Thyroid Disease; causes, symptoms and treatment ! থাইৰয়ড বেমাৰ কি, ক’ত, কিয় বিখ্যাত ?

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • #Healthy_Assam #দেৱোত্তম #Devottom #Devottom_অসম #সজাগ_অসমীয়া #AatmanirbharAssam #Health #HealthAwareness #CZcams #JaiHind #BharatMataKiJai #onceasoldieralwaysasoldier #হৰহৰমহাদেৱ
    স্বাস্হ্য সম্পৰ্কীয় বিধিগত সকীয়নি :
    উক্ত ভিডিওটোত থকা বিষয়টি স্বীকৃত চিকিৎসা পদ্ধতি বা আপুনি প্ৰতক্ষ্যভাৱে লগ পোৱা চিকিৎসকৰ উপদেশৰ সমাৰ্থক নহয় । শাৰিৰীক তথা মানসিক যিকোনো অসুবিধাৰ বাবে আপুনি ওচৰৰ চিকিৎসকৰ লগত যোগাযোগ কৰক ৷ এইয়া অত্যন্ত জৰুৰী ৷ আমাৰ ভিডিওবোৰৰ একমাত্ৰ উদ্দেশ্য হ’ল সমগ্ৰ অসমীয়া ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা অনা ৷এই ভিডিও উপভোগ কৰি আপোনাৰ জীৱন শৈলী ,খাদ্য ৰীতি ,ঔষধ ইত্যাদি সলনি কৰিব হ’লে আপোনাৰ চিকিৎসকৰ অনুমতি আৰু উপদেশ গ্ৰহণ কৰক ৷
    আপুনি যদি কিবা বেমাৰত ভুগি আছে বা আছিল তথা যদি আপুনি কিবা দৰৱ খায় আছে বা আছিল তেন্তে আপোনাৰ মেডিকেল নথিপত্ৰ সকলোখিনি ভেকচিন দিয়াৰ আগত দায়িত্বত থকা চিকিৎসক জনক দেখুৱাওক লগতে আপোনাক চিকিৎসা কৰি থকা চিকিৎসকৰ লগত আগতে এবাৰ পৰামৰ্শ কৰি লওক ৷
    Medical Disclaimer:
    This content is not intended to be a substitute for professional medical advice, diagnosis or treatment. Please consult with your Physician with any questions regarding a medical condition. Never disregard professional medical advice or delay in seeking it because of something you watch in this video. Please consult with your physician before changing or adding any lifestyle, food, medication or supplement.
    Instagram profile: ...
    Facebook profile: / dr.dipam
    Facebook page: / devottom1
    Music credit: channel name: @Sanu Sharma Entertainmentlink: • O Mur Apunar Dekh || I...
    Photo credit: www.unsplash.com
    Video edited with: Kinemaster app
    Thumbnail edited with: PicsArt app
    Animation credit: Pranjal Pratim Gare and his CZcams channel “Rebel Times” / channel

Komentáře • 926

  • @trailokyakumardas4356
    @trailokyakumardas4356 Před 2 lety +20

    আপোনাৰ প্ৰত্যেকটো ভিডিঅ ভাল্ লাগে, ইমাণ ভালকৈ বুজাই দিয়ে l ডাক্তৰ বিলাক সকলো এনে ধৰণৰ হব লাগে, কিছুমান ডাক্তৰৰ ইমাণেই অহংকাৰ যে দ্বিতীয় বাৰলৈ মুখখন চাব নোৱাৰি l ধন্যবাদ ভগৱানে আপোনাক আৰু পৰিয়ালক বহুত সুখ দিয়ক l

  • @geetanjalidas2930
    @geetanjalidas2930 Před 6 dny

    বহুত বহুত ধন্যবাদ ছাৰ ভালদৰে বুজোৱাৰ বাবে।

  • @akcreation9888
    @akcreation9888 Před 3 lety +49

    বহুত বহুত ধন্যবাদ আপোনাক,,,,,আপোনাৰ ইমান কষ্টৰ মাজতো থাইৰইড ওপৰত vidio বনাই দিয়াৰ বাবে🙏🙏🙏

  • @ajoyhazarika206
    @ajoyhazarika206 Před 3 lety +2

    চাৰ আপোনাৰ চেনেলটো চাই ভাল লাগে । থায়ৰয়ড সম্পৰ্কে বৰ সুন্দৰ তথ্য পালো । বহুত কথা জানিলো । অশেষ ধন্যবাদ চাৰ ।

  • @jugeshDeka-pj4ui
    @jugeshDeka-pj4ui Před rokem +3

    ককাইদেউ আপোনাক ধন্যবাদ আপুনি বহুত ধুনীয়াকৈ সাস্থ্য বিষয়ে বুজাই দিয়াৰ বাবে। ককাইদেউ আপোনাৰ এটা কথা জানিব বিচাৰিছোঁ যদি সৰু লৰা ছোৱালী বোৰে ভুলতে মূৰৰ চুলি পেটত জাই কিবা অসুবিধা কৰিব পাৰে নেকি বা কিবা চিন্তাৰ কাৰণ থাকে নেকি? আশা কৰিছোঁ আপুনি বুজাই দিব। আপোনাৰ উত্তৰ ৰ বাত চাই থাকিম। ধন্যবাদ।

  • @beautytipsandtailoring4686

    Thank you sir,aji moi aapur video 3/4ta salu.val lagi Sai,agoleo Sai thakim.

  • @jinagogoi118
    @jinagogoi118 Před rokem +3

    বৰ ধুনীয়াকৈ বুজায় দিয়ে কথাবোৰ আপুনি ।বুজি পাওঁ ।ভাল লাগে। শ্বেয়াৰো কৰো।আনলোকো মোৰ দৰেই উপকৃত হওঁক।

  • @ayushmansaikia1611
    @ayushmansaikia1611 Před 2 lety +2

    ভিডিঅ ৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিলো। লগতে জানিব বিচাৰিছো যে থায়ৰইডৰ দৰৱ খোৱাৰ পাছত যি এঘণ্টামান একো খাব নেলাগে, সেই সময়ত পানী খাব পাৰি নে নোৱাৰি!!!!

  • @ckroy5626
    @ckroy5626 Před 3 lety +18

    দাদা , Post Covid hairfall বা Telogen effluvium ৰ বিষয়ে ভালদৰে জনাবচোন । মোৰ চুলি সৰি আছে, ভয়ো লাগে পিছত নতুনকৈ গজে নে নাই ? Video পাম বুলি আশা থাকিল ।

    • @DevottomAxom
      @DevottomAxom  Před 3 lety +4

      Nicchoi eta video bonam

    • @merinaakhat2794
      @merinaakhat2794 Před 3 lety +2

      Muru same problem hoise covid huar pisot suli bohut khorise plz ki logabo lage jonabosun plz sir

    • @ckroy5626
      @ckroy5626 Před 3 lety

      Protin জাতীয় খাদ্য যেনে কনী,মাছ, মাংস,ছয়াবিন,মাশৰূম,ডালি আদি খাব লগতে গাজৰ আৰু পালে পালেং শাক খাব। vitamin E বাবে মই Almond বাদাম খাই আছো আৰু মেইন বস্তুটো হল আমলখি খাব। মই পোৱানাই বাবে পতজ্ঞলি দোকানৰ পৰা amla আচাৰ,amla juice আৰু amla candy আনি তাকে খাই আছো ।দাদা এজনৰ পৰামৰ্শ মতে Biotin টেবলেট এটাকৈ daily খাই আছো ।তেওঁ এজন pharmasist.এতিয়া অলপ কমিছে, এসপ্তাহ আগত অবস্থা বেয়া আছিল। মুৰত হাত দিলে দহ পোন্ধৰ ডাল আহি যায় আৰু Stress নলব । লগতে পাৰিলে Darmatologist ডক্তৰক দেখুৱাওক ।

    • @rajeshsarkar7538
      @rajeshsarkar7538 Před 2 lety +2

      Covid howa nii mor kin2 hair fall hoy

  • @bipulsharma2225
    @bipulsharma2225 Před 3 lety +1

    ছাৰ আপোনাক বহুত বহুত ধন্যবাদ জনাইছো....... ইমাণ ব্যস্ততাৰ মাজত আপুনি ইমাণ সুন্দৰকৈ thyroid ৰ ওপৰত ভিডিঅ বনাইছে....... Thank you so much sir

  • @shahinurmondal4253
    @shahinurmondal4253 Před 2 lety +6

    দাদা,
    hypothyroid আৰু hyperthyroid ত TSH
    ৰ range টো কিমান ?
    জনালে উপকৃত হম

  • @kabitadeori1215
    @kabitadeori1215 Před 3 lety +1

    Thank You Sir. Very Good Advice. Mure ghorotey nobor ase Sr tai bohut ghami thake aru vhagor groom besi

  • @nilakshibarah7621
    @nilakshibarah7621 Před 3 lety +5

    Thank you so much Sir.

  • @debasreeborah8225
    @debasreeborah8225 Před 3 lety +1

    Bhal lagil vediotu. Mur majote dingitu 1mah agot gland olp fulisil heiabe test korisilo. T3, T4 check korisilo 2.22,13.5but THS-1. 16 ase. Ent dekhai check koraisilo. Muk normal buli koise n medicine suggest nokorile exercise koribo dise n future kiba prblm palehe besi after 6mnts ultration koribo dise. Moi aji 1/half months hbo exercise koru. N healthy diet follow koribo sesta korisu. Apunar kotha bure bohot insipre koru. Atya ako prblm nai..

  • @bhanitakalita4751
    @bhanitakalita4751 Před 3 lety +9

    চাৰ,হাইপাৰ থাইৰয়ডৰ বিষয়ে অলপ বহলাই আলোচনা কৰিলে উপকৃত হম।

  • @jigyashadas3196
    @jigyashadas3196 Před 3 lety +2

    Bahut bhut dhanyabad Sir. Moro thairoid problem ase moi kintu bhut xakot Hoi jao aru bhut ghami thako bhut toponi lagi thake.

  • @uddhabsarma3991
    @uddhabsarma3991 Před 3 lety +6

    ধন্যবাদ। এলাৰ্জিৰ IGE ৰ ওপত এটা ভিডিও বনাবচোন । ইয়াৰ বাবে চৰ্দি কাহ বুকঙত কফ জমা হোৱা খুজৱতি আদি সমস্যা আৰু বহত হয় ।

  • @jinabora6050
    @jinabora6050 Před 4 měsíci

    Dhoinyobad sir apunr kthabur bhut clear k bujibo pari prerona diat dhoinyobad.

  • @jadavsarmah6865
    @jadavsarmah6865 Před 3 lety +5

    Thank you doctor. A common problem nowadays explained in commoner's language. Usually a patient does not get the opportunity to get clarified in such length from the consulting doctor. I'm sure this will help create an health awareness.

    • @Mompipathori.123
      @Mompipathori.123 Před 3 lety +3

      বহুত ভাল ভাল উপদেশ দিয়াৰ বাবে কি বুলি ধনয়বাদ দিম |ভগৱানে নিশচয় মংগল কৰিব |গোলাঘাট অসম

    • @bijoydas5841
      @bijoydas5841 Před rokem

      Thanks for this sir

  • @pujamakeover6380
    @pujamakeover6380 Před 29 dny

    Thank you so much ❤🙏

  • @jimirajkhowa9235
    @jimirajkhowa9235 Před 3 lety +2

    অশেষ ধন্যবাদ দাদা, মই hyper thyroidism ত ভুগি আছোঁ, আৰু neo marcazole 10 tab খাই আছো, এই ঔষধৰ কিবা side effect থাকিব পাৰে নে কি? অকণমান কব পাৰিব নে দাদা।

  • @poriborakalita6371
    @poriborakalita6371 Před 3 lety +1

    কথাবোৰ জানি-বুজি বহুত ভাল লাগিল।

  • @bubudas3623
    @bubudas3623 Před rokem +3

    মোৰ TSH report মতে value 9.831.মই বৰ্তমান thyronorm tablet ৰাতিপুৱা খালি পেটত খাই আছোঁ। আৰোগ্য লাভ কৰিবৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ পৰামৰ্শ জনাব ।

  • @reenadeka6478
    @reenadeka6478 Před rokem +2

    ইমান ধুনীয়াকৈ বুজাই দিলে, বহুত বহুত ধন্যবাদ ছাৰ

    • @DevottomAxom
      @DevottomAxom  Před rokem

      আপোনালোকৰ এনে কমেণ্টবোৰে মোক উৎসাহিত কৰে অসমবাসী ৰাইজৰ বাবে কাম কৰি যাবলৈ। জীয়াই থকালৈকে মই আপোনালোকৰ মাজত স্বাস্থ্যসম্পৰ্কীয় সজাগতা আনিবলৈ লাগি থাকিম। নিজৰ দৈনন্দিন জীৱনত সৰু সৰু কিছুমান সালসলনি কৰি নিজক বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা যায়, সুস্বাস্থ্যৰে থাকিব পৰা যায়, ইয়াকে জনাবলৈ যৎপৰোনাস্তি চলাই গৈ আছো। মই এই উদ্দেশ্যক আগত ৰাখি সৰু ডাঙৰ কিছুমান ভিডিঅ’ বনাই গৈ আছো। আপোনালোকে ভিডিঅ’বোৰ অন্তত ২ জনৰ লগত share কৰি দিলেও এসময়ত সমগ্ৰ অসমৰ প্ৰতিটো নঙলামুখলৈ গৈ পাব এই সচেতনতা। আহক এজনে আনজনক সহায় কৰো! 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @bandanabarpujari3416
    @bandanabarpujari3416 Před 3 lety +3

    Sir, thyroid r karone mur weight sunkale gain hoy but bahut kosto koriu weight loss koribo pora nai, ki korile weight loss hoy jonabosun Sir🙏🙏

  • @user-ip7ob9wf2t
    @user-ip7ob9wf2t Před 11 měsíci +2

    Thank-you for your advice sir

  • @kanakasaikia7609
    @kanakasaikia7609 Před 27 dny

    বহুত বহুত ধন্যবাদ ।

  • @minusarma9219
    @minusarma9219 Před 3 lety +3

    আপোনাৰ প্ৰতিতো ভিডিও চোৱাৰ ফলত বেমাৰলৈ অলপ ভয় কমিছে যেন লাগিছে।ধন্যবাদ,

  • @dimpideka6866
    @dimpideka6866 Před rokem +1

    বহুত ধন্যবাদ ছাৰ আপোনাক,,থায়ৰয়ডৰ বিষয়ে ভিডিঅ বনোৱা বাবে,,

    • @DevottomAxom
      @DevottomAxom  Před rokem

      Comment tu pai xukhi holu. Kindly share kori dibo. Apunalukor morom aaxirvad bure muk kosto kori jaboloi xaahox aru utxaah jugai..

  • @pridejorhat4261
    @pridejorhat4261 Před 3 lety +2

    মই এগৰাকী থাইৰয়ড ৰোগী 2011চনৰ পৰা এই ৰোগত ভুগি আছো নিয়মীয়াকৈ ঔষধ খাই আছো, আপোনাৰ এই ভিডিঅ তোৰ জৰিয়তে থাইৰয়ড অসুখ তোৰ বিষয়ে সবিশেষ জানিবলৈ পাই আপোনালৈ বহুতো ধন্যবাদ জনালোঁ

    • @DevottomAxom
      @DevottomAxom  Před 3 lety

      Oxex dhonyobaad thakil...comment tu pai muru bhal lagil

  • @irapathak7361
    @irapathak7361 Před 2 lety +1

    বহুত ভাল পালো বোপা তোমাৰ ভিদিঅ'টো চাই
    ইমান ব্যস্তুতাৰ মাজতো যে ভিদিঅ' বনাই ৰাইজৰ উপকাৰ কৰিছা বহুত ধন্যবাদ থাকিল

    • @DevottomAxom
      @DevottomAxom  Před 2 lety

      Dhanyabad apunak. Apuni j muk eneke comment d utxahito korise. Mur bor bhal lagise

  • @ZOX775
    @ZOX775 Před 3 lety +1

    Apuni dia video bilak sai bohut utkha pau bohut bohut dhoniobad

  • @nayanjyotiborthakur2006
    @nayanjyotiborthakur2006 Před 3 lety +1

    সুন্দৰ আৰু বহুত জানিব লগিয়া ভিদিʼঅ এটা বনালে দাদা । আশা কৰোঁ অনাগত দিনত আপোনাৰ পৰা আৰু জানিব লগিয়া এনেকুৱা ভিদিʼঅ পাই থাকিম 🙏 জয় আই অসম

  • @leenadas9539
    @leenadas9539 Před rokem +1

    Thank u so much sir, for for great information regarding thyroid desease

  • @aimanichoudhury6822
    @aimanichoudhury6822 Před 3 lety +1

    Sir mor thyroid aase..bhut bhut dhnybd aaponak vdo 2 r karne🙏🙏🙏🙏

  • @bhabanigogoihazarika1654
    @bhabanigogoihazarika1654 Před 3 lety +2

    ধন্যবাদ ।আপোনাৰ ভিডিও বোৰে বহুত প্ৰয়োজনীয় information দিয়ে। কণীৰ প্ৰতি ভুল ধাৰণা সচাঁকৈয়ে আছিল। uric acidr ওপৰত video বনাবছোন।uric acid বাঢ়িলে গোটেই জীৱন ঔষধ খাব লাগিব নেকি? সম্পূৰ্ণ ভাল হোৱাৰ কিবা ওপায় আছেনে? জনালে সুখী হম।

  • @user-hq8mj9rz3c
    @user-hq8mj9rz3c Před 7 měsíci

    সুন্দৰকৈ বুজাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।

  • @dalimiseal75
    @dalimiseal75 Před 3 lety

    Thank you so much dada ai bikhoyr oport valke janar bohut essa asil mur love from Bongaigaon

  • @ArupRoy-lb8pf
    @ArupRoy-lb8pf Před 7 měsíci

    Upuni eman dhuniyake bujai dile .thank you sir

  • @kddutta951
    @kddutta951 Před 2 lety +2

    বহুত বহুত ধন্যবাদ দাদা।।

    • @DevottomAxom
      @DevottomAxom  Před 2 lety

      Thank you 🙏🏻.. share kori dibosun please.. mur onurudh thakil..

  • @rumikalita2065
    @rumikalita2065 Před 3 lety +1

    Dhanyavaad dada... Bohut upokrito holu.. Aponar short video bor sao..

  • @rupsmritisonowal7790
    @rupsmritisonowal7790 Před 3 lety +1

    Thank you sir.... Agoloiu enekuwa video bur upload d thakibo buli akha korilu... Thanks again

  • @shamimahmed5614
    @shamimahmed5614 Před 3 lety +1

    Thank you sir. Mur TSH besi weight bohut gain hoise but bohut besi ghami thaku

  • @seemastyle938
    @seemastyle938 Před 2 lety

    Sir moi agoraki medical student hoi . Mur community posting asil tat ai disease tu porisil health talk t apunar ai video tu sai ru valkoi bujisi lolu. Thank you so much sir for this video.

  • @dipamanibharali823
    @dipamanibharali823 Před 2 lety

    Apunar vdo bur sai upokrito hoisu. Thank you so much.

  • @milantakumardas9479
    @milantakumardas9479 Před 2 lety +1

    ধন্যবাদ ছাৰ🙏 কথাখিনিৰ পৰা বহুত উপকৃত হলো

  • @bornalipatar2881
    @bornalipatar2881 Před 3 lety

    Thank you dada eman dhuniake bujai dise,apunar vdo Sai bhut vl lge

  • @najirabegum1537
    @najirabegum1537 Před 4 měsíci

    বহুত বহুত ধন্যবাদ দাদা ❤

  • @AlenurBegum-nl4tp
    @AlenurBegum-nl4tp Před měsícem

    Thunk you sir

  • @BBNLiveAssam
    @BBNLiveAssam Před 28 dny

    Thanks, very informative video

  • @munmichangmai9184
    @munmichangmai9184 Před 3 lety +1

    Sir Bohut val lagil.mur maar asa thyroid.thyroxin 100 power khai.thank you sir video tr pora bohut kotha janelu.

  • @dipabhuyan3684
    @dipabhuyan3684 Před 3 lety +1

    বহোত ভাল লাগিলে থাইৰোদৰ বিখয়ে।জানিলো ধন্যবাদ ছাৰ🙏

  • @roopjyotibordoloi9980
    @roopjyotibordoloi9980 Před 7 měsíci

    Thank you Dada ❤. Bohut bhal lagil.

  • @assamknowledgetutorials4727

    আপোনাক বহুত বহুত ধন্যবাদ ছাৰ ভালদৰে বুজোৱাৰ বাবে।

  • @znixyt2300
    @znixyt2300 Před 3 lety +2

    Bohut vl lagil sir nojona kotha janilu

  • @rekhajyotipachani7797

    Thank you sir🙏I have been suffering from this disease for a long time

  • @pompibegume2372
    @pompibegume2372 Před 3 lety

    Thinku sir এতিয়া হে ভাল দৰে যানিলো ।

  • @birajimedhi7236
    @birajimedhi7236 Před 6 měsíci

    Bhayti tumak bhahut bhahut dhanybud 👏❤

  • @poly_tamuli
    @poly_tamuli Před 3 lety +2

    Thank you sir for making this informative video. Mur hypothyroidism 1yr man hol check up koribo pora nai for covid situation. But regularly medicine loi asu. Kiba problem hobo pare neki jihe2 moi blood test kora nai eMan din hol.

    • @DevottomAxom
      @DevottomAxom  Před 3 lety

      Doctor e diya advice bur maani solilei hol

    • @poly_tamuli
      @poly_tamuli Před 3 lety

      Okay sir. ThAnk you for the reply

  • @jaanburagohain2302
    @jaanburagohain2302 Před 2 lety

    Bahut Val lagil sir, bohut kothai janilu.Thank you sir.

  • @kakumoniphukan2742
    @kakumoniphukan2742 Před 3 lety

    Bohut Bohut dhanybad sir.🙏

  • @madanbaishya4467
    @madanbaishya4467 Před 3 lety +1

    Thank you very much .please make video Acidity hurt Burns.

  • @user-ip7ob9wf2t
    @user-ip7ob9wf2t Před 11 měsíci +1

    thank you for your advice 🙏

  • @pahiborthakur8549
    @pahiborthakur8549 Před 2 lety +1

    অশেষ ধন্যবাদ 🙏❤️

  • @rijumoniahmed3690
    @rijumoniahmed3690 Před 3 lety

    Bht dhuniya k bujai diye sir... Thnk u

  • @pankajborah6952
    @pankajborah6952 Před rokem

    Bohut val lagile sir ,moi 2018 yersor pora thyrodor teblet khou kiba prblem hohoneki ,

  • @puspadhardeka5665
    @puspadhardeka5665 Před rokem

    Bahut Val katha kale sir. Thank u.

  • @sunitadas2906
    @sunitadas2906 Před 2 lety

    Thank you very much sir . Iman dhuniya k bujai dise apuni 🙏

  • @NoobZGamerxD
    @NoobZGamerxD Před 3 lety +2

    Thanku Sir, Tripti nath,

  • @jurideka8422
    @jurideka8422 Před 3 lety

    Bahut bahut dhanyad aponak

  • @user-bt2bm2jv4w
    @user-bt2bm2jv4w Před měsícem

    বৰ ধুনীয়াকৈ বুজাই দিছে, বহুত ভাল লাগিল। মোৰ হাইপাৰ থায়ৰড হৈছে, মেডিচিন আৰম্ভ কৰিছো ।

  • @guljarhussin8440
    @guljarhussin8440 Před 12 dny

    than you sir,,,,,,,,
    sir mur j gland fuli gol.atiya ki korim,,,

  • @abharanihazarika2585
    @abharanihazarika2585 Před 3 lety +2

    Sir thank you so much for the great information but sir eyar solution dibo joldi val hua ☺🙂

    • @DevottomAxom
      @DevottomAxom  Před 3 lety +1

      Doctor poramorxo jodi luwanai etiyaloi please louk aru jodi loise tente tekhete diya advice bur maani jaok...dhonyobaad 🙏

    • @abharanihazarika2585
      @abharanihazarika2585 Před 3 lety

      Thank you so much

  • @najuraja647
    @najuraja647 Před rokem

    Thank you sir Eman dhunya key bujaisy aapuni.sir mur TSH 8.19

  • @bhonisharma8971
    @bhonisharma8971 Před 3 lety +2

    বহুত ভাল লাগিল । আপোনাৰ video কাৰণে অপেক্ষা কৰি থাকো

  • @nirupamastime7043
    @nirupamastime7043 Před 3 lety +1

    Imn valkoi koise thanks

  • @Kylanidavi
    @Kylanidavi Před 16 hodinami

    Hlw sir. Moi cirvical spyne ot vugisu. Medicine khaisu tol mur nokorile vl pao. Kintu besikoi km korile bikhtu besi hoi. Alp bujai kb neki ki krile vl hb. Aru kihr babe hoi alp bujai kobsun

  • @bornalihazarika..colony6183

    Vl lagil sir.apuni Bor xundorokoi bujay koi.ami xohojei buji paw ji anotkoi bht byoticrom.👍👍

  • @prasantasaikia248
    @prasantasaikia248 Před 3 lety +2

    I have Hyperthyroidism and take neo mercazole 10 tablet twice daily after food

  • @nirugogoi1687
    @nirugogoi1687 Před rokem

    Sir apuni kathabilak bor saralbhabe bujai diba pare, bor vl lge. Eman byastater majato manuhar bbe aikhini km kri ase, God bless you.

  • @barnalichowdhury3240
    @barnalichowdhury3240 Před 3 lety

    Thank you. informative video.will help lots of people

  • @inudas9115
    @inudas9115 Před 2 lety +1

    Bohut Val lagil apunar video Tu ,mur tsh bahi Ase ki opai ase

  • @jeetumonidevi5190
    @jeetumonidevi5190 Před 3 lety +2

    Thankyou Sir🙏🙏most informative topics

  • @babitasharma1728
    @babitasharma1728 Před 6 měsíci

    dhuniya k bujipaichu, thank you

  • @rajib25haloi
    @rajib25haloi Před 3 lety +2

    Hypothyroidism r babe ki ki khale Val jonabosun sir please....
    Thank you very much..
    Jai hind
    Jai aai asom...🙏🙏🙏🙏🙏

  • @jnandabaruah1735
    @jnandabaruah1735 Před rokem

    Thank you Doctor for good advice

  • @UrmilaMishong-ik7wg
    @UrmilaMishong-ik7wg Před 3 měsíci +1

    Sir kiman point thakile normal hoy jonab son

  • @digantaborah2588
    @digantaborah2588 Před rokem

    ধন্যবাদ sir, কথাখিনি জানি বহুত ভাল লাগিল। sir, thyroid cyst বেমাৰৰ বিষয়ে সোনকালে জনাবচোন, মোৰ বৰ প্ৰয়োজন হৈছে।

  • @user-rt3li5oi2w
    @user-rt3li5oi2w Před 2 měsíci +2

    বৰ সৰল ভাষাত বোজাই দিয়ে আপোনি। ধন্যবাদ।

  • @deepakalita9663
    @deepakalita9663 Před rokem

    Bahut dhanyawad 🙏🙏

  • @deepjyotidevihazarika2843

    mur hypothyroid ase 4mnth mn hol dctre test krbo diute ulaise ..mdcn continue kori asu.aapunar video2 sai upokarito holu Sir. jai hind.

  • @rituranisaikia1501
    @rituranisaikia1501 Před 2 lety

    Video tu Sai Val lagil ...mur u thyroid problem ase

  • @mrinalidas414
    @mrinalidas414 Před rokem

    Apunar vedio sai bohut vall pung...

  • @ranjitachetia7509
    @ranjitachetia7509 Před 2 lety +2

    থাইৰডৰ বিষয়ে জানিবপাৰি উপকৃত হ'লো

  • @NirmalaDevi-yy7cq
    @NirmalaDevi-yy7cq Před rokem

    বহুত বহুত ধন্যবাদ চাৰ আপোনাক ।

  • @morzinabegum6899
    @morzinabegum6899 Před 3 lety

    Bahut dhonyobaad

  • @khagenborgohain339
    @khagenborgohain339 Před rokem

    As a thyroid patient I would to. Grate to you

  • @pronoysaikia1320
    @pronoysaikia1320 Před rokem +1

    Thank you sir🙏🙏

  • @rupjyotipayeng3100
    @rupjyotipayeng3100 Před 3 lety +1

    Bohut vl lgl sir .anagota dintu aru vl video pam buli aha rakhilu

  • @kishoremazumdar5754
    @kishoremazumdar5754 Před 4 měsíci

    Sir you are a parfect doctor