্ণ°°-

  • @bondanadas1594
    @bondanadas1594 Před 4 lety +5

    কৃষ্ণ🙏🙏🙏প্ৰভু প্ৰনাম জনালো অতি সুন্দৰ পৰিৱেশন....অতি আমোদজনক আপোনাৰ এই অনুষ্ঠানতো বহুত আনন্দ প্ৰদান কৰিছে....প্ৰভু আপোনালৈ সহস্ৰৰ্ধ সেৱা জনালো কৃষ্ণ🙏🙏🙏🙏
    🙏🙏🙏🙏🙏🙏🙏🙏

  • @name5041
    @name5041 Před 4 měsíci +1

    Krishna provu kripat bhagawath sobronor hubhidha paisu ...krishna bht bht dhoinnobad provu ❤

  • @user-tf4fn6kw8w
    @user-tf4fn6kw8w Před 4 lety +2

    হে বাপ ঈশ্বৰ আপোনাক শতকোটী প্ৰনাম জনালো ।ইমান সুন্দৰ বাখ্যা ।সচাকৈ অমৃত প্ৰান কৰালে প্ৰভূ।কৃষ্ণ

  • @jinukakati1589
    @jinukakati1589 Před 4 lety +5

    বাপ নমসকৰ আমাৰ দেহৰ যি তত্ব কথাৰ কলেশুনি ধন্য হ'লো কৃষ্ণ ৰাম কৃষ্ণ হৰি

  • @paruldas2375
    @paruldas2375 Před 2 lety

    বাপ কৌটি কৌটি প্ৰনাম।আপোনাৰ ভাগৱত শুনি জীৱনটো ধন্য হোৱা যেন লাগিছে।কৃষ্ণ কৃষ্ণ।

  • @himakhidas7823
    @himakhidas7823 Před 4 lety +6

    Bhagabane apponak kukhale rakhak bap 🙏🙏🙏🙏🙏🙏

  • @rinakalita927
    @rinakalita927 Před 19 dny

    ঈশ্বৰে কৃপাৰে সুস্বাস্হ্য প্ৰদান কৰি কৃষ্ণ বাপ জনাক দীৰ্ঘায়ু প্ৰদান কৰক ৷

  • @user-ur6hj4xk4w
    @user-ur6hj4xk4w Před 3 měsíci

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু

  • @bastabjyotibhuyan1132
    @bastabjyotibhuyan1132 Před 3 lety +2

    Krishna Krishna Krishna Krishna Bap

  • @runumikakati4335
    @runumikakati4335 Před 4 lety +6

    বাপজনা সেৱা জনালো ।কুশঁলে থাকক ।আপোনাৰ কিতাপখন বিপনীলৈ।অহা বুলি জানি খুউৱ ভাল লাগিল।

  • @lavanyadas3074
    @lavanyadas3074 Před 4 lety +8

    বাপ কৃষ্ণ আপোনাৰ ভাগৱত পাঠ শুনি আমি বহুত সুখী হও। প্ৰভুৰ কৃপা সদায় থাকক এয়াই প্ৰাথণা

    • @bhabensahariah8526
      @bhabensahariah8526 Před 3 lety

      Bap Krishna bhagawat suni dhanya halo

    • @bhabensahariah8526
      @bhabensahariah8526 Před 3 lety

      Mai akhan grantha bisariso thikana dilo please pathai diba. Bhaben sahariah magaldoi ward no 7 lachit Nagar darrang paisa pathai dem po jariwate with postal charge puner sewa dharilo

    • @bhabensahariah8526
      @bhabensahariah8526 Před 3 lety

      Sewa Prabhu aponer account no pale Tate granthar mulya bharai dim puner sewa janalo

  • @munborah5657
    @munborah5657 Před 4 lety +7

    Krisno provu..atiyahe parim tupni krib.bat sai aasilu.deri huwa babe sintaw lagi aasil. Vale rakhk aapunak mur esr jnai sdai khatisu tewk..

  • @bantipator8687
    @bantipator8687 Před 4 lety +3

    "কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণিপাত জনা লো । বৈকুণ্ঠৰ ভাগৱত পাঠ ৰ বাখ্যা আপোনাৰ শ্ৰী‌মুখে পানকৰি ধন্য হৈছো কৃষ্ণ কৃষ্ণ কৃষ্ণ।''

  • @kanchanbori2994
    @kanchanbori2994 Před 4 lety +2

    কৃষ্ণ কৃষ্ণ বাপ আমি আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি অতি আনন্দিত হৈছোঁ। আৰু বাপ ঈশ্বৰে আপোনাক মঙ্গল কৰি ৰাখক তাৰে আমাৰ সদায় কামনা কৃষ্ণ জয় গুৰু শঙ্কৰ মাধৱ কৃষ্ণ

  • @shyambhuyan435
    @shyambhuyan435 Před 3 lety

    Krishna provu krishna apunar soronot xewa jonaisu 🙏🙏🙏🙏🙏🙏

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před rokem

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 Před 4 lety +3

    কৃষ্ণ বাপ 🙏🙏
    সেৱাঁ ভাগি জনাইছোঁ।
    অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্রৱণ কৰি মন প্রাণ ধন্য হৈছোঁ। এই দৰেই যেন ভগৱন্তৰ গুণ নাম কীৰ্ওন কৰিবলৈ সদায় ভালে কুশলে ৰাখক। এইয়ে প্রাৰ্থনা জনাইছোঁ।
    🙏কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏🙏

    • @ghanaramdeori9375
      @ghanaramdeori9375 Před 4 lety

      Krishna bap, apunar ganthakhan prakhah puwat nathi anandit haisu. Ata copy mulai pathale ati hukhi ham. Mur add. Ghana Deori , Flat no-B- 608 , National Regency, plot no- 445 Takka , panvel, Dist.- Raigad Maharashtra, pin no- 410206, Novi Mumbai, ph.no-9969228409, lagate bap Apunar ac/ no tu diba, aru ganthakhanor mulaya tu dib.Apunar dakh Ghana Deori. Krishna.

  • @akhildeka9431
    @akhildeka9431 Před 4 lety +3

    আমাৰ গাওত কেইজন মান আছে ভাগৱত ভ্ৰমণত গলে সিহত কেইজনে সেৱা নজনায়, দৰজা হে মাৰি দিয়ে বাপ

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ নিবেদিলো আপোনাৰ চৰণ যুগলত কৃপা কৰিব। আপোনাৰ শ্রী মূখে অমৃতময় কৃষ্ণৰ কথা শ্রৱন কৰিলে দু চকুৰে লুতক বাগৰি আহে। নাজানো কিয় এনে হয়। আপোনাৰ কোশল কামনা ভগবানৰ ওচৰত সদায় প্রথমেই জনাও। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @zorosryanolemyan1955
    @zorosryanolemyan1955 Před 2 lety

    কৃষ্ণও এক মায়া ৷ যি মহামায়াৰ অংশ স্বৰূপ ৷ ভগৱানক পোৱা কাৰো বাবে সম্ভৱ নহয় ৷ প্ৰত্যেক মানুহৰে ভগৱানৰ অনুভৱ সুকীয়া ৷ এই অনুভৱ ভক্তিৰ দ্বাৰা অনুভৱ কৰিব পাৰি ৷ ইয়াৰ বাবে ৰাজনৈতিকভাৱে সংগঠিত কৰা ধৰ্মপন্থী সকলৰ কোনো প্ৰয়োজন নাই ৷

  • @dilipdas3549
    @dilipdas3549 Před 4 lety +3

    কৃষ্ণ কৃষ্ণ হে জখুদাৰ নন্দন আপোনি শ্ৰী শংকৰদেৱ অবদান আপোনি অসমীয়া গৌৰব আপোনাৰ শিচছ হব বিছাৰো তোমাৰ চৰনৰ পদধুলী শিৰত লব বিছাৰো আপোনাৰ আগলৈ আসাৰে শিৰ পাতি ৰলো

  • @gitalineog930
    @gitalineog930 Před rokem

    Krishna pranam Prabhu Krishna 🙏🙏🙏

  • @munmigogoi2377
    @munmigogoi2377 Před 4 lety +4

    Krishna baap pronam janalu

  • @surenmali2844
    @surenmali2844 Před 4 lety

    আপুনি যাতে গোটেই খন ভাগৱত শুনাই, বহুত ভাল লাগিছে আপোনাৰ কথা শুনি কৃষ্ণ কৃষ্ণ

  • @mihir7535
    @mihir7535 Před 4 lety +9

    কৃষ্ণ বাপ অতি সুন্দৰ কথা আপোনাৰ দৰে ভকতেই কৃষ্ণৰ প্ৰতিমা।মাধৱদেৱে কৈছে কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুয়ে ভকতক বিষ্ণু বুদ্ধি কৰি শিৰে নমে সমস্তক।হে বাপ আপুনাৰ মুখে সদায় পদৰেণু নিতান্তে কৰ্ণ পথে গ্ৰহণ কৰি আছোঁ কৃষ্ণ মাধৱ🙏🙏

  • @ronjitborah1997
    @ronjitborah1997 Před 4 lety

    Aapunar pora suni bohut Val paisu.sewa jonaisu.prabhu Krishnak sewa jonalu.

  • @arunpachoni1993
    @arunpachoni1993 Před 4 lety +4

    নাৰায়ণ কৃষ্ণ প্রভূ,ভাল লাগিল |

  • @sarajonisardar429
    @sarajonisardar429 Před 4 lety +1

    Krishna Krishna Krishna 🙏🙏🙏 Oti hundor path

  • @kushalchetia2670
    @kushalchetia2670 Před 2 lety

    গোবিন্দ গোবিন্দ প্ৰভূ ঈশ্বৰ আপোনাৰ ব্যাখ্যা শুনি বহুত ধন্য হলো !আপোনাৰ চৰণলৈ কৰি সেৱা জনালো ।

  • @abhijitborah1953
    @abhijitborah1953 Před 4 lety +1

    Krishna bap hewa jnalu Krishna

  • @suren1974
    @suren1974 Před 4 lety +9

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ ।সু- প্ৰভাত । আপোনাৰ অনুষ্ঠান পবিত্ৰ অনুষ্ঠান । এই বৰ্ণীল যাত্ৰাত অভাজনে সহযাত্ৰী হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই পৰম কৃতাৰ্থ মানিছো ।
    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ ।

  • @chayabalabarman6098
    @chayabalabarman6098 Před 4 lety +3

    Krisha krisha 🙏🙏🙏

  • @gkrishna6491
    @gkrishna6491 Před 4 lety +5

    মাধৱ বাপ🙏🙏

  • @pramiladeori6928
    @pramiladeori6928 Před 2 lety

    Krishna Krishna bap pronam🙏🙏🙏🙏🙏

  • @padmakumariburagohain6490

    Krishn baap.bhagawat path bhagi huni xontux lobhilo.pranam baap.

  • @tulumonihazarika4090
    @tulumonihazarika4090 Před 4 lety +2

    Krisna provu ...

  • @akakhsobarman5460
    @akakhsobarman5460 Před 4 lety +1

    Krishna Krishna bap

  • @mind-power7920
    @mind-power7920 Před 4 lety +1

    ।।ৰাম নাৰায়ণ।।
    ।। কৃষ্ণ।।

  • @bontiborah5014
    @bontiborah5014 Před 4 lety +2

    কৃষ্ণ কৃষ্ণ।প্ৰভু জন বহু অপেক্ষা কৰি আছিলোঁ । সেৱা জনালোঁ প্ৰভু।এতিয়া হে মনে শান্তি পাইছোঁ ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

    • @prangshumiburagohain7889
      @prangshumiburagohain7889 Před 4 lety +1

      গ্ৰন্থ এখন তলৰ ঠিকনাত পথাব শ্ৰী বিপুল বুঢ়াগোহাঁই । নিতাই পুখুৰী এমিভ স্কুল ।নিতাই পুখুৰী, শিৱসাগৰ, অসম ।

  • @dipakkalita9267
    @dipakkalita9267 Před rokem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 🙏

  • @dimbeswaripatardeka2793

    🙏🙏oum santi santi krishna 🙏🙏

  • @gorimatalukdar8725
    @gorimatalukdar8725 Před 4 lety +5

    কৃষ্ণ, প্ৰণাম জনালো

  • @sarujandas121
    @sarujandas121 Před 4 lety +4

    Krishna Baap Parnam

  • @manasdeka6801
    @manasdeka6801 Před 2 lety

    🙏🙏🙏 joy guru sankr madhava 🙏🙏 krishna krishna

  • @nialifestyle2482
    @nialifestyle2482 Před rokem

    কৃষ্ণ আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি আজি দেৰ বছৰমান আগৰপৰা নিৰামিশ ভোজি হলো কিন্তু পিয়াজ,নহৰু খায় নে খাব নালাগে জনালে আনন্দিত হম ।সেৱাহে ।

  • @binadeka9674
    @binadeka9674 Před 3 lety +1

    Krishna Krishna Bap.

  • @mahabahu6757
    @mahabahu6757 Před 4 lety +8

    গ্ৰন্থভাগৰ মূল্য দিবচোন বাপ ঈশ্বৰ ।

  • @lohitdas8326
    @lohitdas8326 Před 4 lety +3

    Namaskar bap. Bahut val lagil xhuni .

  • @ishamazumdar5525
    @ishamazumdar5525 Před 4 lety +7

    কৃষ্ণবাপ আপোনাৰ কৃপাত আমি ধইন হৈছো

  • @kabitasaikia1476
    @kabitasaikia1476 Před 4 lety +13

    ইহাতেসে আমাৰ মিলিল মহাভাগ। তুমি হেন মহন্তক পাইলো ভাগ্য লাগ।। ভগৱানে কুশলে ৰাখক সকলোৰে মঙ্গলৰ বাবে।

  • @Kaustav_rava
    @Kaustav_rava Před 8 měsíci

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @subantiburagohain9151
    @subantiburagohain9151 Před 10 měsíci

    প্ৰভু জনা মই ভাগৱত দেইলি চাও কিন্তু আপুনাৰ সমান অৰ্থ নাপাওঁ আপোনাৰ কন্ঠৰ ভাঙনি শুনি চকুত চকু পানী ওলায় যায় কৃষ্ণ 🙏 বাপজনা কৃষ্ণ 🙏🙏🙏

  • @monikachangmai3801
    @monikachangmai3801 Před 4 lety +4

    Aji r path tu bohut bhaal lagil.

  • @manashidevi9262
    @manashidevi9262 Před 2 lety

    Joi guru Sankar 🙏🙏🙏🙏🙏

  • @user-jm9ig1bb2c
    @user-jm9ig1bb2c Před 4 lety

    কৃষ্ণ বাপ । সেৱাভাগ গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ

  • @rumabordoloi7154
    @rumabordoloi7154 Před 4 lety +1

    He bap jon apunar monu muha bakhayai hridoi vori porise apunar vagbot kotha babe roi thaku ...Amar somajot ahar mahor sator niom ji prosolito hoi ahise tar uport apunar pora alani bakhay asha korilu.

  • @barbiesaikia7081
    @barbiesaikia7081 Před 4 lety +1

    Gd morning bap jon krisna krisna

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 Před 4 lety +3

    Jai shree ram🙏🙏🙏

  • @dipamoniborabora9209
    @dipamoniborabora9209 Před 4 lety +2

    Aamar bhaktipurna hewa grahan kariba.krishna krishna.........

  • @mahendraborah4575
    @mahendraborah4575 Před 6 měsíci

    কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🏻🙏🏻🙏🏻

  • @thanuhazorika899
    @thanuhazorika899 Před 4 lety +3

    Krishna prvo mur mnr vab koise Krishna

  • @bipinbipin6223
    @bipinbipin6223 Před 4 lety +2

    কৃষ্ণ বাপ সেৱা ভাগ গ্ৰহণ কৰিব।কৃষ্ণ

  • @minatideka7551
    @minatideka7551 Před 4 lety +2

    Bap anekua bhagawt path xunibalai vagabane kusala rakhak

  • @bhairabjyotidas613
    @bhairabjyotidas613 Před 4 lety +1

    ৰাম কৃষ্ণ হৰি

  • @dipakborah1152
    @dipakborah1152 Před 3 lety

    🙏🙏Krishna Baap🙏🙏

  • @bhadragogoi9653
    @bhadragogoi9653 Před 4 lety +3

    প্ৰভূ জনা,‌‌ অভাজনৰ সেৱা গ্ৰহণ কৰিব । আপোনাৰ পুস্তকভাগী পাবলৈ পৰম আশাৰে বাট চাই ৰেলো । অৰিহণাটি কেনেকৈ প্ৰেৰণ কৰিম জনাব । আপোনাৰ শ্ৰীমুখৰ ভাগৱতৰ ৰস অম্্ত পানৰ এই অভাজনৰো সৌভাগ্য হৈছে । পুনৰ সেৱাৰে ।
    ভদ্ৰকান্ত গগৈ । দুৰভাশ্ ৯৪৩৫১৩৮৯৪৪
    নিজ মানকটা ৰুপনগৰ,ডিব্ৰূগড়
    পো অ ‌্ চি আই বিল্ড্ঙ,ডিব্ৰগড়
    জিলা ডিব্ৰুগড় অসম ।

  • @gangadevi4089
    @gangadevi4089 Před 4 lety +3

    Joy guru sankar.

  • @prahladbordloi302
    @prahladbordloi302 Před 4 lety +5

    পৰ্ণামহে জনাইছোঁ

  • @ankitadeka7266
    @ankitadeka7266 Před 4 lety +3

    Val kothai koise nice kirhno 🙏 🙏

  • @dipsikhaboruah2817
    @dipsikhaboruah2817 Před 4 lety +9

    Thank you.....It is very important in our life.....Krishna Provu 🙏🏻🙏🏻🙏🏻

    • @lavanyadas3074
      @lavanyadas3074 Před 4 lety +2

      বাপ কৃষ্ণ সেৱা জনালো।।

  • @nilimapathak4964
    @nilimapathak4964 Před 4 lety +3

    Krishna pravu 🙏🙏

  • @mriduldehingia6544
    @mriduldehingia6544 Před 4 lety +1

    Krishna Krishna baap, suprobhat prabhu

  • @dipalidevi507
    @dipalidevi507 Před 4 lety +4

    কৃষ্ণ বাপ কৃষ্ণ

  • @daisyrabha2343
    @daisyrabha2343 Před 4 lety

    Krishna krishna bap sewa janaisu krishna

  • @Niharika148
    @Niharika148 Před rokem

    কৃষ্ণ বীনে শ্ৰেষ্ঠ দেৱ আৰু কোনো নাই।

  • @mainabordoloi5891
    @mainabordoloi5891 Před 4 lety +5

    জয় শ্ৰী কৃষ্ণ বাপ

  • @mainabordoloi2479
    @mainabordoloi2479 Před 2 lety

    কৃষ্ণ প্ৰভু🙏🙏🙏

  • @sunmaiboruah8953
    @sunmaiboruah8953 Před 4 lety +4

    Krishna bap

  • @amiyaborah9305
    @amiyaborah9305 Před 11 měsíci

    কৃষ্ণ আপোনাৰ চৰণত সেৱা নিবেদিলো।

  • @bharatborah4271
    @bharatborah4271 Před 4 lety +2

    Krisno krisno Bap

  • @atulokalita4134
    @atulokalita4134 Před 4 lety

    Baap Ati sunder Bakhya. Krishna Krishna.

  • @arjundas7468
    @arjundas7468 Před 3 lety

    Krisna krisna

  • @rameshneogrameshneog5636

    বহুত ভাল লাগিলে কৃষ্ণ কৃষ্ণ বাপ