কৈলাসৰ টোকাৰী-উমাকান্ত বৈৰাগী ৰিতু বড়ো | Tukari Geet-Kailakhor Tukari | Umakanta Boiragi Ritu Boro

Sdílet
Vložit
  • čas přidán 8. 09. 2021
  • প্ৰয়াত প্ৰসেন বৰা দেৱৰ সোঁৱৰণত
    এলবাম- তীৰ্থ
    গীত-কৈলাসৰ টোকাৰী
    কণ্ঠ- উমাকান্ত বৈৰাগী আৰু ৰিতু বড়ো
    কথা সুৰ- উমাকান্ত বৈৰাগী
    সংগীত- ৰুণ্টি প্ৰশান্ত
    শব্দ সংমিশ্ৰণ আৰু শব্দ গ্ৰহণ - নিলোৎপল শব্দ
    বাদ্যযন্ত্ৰী- দেৱেশ্বৰ শইকীয়া, পিটি বৰা, গৌতম শইকীয়া , জয়নাথ ডেকা , নিলোৎপল শব্দ
    ভিডিঅ গ্ৰহণ-ৰাজা
    ভিডিঅ সম্পাদনা-তিলক ৰঞ্জন
    #anupombitupon #tirtha #kailakhor_tukari #dihanam #tukarigeet #horinam #assamese_bhokti_song
    ( অনুমতি অবিহনে অন্য কোনো প্ৰচাৰ মাধ্যমত প্ৰচাৰ নকৰিবলৈ অনুৰোধ কৰিলো )
    #Anupombitupon #horinam #KamalaGogoi
    #dihanam #nandor_kanai
    #new_Assamese_dihanam
    Mukuti Paboloi Lua Hori Naam
    Axomia bhaktimulok geet
    Asomia bhakti songs
    Asomia bhaktimulok geet
    #voktimulokgit
    #kinumayatumar
    #assamesevoktisongs
    #hori_naam
    #harinam
    #assamese_harinaam
    #harinaam
    #hari _nam
    #horinam
    পুৱাৰ বৰগীত
    পুৱাৰ হৰি নাম
    পুৱাৰ নতুন হৰি নাম
    পুৱাৰ প্ৰাৰ্থনা
    পুৱাৰ গীত
    হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
    হৰি নাম
    দিহা নাম
    হৰি নাম 2022
    হৰি নাম 2023
    হৰি নাম লবলৈ
    হৰি নামৰ মহিমা ভাওনাহৰি নাম
    হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
    হৰিচন্দ্ৰ উপাখ্যান
    হৰি নামৰ ধাৰা
    new hori naam
    new hori naam assamese
    new hori naam 2022
    new hori naam 2023
    new Assamese hori naam 2023
    new hori nam song kirtan
    new hori naam assamese song
    hori naam
    ভক্তিমূলক গীত
    ভক্তিমূলক হৰি নাম
    নতুন ভক্তিমূলক গীত
    অসমীয়া ভক্তিমূলক গীত
    লোকগীত
    নতুন লোকগীত
    লোকগীত ২০২৩
    অসমীয়া লোকগীত
    Assamese luko geet
    Assamese luko git
    Assamese voktimulok gan
    Assamese voktimulok git
    voktimulok git
    voktimulok gan
    luko geet
    luko git
    luko geet
    #voktimulokgit
    #kinumayatumar
    #hari _naam
    #hori_naam
    #harinam
    #assamese_harinaam
    #harinaam
    #hari _nam
    #horinam
    হৰি নাম
    হৰিনাম 2023
  • Hudba

Komentáře • 795

  • @bhogdhanborah6979
    @bhogdhanborah6979 Před rokem +7

    Umakanto Boiragi devok smaran korisu..😢 tekhetor mrityu aak apuroniyo khoti amar axomor babe.... Tekhet jote ase vale thakok... Om santi 😢😢

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 Před rokem +20

    মহাদেৱৰ আৰাধনাৰ গীতসমূহৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ গীত এইভাগ।
    টোকাৰী গীতৰ সম্ৰাট শ্ৰদ্ধেয় বৈৰাগীদেৱলৈ সেৱা নিবেদন কৰিছোঁ ।
    ৰিতু বড়োৰ কণ্ঠ অনন্য 👌👌👌
    তেখেতৰ পৰা আৰু গীত শুনিবলৈ আগ্ৰহী 😊

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 3 měsíci +3

      মহাদেৱৰ,, আৰাধানাৰ গীতসমূহৰভিতৰতখুবেই সুন্দৰ টোকাৰী গীত এই ভাগী গীত,, আপোনালোকে গাই যাওক চোন অতি সুন্দৰ হৈছে আৰু শুনিও আনন্দ পাও গীতটো শুনি, ভৱিষ্যতে ও এনে ধৰণৰ টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক আৰু আগন্তুক ৰঙালী বিহু তথা আগন্তুক নির্বাচননোলৈও ভোটটো দি শুদ্ধ মনেৰ দিব বুলি আশা কৰিলোঁ,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 2 měsíci +5

    উমাকানত্ বৈৰাগী, মানে ককাৰ আত্মাই চিৰ শান্তি লাভ কৰক, সেয়ে পাৰথ্না কৰিছো ভগৱানক, তেখেতৰ মৃত্যু ৰ খবৰ পাই মনতে খুবেই দুখ পালোঁ,

  • @Jawgan_editz
    @Jawgan_editz Před rokem +12

    সুন্দৰ হৈছে। বৈৰাগী দেৱৰ দিৰ্ঘায়্ও কামনা কৰিলো

  • @atulboruah6850
    @atulboruah6850 Před měsícem +3

    বহুত ভাল হৈছে
    আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।অতুল বৰুৱা শিৱসাগৰ

  • @girindrasaikia1622
    @girindrasaikia1622 Před 8 měsíci +4

    অতি সুন্দৰ হৈছে

  • @tengatita
    @tengatita Před rokem +9

    হৰ হৰ মহাদেৱ ❤ , সদাই বাজি থাকক কৈলাসৰ টোকাৰি

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 4 měsíci

      সকলোলৈ,, শুভেচ্ছা জনালো আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিবলৈ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ অতি সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল টোকাৰী গীত শুনিবলৈ পালে মনত ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয় যে যিদিনাই চিঙিব এই গুনা সেইদিনাই এই জীৱনৰ ওৰ পৰিব সচা কথা,,,,,, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ,,,,

  • @Mridul_Hazarika.
    @Mridul_Hazarika. Před rokem +2

    অতুলনীয় ।বহুত ভাল লাগিল ।

  • @jayshreedeka5481
    @jayshreedeka5481 Před 11 měsíci +7

    ৰিতু দাক দেখি ভাল লাগিল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে তেওঁ আমাক বিহু শিকাইছিল 😊😊😊৷আৰু আগুৱাই যাওঁক দাদা বহুত ভাল লাগিল ৷

  • @Das-cc6nz
    @Das-cc6nz Před 9 měsíci +3

    ধুনীয়া লাগীছে

  • @pobitrachangmai6570
    @pobitrachangmai6570 Před 5 měsíci +4

    সুন্দৰ কন্থ

  • @dimpeegogoi7593
    @dimpeegogoi7593 Před 2 lety +12

    ৰিতু দা কণ্ঠই সচাকৈ মন চুই গৈছে।।

  • @bhabeshborah4726
    @bhabeshborah4726 Před rokem +7

    ঈশ্বৰে তোমালোকৰ মঙ্গল কৰক তাকেই কামনা কৰিলো

  • @mahendardasgitali7236
    @mahendardasgitali7236 Před 2 lety +8

    অতি সুন্দৰ ৷

  • @user-gu5zt8er5u
    @user-gu5zt8er5u Před rokem +22

    উমাকান্ত ককা আত্মাই চিৰ শান্তি লাভ কৰক ভগৱান ওচৰত প্ৰাৰ্থনা কৰিছোঁ 😢😢😢😢

  • @gopalphukon1561
    @gopalphukon1561 Před rokem +17

    তেওঁৰ আজি আমাৰ ওচৰত নাই। তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক। তেওঁৰ দিয়া সকলো আমাৰ অসমৰ সম্পদ।

  • @khukheswaridevi9641
    @khukheswaridevi9641 Před 2 lety +8

    Bohut bhal lagisaaaa dei

  • @purnimaburagohain6278
    @purnimaburagohain6278 Před 2 lety +14

    বৰ সুন্দৰ হৈছে ৰিতু।কৰুণাৰ কণ্ঠও বৰ ধুনীয়া। তোমাৰ লগৰ সকলো সংগী বৃন্দলৈ প্ৰণাম। বৈৰাগী বাপ জনালৈ সেৱা জনাই তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏

  • @BP-um1jq
    @BP-um1jq Před 2 lety +9

    বহুত বহুত ভাল লাগিল দাদা। জয় শিৱ শংকৰ 🙏🏻🙏🏻🙏🏻

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 Před 2 lety +15

    ইমান সুন্দৰ,,,,, ভাষা নাই প্ৰকাশ কৰিবলৈ,,,,,,🙏🙏🙏

  • @MonNilim-xm7fq
    @MonNilim-xm7fq Před rokem +3

    ককাই লিখি যোৱা আৰু গাই যোৱা গীত টি শুনিলেই ভাল লাগে ককা আজিও আমাৰ মাজত আছে জীয়াই আৰু চিৰকাল থাকিব ককা তুমি যতেই আছা কুশলে থাকা আৰু আমাৰ মাজলৈ পুনৰ বাৰ তোমাৰ নামৰ মালা বিলাবলৈ ঘূৰি আহা কৃষ্ণ কৃষ্ণ 💞🙏🙏🙏

  • @RATUL334
    @RATUL334 Před 2 lety +11

    সুন্দৰ বৰ ধুনীয়া গাইছে 🙏🙏🙏

  • @nilakhisonowal5032
    @nilakhisonowal5032 Před 2 lety +6

    Krishna krishna 🙏🙏🙏 tukari geet umakanta bohut bhal lage huni ...ru parile dihanam horinamor diba 🙏

  • @rajibkachari4680
    @rajibkachari4680 Před 2 lety +11

    অতি সুন্দৰ টোকাৰী গীত | আৰু এনে গীত আশা কৰিলোঁ |

  • @pityborahmusical5053
    @pityborahmusical5053 Před 2 lety +15

    অতি সুন্দৰ প্ৰদৰ্শন। ভাই ৰিতু আৰু আগুৱাই যোৱা তুমি।

  • @purabidihingia8784
    @purabidihingia8784 Před rokem +9

    ধুনীয়া হৈছে.আৰু আগুৱাই যাওক ।🙏🙏🙏

  • @user-yf1nc4eo1h
    @user-yf1nc4eo1h Před 2 lety +8

    এনেকৈ গাই যোৱা । বাকী সকলো বাবাই কৰিব
    হৰ হৰ মহাদেৱ 🙏🙏

  • @villagelifeassam1717
    @villagelifeassam1717 Před 2 lety +4

    Mozzaaaa

  • @gyanofficial
    @gyanofficial Před rokem +5

    অতি সুন্দৰ। সকলোকে ঈশ্বৰে আগলৈকো এনেকৈ গীত আগবঢ়াবলৈ কুশলে ৰাখক।

  • @Axomiyatathal
    @Axomiyatathal Před 2 lety +8

    সুন্দৰ হৈছে ৰিতু 👌👌

  • @bhaskarjyotigogoi4309
    @bhaskarjyotigogoi4309 Před 2 lety +6

    বৰ সুন্দৰ

  • @jayantathakuria9472
    @jayantathakuria9472 Před 8 měsíci +1

    Boiragi Koka ❤❤❤❤Vale thakok saday,Nedekhajone jote rakhe sukhot rakhok

  • @bhashwatideka1496
    @bhashwatideka1496 Před 2 lety +6

    Dhuniya bondhu

  • @pankajpritus368
    @pankajpritus368 Před 2 lety +10

    সুন্দৰ সুন্দৰ সুন্দৰ........ অতি সুন্দৰ ♥️

  • @ritachalang3108
    @ritachalang3108 Před 2 lety +6

    ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @a9845
    @a9845 Před 11 měsíci +4

    অতি সুন্দৰ 🙏🙏🙏

  • @kirangogoi4748
    @kirangogoi4748 Před 2 lety +4

    সুন্দৰ ।

  • @bhaskargogoi9320
    @bhaskargogoi9320 Před 2 lety +3

    Ratipuai montu bhal lagi gol dei.har har mahadev

  • @arupmahanta9428
    @arupmahanta9428 Před 2 lety +6

    সুন্দৰ হৈছে শুনিলে শুনি থাকিব মন গৈ থাকে

  • @popiboruah4013
    @popiboruah4013 Před 2 lety +6

    সুন্দৰ ❤️✨

  • @bonukalita9441
    @bonukalita9441 Před 2 lety +3

    Bohut Bohut val lagisa

  • @papuborthakur5424
    @papuborthakur5424 Před 2 lety +5

    সুন্দৰ 🙏🙏

  • @aradhanabhagowati8236
    @aradhanabhagowati8236 Před 2 lety +29

    বহুত ভাল লাগিছে, আৰু আগবাঢ়ি যোৱা ৰিতু, বাকী এই সকল অভিজ্ঞলৈ মোৰ প্ৰণাম জনাইছো ,

  • @jitunath1254
    @jitunath1254 Před 2 lety +6

    সুন্দৰ🙏🙏🙏

  • @bijoymunuborah9815
    @bijoymunuborah9815 Před 2 lety +33

    বহুত ধুনীয়া ককাইদেউ , আগলৈ আমি এই দৰে শুনিব পাবলৈ আশা কৰিলোঁ।কৃষ্ণ
    জয় গুৰু শংকৰ।।🙏🙏🙏🙏

  • @nabanitamahanta9284
    @nabanitamahanta9284 Před 2 lety +5

    গীতটি শুনি খুৱ ভাল লাগিল ঋতু👍👍👍👍

  • @bhrigukalita6479
    @bhrigukalita6479 Před 2 lety +2

    Good morning Mojja

  • @kshitendrabarman1992
    @kshitendrabarman1992 Před 2 lety +4

    অতি সুন্দৰ সুমধুৰ ভক্তি মাৰ্গ

  • @prasantakonwar6002
    @prasantakonwar6002 Před 2 lety +8

    হৰ হৰ মহাদেৱ .....🙏🙏🙏.... মহাদেৱৰ গাণ বুলিলে বহূত ভাল লাগে.....🕉️🔱🙏 .....হৰ হৰ‌ মহাদেৱ.....❤️❤️🕉️🔱🙏

  • @baidujyaneog7978
    @baidujyaneog7978 Před 2 lety +3

    বৰ সুন্দৰ ❤️❤️

  • @bornilgaming9136
    @bornilgaming9136 Před 2 lety +25

    অতি সুন্দৰ হৈছে। এই ধৰনে নতুন প্ৰজন্মই আগুৱাই নিব লাগিব আমাৰ সংস্কৃতি। শ্ৰদ্ধাৰ বৈৰাগী দেৱলৈ প্ৰণাম আৰু ৰিতু বড়োলৈ আশীষ থাকিল।

  • @priyankasaikia5410
    @priyankasaikia5410 Před 2 lety +5

    সুন্দৰ

  • @himanshumusical1119
    @himanshumusical1119 Před 2 lety +6

    খুব সুন্দৰ ককাইদেউ

  • @monjitdutta4041
    @monjitdutta4041 Před 2 lety +2

    হৰ হৰ মহাদেৱ
    ভাল লাগিল দেই শুনি আৰু এনেকৈ আগবঢ়াই থাকিব

  • @prasantabharalua7539
    @prasantabharalua7539 Před 2 lety +23

    বৰ ভাল লাগিল কৃষ্ণ,কণ্ঠ শিল্পী লগতে সকলো বাদ্য যন্ত্ৰ য়ন্তী হিয়া ভৰা শুভেচ্ছা থাকিল।

  • @pradipborah508
    @pradipborah508 Před 2 lety +4

    সুন্দৰ ❤️❤️❤️❤️

  • @rubigogoi5227
    @rubigogoi5227 Před rokem +4

    বৰ ভাল লাগিল ৰিতু🙏

    • @crb0075
      @crb0075 Před rokem

      ।।।😅।।

    • @crb0075
      @crb0075 Před rokem +1

      ভাগৱত পাঠ

    • @crb0075
      @crb0075 Před rokem

      ভাগৱত পাঠ

  • @flutistpritam5626
    @flutistpritam5626 Před 2 lety +3

    সুন্দৰ 🙏

  • @sonjibmusic7154
    @sonjibmusic7154 Před rokem +2

    Oti modhur..hur ..🙏🙏🙏❤️❤️🙏 jogotot jipal hoi porok tare kamona korilu🙏🙏jai guru hongkor 🙏

  • @bijusaikia2586
    @bijusaikia2586 Před 2 lety +39

    হৰ হৰ মহাদেৱ,🙏🙏🙏 অসমীয়া জাতি, কৃষ্টি জীয়াই ৰখাৰ বাবে সকলোকে প্ৰণাম জনালোঁ 🙏🙏🙏🙏🙏

  • @tanmayeesarma8074
    @tanmayeesarma8074 Před 2 lety +6

    Mojja hoise ritu sir🙏

  • @dharmakantagogoi4745
    @dharmakantagogoi4745 Před 2 lety +5

    Hara Hara Mahadev 🙏🙏🙏🙏🙏.

  • @sanjeebbhuyan7858
    @sanjeebbhuyan7858 Před 2 lety +4

    অতি সুন্দৰ...🙏🙏🙏

  • @surengorh6626
    @surengorh6626 Před 2 lety +5

    সুন্দৰ 💖💖

  • @renulongchot7547
    @renulongchot7547 Před rokem +3

    ৰিতু ৰাভালৈ ধন্যবাদ জ্ঞাপন কৰিলো। বহুত ভাল লাগিল নামটি শুনি।

  • @manashjnath2519
    @manashjnath2519 Před 10 dny

    খুব সুন্দৰ গীত , অপূৰ্ব কণ্ঠ নিগৰাইছে ❤ টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগী দেওঁতালৈ সেৱা নিবেদন কৰিলোঁ ।

  • @IliyanaRajbonshi
    @IliyanaRajbonshi Před 2 lety +2

    Ritu. Boru apunar kontha bohut val lage

  • @podmagohain4454
    @podmagohain4454 Před 2 lety +5

    শুনি বহুত বহুত ভাল লাগিল শুভেচ্ছা থাকিল

  • @atulboruah6850
    @atulboruah6850 Před 2 měsíci +1

    ভাল লাগিল। আগুৱাই যোৱা। অতুল

  • @yangamdolley6311
    @yangamdolley6311 Před 2 lety +4

    Bohut bahl gaisa bohut bhal lagil

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 8 měsíci +2

    ইমান ভাল লাগিছে, গীতটো শুনি মই অতিকৈ আনন্দ পাইছো ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনত অতিকৈ আনন্দ পাম,

  • @Chaolanghen
    @Chaolanghen Před rokem +3

    🎉 অতি সুন্দৰ 👏

  • @sanjeebbhuyan7858
    @sanjeebbhuyan7858 Před 2 lety +11

    All of best proforms....🙏🙏🙏 Excellent...🙏🙏🙏

  • @bableekashyap365
    @bableekashyap365 Před 2 lety +2

    ধুনীয়া হৈছে ছাৰ

  • @munmigogoi308
    @munmigogoi308 Před 2 lety +5

    ভাল লাগিছে এনেদৰে অসমীয়া সংস্কৃতি বোৰ জীয়াই ৰাখিব বুলি আশা কৰিলো কাৰণ আজিকালি এইবোৰ পাহৰি পেলাইছে

  • @njyotinjyoti7541
    @njyotinjyoti7541 Před 2 lety +3

    Deha jur pori jai khub val hoise.

  • @knowledge3906
    @knowledge3906 Před 2 lety +16

    সুন্দৰ হৈছে সংগীত সংযোজন | তোমাৰ কণ্ঠত প্রাণ পাই উঠিছে দেউতাৰ টোকাৰীগীত | দেৱেশ্বৰো অনন্য | উজ্বল ভৱিষ্যত কামনা কৰিলো তোমাৰ ৰিতু |

  • @anupamgogoi8237
    @anupamgogoi8237 Před rokem +3

    আৰু এটা লাগে এনেকোৱা❤❤

  • @gautammusic5415
    @gautammusic5415 Před 2 lety +9

    বৰ ভাল লাগিল ।ৰিতুৰ কন্ঠত বৰ ভাল লাগিল ।উমাকান্ত ককাইদেউৰ উপস্থিতিয়ে গীতটোৰ মানদণ্ড আৰূ উচ্চ কৰিলে।

  • @khirudkonwar3197
    @khirudkonwar3197 Před 2 lety +2

    উমা দেউতাৰ লগত ৰিতু ৰে যি টোকাৰীগীত একেলগে পৰিবেশন কৰি আমাক যি আনন্দ দিছে সেই পৰিবেশন আগলৈ পাম বুলি ভাবিছো. আপোনাৰ লোকৰ দীঘায়ু কামনা কৰিলো.

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 3 měsíci

    এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনিলে শুনিয়েই থাকিবৰ মন যায় মোৰো বৰকৈ, এৰা, মনুষ্য জীৱনতে এনে বোৰ ঘটে,, ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ খুবেই ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে ৰাখক এই মানসেৰে ই,,,,

  • @junaligogoi492
    @junaligogoi492 Před rokem +4

    গীতটি শুনি দুশ ভাগৰ সকলো পাহৰি পেলালো সচাঁকৈ বহুত ধুনীয়া ❤️

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci +1

    এৰা কৈলাশৰ টোকাৰী সদায়ে বাজক,,,, শুনিবলৈ সচাকৈ দেই দেহ মন তন ভাৱনা সকলোবোৰেই শাঁত পৰি আহে সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি বাধিত কৰক ইমানেই এইআশাৰেই সকলোলৈ আগতিয়াকৈ ৰঙালী বিহু ৰ শুভেচ্ছা ও থাকিল,

  • @KusumDekaOfficial
    @KusumDekaOfficial Před 2 lety +3

    বহুত বহুত বেছি ভাল লাগিল🙏🙏👍

  • @monujborah3469
    @monujborah3469 Před 2 lety +1

    Krishna Krishna. .mojja

  • @pakhilihazarika4767
    @pakhilihazarika4767 Před 2 lety +5

    সুন্দৰ ❤🙏🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @barnalideka2700
    @barnalideka2700 Před 2 lety +1

    Dhuniya hoise. Agoli.........

  • @anantaborgohain3971
    @anantaborgohain3971 Před rokem +2

    হৰ হৰ মহাদেৱ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci +1

    এৰা, কৈলাশৰ টোকাৰী বজালে বাজিব যিদিনা ইচিগিব সেইদিনাই অনত্ পৰিব এই দেহাৰ, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা আৰু আনন্দ পালো,,,ভবিষ্যত এনেধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, আপোনালোকৰ কুশলে ৰাখক আৰু সংগ দি সুমতি দি বাধিত কৰক এই মানসেৰে ই, শুভেচ্ছা জনালো জনালো সকলোলৈ লগতে অসমীয়া জাতিৰ অতিকৈ চেনেহৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালো,,,

  • @pranjalsarmah257
    @pranjalsarmah257 Před 2 lety

    Har har mahadev 🙏🙏🙏 Hundor hoisa ritu aru aguwai juwa.Hokoluke pronam janaisu 🙏🙏🙏

  • @harakantatamuli1053
    @harakantatamuli1053 Před rokem +1

    Bor hundor hoise .Krishna Krishna .🙏🙏🙏

  • @kamaljyotichetia7965
    @kamaljyotichetia7965 Před 8 měsíci +1

    Bor dhuniya 🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci +1

    খুবেই আনন্দ পালো যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ অতি সুন্দৰ, শুনিয়েই থাকিব লাগিব বুলি অনুভৱ কৰো ইমানেই,,,

  • @sewaligohain5043
    @sewaligohain5043 Před 2 lety +24

    হৰ হৰ হৰ মহাদেৱ ,om namah shivay om namah shivay om namah shivay 🙏🙏🙏ভাল লাগিল টোকাৰী গীতটো👌🙏

  • @subrat2.079
    @subrat2.079 Před rokem +2

    সুন্দৰ 🙏🙏🙏🕉️

  • @user-dj8cl4tk9c
    @user-dj8cl4tk9c Před 5 měsíci +1

    বৰ ভাল লাগি দেই ❤❤❤

  • @rabingogoi1327
    @rabingogoi1327 Před 2 lety +1

    খুব সুন্দৰ কণ্ঠ আগুৱাই যাওক আগলৈ হৰ হৰ মহাদেৱ । পিঙ্গলা পিঙ্গলা পাছৰ শব্দকেইটা উচ্চাৰণ দুটা আকৌ এবাৰ কোনোবাই লিখি দিব নেকি অনুগ্ৰহ কৰিছো ।

  • @hirenborah1183
    @hirenborah1183 Před 2 lety +7

    অতি সুন্দৰ কন্ঠ 🙏🙏

  • @MadHindu14
    @MadHindu14 Před rokem +2

    অনুপম সংগীত। আমাৰ কৃষ্টি-সংস্কৃতি যে কোনেও নাইকীয়া কৰিব নোৱাৰে তাৰ প্ৰমাণ আপোনালোকে দিছে।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci

    সুন্দৰ আৰু শুনিও আনন্দ পাও সেয়ে বাৰে বাৰে শুনি আছোঁ আৰু পৰিৱেশন চাইও আছোঁ চাই আছোঁ কেনেকৈ থাকো থাকো,,,,