![Devottom Axom](/img/default-banner.jpg)
- 498
- 25 005 166
Devottom Axom
India
Registrace 9. 08. 2018
Devottom Axom নামৰ চেনেলটোৰ জৰিয়তে আমাৰ অসমৰ এজন ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন চিকিৎসক ডা°(মেজৰ) দিপম কুমাৰ বৰ্মণে সমগ্ৰ অসম আৰু অসমীয়া ৰাইজৰ বাবে এক মিছন আৰম্ভ কৰিছে ৷ সেই মিছনৰ একমাত্ৰ লক্ষ্য হ’ল অসমৰ প্ৰতিখন গাওঁ প্ৰতিটো চুবুৰীৰ চুকে কোনে গৈ স্বাস্থ্য সম্পৰ্কে সচেতনতা বিয়পোৱা ৷ তাৰ বাবে তেখেতে CZcams ৰ লগতে আন আন চ’চিয়েল মিডিয়াটো এনেধৰণৰ সজাগতা মূলক কাম কৰি আছে ৷
Hello everyone, I am a proud Indian hailing from one of the most beautiful places on the earth; ASSAM. I am an Emergency Medicine Physician, an Indian Army veteran, a runner, a vlogger, a health educator. I welcome you to my channel. Your comments, suggestions are most welcome. Regards, Dr(Maj) Dipam Kumar Barman

Intermittent Fasting - সদায় খোৱা খাদ্যখিনিকে পৰিপাতিকে খাওঁ আহক #devottom #devottomaxom

zhlédnutí: 22 754
Video
ডায়েবেটিছ তথা আন বহু বেমাৰ হোৱা এটা মূখ্য কাৰণ, প্ৰতিৰোধ কেনেকে কৰিব? #devottomfoundation #devottom
zhlédnutí 17KPřed 2 měsíci
ডায়েবেটিছ তথা আন বহু বেমাৰ হোৱা এটা মূখ্য কাৰণ, প্ৰতিৰোধ কেনেকে কৰিব? #devottomfoundation #devottom
লগৰবোৰে পাদুৰা বুলি জোকায় 😔 #devottom #devottomaxom #healthy_assam #axom #axomiya #assam #assamese
zhlédnutí 11KPřed 5 měsíci
লগৰবোৰে পাদুৰা বুলি জোকায় 😔 #devottom #devottomaxom #healthy_assam #axom #axomiya #assam #assamese
মা-দেউতা/ককা-আইতাহঁতক সুস্থ কৰি ৰাখো আহক 🙏🏻#devottom #devottomaxom #healthy_assam #সুস্বাস্থ্য
zhlédnutí 43KPřed 5 měsíci
মা-দেউতা/ককা-আইতাহঁতক সুস্থ কৰি ৰাখো আহক 🙏🏻#devottom #devottomaxom #healthy_assam #সুস্বাস্থ্য
হাৰ্ণিয়া (Hernia) বেমাৰৰ বিষয়ে জানক আৰু মনৰ ভয় দূৰ কৰক #hernia #হাৰ্ণিয়া #devottom #devottomaxom
zhlédnutí 16KPřed 7 měsíci
হাৰ্ণিয়া (Hernia) বেমাৰৰ বিষয়ে জানক আৰু মনৰ ভয় দূৰ কৰক #hernia #হাৰ্ণিয়া #devottom #devottomaxom
Brain Stroke হোৱা মানুহক বচোৱাৰ সহজ উপায় #devottom #devottomaxom #healthy_assam #অসম #অসমীয়া
zhlédnutí 17KPřed 8 měsíci
Brain Stroke হোৱা মানুহক বচোৱাৰ সহজ উপায় #devottom #devottomaxom #healthy_assam #অসম #অসমীয়া
বিনা খৰছত BP, Diabetes, Cholesterol, Fatty liver, ওজন নৰ্মেল হ’ল। ঔষধ বন্ধ হ’ল। আপুনিও পাৰিব।
zhlédnutí 38KPřed 8 měsíci
বিনা খৰছত BP, Diabetes, Cholesterol, Fatty liver, ওজন নৰ্মেল হ’ল। ঔষধ বন্ধ হ’ল। আপুনিও পাৰিব।
বহু বেমাৰৰ এটা বিনামূলীয়া তথা সহজ প্ৰতিৰোধক Intermittent Fasting
zhlédnutí 120KPřed 8 měsíci
বহু বেমাৰৰ এটা বিনামূলীয়া তথা সহজ প্ৰতিৰোধক Intermittent Fasting
Diabetes হোৱাৰ কাৰণ জানক আৰু নিজক বচাওক | #diabetes #মধুমেহ #devottom #devottomaxom #সুস্বাস্থ্য
zhlédnutí 62KPřed 9 měsíci
Diabetes হোৱাৰ কাৰণ জানক আৰু নিজক বচাওক | #diabetes #মধুমেহ #devottom #devottomaxom #সুস্বাস্থ্য
দিল্লী এৰি অসমলৈ উভতি আহি আছো #devottom #devottomaxom
zhlédnutí 36KPřed 9 měsíci
দিল্লী এৰি অসমলৈ উভতি আহি আছো #devottom #devottomaxom
বিনা খৰছত মুখৰ দাগ কম কৰক, মুখৰ উজ্জ্বলতা বঢ়াওক #devottomaxom #devottom
zhlédnutí 78KPřed 9 měsíci
বিনা খৰছত মুখৰ দাগ কম কৰক, মুখৰ উজ্জ্বলতা বঢ়াওক #devottomaxom #devottom
হঠাতে বেহুচ হৈ ঢলি পৰা মানুহক সুস্থ কৰাৰ আটাইতকৈ সহজ উপায়
zhlédnutí 35KPřed 10 měsíci
হঠাতে বেহুচ হৈ ঢলি পৰা মানুহক সুস্থ কৰাৰ আটাইতকৈ সহজ উপায়
হাত-ভৰিৰ তলুৱা জ্বলা-পোৰা, কামুৰা, বিন্ধা-বিন্ধি কৰাৰ কাৰণ আৰু প্ৰতিকাৰ
zhlédnutí 71KPřed rokem
হাত-ভৰিৰ তলুৱা জ্বলা-পোৰা, কামুৰা, বিন্ধা-বিন্ধি কৰাৰ কাৰণ আৰু প্ৰতিকাৰ
বিনামূলীয়াকৈ গেছ/Gastritis/Acidity প্ৰতিৰোধ কৰা বা ভাল কৰাৰ উপায় #devottom #devottomaxom #assam
zhlédnutí 57KPřed rokem
বিনামূলীয়াকৈ গেছ/Gastritis/Acidity প্ৰতিৰোধ কৰা বা ভাল কৰাৰ উপায় #devottom #devottomaxom #assam
Uric Acid কি? কিয় হয়? ঔষধ নোখোৱাকে কেনেকে কমাব?
zhlédnutí 333KPřed rokem
Uric Acid কি? কিয় হয়? ঔষধ নোখোৱাকে কেনেকে কমাব?
Covid আহিছে নেকি? ভয়বোৰক দূৰলৈ খেদি পঠাওঁ আহক! সজাগ হওঁক!
zhlédnutí 7KPřed rokem
Covid আহিছে নেকি? ভয়বোৰক দূৰলৈ খেদি পঠাওঁ আহক! সজাগ হওঁক!
Ganglion Cyst | হাতৰ গাঁঠিৰ ওচৰত হোৱা টেমুনা | ভয়ৰ কোনো কাৰণ নাই । নিজে নিজে নোহোৱা হয় |
zhlédnutí 12KPřed rokem
Ganglion Cyst | হাতৰ গাঁঠিৰ ওচৰত হোৱা টেমুনা | ভয়ৰ কোনো কাৰণ নাই । নিজে নিজে নোহোৱা হয় |
পেলু হোৱাৰ লক্ষণ কি কি ? শিশুক পেলুৰ ঔষধ কেতিয়া খুৱাব ? Stomach worms' symptoms | Devottom Axom
zhlédnutí 60KPřed rokem
পেলু হোৱাৰ লক্ষণ কি কি ? শিশুক পেলুৰ ঔষধ কেতিয়া খুৱাব ? Stomach worms' symptoms | Devottom Axom
চেনি তথা শৰ্কৰা হাৰ্ট এটেকৰ মূখ্য কাৰণ | Sugar is fuel for Heart Attack | #devottom #devottomaxom
zhlédnutí 35KPřed rokem
চেনি তথা শৰ্কৰা হাৰ্ট এটেকৰ মূখ্য কাৰণ | Sugar is fuel for Heart Attack | #devottom #devottomaxom
All breast lumps are not Cancerous | Breast Fibroadenoma | স্তনৰ টেমুনা @DevottomAxom @devottomed
zhlédnutí 53KPřed rokem
All breast lumps are not Cancerous | Breast Fibroadenoma | স্তনৰ টেমুনা @DevottomAxom @devottomed
Heart Attack vs Cardiac Arrest ! সকলোৱে জনা উচিত! #devottom #devottomaxom
zhlédnutí 15KPřed rokem

Abortion কৰিলে পাছত সন্তান নহয় নেকি? ভুলতে গৰ্ভৱতী হ’লো, কি কৰো এতিয়া? #devottom #devottomaxom
zhlédnutí 9KPřed rokem

জ্বৰ হ’লে কি কৰিব? এদিনত কিমানটা Paracetamol টেবলেত খাব পাৰি? #devottom #devottomaxom #Healthy_Assam
zhlédnutí 22KPřed rokem
জ্বৰ হ’লে কি কৰিব? এদিনত কিমানটা Paracetamol টেবলেত খাব পাৰি? #devottom #devottomaxom #Healthy_Assam
Lipoma মানে কেন্সাৰ নহয়! বহুতৰ মনৰ ভয় দূৰ হ’ব।
zhlédnutí 9KPřed rokem
Lipoma মানে কেন্সাৰ নহয়! বহুতৰ মনৰ ভয় দূৰ হ’ব।
মাহেকীয়াৰ বিৰক্তিকৰ লক্ষণসমূহক দূৰত ৰাখক, এইকেইটা সহজ নিয়ম পালন কৰক!
zhlédnutí 15KPřed rokem
মাহেকীয়াৰ বিৰক্তিকৰ লক্ষণসমূহক দূৰত ৰাখক, এইকেইটা সহজ নিয়ম পালন কৰক!
হাড়বোৰ মজবুত কৰাৰ উপায়! সহজে হাড় নাভাঙিবলৈ কি কি কৰিব? #devottom #devottomaxom #healthy_assam
zhlédnutí 8KPřed rokem
হাড়বোৰ মজবুত কৰাৰ উপায়! সহজে হাড় নাভাঙিবলৈ কি কি কৰিব? #devottom #devottomaxom #healthy_assam
অখিল গগৈ ডাঙৰীয়াৰ PSVT নামৰ হাৰ্টৰ বেমাৰ হৈছিল, তেখেত এতিয়া সম্পূৰ্ণ সুস্থ, কি হয় এই PSVT? #devottom
zhlédnutí 58KPřed rokem
অখিল গগৈ ডাঙৰীয়াৰ PSVT নামৰ হাৰ্টৰ বেমাৰ হৈছিল, তেখেত এতিয়া সম্পূৰ্ণ সুস্থ, কি হয় এই PSVT? #devottom
মাত্ৰ ২ মাহত বিজ্ঞানসন্মতভাৱে কলেষ্টেৰল কমাওক! Reduce cholesterol in just 2 months! #devottom
zhlédnutí 69KPřed rokem
মাত্ৰ ২ মাহত বিজ্ঞানসন্মতভাৱে কলেষ্টেৰল কমাওক! Reduce cholesterol in just 2 months! #devottom
Sir mur oga ahisa
Sir plz vaccine kot kenekoi lobo pari junabosun plz sir
চার ফেটি লিভার 4 Gred হলে কি করিব লাগে এবার জনাব
Sir apunar phone numbertu pam neki
চাৰ পানী লগা এলাৰ্জি ঠিক কৰাৰ উপায় জনাব পাৰিবনে? মোৰ এমাহত প্ৰায় ২০ দিনে হয়, নাকত ঘাঁ পৰ্য্যন্ত হৈ যায়
Hostho moithun korile lingo to tan huwa to komi jai neki sir..... please answer to debo
🙏🙏🙏
🙏🙏🙏
🙏🙏🙏
Very nice sir
Mur vagisil atiya o har dal oporoloi uthi ase
Apuna fun namba2 dib sar
ধন্যবাদ চাৰ
Dhanyabad sar
ছাৰ গধূলি ৮ বজাত দিনৰ ৯/১০ বজাত খালে ফাষ্টটিং হবনে। জনাব
Fungal infection kayo hoi ki ba madicin ase naki
Moi 13/14 hrs fasting kori asu
Dada 1,2 mahor pasot lobo parim ne nai
Thank you sir.... Muru hoise alp alp anxiety....aji vediotu sai bohut bhal lagise .... Bhoi bhoi lagi thake.... Jikunu katha overthinking koru.... Ki korile overthinking komabo parim...
Parkinson disease r bikhoye eta video bonabo sir..
ছাৰ মই গোলাঘাটৰ পৰা কলো মোৰৰ মানে গালৰৰ কুছ তো সোমাই গৈছে প্ৰতীন যুক্ৰ বস্তু খাই থাকো কি হৈছে বাৰু কব চোন
টোপনি নাহে ৰাতি ভৰিৰৰ পোৰনিত
Aji pora hopt khisu moi katiau r moi mod nekhau bya bos2 nekhau muru abamar2 a hoisae sir kotha sob hunim aji pora 😢😢
Sir Moi two months 85 or pora 79 holu. Thank u very much sir
Sir mur femily t hoise oparetion date dise 10 dinor virort but poisa problem 10 dibor pasot korile problem hobo neki qlz sir Ripley kori olp help koribo bohut problem t porisu 9:46 9:46
Sir mur femily t hoise oparetion date dise 10 dinor virort but poisa problem 10 dibor pasot korile problem hobo neki qlz sir Ripley kori olp help koribo bohut problem t porisu

Thenx sir xuni val lagil .moi tensont poriy goisu dudin dhori bikh hoise
Sir moi bht kostu vugi aso,,,dc dexalo GMC t kintu val pwa nai plz reply
Good advice sir 🙏
ধন্যবাদ ছাৰ,,
কুকুৰে কামৰিলে ভেকচিন নললে ৰেবিছ হলে মানুজন ধূকায়নেকি
ছাৰ আপোনাক cALL কৰিব পাৰিম নে । মোৰ দাদা বেমাৰ এটা কথা সুধিবলৈ
🙏🙏🙏🙏🙏🙏
Sirpencersise catu khubi paris na
ছাৰ মোৰ মাৰ ভাত খালে বুকুত বজাৰ দৰে প্ৰায় হয় অনুগ্ৰহ কৰি ইয়াৰ কাৰণ কি জনাব নেকি৷
চিরা খাব পারিনে
ভাল লাগিল কথা খিনি শুনি।।।।
You are not only doctor but also an actor.I like you very much.
My mass is now 56 kg.But Iam 5 feet 2 inch.is it ok
মোৰ গেষ্ট্ৰিক আলচাৰ দৰে আছে ঠিক আলচাৰ ও নহয় ,মই intermittent Fasting কৰিব পাৰিম নে plz জনাব ,মই Fasting to কৰিব বিচাৰো 🙏
Medicine injection ru cream bht use korilo olp o vl powa ni sir
Sir mor mukhat hoi .ru matha soku khujai BHT...aji 4yrs hol olp o vl powa ni sir plzz
Bohut bohut val lagil sir thank you so much
Muru hoisil, operation korilu but atiya akou khitu breast t hoise..
Thank you sir.
Mojja sir
Sir mor 2mahar murat mc hoyse aru bleding bahut komkoy hoyse..mor bahut suli sarise aru mukht salmoyna olaise..sir plz upai ata diyak
Sir mur kanot Kali xorioh ata xumai gol ki hbo baru plz sir Kobo sun