Bhakat Bhomora by Hirakjyoti Sarma | Tukari Geet | ভকত ভোমোৰা | Bhaktimulok Geet
Vložit
- čas přidán 18. 08. 2023
- হীৰকজ্যোতি শৰ্মাৰ কণ্ঠত..
ভকত ভোমোৰা
(টোকাৰী গীত)
কথা- গুৰু উমাকান্ত বৈৰাগী
সুৰ - পৰাম্পৰাগত
সংগীত - ভদ্ৰকান্ত দাস
বাদ্যযন্ত্ৰী শিল্পী - কৈলাশ ৰাভা, ভদ্ৰকান্ত দাস,দেৱেশ্বৰ শইকীয়া, পংকজ বৰা, নিৰ্মল দাস, মাধৱ হালৈ।
বিশেষ কৃতজ্ঞতা- গৌতম শৰ্মা
কৃতজ্ঞতা- দীপাংকৰ পাঠক, দীপাংকৰ বৰা, বিপ্লব গগৈ, অৰূপ কলিতা, বিপুল, সুনীল, কৌশিক, মণি, মৃগেন, বেণু, হীৰক বৈশ্য, হীৰক দত্ত, কৰুণা বৰা
বাণীবন্ধন-ৰিপুঞ্জয় শৰ্মা
শব্দ সংমিশ্ৰণ - জিন্তু বৰদলৈ
Singer- Hirakjyoti Sarma
Lyrics- Guru Umakanta Bairagi
Mixed and mastered- Jintu Bordoloi
Music- Bhadrakanta Das
Direction and screenplay- Pritam Tahbildar
Concept And Story - Bhupesh kumar Deka
Cast - Hirakjyoti Sarma and Spainy Arhi Barman
Production manager and Management- Dipankar Pathak
Cinematography- Bedabrot Borah, Bubul Das
Editor - Bijit Deka(NE Films)
Make -Up - Karabi Barman
Special thanks- Hirak dutta, Hirak baishya, Benudhar kalita
#anupombitupon
#anupambitupon
#bhokot_bhumura
#tukarigeet
#assamese_viral_video
#assamese_culture
#Assamese_tukarigeet
#bhoktigeet
#bhoktimulokgeet
#hirokJyotiSarma
Bhoktigeeti
BhoktiMulokgeeti
Bhakat Bhumura
Tukarigeet
Assamese Tukarigeet
bhoktigeet
bhoktimulokGeet
Hirok Jyoti Sarma
anupom Bitupon
Anupam Bitupon
Dihanam
Horinam
New Assamese Song
New Dihanam
New_assamese_song
New_horinam
New_Dihanam_2023
dihanam_2023
Komola Gogoi
New_Assamese_Bhokti_Geet
Assamese_dihanam
assamese_culture
horinam
voktimulokgit - Zábava
Dada majulir pra mrm dilu ❤
❤❤
শুভ সন্ধিয়া,সঁচাকৈ হৰিনামৰসে আজিৰ সন্ধিয়া মুখৰিত হৈ পৰিল। ধন্য নৰতনু ভাল ।। হিৰক দা আপোনাৰ কণ্ঠত সদায় যেন এনেদৰে ৰাইজৰ প্ৰতিটো সন্ধিয়া শিৰোমণি বৰদোৱা হৈ থাকে তাৰেই কামনা কৰিলোঁ । এই পৱিত্ৰ ভাদ মাহৰ প্ৰথমটো দিনতেই টোকাৰী গীতৰ সম্ৰাট গুৰু উমাকান্ত বৈৰাগী দেৱৰ ৰসাল কথাৰে সঁচাকৈ অনুপ্ৰাণিত হলোঁ । কি সুন্দৰ কথা সুৰ কণ্ঠ এইয়া অসমীয়া লোকবাদ্যৰ সমাহাৰ । এইয়াই বিৰলৰ মাজত জেউতি "ফুলত বন্দী হলে কালীন্দী ভোমোৰা, লালিত বন্দী হলে মাখি...........
অবিনাশী বৃক্ষজুপিৰ চাৰি গুটি ফল
ভক্ত সবে পাৰি খাই পাপী নাযায় তলক মোৰ গুৰুদেৱ পাপী নাযায় তলক ।।"
হিৰাক দা আপোনাৰ এই যাত্ৰা অবিৰত হওঁক অনাদিলৈ তাৰেই কামনা কৰিলোঁ🌼🙏❤️ কৃষ্ণ🌼 🙏 আপোনালোকৰ মৰমৰ #দৈৱকী ওৰফে #Prakashbarman
অতি সুন্দৰ
সুন্দৰ লাগিল 🙏🙏🙏
tamam bhal lagil from chennai
সুন্দৰ অনুষ্ঠান এটি উপহাৰ দিয়াৰ বাবে ধন্যবাদ৷লগতে বৈৰাগী গুৰুজনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ৷
সুন্দৰ
Bohut val lagil.🙏🙏🙏
Wow moza gaise❤❤
বৰ সুন্দৰ
Xundor.. Extraordinary ❤❤
Thanks a lot 😊
অভিনন্দন।
সুন্দৰ বৰ ভাল লাগিল আগলৈ আৰু ভগৱন্তৰ অমিয়া ৰস প্রাণ কৰাৱ ধণ্যবাদ।
খুব ভাল লাগিল হীৰক।
কৃষ্ণ🙏🙏
Hundor 🙏🙏❤❤❤
অতি সুন্দৰ বাপ। শুনি বহুতো ভাল লাগিল। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ লাগিল বহুত বহুত সুন্দৰ কৃষ্ণ কৃষ্ণ
Xundar
Bahut val lagise
Again again I listen the songs of Hirakjiuti Sarmah.His voice is sweet acting is niceful his all folk songs heart touching.No doubt one day he must be will a king of Assamese folk songs.His companions also very very smart,that is why they are equally adjust their handset instrument with the songs.I like share support all his songs with thanking.
সম্ভাষণ জানিব এই গীতটো শুনি খুব ভাল পালো ,আৰু গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে, সচাকৈ শুনি মনতে খুব ভালো লাগিল,আপোনাসবে গাইযাওকচোন সুন্দৰ অতি সুন্দৰ হৈছে,,,,
Bohut dhunia..krishna🙏🙏
অতি সুন্দৰ কন্ঠ 🙏
Val lagil video 2 Sai Mojaa 👌🥰 from Hyderabad
Hundor bhaktimulok geet logote Hundor Kontho🙏🙏🙏
প্ৰথমে আমাৰ পৰম বান্ধৱ বৈৰাগী বাপ জনাৰ আত্মাৰ সদগতি কামনাৰে হীৰক ভাইটিৰ সঙ্গী সকলকো সেৱা জনাইছোঁ। সুন্দৰ প্ৰদৰ্শন ।
ভাল লাগিলে হিৰক দা টোকাৰী গীতটো শুনি....🙏🙏🙏
সঁচাই বৰ ভাল লাগিল হিৰক।অপূৰ্ব কণ্ঠ।আটাইলৈ অভিনন্দন জনালোঁ🌹🌹
Huni bor bhal lakil abunaloi hotguti pronam🕉🕉🕉
খুব ধুনীয়া হৈছে। সকললৈ শুভেচ্ছা থাকিল।💐♥️♥️
সুন্দৰ হৈছে।
কৃষ্ণ 🙏
খুব ভাল লাগিল । গোটেই টিমটোলৈ শুভেচ্ছা
Krishna 🙏🙏🙏
সুন্দৰ 🙏🙏🙏
অতি সুন্দৰ ••••••• কৃষ্ণ কৃষ্ণ
Xundor 👍
🙏❤️
কৃষ্ণ কৃষ্ণ, ভাল লাগিল
সুন্দৰ হৈইছে 🙏
Congratulations. Bor dhuniya hoise. Nice one. Bhal lagil.
বৰ সুন্দৰ হৈছে।
কৃষ্ণ। বৰ সুন্দৰ। 🙏🙏🙏
বৰ সুন্দৰ হৈছে দেই... সচাঁকৈয়ে শুনি বহুত ভাল লাগিল....
Dhuniya ❤🎉
পৰিবেশন অতীৱ সুন্দৰ। বহুত মৰম আৰু শুভেচ্ছা যাচিলো
❤❤❤ oti sundor
Best wishes hirok da aru barman baa ♥️♥️
Bht besi vl lagile ❤
🙏🙏🙏Hundar
Moja lagil hundor🙏🙏🙏
Sundar🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ভাল লাগিল বহুত
Kriahna krishna
ধুনীয়া লাগিল❤
অতি সুন্দৰ হৈছে। শুভেচ্ছা জ্ঞাপন কৰিছো 🙏🏻
one of the favourite artist of my life you are
কণ্ঠ 🔥
HirakjyotiSarma 🔥
কৃষ্ণ 🙏
Hundor
Hundor 💗🙏💗
Bhal lagile.Good job
Jabo 🥰
সন্ধিয়া টো হৰি নামৰ ধ্বনিৰে মুখৰিত হল,ভাল লাগিল । আগলৈও এনে গীত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ 🧡🧡
অতি সুন্দৰ হৈছে হীৰক দা❤❤❤❤
Val lagil hirak da 🎉
Ati sundar hoise..news ot dekhi loge2 utube ot salu
সুন্দৰ কণ্ঠ
সুন্দৰ হৈছে❤❤❤❤❤
🙏🙏
Xundor uposthapon.. Kintu nakor uussaron tu besi ahise..
Dada 🔥🔥🔥🔥🔥
বৰ ভাল লাগিল শুনি , অভিনন্দন জনালোঁ
❤❤❤
ভাল লাগিল ।
ভাল লাগিল
Khundor
অতি সুন্দৰ👍👌🙏❤
সুন্দৰ।
🙏🏻
অতি সুন্দৰ ❤
অতি সুন্দৰ কণ্ঠ🙏🙏🙏🙏🙏
. কিযে সুন্দৰ গাইছে দাদা আপুনি।
শ্ৰীমান হীকৰ, তোমালৈ অযুত শুভকামনা
কৃষ্ণ 🙏
Bhal lagil 🙏🙏
❤❤❤❤🙏🙏🙏🙏
❤
Mind blowing dada
সুন্দৰ 💐
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
Moja guys ❤ bohut dhunia hoise☮
🎉❤
Aji dinot o j emn hundor diha nam xunib pai asu....bhut val lagil..❤️
Overall performance is outstanding.
mjha❤😊
🙏💐কৃষ্ণ💐🙏
ATI ati sunder haise
Nice song
Val lagel ❤❤❤
হীৰক দাৰ কণ্ঠ 💟
SPAINEE ৰ অভিনয়❤️
Dada 🙏🏻❣️
Moja