Bhagwat Path|| Riju Pathak|| Video-48 (চতুৰ্থ স্কন্ধ)

Sdílet
Vložit
  • čas přidán 18. 06. 2021
  • ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে।

Komentáře • 268

  • @junumech653
    @junumech653 Před 3 lety +7

    কৃষ্ণ প্ৰভূ সেৱা জনাইছো কৃষ্ণ প্ৰানিপাত গ্ৰহণ কৰিব কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ

  • @shyamaborah4819
    @shyamaborah4819 Před 3 lety +4

    প্ৰভু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ । প্ৰভু আপোনাৰ শ্ৰী মুখে মহা ভাগৱতৰ পৃথো ৰজাৰ চৰিত্ৰ শুনিবলৈ পায় ধন্যা মনিচো। প্ৰভুজনা এইদৰে সদাই কৃষ্ণ কথা শুনিবলৈ আশাৰে বাত চাই থাকিম।

  • @uddabroy3283
    @uddabroy3283 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ বাপজনা সেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ কৃষ্ণ ।

  • @reandomsaikia2307
    @reandomsaikia2307 Před 3 lety +2

    আপোনালৈ সশ্ৰদ্ধ প্ৰনাম নিবেদিলো।আপোনাৰ পাঠ শুনি থাকিলে পাহৰিয়ে যাওঁ মায়া মোহ।অবিৰত ভাৱে শুনিব পাৰিম।ভগৱানে আপোনাৰ মংগল কৰক।এই প্ৰযুক্তি বিদ্যাৰ মাধ্যমেৰে আপুনি যি ভাগৱতৰ অমৃত ৰস পাণ কৰাইছে তাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলো।মোৰ মনৰ হেঁপাহ আৰু আশা এটা পূৰ্ন হৈছে ভাগৱত শুনাৰ।

  • @jadabborah1447
    @jadabborah1447 Před 3 lety +5

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ । বহু বিৰতিৰ পিছত আপোনাৰ নিৰ্মল বাণীৰ ৰস প্ৰাণ কৰিলোঁ ।

  • @krishnatamang7248
    @krishnatamang7248 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱা গ্ৰহণ কৰিব। বহুদিনৰ মুৰত আপোনাৰ শ্ৰীমুখে অমৃতময় ব্যাখ্যা শ্ৰৱণ কৰিব পাই আনন্দিত হলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @prafullabora5386
    @prafullabora5386 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভু জন, শত সহস্ৰ কোটি প্রণিপাত গ্রহন কৰিব । আপোনাৰ শ্রীমদ্মে বেকত হোৱা অনুস্থান সমূহ নিৰন্তৰ শ্রৱণ কৰি পৰম আপ্লুত হলোঁ হৈছিলোঁ । আপোনাৰ ব্যস্ততাৰ হেতু অনুস্থান পৰিবেশন কৰিব পৰা নাই । পুণঃ অনুস্থান নিৰন্তৰ আগবাঢ়ক ইয়াকে আশা বাঞ্চা কৰিছোঁ । জয় গুৰু শঙ্কৰ

  • @reetabordoloi5258
    @reetabordoloi5258 Před 3 lety +5

    🙏🙏🙏প্রণাম কৃপালু প্রভুজন | বহুত দিনৰ অন্তত আপোনাৰ শ্রীমুখে বৈকুণ্ঠৰ কল্পতৰো ভাগ শুণিবলৈ পায় অতি আনন্দিত হৈছো |সদায় আপুনি কুশলে থাকক |🙏🙏🙏

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @manjulanath2645
    @manjulanath2645 Před 3 lety +11

    কৃষ্ণ কৃষ্ণ, বাপ বহু বিৰতিৰ অন্তত আজি আপোনাৰ কৃপা পালো । মাধৱ । এটি সুন্দৰ দিনৰ শুভ কামনাৰে , সু প্ৰভাত 🙏

  • @bhubenthakuria9006
    @bhubenthakuria9006 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভু কৃষ্ণ।

  • @sarumaibora6873
    @sarumaibora6873 Před 3 lety +1

    কৃষ্ণ
    প্ৰণাম প্ৰভূ প্ৰণাম। বহুদিন বিৰতিৰ পাছত আজি আপোনাৰ শ্রীমুখে ওলোৱা অমৃতময় ভাগবত বাখ্যা শ্রবন কৰি সন্তোষ পালোঁ। আপোনাক ভগবানে কুশলে ৰাখক ।এয়ে আমাৰ ভগবানৰ চৰণত প্ৰাৰ্থনা। 🙏🙏🙏

  • @deepanajlidas4523
    @deepanajlidas4523 Před 3 lety +1

    Bap..pronam jonaiso apunak...apunar vagobot path xuni xosai monot bhut val lage. Apuni Jen amak soday vagobot path xunai thake takei apunar soronot seuwa jonai pronipat korisu... Krishna.. Krishna 🙏🙏🙏

  • @tirthanathpayeng697
    @tirthanathpayeng697 Před 3 lety +1

    প্ৰণাম প্ৰভূ বহু দিন বিৰতিৰ পাছত আপোনাৰ শ্ৰী মুখে ভাগবত শাস্ত্ৰ মধুৰ বাণী অত্যন্ত সুখী অনুভৱ কৰিছো কৃষ্ণ কৃষ্ণ

  • @bijoypawandas4034
    @bijoypawandas4034 Před 3 lety +1

    শতকৌতি প্রনাম গ্রহণ কৰিব ইশ্বৰ প্রভু । হে ৱাপ আপুনাৰ দ্বাৰা ইশ্বৰ কৃষ্ণৰ অমৃত কথা শুনি আমাৰ কৰাৰ মন শিতল পৰিছে

  • @dhanaswardas5194
    @dhanaswardas5194 Před 3 lety +2

    কৃষ্ণ প্ৰভু
    প্ৰণাম

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏

  • @user-tf4fn6kw8w
    @user-tf4fn6kw8w Před 3 lety +1

    হে প্ৰভূ কোটি কোটি প্ৰণাম জনালো । কৃষ্ণ

  • @hemendradeka4625
    @hemendradeka4625 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ । সুদিন স্থায়ী হওঁক প্ৰভু । এই প্ৰাৰ্থনা ।

  • @dambarusingh6973
    @dambarusingh6973 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু বহু অপেক্ষা কৰি আছিলো ভাগৱত পাঠ ভাগ কৃষ্ণ

  • @rohanmehera5446
    @rohanmehera5446 Před 3 lety +3

    কৃষ্ণ প্ৰভু আজি আপুনি শেষৰ ফালে যি সুৰ দি গাইছিলে বৰ আনন্দ অনুভৱ কৰিছো আশা কৰোঁ আপুনি যেন সদায় অনেকে আগবঢ়াই নিয়ে কৃষ্ণ।ক্ষমা হে প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @pallabboraxmusic
    @pallabboraxmusic Před 3 lety +1

    প্ৰভু জন সেৱা গ্ৰহণ কৰিব। বহুত দিনৰ পিছত আপোনাৰ এই ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠান টি শ্ৰৱণ কৰাৰ সৌভাগ্য অৰ্জন হল ।আশা এৰি পেলাইছিলো প্ৰভু জন পুনৰ দেখা পাই নথৈ আনন্দিত হলো। কাৰণ আপোনাৰ ভাগৱত পাঠ অনুষ্ঠান টো আমাৰ সকলো অনুষ্ঠান ত কৈ উচ্চ 🙏🏻

  • @bhabanidas6326
    @bhabanidas6326 Před 3 lety +6

    কৃষ্ণ প্ৰভু আপোনৰ পাঠ শুনি সকলোৱে এই কৰুণা ভাইৰাছৰ পৰা পৰিতান পাওক আৰু আপুনিও কূশলে থাকিব কৃষ্ণ

  • @gitaranigogoi4167
    @gitaranigogoi4167 Před 2 lety +1

    কৃষ্ণ প্ৰভু সেৱা জনালোঁ । আপোনাৰ ভাগৱত পাঠ ম ই কামৰ মাজতে শ্ৰৱণ কৰো । খুবেই ভাল লাগে । আপোনাৰ কুশল মঙ্গল কামনা কৰিলোঁ । ৰাম কৃষ্ণ 🙏

  • @bandanadas1139
    @bandanadas1139 Před 3 lety +3

    কৃষ্ণ গুৰুজনা 👏প্ৰনিপাত গ্ৰহণ কৰিব কৃষ্ণ

  • @junadutta8438
    @junadutta8438 Před 3 lety +3

    🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏

  • @ushahazarika137
    @ushahazarika137 Před 3 lety +2

    কৃষ্ণ বাপ ভক্তিভৰা সেৱা জনালোঁ।

  • @binandadas9675
    @binandadas9675 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম প্ৰভু মাধৱ কৌটি কৌটি বাৰ🙏🏼🙏🏼🙏🏼🙏🏼 প্ৰনাম জনালে ।আপোনাৰ মঙ্গল কামনা কৰি ঈশ্বৰ চৰন কমলত প্ৰথনা কৰিলে ।ভগৱানে কূপা কৰক সমষ্ট জীৱ কোলৰ মাজত শান্তি বিৰাজমান হওক।পোনৰ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃঃ।

  • @rupasaikia7513
    @rupasaikia7513 Před 3 lety +3

    শ্ৰদ্ধাৰ বাপ, বহুদিন বিৰতিৰ পিছত আজি ভাগৱতৰ ৰসাল বাখ্যা শুনি বৰ ভাল লাগিল।
    আপোনালৈ সহস্ৰ প্ৰণাম।ঈশ্চৰে আপোনাক কুশলে ৰাখক।🙏🙏🙏

  • @prodipgogoi6265
    @prodipgogoi6265 Před 3 lety +2

    প্ৰণাম প্ৰভুজনা,ভাগৱতৰ সুৱৰ্ণময় পাঠ শ্ৰৱণ কৰি ধন্য হলো।

  • @kalpanasaikia4588
    @kalpanasaikia4588 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ মাধৱ ৰাম আপোনাৰ ভাগৱত কথাই জীৱন ধন্য কৰিছে প্ৰভু।🙏🙏🙏🙏🙏

  • @bantipator8687
    @bantipator8687 Před 3 lety +10

    "কৃষ্ণ প্ৰভু সশ্ৰদ্ব প্ৰণিপাত জনালোঁ। সকলোৰে কুশল মঙ্গল কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো''।

  • @abmonty7274
    @abmonty7274 Před 3 lety +3

    Pranam Prabhu .🙏

  • @mainabordoloi2479
    @mainabordoloi2479 Před 3 lety +3

    প্ৰণাম কৃষ্ণ বাপ ঈশ্বৰ
    সেৱা গ্ৰহণ কৰিৱ

  • @rajivkachari9342
    @rajivkachari9342 Před 3 lety +2

    কৃষ্ণ প্ৰভুজনা শতকোতি প্ৰণাম জনালোঁ। আনন্দিত হলো কৃষ্ণ

    • @rajivkachari9342
      @rajivkachari9342 Před 3 lety

      প্ৰভু জনা 12দিনৰ অন্তত আপোনাসৱৰ আশীৰ্বাদত কবিদক জয় কৰা হয় । কৃষ্ণ প্ৰভুজনা সেৱা নিৱেদিলো

  • @gitanjalipathak1375
    @gitanjalipathak1375 Před 2 lety

    কৃষ্ণ প্ৰভু সেৱা জনালোঁ। আপোনাক ভগৱানে কুশলে‌ ৰাখক কৃষ্ণ 🙏🙏

  • @khageswarborgohainborgohai2477

    কৃষ্ণ কৃষ্ণ .... ‌।

  • @gitanjolitalukdar976
    @gitanjolitalukdar976 Před 3 lety +1

    জয়।শ্ৰীশ্ৰীকৃষ্ণশষ্কৰগুৰুহৰিৰামৰামৰামৰাম

  • @mnath7444
    @mnath7444 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , শতকৌটি প্ৰণাম

  • @banashrimahanta8430
    @banashrimahanta8430 Před 3 lety +3

    কৃষ্ণ 🙏🙏🙏

  • @padmakumariburagohain6490

    Pranam Baap Ishwar🙏 aaji bohut dinar antat aaponer huwala kanthay bhagawator xunder adhyaiti shrawan koruai ati xantusti pradan korile.Baap mor pranipat grahan kore jen ! Krishna🙏🙏🙏

  • @anjanabaruah3071
    @anjanabaruah3071 Před 3 lety +1

    প্ৰভু ঈশ্বৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ।

  • @arundhatidas7881
    @arundhatidas7881 Před 3 lety +2

    জীৱনৰ ৰস সৰগৰ পৰা নামি আহিছে ৷ কৃষ্ণ

  • @anjanarupadas6601
    @anjanarupadas6601 Před 3 lety +2

    🙏🙏কৃষ্ণ কৃষ্ণ বাপজনা শতকোটি প্ৰণাম জনাইছো, কৃপা কৰিব। পৰম সৌভাগ্য আমাৰ আজি আপোনাৰ শ্রী মুখে ভাগৱত পৰ্যালোচনা বহুদিন বিৰতি পাছত শুনিব পাইছো। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @bhabitachoudhury5531
    @bhabitachoudhury5531 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত শত সহস্ৰ প্ৰনাম

  • @pratibhabaruah6440
    @pratibhabaruah6440 Před 3 lety +4

    কৃষ্ণ বাপ বহুত দিনৰ মূৰত শুনিবলৈ পাই ভাল লাগিল

  • @pankajboruah3673
    @pankajboruah3673 Před 3 lety

    কৃষ্ণ কৃষ্ণ প্রভুজনা বহুদিনৰ বিৰতিৰ পিছত কৃষ্ণকথা শুনিবলৈ পায় ভাললাগিল। আপোনাৰ শ্রীচৰণত সেৱা জনালো কৃষ্ণ🙏

  • @utpal-verynicedas6072
    @utpal-verynicedas6072 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগ গ্ৰহণ কৰিব ।

  • @basantaboruah8804
    @basantaboruah8804 Před 3 lety +1

    কৃষ্ণ প্ৰভু বহুত দিনৰ পিছত দৰ্শন কৰিবলৈ পালো। কৃষ্ণ

  • @rimaborah6457
    @rimaborah6457 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰনত শতকোটি প্ৰণিপাত জনালোঁ ৷বহুদিন বিৰতিৰ পাছত আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা শুনি আনন্দিত হলো ৷ ঈশ্বৰে আপোনাৰ মংগল কৰক এই প্ৰাৰ্থনা জনালোঁ৷

  • @khirodagogoi625
    @khirodagogoi625 Před 3 lety

    কৃষ্ণ প্ৰভূ ঈশ্বৰ পূৱাৰ গুৰু সৱা
    ভাগি আপোনাৰ শ্ৰীচৰণত
    অৰপণ কৰিলোঁ । বহু দিনৰ
    অন্তত আপোনাৰ অমৃত ময়
    ভাগৱত কথা শুনি মন,প্ৰাণ
    জুৰ পৰি গল প্ৰভূ । আশা
    ৰাখিছো আজিৰ পৰা যেন
    সদায় শুনিবলৈ পাম । আপোনাৰ লগতে পৰিয়ালৰ ও
    সুস্বাস্থ্য কামনা কৰিলোঁ । কৃষ্ণ
    কৃষ্ণ কৃষ্ণ ।

  • @gangadevi4089
    @gangadevi4089 Před 3 lety +2

    হে প্ৰভু ,হে গুৰুজনা কোটি কোটি প্ৰণাম নিবেদন কৰিছোঁ ।সদায়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাও ভগৱানে যেন সমস্ত কে কুশ লে ৰাখে । কৃষ্ণ ।

  • @abanikalitaentertainment5448

    Krishna krishna bap..... . bht dinr mort huni anandit holo.👏👏👌

  • @bhupendas1971
    @bhupendas1971 Před 3 lety +2

    প্ৰণাম জনালোঁ বাপ !
    সেৱা গ্ৰহণ কৰিব | বহু দিনৰ বিৰতিৰ অন্তত পুনৰ ভাগৱতৰ অমৃতময় পাঠ আৰু ব্যাখ্যাৰে আমাক পৰম তৃপ্তি প্ৰদান কৰি ভকত সকলৰ হিত সাধন কৰিলে |
    ধন্যবাদ | কৃষ্ণ, কৃষ্ণ......

  • @prabantisaikia4353
    @prabantisaikia4353 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @pradipsarma6762
    @pradipsarma6762 Před 3 lety +1

    Pranam Satradhikar Pravu Iswar, seva grahan koribo, bohut din birotir antot aji bhagawat path suni Amrit pan Kora jen lagise, Ram Krishna

  • @Momo_barman5567
    @Momo_barman5567 Před 3 lety +3

    হে প্ৰভু আমি মুৰ মতি নাজানো ভক্তি সেৱা ভাগ গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ

  • @ranjanarabha6619
    @ranjanarabha6619 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ অপেক্ষাৰ মূলত চিন্তিত হৈ আজি আপোনাৰ ভাগৱত পাঠ ভাগি শুনিবলৈ ও শুনাবলৈ পাই আনন্দিত হৈছো।

  • @rinalahkar8437
    @rinalahkar8437 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ। আজি বহু দিনৰ মূৰত আপোনাৰ এই ভাগবত পাঠ শুনি বৰ ভাল লাগিল কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব🙏🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ বহুত ভাল লাগিল আপোনালৈ সশ্রদ্ধ প্রণিপাত জনাইছো। আপোনী কোশলে থাকক তাৰ কামনাৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @rupalikonwarhazarika5251

    Krishna prabhu apekhya kori asilu... Dhoinyobad 🙏🙏🙏🙏ishware apunak kukhole rakhok prabhu 🙏🙏🙏🙏

  • @dipakborah1152
    @dipakborah1152 Před 3 lety +2

    🙏🌺Krishna Bap, hewa grhon korib🌺🙏apunar porboti Bhagobot anusthan huniboloi bohut akhare bat sai asilu,apunar mongogal kamona kori Krishna🙏🙏🙏🙏🙏

  • @himakshithakuriya6003
    @himakshithakuriya6003 Před 3 lety +11

    পৰম শ্ৰদ্ধাৰ বাপ ঈশ্বৰ আপোনাক শত সহস্ৰ প্ৰনাম‌ আজিহে অপেক্ষাৰ অন্ত পৰিল আৰু যেন সদায় আপোনাৰ মুখৰ অমৃত শ্ৰৱণ কৰিবলৈ পাও তাকে কামনা কৰিলো কৃষ্ণ 🙏🙏🙏

  • @parineetapari2645
    @parineetapari2645 Před 2 lety

    কৃষ্ণ,,আপোনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলো প্ৰভু,,শ্ৰৱণ কৰি বহুত আনন্দ পাওঁ,,🙏🙏🙏🙏🙏

  • @banamalimedhi5097
    @banamalimedhi5097 Před 3 lety +1

    কৃষ্ণ বাপ অধমৰ প্রণাম গ্রহণ কৰিব কৃষ্ণ

  • @bontiborah5014
    @bontiborah5014 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ, প্ৰভু সশ্ৰদ্ধ সেৱা গ্ৰহণ কৰিব।বহুত দিন মূৰত অমৃত পান কৰি পৰম সন্তুষ্টি লাভ কৰিছো ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @mallikaacharjya6281
    @mallikaacharjya6281 Před 3 lety +3

    🙏কৃষ্ণ

  • @munmigogoi2377
    @munmigogoi2377 Před 3 lety +3

    কৃষ্ণ বাপ ঈশ্বৰ শত কৌটি প্ৰনাম আপোনাৰ চৰনত ।

  • @Rashmi_angwanbadi
    @Rashmi_angwanbadi Před 3 lety +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ।

  • @bhairabjyotidas613
    @bhairabjyotidas613 Před 3 lety +2

    হৰি ৰাম কৃষ্ণ

  • @bhaktirabha9649
    @bhaktirabha9649 Před 3 lety +2

    কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব। 🙏

  • @champawatidekadeka336
    @champawatidekadeka336 Před 3 lety +2

    কৃষ্ণ বাপ সচাকৈ আনন্দিত হলো বহু দিন বিৰতিৰ পিছত

  • @priyadoleypegu597
    @priyadoleypegu597 Před 2 lety

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভূ ঈশ্বৰ বহুত দিন বিৰতিৰ পিছত আপোনালৈ সেৱা এটি আগবঢ়াবলৈ পাই নথৈ আনন্দিত হৈছো, কৃষ্ণ❤🕉🕉🕉🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ শ্ৰীমদ্ভাগৱতৰ ৰসামৃত শ্ৰীআচাৰ্যদেৱৰ মুখপদ্মে শ্ৰুতিত ভাগৱতৰ প্লাৱিতপ্ৰসাদ শীৰত থাপিছোঁ প্ৰভূ' আপোনাৰ শ্ৰীচৰণত কৃতাঞ্জলী নিৱেদিছোঁ অতি তত্ত্বগভীৰ বিশ্লেষণ ঈশ্বৰ' আমিসৱকো ভগৱন্তই কৃপা কৰে যেন সেৱা নিৱেদিছোঁ । ৰাম ৰাম ৰাম

  • @paporiborah7479
    @paporiborah7479 Před 3 lety +3

    🙏🙏🙏

  • @anjalihazarika7760
    @anjalihazarika7760 Před 3 lety +1

    Krishna provuiswar xuni oti xukhi holu . Xewa grohon koribo .

  • @basundharikakati2310
    @basundharikakati2310 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম ।বহূদিনৰ মূৰত ভাগৱত পাঠ শুনিবলৈ ভাল লাগিল । জয় গুৰু শঙ্কৰ ।

  • @urmilachamuah8785
    @urmilachamuah8785 Před 3 lety +2

    বহু বিৰতিৰ পাছত আপোনাৰ ভাগৱত পাঠ শুনিবলৈ পাই ধন্য হলো প্ৰভূ।

  • @cheniramnath2673
    @cheniramnath2673 Před 3 lety +1

    Pranipaat Prabhu 🙏 🙏🙏🙏🙏

  • @mridupavanbaruah6140
    @mridupavanbaruah6140 Před 3 lety +1

    বহুদিন বিৰতিৰ অন্তত আপোনাৰ বাণি শুনি আনন্দিত হলো৷

  • @assamboy9325
    @assamboy9325 Před 3 lety +4

    কৃষ্ণ 🙏🏻

  • @gitalineog6489
    @gitalineog6489 Před 2 lety

    Krishna Prabhu krishna pronam Prabhu 🙏🙏🙏🙏🙏🙏🙏🙏

  • @parijatbaruah7743
    @parijatbaruah7743 Před 3 lety +2

    Probhu Nomosker 🙏🙏

  • @lukudas1209
    @lukudas1209 Před 3 lety

    ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম

  • @dibyajyotihneog5699
    @dibyajyotihneog5699 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @daisyrabha2343
    @daisyrabha2343 Před 3 lety

    Krishna krishna prabhu🙏🙏 sewa janaisu🙏🙏 Krishna

  • @subhasishmedhi5191
    @subhasishmedhi5191 Před 3 lety +2

    প্রভু সেৱা জনালো🙏

  • @abhijitborah6673
    @abhijitborah6673 Před 3 lety +4

    প্ৰণাম প্ৰভু ঈশ্বৰ, আমাৰ সেৱা জনালোঁ। বহুত দিনৰ অন্তত ভাগৱত কথা শুনিবলৈ পাই ধন্য হ'লো। কুশলে আছেনে আপোনালোক.... প্ৰভুৱে যেন সকলোকে কুশলে ৰাখে। এয়ে কামনা কৰিলো।

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 Před 6 měsíci

    Krishna Krishna Krishna prabhudev pronam to you.

  • @atulokalita4134
    @atulokalita4134 Před 3 lety +1

    Bap aponar sumadhur Bhagabat Katha sunibo pai thakim buli asha rakhisu. Aponar mangal kamona korisu . Krishna Krishna

  • @user-jm9ig1bb2c
    @user-jm9ig1bb2c Před 3 lety +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @pratibhapathak5602
    @pratibhapathak5602 Před 3 lety +1

    sewa laba prabhu

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @tulikabarua2838
    @tulikabarua2838 Před 3 lety +1

    প্ৰভু .কেবাদিনৰ বিৰতিৰ অন্ত ত আজি শুনিবলৈ পায় অতিকৈ সুখী হৈছো। ভগবানে আপোনাক কুশলে ৰাখক।

  • @jayantidas3472
    @jayantidas3472 Před 3 lety

    শতকৌটি প্ৰনাম গ্ৰহণ কৰিব বাপ ঈশ্বৰ বহু দিনৰ বিৰতি পাছত আজি বৰ আনন্দ পালো ঈশ্বৰে আপোনাক লগতে পৰিয়ালৰ সকলোকে কুশলে
    ৰাখক তাৰ কামনা যে কৃষ্ণ কৃষ্ণ 🙏🙏

  • @aairumidutta3711
    @aairumidutta3711 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা হে

  • @sabitriduttas9249
    @sabitriduttas9249 Před 3 lety +1

    Krishna prabhu Krishna

  • @archanasaikiadas9058
    @archanasaikiadas9058 Před 3 lety

    bahut dinar pisot val lagil bap .aapuni abyahat rakhak. aru aamiu jate aapunar mukhe vagabat path xuni thakibo paru. krishan krishan sewa janaisu.

  • @manjulabhuyan5676
    @manjulabhuyan5676 Před 3 lety +1

    Krishno 🙏🙏🙏🙏

  • @modhusmitadas9137
    @modhusmitadas9137 Před 3 lety +1

    কৃষ্ণ শঙকৰগুৰু সেৱা জনাইছো ।