Video není dostupné.
Omlouváme se.
৫ মিনিটত ৬ টা exercise || শুওতে নাক বজা বা উশাহ লোৱাত কষ্ট পোৱা ভাল হৈ যাব !!
Vložit
- čas přidán 9. 11. 2021
- #Healthy_Assam #দেৱোত্তম #Devottom #Devottom_অসম #সজাগ_অসমীয়া #AatmanirbharAssam #Health #HealthAwareness #CZcams #JaiHind #BharatMataKiJai #onceasoldieralwaysasoldier #হৰহৰমহাদেৱ
স্বাস্হ্য সম্পৰ্কীয় বিধিগত সকীয়নি :
উক্ত ভিডিওটোত থকা বিষয়টি স্বীকৃত চিকিৎসা পদ্ধতি বা আপুনি প্ৰতক্ষ্যভাৱে লগ পোৱা চিকিৎসকৰ উপদেশৰ সমাৰ্থক নহয় । শাৰিৰীক তথা মানসিক যিকোনো অসুবিধাৰ বাবে আপুনি ওচৰৰ চিকিৎসকৰ লগত যোগাযোগ কৰক ৷ এইয়া অত্যন্ত জৰুৰী ৷ আমাৰ ভিডিওবোৰৰ একমাত্ৰ উদ্দেশ্য হ’ল সমগ্ৰ অসমীয়া ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা অনা ৷এই ভিডিও উপভোগ কৰি আপোনাৰ জীৱন শৈলী ,খাদ্য ৰীতি ,ঔষধ ইত্যাদি সলনি কৰিব হ’লে আপোনাৰ চিকিৎসকৰ অনুমতি আৰু উপদেশ গ্ৰহণ কৰক ৷
আপুনি যদি কিবা বেমাৰত ভুগি আছে বা আছিল তথা যদি আপুনি কিবা দৰৱ খায় আছে বা আছিল তেন্তে আপোনাৰ মেডিকেল নথিপত্ৰ সকলোখিনি ভেকচিন দিয়াৰ আগত দায়িত্বত থকা চিকিৎসক জনক দেখুৱাওক লগতে আপোনাক চিকিৎসা কৰি থকা চিকিৎসকৰ লগত আগতে এবাৰ পৰামৰ্শ কৰি লওক ৷
Medical Disclaimer:
This content is not intended to be a substitute for professional medical advice, diagnosis or treatment. Please consult with your Physician with any questions regarding a medical condition. Never disregard professional medical advice or delay in seeking it because of something you watch in this video. Please consult with your physician before changing or adding any lifestyle, food, medication or supplement.
Instagram profile: devottom_axom?i...
Facebook profile: / dr.dipam
Facebook page: / devottom1
Music credit: channel name: @Sanu Sharma Entertainmentlink: • O Mur Apunar Dekh || I...
Photo credit: www.unsplash.com
Video edited with: Kinemaster app
Thumbnail edited with: PicsArt app
Animation credit: Pranjal Pratim Gare and his CZcams channel “Rebel Times” / channel
বহুত ধন্যবাদ থাকিল, দ্বিতীয় টি ভিডিও ইমান সোনকালে পাম বুলি ভবাই নাছিলো। সচাঁই ইমান ভাল লাগিল কবলৈ ভাষা নাই।
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
বহুত বহুত ধন্যবাদ ।
Thanks Dr.I will must benificial exercise.
Nice vdo
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
Bohot Val lagil sir
Ai video tur karone wait kori asilo sir, very very thank u
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
Thank you Dr for the useful tips for OSA and also for keeping your word despite your busy schedule. Your 6 exercises will help many people suffering from OSA.
Keep up your efforts to help people with your videos.
ধন্যবাদ ছাৰ । বহুত নাক বজোৱা মানুহক আলহীয়েও ৰাাতি ৰাখিব নোখোজে । ঘৰৰ মানুহেও সচাকৈ আমনি পায় । গতিকে আপুনি কোৱা উপদেশ অতি মূল্যবান বুলি প্ৰমানিত হৈছে ।🙏🙏🙏🙏
ধন্যবাদ 🙏🙏
বহুত বহুত ধন্যবাদ ছাৰ
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
Very good
Mankind friend
Thank you so much sir🙏
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
Thank You Sir its vry helpful for every one.. specialy for my dad😋😍
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
@@DevottomAxom definitely sir ... N thanks too U.. apuni eman kosto kori public krne video bnai...🥰🙏
ধন্যবাদ আপোনাৰ ভিডিঅটোৱে বহুত সকাহ দিলে
Bht Val lagil ,Moro snoring r bht problem asil, kintu apuni koa excercise keita kori mor snoring prblm bht Val hoise..moi apunar video Sai 20 March 2024 r pora excercise start krisilu,Aji 11 April 2024 hol...bohut snoring r prblm asil,excercise kri atia 50 percent val hoise,,aru excercise continue kri asu,moi vabu mor snoring r prblm 100 percent hekh hobo...thnku you apunak
অশেষ ধন্যবাদ জনাইছো 🙏মোৰ দেউতাৰ এনে সমস্যা আছে লগতে ননদ জোঁৱাইৰো শ্বেয়াৰ কৰিম ☺️
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
Thank you very very much sir
You are most welcome
Very nice
Sure korim
Thanku sir🙏🙏🙏🙏
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
🙏🙏🙏❤❤❤

Fantastic
Nice
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
Thank you for your great effort to make aware people about their health. All videos are really very useful. Please make a video about complete health check up, whether it is important or not, and what should be the frequency of health check up and age .
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
মোৰ ল'ৰাটো নাক বাজে।
সুন্দৰ video❤❤
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
great
ধন্যবাদ আপোনাক নিদিও স্ৰষ্টাক দিম যিয়ে আপোনাৰ দৰে এজন মহান ব্যক্তিক আমাৰ অসমত জন্ম দিছে।।।
First comment dada good evening apunar proti tu video porai ata ata nojona kotha hiku bhut upokrito how thank you thank you so much😊
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
@@DevottomAxom nexoi
Sir apuni amar Gourov. Moi apunak bohut val paw.
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
Val lagil

Nic video
1st comment
Bohut nojona kotha hikisu aapunar vedior pora
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
Thank you so much Dr. Can you suggest remedy for allergies of eyes. Itching on the eyelashes and redness of the eyes.
Medicine dibo nuwarim...obhigyo Doctor r poramorxo louk
Mondeslor tablet..one tab daily at bed time
আপোনাক বহুত বহুত ধন্যবাদ ইমান সহজ সহজ ব্যামৰ সহায়ত ইমান গধুৰ সমস্যা এটাৰ সমাধান দিলে । এই সমস্যাটোৰ পৰা কোনোবা এদিনযে সমাধান পাম বুলি ভবাই নাছিলোঁ ।
ধন্যবাদ ছাৰ শিশুসকলৰ মাজে মাজে কাহ হৈ থাকে কেনেকৈ ভাল হৱ জনাবচোন
Ki khabar Sir?
sir, মোৰ স্তনত শিল গুটিৰ দৰে কিবা আছে আৰু ডাঙৰ হৈ গৈ আছে মানুহৰ ওচৰত ওলাব লাজ লগা হৈছে, কি বা সমস্যা হব নিকি sir মোৰ বৰ্তমান বয়স 16 বছৰ। Sir এইবোৰ নোহোৱা কৰাৰ কিবা উপায় এটা দিব please sir. বহুত চিন্তাত পৰিছোঁ sir please reply কৰিব 🙏🙏🙏
Doctor r poramorxo louk
Thank you Sir
In thanks
Nishoy jonam Sir. Apunaloi bohut Thanks. Anedore hahi thakok jibonot protitu polot.
good topic
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
বহুত ধন্যবাদ দাদা মোৰ মনৰ আশা পূৰণ কৰিলে।
Very important video
Beutiful
Bahut val lagil vedio2 sir
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
Thanks sir
vl lagil sir
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
ভাল লাগিল ছাৰ
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
আপুনি AMC পৰা আহি এতিয়াও দেশৰ তথা মানৱ জাতিৰ সেৱা কৰি আছে।
I Proud of You Major sir 😌.
ডক্টৰ আপুনি এটি সাংঘাটিক যাদু আমাক দিলে । মই মাত্র পাচ দিন মান হে অনুশীলন কৰিছিলো আচৰিত আজি চাৰি মাহ হল একেভাৰে নাই । আপোনাক বহুত ধন্যবাদ ।
সুন্দৰ আৰু সাৱলীল, নিশ্চিত ভাৱে উপকৃত হʼম।
জয় আই অসম জয় হিন্দ ভাৰত মাতা কী জয় ।
Tq tq so much❤❤❤❤❤❤
Khub khundor kotha khikale... dhonyobad🙏
Great
Share kori diyok please.. 🙏🏻
Oxex dhanyabad dada
bahut bhal lagil.
Jai aai axom Sir
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
Thank u sir for this awesome video🙏
Videoto Sai bor bhal lagil
Ok sir
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
সহজ ভাষাত আপুনি বহুত ধুনীয়াকৈ বুজাই দিছে । বহুত ধন্যবাদ ছাৰ
Thanks
You are most welcome
Good
Khub hunkale video puwar babe antorik dhonyobad sir🙏
Thank you next part diya babe
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
Val lagil aru bahut xikilu
আপেনাক অশেষ ধন্যবাদ sir🙏 বহুত উপকৃত হম
Bohut dhunia hoise
কি বুলিনো ধন্যবাদ জনাওঁ বাৰু ! বহুত ডাঙৰ উপকাৰ সাধন কৰিলে ।🙏💞
বহুতবহুত ধন্যবাদ।আপোনাৰ এই মূল্যবান ভিডিঅটোৰ পৰা বহু নজনা কথা জানিব পাৰিলো।
Bohut dhunia video Sir
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
Vidio চাই ভাল লাগিল চাৰ।
Very healthful exercises.
Thank u sir
Vidio to sai bhut val lagil sir
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
Thank you sir 🙏🙏 জয় আই অসম
Very good information.
Sir bahut Val lagil
Thank you so much Sir. Axa karo upoxom pam. Jai aai axom
Very very much sir
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
thanks sir
Good very good. An Interstaing. VDO.
ভাল লাগিল ছাৰ JOI AAI ASSAM
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
Aponar video sai mor bohut bhal lagel... Thanks. God bless u😊
Bhut val video ata share korile sir👍
Oxex dhonyobaad thakil...aaxakoru video tu bhal pale...etai onurodh Video tu jate xokolure logot share kore 🙏
I will start from today and I convey my heartiest thanks
বহুত বহুত ধন্যবাদ🙏
Val lagil excercise khini pai...ghror baki member xokoloku dekhalu karon deutar ai2 habit ase .. ..nisoi jiman paru share korim..thank you again for everything...🙏
Emaah bhalke korar pasot muk feedback jonabosun..
Very nice Sir. Val lagil
Apunar hokolu video e bhal lage sir.. Bohut helpful video bur
Thank you for valuable advice.
ধন্য়বাদ আপোনাৰ সুন্দৰ ভিডিঅ'টো দেখুৱাৰ বাবে।
আপোনাৰ কমেন্টটো পাই যথেষ্ট সুখী হৈছো ৷ আশাকৰো ভিডিওটো চাই ভাল পালে ৷ লগতে এটা অনুৰোধ ভিডিওটো সকলোৰে লগত চেয়াৰ কৰে যেন ৷ যাতে এনেকুৱা অসুবিধাত ভুগি থকা সকলে সোনকালে পৰিত্ৰাণ পাব পাৰে ৷ আপোনাৰ এনেকুৱা উৎসাহজনক কমেন্ট আগলৈও পাম বুলি আশা কৰিলো ৷ ধন্যবাদ ৷
Thanks.
Moi aponar kotha Mathe kri asilo kintu sir vl hoai nasil kintu Moi kribu Ara nasilo .kri a asilo .mor atiya nak baja to bandho hoise sir .aponak kom kom buli vabi thakote .mor mobalie to herai thakil .atiya .aponak kolo sir .bhut bhut thankyou sir ........?
অ চাব বহুত উপকৃত হলো আপোনাৰ vidio sai । dhonyobad।
Dhanyvad Dada exercise bur shikai diya karona..🙏
আমি গোটেই পৰিয়ালটোৱে চালো বহুত উপকৃত হলো বিশেষকৈ আপোনাক মোৰ ৮ বছৰীয়া ছোৱালী জনীয়ে বৰ ভাল পায় ভিদিও দেখিলেই চাবলৈ হুলস্হূল্ লগায়..যিখিনি সম্ভৱ সেইখিনি মই তাইক চাবলৈ দিওঁ আজিও চাই লৈ তাই জিভাৰ ব্যায়ামত লাগি গ'ল দেউতাকৰ চিন্তা কিজানি কিবা সমস্যা হয় তাই যিহেতু সৰু ছোৱালী জনাবচোন চেয়াৰ কৰিলো
Bohut dhanyabad
Thnk u dada