অখিল গগৈ ডাঙৰীয়াৰ PSVT নামৰ হাৰ্টৰ বেমাৰ হৈছিল, তেখেত এতিয়া সম্পূৰ্ণ সুস্থ, কি হয় এই PSVT?

Sdílet
Vložit
  • čas přidán 8. 11. 2022
  • চিকিৎসক হিচাপে হোৱা 16 বছৰীয়া অভিজ্ঞতাত এটা কথা ভালদৰে বুজি উঠিছো যে আপুনি বা মই যিকোনো সময়ত যিকোনো বেমাৰত বা দূৰ্ঘটনাত পৰিব পাৰো ৷ সেয়েহে আমি বেমাৰ বা আঘাতৰ ক্ষেত্ৰত এজনে আনজনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিব লাগে ৷ অখিল গগৈ ডাঙৰীয়াৰ অসুস্থতাৰ খবৰ পোৱাৰ পাছত মানুহে যেনেকে মোক এই PSVT বেমাৰ বিধৰ বিষয়ে শুধা আৰম্ভ কৰিলে, সেইবোৰে অসমৰ ৰাইজৰ বহল মনৰ তথা সহমৰ্মিতাকে নুবুজাই জানো ? সেই অনুৰোধবোৰৰ প্ৰতি সন্মান জনাই মই ভিডিওটো বনালো ৷ আশাকৰো সকলোৱে যাতে share কৰে আৰু একোটাকৈ কমেন্ট দিয়ে ৷ বিষয়টো জটিল কিন্তু মই চেষ্টা কৰিছো সকলোৱে বুজি পোৱা ধৰণে বুজাবলৈ ৷
    (বিঃদ্ৰঃ অখিল গগৈ ডাঙৰীয়া এতিয়া সম্পূৰ্ণ অৱস্থাত আছে বুলি তেখেতৰ Facebook পেজৰ পোষ্ট এটাত তেখেতে উল্লেখ কৰিছে!)

Komentáře • 468

  • @mridulsharma6739
    @mridulsharma6739 Před rokem +4

    মইও এজন চিকিৎচক।অৱশ্যে বিশেষজ্ঞ নহয়।ৰোগী সকলক অসুখৰ বিষয়ে সহজ সৰলকৈ বুজাই দিয়াতো অতি ভাল কথা।শুভেচ্ছা জনালোঁ‌

    • @DevottomAxom
      @DevottomAxom  Před rokem +2

      নমস্কাৰ, আন এজন চিকিৎসকৰ পৰা এনে এটা কমেণ্ট পাই সুখী হৈ পৰিছো! অশেষ ধন্যবাদ🙏🏻

    • @mridulsharma6739
      @mridulsharma6739 Před rokem +1

      বিনম্ৰ্তাৰে জনাঁ‌ও যে মোৰ প্ৰ্থ্ম মন্তব্যত চিকিৎসক শব্দটো অনিচ্ছাকৃত ভাবে চিকিৎচক বুলি লিখা হ'ল। তাৰ বাবে মই দুঃখিত

  • @bhabeshchaudhury5431
    @bhabeshchaudhury5431 Před rokem

    সুন্দৰ আৰু সৰল বাখ্যা, ধন্যবাদ ।

  • @mayamahanta5908
    @mayamahanta5908 Před rokem +1

    আপুনি কথাবোৰ বৰ ধুনীয়াকৈ বুজাই দিয়ে। বহুত ভাল লাগে

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @rijumoninath9985
    @rijumoninath9985 Před rokem

    বহুত নজনা কথা জানিলো ,ভাল লাগিল চাৰ ।
    ধন্যবাদ আপোনাক ।

  • @bipulmahanta9545
    @bipulmahanta9545 Před rokem +1

    দাদা বহুত ভাল লাগিল ।ইমান ধুনীয়া কে বুজাই দিছে

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @suranjanasaikia1968
    @suranjanasaikia1968 Před rokem +8

    শুনিলে ভয় লগা অসুখ টোৰ বিষয়ে ইমান সুন্দৰ কৈ সহজভাবে বুজাই দিলে,বহুত ধন্যবাদ 🙏

  • @krishnavlogsoishwariya

    ইমান সুন্দৰকৈ বুজাই দিয়াৰ বাবে ধন্যবাদ।sir আপোনাৰ লগত মোৰ অতি গুৰুত্ত্বপূৰ্ণ কথা এটা পাতিব লাগে আজি বা কাইলৈ ভিতৰতে অনুগ্ৰহ কৰি মোক সহায় কৰক মাত্ৰ এটা কথা কথাটো সঁচা মিছা মোক জনাব লাগে।কেনেকৈ আপোনাক কথাটো কব পাৰিম?

  • @minakhidas5504
    @minakhidas5504 Před rokem +9

    আপোনাৰ ভিদিঅ বোৰ চাই মনটো বহুত পাতল হৈ যায় ,আপোনাৰ নিচিনা ভাল মানুহ এজন ভগৱানে সদায় ভালে ৰাখক🙏

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Bhal lagi gol montu.. oxex dhanyabad 🙏🏻

  • @anitkumarmusical9053
    @anitkumarmusical9053 Před rokem

    বৰ ভাল লাগিল কথাটো জানি। খুৱেই উপকাৰী ভিডিঅ ।

  • @bidyaburagohain6504
    @bidyaburagohain6504 Před rokem +1

    বহুত ভাল লাগিল চাৰ

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @riyabaishya954
    @riyabaishya954 Před rokem +1

    hosake val lagil sir. RugiA rogr samporke sothik dharonna nathakile Doctore 100% dileo okhubidha thake. Kothakhini xkolure babe bodhagomy hoise. Thank you very much sir.

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @himuhdremix6516
    @himuhdremix6516 Před rokem +7

    আপুনি সদায় এনেদৰে অসমবাসীৰ কাৰণে ভাল ভাল video আগবঢ়াই যাব । ভালে থাকক ❤️

  • @hemengogoi4708
    @hemengogoi4708 Před rokem +1

    সুন্দৰ ।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @madhurjyamahanta5992
    @madhurjyamahanta5992 Před rokem +2

    সচাঁকৈয়ে, ইমানখিনি ব্যস্ততা আৰু কষ্টৰ মাজতো আপোনাৰ অমূল্য সময়খিনি খৰচ কৰি অসমবাসীৰ বাবে মূল্যবান একো একোটা ভিডিও উপহাৰ দি গৈছে তাৰ বাবে আপুনাক চ্যালুট জনাইছো। ঈশ্বৰে আপুনাক অফুৰন্ত শক্তি দিয়ক , আপোনাৰ কৰ্মৰাজীৰ আৰু অধিক উন্নতি হওক তাৰেই কামনা কৰিলোঁ। 🙏💐

  • @hirokjyotigogoi4747
    @hirokjyotigogoi4747 Před rokem +1

    সুন্দৰ

    • @DevottomAxom
      @DevottomAxom  Před rokem +1

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @shilpishikhadas2944
    @shilpishikhadas2944 Před rokem

    দাদা আপোনাৰ নম্বৰটো পাম নেকি আপোনাৰ পৰা এটা বিশেষ advice লগে🙏🙏।। নিজৰ দাদা বুলি আপোনাক অনুৰোধ কৰিছো।।।

  • @rubisaikia6239
    @rubisaikia6239 Před rokem

    বৰ ভাল লাগিল।

  • @abonitadihingia5356
    @abonitadihingia5356 Před rokem +1

    Bohut val lagil dada apuni bemartu j eman hohoj bhabe bujai dile.

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @rajakvloge6179
    @rajakvloge6179 Před rokem +1

    Sir bohot val laga apunar video bilak bohot Hohojvaba bujai diya hai baba buji pau Hokoluya 🙏🙏🙏

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @tridipboraart1090
    @tridipboraart1090 Před rokem +1

    আগতে আপোনা পৰামৰ্শ লৈ ন্যয় অখুশ ভাল পাইছো।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @prafullabarua3747
    @prafullabarua3747 Před rokem

    ভাল লাগিল চাৰ

  • @sohidulislam5112
    @sohidulislam5112 Před rokem

    Great humanity, thanks

  • @archanagoswami9502
    @archanagoswami9502 Před rokem +1

    আপোনাৰ videoচাই ভাল লাগে ।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @dipaligogoi8932
    @dipaligogoi8932 Před rokem +2

    ছাৰ ,আপুনি ইম্মান সহজ সৰল ভাষাত বুজায় দিছে যে সকলোৱেই বুজি পাব আৰু এই ভিডিঅ টোৱে সকলোকে উপকাৰ কৰিব. I ধন্যবাদ ছাৰ. I

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @smritichetia7497
    @smritichetia7497 Před rokem +1

    apunar video buror pora bohut Bojana kotha জানিবলৈ সক্ষম হৈছোঁ

    • @DevottomAxom
      @DevottomAxom  Před rokem +1

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

    • @smritichetia7497
      @smritichetia7497 Před rokem

      @@DevottomAxom ভাল লাগিল আপোনাৰ পৰা reply পাই।আপোনাৰ video buree raijok যথেষ্ঠ উপকিত কৰিব।

  • @rupamkumarnath1628
    @rupamkumarnath1628 Před rokem

    Thnk u,,apunar video bilak Sai bohut hahokh Pau...apunar hu saistho kamona korilu...

  • @binagohain9329
    @binagohain9329 Před rokem +1

    Sir bht vl palu apuner kotha bilak huni bht bht dhonyabad jonalu

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @rakeshkakoty8040
    @rakeshkakoty8040 Před rokem

    Khub hundor

  • @anjusaharia5639
    @anjusaharia5639 Před rokem

    জয় আই অসম ❤️ । বহুত দৰকাৰী কথা জনালে। ধন্যবাদ জনালোঁ।

  • @chayanburagohain8479
    @chayanburagohain8479 Před rokem +1

    Apunar video bilak sai. Bohut bhal lage enedore video bilak di thakibo

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @nonyborgohain6109
    @nonyborgohain6109 Před rokem +1

    ভাল লাগিল

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @jyotishsarma7563
    @jyotishsarma7563 Před rokem

    🙏🙏🙏.sir apuni imaan xundar koi bujai dile.dhanyabaad.

  • @babitadeori4448
    @babitadeori4448 Před rokem +1

    এইটো বেমাৰৰ বিষয়ে জানি বহুত উপকৃত হলো ভাইটি।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment pai xukhi holu Baideo 🙏🏻

  • @rosidakitchenassam8575

    আপোনাৰ ভিডিঅ টো ভাল লাগিল।

  • @moviesworld9298
    @moviesworld9298 Před rokem +1

    ভাল লাগিল ছাৰ

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @rohitashkumar7330
    @rohitashkumar7330 Před rokem +1

    Bhut val lager. Apunar video🎥 but. Thanks🙏🙏 so God Belles

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @biswajittalukdar2048
    @biswajittalukdar2048 Před rokem

    দাদা। আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ পৰামৰ্শ মতে মই যোৱা ৪ মাহ, Intermittent Fasting ত থাকি ৭ কি:গ্ৰা: ওজন হ্ৰাস কৰালো।

  • @sanjoyphukan1466
    @sanjoyphukan1466 Před rokem +1

    Sir bhal lagil. New katha ata janilo.

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @nabajyotineog8562
    @nabajyotineog8562 Před rokem +3

    আপোনাৰ কথাবোৰ সহজ সৰল হোৱাৰ বাবেই সকলোৱেই বুজিব পাই। সদায়েই কুশলে থাকক দাদা।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

    • @user-pf2hu4os2u
      @user-pf2hu4os2u Před 3 měsíci

      Sir apunak juga jug করিম কেনে k

  • @chabiramgayary762
    @chabiramgayary762 Před rokem

    Bohut bohut dhoynobut dada.

  • @everythingintheworld3072

    ধন্যবাদ ছাৰ

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @dipjyotisarma4833
    @dipjyotisarma4833 Před rokem +1

    আপুনি ব্যস্ততাৰ মাজতো যে, আমাক সময় উলিয়াই বহু নাজানা কথা শিকায়, আপোনাক বহুত বহুত ধন্যবাদ।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @digambarbhuyan9798
    @digambarbhuyan9798 Před rokem +1

    Understood.

  • @dipalidevi8666
    @dipalidevi8666 Před rokem +1

    Val lagil video tu sir God bless you

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @sahadevboro2829
    @sahadevboro2829 Před rokem +2

    Sir, প্ৰথমে নমস্কাৰ জনালোঁ মোৰ এটা প্ৰশ্ন আছিলে যে, মোৰ বয়স 31 বছৰ মোৰ সকলো report যেনে heart rate ,h2o level normal কিন্তু কি হয় sir মোৰ বুকুৰ যি ধপ্-ধপনী সেইতু খুব জৰকৈ মাৰে speed নহয় , কেতিয়াবা বিছনাখনত শুই থাকিলে মই লক্ষ্য কৰো যে ,মোৰ বুকুৰ ধপ্-ধপনীৰ লগত মোৰ আঠুৱাৰ stan কেইডাল সমানে লৰি আছে । আগতে এনে হৱা নাছিল sir । কিবা চিন্তাৰ বিষয় নেকি অনুগ্ৰহ কৰি জনাবছোন sir । ধন্যবাদ।

  • @srikrishna5354
    @srikrishna5354 Před rokem

    Bhal lagil sir

  • @abhijitborah3183
    @abhijitborah3183 Před rokem +1

    Val lagil sir

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @kalpanamedhi4917
    @kalpanamedhi4917 Před rokem

    Sir aponar video bilak sai bhu upakrita hao.sir alkohal lowa manuhak gharuwa vabe kidare Val Kariba pari tar oparat ata video diba buli axa rakhilu.

  • @karunaborah7212
    @karunaborah7212 Před rokem +2

    আপোনালৈ অশেষ ধন্যবাদ। ভগবানে আপোনাক কুশলে ৰাখক।

  • @amiokachari4375
    @amiokachari4375 Před rokem +3

    সুন্দৰ উপস্থাপন sir !🙏🙏 জয় আই অসম ।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @farnajnargis129
    @farnajnargis129 Před rokem +1

    বৰ সুন্দৰকৈ বুজাই দিলে আপোনাৰ ভিডিঅ বোৰ চাই বৰ ভাল লাগে । may god bless you and your family...।ছাৰ মোৰ গেষ্ট্ৰিক আলচাৰ আছে খোৱা তেল কোনটো ব্যৱহাৰ কৰিলে ভাল কোনোবাই কয় Rice bran oil ভাল ।কোনোবাই কয় mustard oil.. Please জনালে সুখী হোম

  • @chikhlagogoi7219
    @chikhlagogoi7219 Před rokem +1

    বহুত বহুত ধন্যবাদ । নাম চাই কাম । সুস্থ থাকক ।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @ushaphukan7684
    @ushaphukan7684 Před rokem +1

    চাৰ আপুনি কথাবোৰ ইমান সুন্দৰকৈ বুজাই দিয়ে আপোনাক ভগৱানে কুশলে ৰাখক।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @hemenmalakar5310
    @hemenmalakar5310 Před rokem

    ধুনীয়া কৈ বুজিছো মোৰ খুৰী এজনীৰ হৈছে DELHI AIIMS ত operation হল এবাৰ হলে আকৌ হোৱাৰ সম্ভাৱনা থাকে ন ?

  • @akhilgogoi1869
    @akhilgogoi1869 Před rokem +1

    Hoi sir bhout bhal lagil

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @kirandas2469
    @kirandas2469 Před rokem +1

    Bohut val bujaise dei

    • @DevottomAxom
      @DevottomAxom  Před rokem +1

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @navojitdas8559
    @navojitdas8559 Před rokem

    Dada bohut vaal lagil

  • @amcreator1146
    @amcreator1146 Před rokem +1

    Jani bohut bhal lagil thankyou sir

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @assamessvlog7846
    @assamessvlog7846 Před rokem +1

    বহুত বহুত ধন্যবাদ ছাৰ ইমান সুন্দৰ ভাৱে বুজাই দিয়া বাবে। আপোনাৰ দীক্ষৰ আয়ু কামনা কৰিলো আপোনাৰ দৰে এজন মহান মানো আমাৰ বহুত পয়ুজন,🙏

    • @rinakalita2820
      @rinakalita2820 Před rokem +1

      ধন্যবাদ ছাৰ, সুন্দৰ ভাৱে বুজাই দিয়া বাবে।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻

  • @arupdas8897
    @arupdas8897 Před rokem +1

    Nice thanks for the knowledge to the common people

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @piyarashik2020
    @piyarashik2020 Před rokem +1

    Val lagil dada

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @minotisonowal604
    @minotisonowal604 Před rokem +1

    ধন্যবাদ

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @nipulsaikia8671
    @nipulsaikia8671 Před rokem +1

    আপোনালৈ প্ৰনাম জনাইছো সৰল ভাবে বুজায় দিয়া বাবে। সদায় কুশলে থাকক।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @devajanihazarika2104
    @devajanihazarika2104 Před rokem +1

    ভাল লাগিল কথাখিনি জানি। আপোনাক বহুত ধন্যবাদ।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @gitanjalidekakonwar4361
    @gitanjalidekakonwar4361 Před rokem +1

    very informative

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunalukor ene comment bure muk utxahito kore Axomor raaijor babe kaam kori jaboloi. Moi kotha disu apunak aji, moi mur kaam xodai kori jaam, manuhor monor pora bhoi aatorai jaam. Video bur apunaluke xokolure logot share kori muk ai uddesyo puron huwat xohai kori thakibo. Mur aiya onurudh 🙏🏻. Video tu share kori dibo

  • @bipulkumarbarman6819
    @bipulkumarbarman6819 Před rokem +1

    হয় চাৰ কিছু নজনা কথা জনিলো, ভাল লাগিল যে আপুনি অতি সহজ ভাষাৰে কথাখিনি বুজাই দিছে,,,,, ধন্যবাদ

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @prepareforexam5763
    @prepareforexam5763 Před rokem +1

    Val kotha koise

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @dhomoniray166
    @dhomoniray166 Před rokem +1

    Khub vl lgl sir🙏🙏

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @bipulsonowal8265
    @bipulsonowal8265 Před rokem +1

    Vall lagil aji saisu

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @kaminiprasadbaruah8017
    @kaminiprasadbaruah8017 Před rokem +2

    আপোনাৰ ভিডিও বোৰ প্ৰায় চাও
    উপকৃত হোৱাৰ উপৰি অনেক বেমাৰ সমুহ হোৱাৰ কাৰণ বোৰ জনাৰ পাছত সতৰ্কতা লোৱাত সহায় কৰিছে ! ধন্যবাদ জ্ঞাপন কৰিলো!

  • @rekhaomsantibanskotoky55

    Val lagil sai

  • @sabita3055
    @sabita3055 Před rokem +1

    Very Nice

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @hemkantaborah7434
    @hemkantaborah7434 Před rokem +1

    আপুনি যে অসমীয়া মাধ্যমত পঢ়ি যোৱা, সেয়ে চিকিৎসা বিজ্ঞানৰ প্ৰায়বোৰ শব্দৰে অসমীয়া প্ৰতিশব্দ জানে। সেয়ে আপোনাৰ কথনশৈলীও বৰ সুন্দৰ।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

    • @ajaykalita3957
      @ajaykalita3957 Před rokem

      ছাৰ আপোনাৰ ভিডিও বোৰ সদায় চাও। বহুতে ভাল লাগে। কথাবোৰ সহজেই বুজিব পৰাকৈ ভালদৰে কোৱা হয়।।।
      বহুত বহুত‌ ধন্যবাদ।।।।।

  • @avilashkashyap3211
    @avilashkashyap3211 Před rokem

    খুব সুন্দৰ উপস্হাপন ...ভাল লাগিল🙏🙏🙏

  • @rumibegum611
    @rumibegum611 Před rokem +2

    চাৰ আপুনি ধূনীয়াকৈ বুজাই দিয়া বাবে বহুত বহুত ধন্যবাদ 🙏🙏 আপোনাৰ প্ৰতিটো ভিডিঅ' মন দি শুনু কিবা এটা সাহস পাওঁ চাৰ ।

  • @Luhit100
    @Luhit100 Před rokem +1

    👍👍

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @digantabaro3614
    @digantabaro3614 Před rokem

    Sir apuni bohut val mahnu....

  • @minakshibaruah8006
    @minakshibaruah8006 Před rokem +1

    ইমান সুন্দৰকৈ বুজাই দিয়ে, বৰ ভাল লাগে আপোনাৰ ভিদিঅ বোৰ ।ধন্যবাদ

    • @DevottomAxom
      @DevottomAxom  Před rokem +1

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @ucreativesboy8238
    @ucreativesboy8238 Před rokem +1

    Boi lage sir topapiu hahok gotai salu haru🙏🙏🙏🙏

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @Rinku.Borah.
    @Rinku.Borah. Před rokem +1

    Good morning sir
    মোৰ এটা বহুত ডাঙৰ বেমাৰ আচে।ৰাতি শুই থাকোতে নিজেই নিজেই ধাতু জাই আৰু মই বহুত খিনাই গৈচো।মোক কিবা এটা ওপাই দিয়ক চোন।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Sinta koribo nalage. Aiya kunu bemar nohoi. Mur eta video ase. Sabosun.

  • @romensaikia5326
    @romensaikia5326 Před rokem +2

    সুন্দৰ উপস্থাপন।

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @insighttheinterlude4389
    @insighttheinterlude4389 Před rokem +1

    উপকৃত হ'লো। ধন্যবাদ।

  • @Hghxjjvkv111
    @Hghxjjvkv111 Před rokem +1

    Bahut bahut dhunia lgise o sir...aponak log pabole bahut maan ase.but kenekoi log pam

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Nicchoy log paam ketiyaba

  • @biju9580
    @biju9580 Před rokem

    Dada. Great video 👍👌

  • @birajimedhi7236
    @birajimedhi7236 Před 11 měsíci

    Thanks 🙏

  • @suryakumarrajbongshi7772

    আপুনি PSVT বেমাৰৰ বিষয়ে ভাল দৰে বুজাই কোৱাৰ বাবে বহুত উপকৃত হৈছো, ধন্যবাদ।

    • @DevottomAxom
      @DevottomAxom  Před rokem +1

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @parismitamech2047
    @parismitamech2047 Před rokem

    Sir namaskar.. apunar video bilak sai bohut upokrito hoisu...bhogobane apunar mongol korok.
    Moi scalp psoriasis problemot bhugi asu.. besi hoi goise kiba ata upai dibo buli akha rakhilu....

  • @uttamborah3929
    @uttamborah3929 Před rokem +1

    Good

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. Aagotiyake dhanyabad.

  • @nathashimjyoti7
    @nathashimjyoti7 Před rokem

    বৰ ভাল লাগিল ।বৰ সহজ ভাষাৰে বুজালে ।বুজি পাইছো কিছু ।ধন্যবাদ ।আপুনি খোৱাৰ ক্ষেত্ৰত কি খাব নালাগে কলে লগতে কিবা যদি ব্যায়াম আছে জনাবছোন!! heart rate 120/30 থাকিলে লগতে BP 160/90 থাকিলে দৰব খায়ছে ECG normal পাইছে Omega 3 fattyacid fish oil capsul 1000mg খাব পাৰিব নে ??

  • @DANCING_YOUTUBE
    @DANCING_YOUTUBE Před rokem +1

    দাদা, মোৰ পত্নীৰ হৈছে যোৱা 16/11/22 তাৰিখে। আপুনি কোৱা কথাখিনি গোটেই মিলিছে। ডক্তৰে কলে সম্পূণ্ ভাল হবৰ কাৰণে অস্ত্রোপচাৰ কৰাৰ কথা। এতিয়া কথাটো হ'ল যিটো অস্ত্রোপচাৰ কৰা হয় তাৰে এটা ভিডিঅ পালে যথেষ্ট ভাল পালো হয়। আশা কৰিলো সোনকালে পাম বুলি।

  • @chinmoyeesaikia4921
    @chinmoyeesaikia4921 Před rokem +2

    ছাৰ ভিডিঅ'টোত ইমান ভালদৰে বুজাই দিলে সকলোৱে উপকৃত হোৱাকৈ অশেষ ধন্যবাদ থাকিল।

  • @damayantiborah6445
    @damayantiborah6445 Před rokem +1

    ছাৰ আপুনি ইমান মুকলি কৈ বুজাব পাৰে ভাল লাগিল

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @chornogogoi2883
    @chornogogoi2883 Před rokem +1

    Val lagasha

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Apunar comment tu pai xukhi holu. Please share kori dibosun. Karon eta share-e aan bohujonor monor pora bhoi aaxonka dur koribo. dhanyabad 🙏🏻

  • @pkgogoigogoi1769
    @pkgogoigogoi1769 Před rokem +3

    চাৰ আপোনি ইমান ধুনীয়াকে কথাবোৰ বুজায় দিয়াৰ বাবে ধন্যবাদ জনালো , আৰু আপোনাক ভগৱানে ভালে ৰাখক।

  • @prodipgogoi9869
    @prodipgogoi9869 Před rokem +1

    আপোনাৰ এই video বোৰ চাই বহুত উপকৃত হৈছোঁ।ধন্যবাদ।

  • @Hritikesh_01
    @Hritikesh_01 Před rokem +1

    Sir, মোৰ দাদা এজনৰ লিভাৰ ত কেন্সাৰ হৈছে.......
    তেঁও বাচিব নে ?

  • @niveditabarua7460
    @niveditabarua7460 Před rokem +1

    👌🏻👌🏻👌🏻🙏🏻🙏🏻

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @mitalidutta2783
    @mitalidutta2783 Před rokem +1

    বহুত বহুত ধন্যবাদ জনাইছোঁ ছাৰ। 🙏

  • @muttantattoz
    @muttantattoz Před rokem +1

    Sir apunar lgt pencritis bemar r uport kotha patibo khujisilu...bohut dorkar hoisil...

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Kouksun

    • @muttantattoz
      @muttantattoz Před rokem

      @@DevottomAxom sir bemar tu bare bare hoi ase mane operation hoisil trpist o bikh tu hoi thake.....medical t vorti korile vl hoi pist akou hoi...apuni mk anekua eta upai diyok Jen ai bemar tu ba ai bikh tu Jen aru ketiao nhoi...aru sir ai bemar r pora manuh moribo pare nki...bemari jon 29 yrs hoise

  • @sonmoniborah5685
    @sonmoniborah5685 Před rokem +1

    ছার আপুণি ইমান সহজ ভাষারে বুজাই দিয়ে জানি ভাল লাগিল ধন্যবাদ 🙏🙏