বান সমস্যা সমাধান কৰাত কাৰো সদিচ্ছা নায়েই নেকি? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’.....

Sdílet
Vložit
  • čas přidán 5. 07. 2024
  • কি উজনি, কি নামনি, কি বৰাক- বানত বুৰিছে সমগ্র ৰাজ্য
    খাদ্য-বস্ত্র-বাসস্থান, অনাময় ব্যৱস্থাৰ অভাৱত বিধ্বস্ত জনজীৱন
    কিন্তু বান পৰিস্থিতিক লৈ যেন ৰাজ্যত আৰম্ভ হৈছে ৰাজনীতি
    বানাক্রান্তক এৰি বিদেশত পুত্রৰ উপনয়নত ব্যস্ত বিজেপি বিধায়ক!
    মহানগৰীৰ মাজমজিয়াতো সংঘটিত হ’ল শোকাৱহ ঘটনা
    ৪৮ ঘণ্টাৰ পিছতো খবৰ নোলাল সন্ধানহীন কণমানিটিৰ
    মুখ্যমন্ত্রীৰ আশ্বাসে মহৌষধ হিচাপে কাম কৰিব জানো?
    অসমত এতিয়া ৰাজনীতিৰ ঊৰ্ধ্বত একো নাই নেকি?
    বানাক্রান্তৰ সমস্যাক গৌণ কৰি ৰাজনীতি উচিত নে?
    বান পৰিস্থিতিৰ মাজত নেতাৰ দৃষ্টিভংগী কেনে হোৱা উচিত?
    বান সমস্যা সমাধান কৰাত কাৰো সদিচ্ছা নায়েই নেকি?
    কিয় প্রতিশ্রুতি পাহৰিলে কেন্দ্রীয় গৃহমন্ত্রী আৰু প্রধানমন্ত্রীয়ে?
    নেদাৰলেণ্ডৰ দৰে বান নিয়ন্ত্রণৰ কিবা বিজ্ঞানসন্মত ব্যৱস্থা ওলাবগৈনে?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #pratidintime #assam #flood #abhimat #nitumonisaikia

Komentáře • 34

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Před 14 hodinami +9

    সদ্দিছা আছে বাবেই ব্ৰহ্মপুত্ৰ খান্দি পাৰে পাৰে এক্সপ্ৰেছ Highway বানাইছে, আৰু এতিয়া 50 টা পুখুৰী খান্দিবলৈ লৈছে। কিমান সদ্দিচা আছে চাওক। এনেই নকব দেই। পিছে নলাৰ ৰেলিং ডালহে বনাবলৈহে থাকি গল।।

  • @purnaborah2910
    @purnaborah2910 Před 14 hodinami +3

    Akhil jindabad

  • @S.M.8439
    @S.M.8439 Před 14 hodinami +1

    কোনো চৰকাৰেই অকলে একো কৰিব নোৱাৰে।জনসাধাৰণ সজাগ হব লাগে।

  • @aliciadawns8535
    @aliciadawns8535 Před 12 hodinami +1

    মুঠৰ ওপৰত দেখা গৈছে চৰকাৰ খনে প্ৰতিশ্ৰুতি বহুত দিয়ে কিন্ত ফলাফল তো শূন্য,সেয়ে বিপদৰ সময়ত মানুহৰ খং নুঠি চৰকাৰ খনক প্ৰশংসাতো কৰিব নোৱাৰিব ভাল কাম কৰিছে বুলি ,কংগ্ৰেছক সমালোচনা কৰিলে ৰাজ্য খনৰ কি উদ্ধাৰ হব নিজৰ ব্যথৰ্তা লুকুৱাই কথাৰ ফুলজাৰি মাৰিলেই সমস্যাবোৰ শেষ হৈ নাযায়।

  • @user-fo9fq6zi8m
    @user-fo9fq6zi8m Před 14 hodinami +1

    Ji koi. Right koi. Gogoi e

  • @jyoshreegogoi7958
    @jyoshreegogoi7958 Před 14 hodinami +1

    অখিল গগৈ👍👍👍♥️

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 Před 14 hodinami +1

    Akhil Gogoi ❤

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 14 hodinami +1

    সদ ইচ্ছা কাৰো নাই।কেৱল ১৪ পুৰুষৰ"বাবে কিমান টকা ঘটিব পাৰি তাৰ"বাবে প্ৰচেষ্টা চলাই আছে। বান পানী বৰ্তমান শাসকীয় নেতা আৰু কৰ্মচাৰীৰ সোণৰ কণী পৰা হাহলৈ ৰূপান্তৰ হৈছে। এইবাৰেই নহয় প্ৰতিবছৰে বাৰিষা দিনত আহেই!বহুতে ১৪ পুৰুষৰ"বাবে"নহয় ২৮ আৰু ৪২ পুৰুষৰ"বাবেও টকা ঘটি ললে!

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Před 14 hodinami +1

    প্ৰভু ঈশ্বৰ জিতু ডাঙৰীয়া, Pattaya ট কেনেকোৱা পালে তাকে কওক ।

  • @KusumKonwar-n2d
    @KusumKonwar-n2d Před 14 hodinami

    Good news

  • @bimansaikia4305
    @bimansaikia4305 Před 14 hodinami +1

    আমাৰ ৰাজনৈতিক দলৰ নেতা সকলে ইংৰাজৰ বেয়া ৰাজনীতি কথা বোৰ ভালকৈ শিকিলে।ভাল বোৰ নললে। এইটো বৰ দুভাগৰ বিষয়।

  • @snigdhabharali8783
    @snigdhabharali8783 Před 14 hodinami +1

    Akhil gogoi jindabad.

  • @kushalchetia2670
    @kushalchetia2670 Před 9 hodinami

    অসমৰ বাননাইকিয়া কৰিবলৈ হলে অসমৰ সকলো বিলাক মঠাউৰি ভাঙী পেলাব লাগিব ।

  • @pankajmahanta295
    @pankajmahanta295 Před 9 hodinami

    As educated person my six sense bling that jitu goswami exposed may be wrong but akhil gogoi educated I m not blind supporter akhil gogoi

  • @sonaramdas7824
    @sonaramdas7824 Před 14 hodinami +2

    Nitumani No 1 fatuwa

  • @simantaaxom812
    @simantaaxom812 Před 9 hodinami

    Jitu beya k fosil aji😅😅

  • @daspiglets1866
    @daspiglets1866 Před 14 hodinami +1

    Jagat dse Akhil daa😂

  • @purnaborah2910
    @purnaborah2910 Před 14 hodinami

    Assam banpani nitumoni right❤

  • @wr1572
    @wr1572 Před 12 hodinami

    Himanta xekhot aahi kene niti xikhya hodai diye aaru raije paahori xai.

  • @sikhkrexvlogger
    @sikhkrexvlogger Před 14 hodinami +1

    😡