শংকৰদেৱ টোকাৰী গীত /tukari song//bitupon dutta assames 2022 ।।

Sdílet
Vložit
  • čas přidán 4. 10. 2022
  • আমাৰ গুৰু এই টোকাৰী গীত ভাগি দ্বিতীয় খণ্ড আপোনালোকলৈ বহুত আশাৰে আগবঢ়াই দিছোঁ সকলোৱে আদৰি লব ,লগতে আর্শীবাদ দিব ।
    সকলোৱে শুনিব ,share কৰিব ।
    গীত-আমাৰ গুৰু vol-2
    কথা-সুৰ-বিতোপন দত্ত ।
    সংগীত- শ্যামল ভূঞা ।(ষ্টুডিও উফণিক্স)
    বাঁহী -প্ৰতীম ভাস্কৰ ।
    বাদ্যযন্ত্ৰ-অচ্যুত বৰা ,।
    সহশিল্পী-শ্যামল ভূঞা,প্ৰতীম ভাস্কৰ ।
    চিৰঞ্জীত শইকীয়া
    Studio FX-10
    ঢেকীয়াখোৱা
    ধন্যবাদ ।।
  • Zábava

Komentáře • 201

  • @PronobDutta-fk7oy
    @PronobDutta-fk7oy Před 23 dny +1

    Dhunia kontho apunar❤

  • @putnakt.saikia3116
    @putnakt.saikia3116 Před rokem +1

    অফুৰণ্ত শুভেচ্ছা জ্ঞাপন কৰিছো কৃষ্ণ

  • @lakhonkalitaofficial7471

    Hundor Dst

  • @rumisaikia1148
    @rumisaikia1148 Před rokem +1

    বহুত বহুত সুন্দৰ বিতোপন

  • @sanjibbora1789
    @sanjibbora1789 Před rokem +1

    সুন্দৰ হৈছে বিতুপন ,আগুৱাই যোৱা তুমি 🙏🙏🙏🙏 জনাইছোঁ

  • @user-yr2cy9uz3e
    @user-yr2cy9uz3e Před rokem

    ইমান সুন্দৰ সুন্দৰ হৈছে 😊❤❤❤

  • @sunmonigogoi2920
    @sunmonigogoi2920 Před rokem +2

    অতি সুন্দৰ।

  • @prasantoxyzkushal7165

    বহুত বহুত সুন্দৰ বিতুপণ দা

  • @poransaikia5299
    @poransaikia5299 Před rokem +2

    সুন্দৰ বিতুপন দা

  • @dipakeducation4722
    @dipakeducation4722 Před rokem +1

    বহুত সুন্দৰ হৈছে

  • @user-ez1pj8uw3h
    @user-ez1pj8uw3h Před rokem

    কৃষ্ণ শুনি বৰ ভাল লাগিল বিতোপন দাদা🙏🙏🙏

  • @dipokkolita9902
    @dipokkolita9902 Před rokem +2

    Hundor kokaideu ....

  • @bituponklaita7608
    @bituponklaita7608 Před rokem

    Moja brother ❤️

  • @srisuprabhatsaikia6522
    @srisuprabhatsaikia6522 Před rokem +1

    সুন্দৰ হৈছে ককাই।।
    আগবাহি যোৱা,শুভেচ্ছা থাকিল ককাই

  • @kashkashvideos6131
    @kashkashvideos6131 Před rokem +1

    Val lgil dada🥰🥰🥰

  • @mayurvloge5502
    @mayurvloge5502 Před rokem +3

    সুন্দৰ

  • @prantimsharma7690
    @prantimsharma7690 Před rokem +1

    সুন্দৰ হৈছে আৰু আগবাঢ়ি যোৱা 🙏❤️

  • @bishwajitjeet8056
    @bishwajitjeet8056 Před rokem +1

    Hundor 🙏

  • @locallora6813
    @locallora6813 Před rokem +2

    Mojjja dada

  • @dilipborah7739
    @dilipborah7739 Před rokem +1

    ধুনীয়া অ’ বিতু ৷সচাকৈয়ে ভাল লাগিল ❤️

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 3 měsíci

    সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক চোন,,,,

  • @jorhatorloramoihemanta5890

    বহুত বহুত ভাল লাগিল বিতুপন দা আপোনালে শুভেচ্ছা থাকিল ❤️❤️❤️

  • @parashmonibora8702
    @parashmonibora8702 Před rokem +1

    Moja bitupon da moja gaisa val lagil

  • @assameseriyanvlog5523
    @assameseriyanvlog5523 Před rokem +1

    Bhut dhuniya lagile gaan 2 bitupon daa ♥️♥️🥰♥️ 🔥♥️

  • @mintuborah4920
    @mintuborah4920 Před rokem +4

    Frist view

  • @mrinaldasmrinaldas2048

    অ বিতুপন দাদা ইমান ধুনীয়াকৈ গাইছে আপুনি শুনি বহুত ভাল লাগিছে

  • @fluteprasantagogoi6528

    ভাল লাগিল বিতুপন দা, আগুৱাই যোৱা সদায় এনেকৈ।🙏🙏🙏❣️

  • @hongskritirpothar
    @hongskritirpothar Před rokem +1

    Hundor 😍

  • @darshandeepkalita1260
    @darshandeepkalita1260 Před rokem +1

    Bohut besi hundor kontho tumar👌👌👌👌

  • @bondonaphukon6994
    @bondonaphukon6994 Před rokem

    Hundorkontho, bitupon, Tomar❤❤❤

  • @user-jw3dm6uc6w
    @user-jw3dm6uc6w Před 8 měsíci

    Xundor

  • @dipasaikia1613
    @dipasaikia1613 Před rokem +1

    Val lagil 🙏🙏🙏

  • @rajlakshmidutta2621
    @rajlakshmidutta2621 Před rokem

    বৰ সুন্দৰ হৈছে দাদা গীতটি।।🙏

  • @dipshikhahazarika970
    @dipshikhahazarika970 Před rokem +2

    আপোনাৰ কণ্ঠ শুনি থাকিলেও আমনি নালাগে দাদা

  • @bidyutphukonassam
    @bidyutphukonassam Před rokem +1

    Hundr Bitupon da🥰❤️❤️🙏

  • @Bhaskarmusicinstruments5095

    Bor val lagil

  • @samirborah3168
    @samirborah3168 Před rokem +1

    Hundor hoise.......bitipon da...🙏
    Pura jaron porise .....

  • @dhemajipuwali
    @dhemajipuwali Před rokem +4

    Hundor bitupan daa

  • @ItsArmylover
    @ItsArmylover Před rokem +1

    hundar dada 😍❤️

  • @Anuronchutia345
    @Anuronchutia345 Před rokem +3

    সেৱা জনালোঁ বিতুপন দা কৃষ্ণ

  • @kritishnamusical
    @kritishnamusical Před rokem +1

    Xundor konthor odhikari🙏

  • @Mon-fs6cy
    @Mon-fs6cy Před rokem +1

    Bitupon dada ❤ ❤ ❤

  • @pinkybora1043
    @pinkybora1043 Před rokem +1

    So nice voice bitupon da ❤️

  • @rashmiphukon7994
    @rashmiphukon7994 Před rokem

    Hundor, gaisehune, val, lagil, bitupon, vaitte

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 5 měsíci

    সুন্দৰ কনথ্ৰৰ সুৰ অতিকৈ আনন্দ পাইছো ধন্যবাদ জ্ঞাপন কৰি ছো ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 3 měsíci

    এৰা ,,,নাম লোৱা নাম লোৱা হয়, আমাৰ গুৰুজনাই হৰি নাম আনিলে, সচা কথা, সেয়ে ভকতে পাই ভকতি আনিলে গীত টো শুনি মই খুবেই ভাল পালোঁ, সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল, এনে গীত শুনিলে শুনিয়েই থাকিবৰ মন যায় মোৰো, ৰাম নাম কি মধূৰ, ভবিষ্যতেও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ,,,,,

  • @jdassam4250
    @jdassam4250 Před rokem

    সুন্দৰ❤️

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před měsícem

    সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা আৰু সুমধুৰ হৈছে শুনিলে কৌতূহলী মনত শুনিয়েই থাকিবৰ মন যায় মোৰো বৰকৈ কিন্তু অতিকৈ চিন্তা ভাবনা সৃষ্টি কৰে বৰকৈ,, ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত গীত শুনাব বুলি খুবেই আশা কৰিলোঁ খুবেই কৈ এই মানসেৰে ই আপোনাক ধন্যবাদ জনালো সকলোলৈ লগতে আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে ৰাখক,,,

  • @SankarAxom
    @SankarAxom Před rokem +1

    🔥🔥🔥🔥 kokai

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 5 měsíci

    ন মসকাৰ জয় হওক আপোনাৰ ওম নম ঃওমঃনমঃ জয় হওক আপোনাৰ আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে পৰিৱেশন তথা শঙ্কৰদেৱৰ হৈ গোৱা বাবেই নেকি অতিকৈ সুন্দৰ হৈছে সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন,,,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 5 měsíci

    সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে একে সুৰতে ক ও আপোনালোকে গাই যাওক

  • @BanikantaBonia-ec7nz
    @BanikantaBonia-ec7nz Před rokem

    Nice ,♥️

  • @bitulbora9583
    @bitulbora9583 Před rokem +1

    Sunder

  • @manashworld3376
    @manashworld3376 Před rokem +1

    👏👏👏👏👏🤙🤘👌

  • @trideepsaikia3477
    @trideepsaikia3477 Před rokem +1

    ❤️❤️

  • @riturajborah6601
    @riturajborah6601 Před rokem +4

    hundor kontho

  • @debojitbhai4779
    @debojitbhai4779 Před rokem +1

    কৃষ্ণ 🙏 কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ 🙏 কৃষ্ণ ❤ কৃষ্ণ 🙏 কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ 🙏 কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ 🙏 কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ ❤ কৃষ্ণ 🙏🙏 কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ 🙏🙏🙏❤❤❤

  • @Rishe_Borah
    @Rishe_Borah Před rokem +1

    ❤️❤️❤️❤️

  • @dhanmoninath3332
    @dhanmoninath3332 Před rokem +1

    🙏🏾🙏🏾

  • @bhaskorsaikia131
    @bhaskorsaikia131 Před 9 měsíci

    সচাকৈ সুন্দৰ কণ্ঠ আপুনাৰ । আপুনাৰ ভীদীঅ বোৰো ভাল লাগে । এনেদৰে আগবাঢ়ি গৈ ঠাকক আৰু আমালৈ নতুন নতুন ভীদীঅ আগবঢ়ায় জাউক।

  • @pranjalborah7216
    @pranjalborah7216 Před rokem +3

    সুন্দৰ হৈছে বিতোপন🙏🙏

  • @deepjyotikalita9926
    @deepjyotikalita9926 Před rokem +1

    Uff hondor bro

  • @rituponduttaritupondutta4928

    hundar

  • @NiranjanCreation
    @NiranjanCreation Před rokem +1

    hundor

  • @dibyajyotiborah9652
    @dibyajyotiborah9652 Před rokem

    Bohut val hoise Bitupan...aru aguwai juwa,,, Waiting for next... God Bless U

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 5 měsíci

    সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে পৰিৱেশন তথা শঙ্কৰদেৱৰ হৈ গোৱা ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পাই মনতে খুব সুখ অনুভৱ কৰিছোঁ একে সুৰতে ক ও আপোনালোকে গাই যাওক চোন আপোনাসবৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে সেয়ে আপোনালোকে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ জয় হওক আপোনালোক ৰ

  • @vawnawithdimpu
    @vawnawithdimpu Před rokem

    Hundor

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci

    কবলৈ ভাষা নাই আৰু শুনি থাকিলেও আমনি নাপাওঁ সেয়ে একে সুৰতে ক ও আপোনালোকে গাই যাওক চোন বিশেষ কৈ গুৰু দুজনাৰ হৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল সেয়ে আপোনালোকে গাই যাওক চোন অতি সুন্দৰ হৈছে আৰু ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক,,,,, ইমানেই ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি পোৱা নাই,,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 2 měsíci

    খুবেই ভাল পালোঁ সেয়ে আপোনালোকে গাই যাওক চোন অতি সুন্দৰ আৰু সুমধুৰ শুনিও আনন্দ পালো ভবিষ্যত ও এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই,,,

  • @bhaunaboliya20kview6
    @bhaunaboliya20kview6 Před rokem +3

    Moja bitupon da

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 2 měsíci

    নমস্কাৰ,, এৰা,, নাম লোৱা নাম লোৱা,, সচা কথা, নামেহে তৰে আমাৰ গুৰুজনাই কৈ গৈছে ইয়াত, সকলো আছে আৰু সেই কাৰণে সকলো কথাকেই চিনটি লোৱা সাবটি, নামৰ বিনে গতি নাই, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল,,

  • @chironjitsaikia4567
    @chironjitsaikia4567 Před rokem +4

    কৃষ্ণ কৃষ্ণ🙏🙏🙏 জয় গুৰু শঙ্কৰ

  • @devakhanikar7074
    @devakhanikar7074 Před rokem

    বহুত বহুত সুন্দৰ হৈছে বিতোপন দা , বহুত ভাল লাগিল , অতি সুন্দৰ কণ্ঠ আপোনাৰ💝 অনাগত দিনত আগুৱাই যাওঁক তাৰে কামনা কৰিলোঁ।।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 2 měsíci

    সচাকৈ দেই, এই টোকাৰী গীত টো শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় মোৰ,, নাম লোৱা নাম লোৱা,, চাপৰি বজাই, সুন্দৰ আৰু সুমধুৰ শুনিও আনন্দ পাও গীতটো শুনি, দেহা মন, সকলো শাঁত পৰি যায় মোৰো বাৰে বাৰে,, কিন্তু মনটোহে গুৰু জনালৈ দূৰৰপৰাই সেৱা জনাও পৰিণত্ হৈ,,, আপোনাৰ গীতৰ সুৰ অতিকৈ শুৱলা আৰু সুমধুৰ শুনিও ভাল লাগে সেয়ে আপোনালোকে গাই যাওক চোন ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই,,,,,

  • @ankurkrmusical
    @ankurkrmusical Před rokem +2

    কৃষ্ণ কৃষ্ণ ভাল হৈছে। 🙏🙏🙏

  • @nijumoniboruah6855
    @nijumoniboruah6855 Před rokem +1

    কবলৈ ভাষা নাই ।বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে।❤️❤️🔥🔥

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 2 měsíci

    সুন্দৰ অতি সুন্দৰ,,, আৰু পৰিৱেশন চাইও ভাল লাগিল,, এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয়,,, বিশেষকৈ গুৰুত্ব প্রদান কৰি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা হৈছে আৰু সেয়ে পুৱা তে এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ খুবেই মন যায় মোৰো, বজোৱা বজোৱা,, শুনি মই খুবেই ভাল পাও সেয়ে আপোনালোকে গাই যাওক চোন ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি খুবেই আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 2 měsíci

      ইমানেই ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ সুন্দৰ অতি সুন্দৰ,,,

    • @bituponduttavlog7287
      @bituponduttavlog7287  Před 2 měsíci

      অশেষ ধন্যবাদ

  • @UGASSAM
    @UGASSAM Před rokem +1

    ভাল লাগিল বিতোপন দা 💓💕

  • @jimikalita4781
    @jimikalita4781 Před rokem +3

    🙏😌😌

  • @aparupachutia1873
    @aparupachutia1873 Před rokem +1

    সুন্দৰ কণ্ঠ দাদা 🙏

  • @manashprotimboruah5037

  • @protimbhaskar957
    @protimbhaskar957 Před rokem

    গীতভাগীত বাঁহীটো বজাবলৈ পোৱাৰ লগতে , দুই এষাৰী লগত গাবলৈ পাই নিজেই সুখী হৈছো , আগুৱাই যা , বিপদে সম্পদে সদায় আছো আৰু সদায় থাকিম ৷ তোৰ সফলতাক লৈ মই গৌৰৱ কৰোঁ ৷ অহংকাৰ কৰোঁ তোক লৈ মোৰ দাদা বুলি ৷

  • @VlogswithBBonti
    @VlogswithBBonti Před rokem +3

    বহুত বহুত সুন্দৰ বিতোপন, বহুত ভাল লাগিল🙏 অফুৰন্ত শুভেচ্ছা আগবঢালো।

  • @nabajyoti5575
    @nabajyoti5575 Před rokem +3

    😍😍retupon da

  • @sidharth0104
    @sidharth0104 Před rokem +4

    সুন্দৰ ককাইদেউ ❤️😍

  • @borokhasonowal1431
    @borokhasonowal1431 Před rokem +1

    বহুত ভাল লাগিল। শুভেচ্ছা জনালোঁ।

  • @momikalita8755
    @momikalita8755 Před rokem

    So nice voice

  • @mriduspondonsaikia7223
    @mriduspondonsaikia7223 Před rokem +2

    Bohut dhuniya gaise Bitupon da ❤️

  • @aditisaikia2620
    @aditisaikia2620 Před rokem +1

    হিয়াভৰা শুভেচ্ছা😍😍

  • @arpandas8013
    @arpandas8013 Před rokem +1

    সুন্দৰ কন্ঠ

  • @tonentertainment4132
    @tonentertainment4132 Před rokem +1

    Dhunia bitupon da 🤟

  • @ajcricket6123
    @ajcricket6123 Před rokem +1

    🙏💖❤🥰 dhunia hoisa bitupon da 😍

  • @nondiniborah7874
    @nondiniborah7874 Před rokem +2

    সচাকৈ দাদা আপোনাৰ কণ্ঠস্বৰ অতুলনীয় ৷ গুৰুজনাৰ গীতটি বহুত সুন্দৰকৈ লিখিছে আপোনী ৷ এই হৰি নামে আগুৱাই নিয়ক আমাৰ মৰম আৰু শুভেচ্ছা আশিবাদ সদায় আপোনাৰ লগত আছে ৷ লগতে আপোনাৰ সহ শিল্পী সকললৈকে আন্তৰিক শুভকামনাৰে 🙏🙏🙏

  • @abc1cc
    @abc1cc Před rokem +1

    দাদা আগুৱাই যাওক সদায় তাৰে কামনা কৰোঁ❣️🙏🏻

  • @biswaneog2491
    @biswaneog2491 Před rokem +3

    🙏🙏🙏

  • @bhoroxa
    @bhoroxa Před rokem +1

    Mojaa broo🤍

  • @simantasaikiaofficial9196

    বৰ ধুনীয়া লাগিল বিতোপন দা

  • @tridipvlog9131
    @tridipvlog9131 Před rokem

    Krishna

  • @rashmiphukon7994
    @rashmiphukon7994 Před rokem +1

    ❤❤❤

  • @jadumoni9014
    @jadumoni9014 Před rokem +1

    সুন্দৰ