ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতে একপ্রকাৰ হাহাকাৰ লাগিছে শাসক পক্ষৰ
Vložit
- čas přidán 27. 06. 2024
- APSC কেলেংকাৰীৰ তদন্ত প্রক্রিয়াৰ পৰা তদন্তকাৰী বিষয়া প্রতীক থুবেক অপসাৰণ কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতে একপ্রকাৰ হাহাকাৰ লাগিছে শাসক পক্ষৰ। বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ৰ নিৰ্দেশক সমালোচনা কৰাৰ লগতে ৰাজ্যৰ মহাধিবক্তাক বিষয়টো পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে। আৰু ন্যায়ালয়ৰ বিৰুদ্ধে মুখ্যমন্ত্রীগৰাকীৰ এনে স্থিতিক কঠোৰ সমালোচনা কৰিছে বিৰোধী পক্ষই।
#pratidintime #assam #assamnews #himantabiswasarma
ন্যায়াধীশৰ চাকৰিটোকো মূখ্যমন্ত্ৰীয়ে পাৰিলে নিজেই লৈ লওক । আৰু ইচ্ছামতে কৰিব পাৰিব ।
চোৰক সুৰক্ষা দিয়াটোৱেই বি জে পি ৰ কাম ll
হিমন্ত মামাক বিশ্বাস নকৰোঁ। এনেকুৱা মিচলীয়া মুখ্যমন্ত্ৰী যেন ভাৰতত নাই নেকি?
Right
কিনো হল !দুদিন পিছত সেই ন্যায়াধীশকো আতৰাব |
Akhil gogoi really superhero
হিমন্তৰ মাথাৰ চকৰি ঘূৰিছে। নিজৰ মানুহ খিনি যদি ফচি যায় হিমন্তৰ হিমন্তৰ মান থাকিব ক'ত !
Bongali aru marwarir vote loi jikibo ..honmaan tar agor porae nai
উদক ভেতা ৰখীয়া দায়িত্ব দিয়া হৈছে।
মুখ্যমন্ত্ৰী মহোদয়ে অস্থায়ী চাকৰিয়াল সকলক ন্যায় দিয়ক পাৰে যদি। তেতিয়া গম পাম আপুনি সৎ মানুহ হয়।
এইক্ষেএত মুখ্যমন্ত্ৰী দায়ি কাৰন তেখেতৰ দিনতহে নিযুতি হৈছিল ?
Right
আৰু কিবা নাটক কৰিব।
Hosa kotha
হাই কোর্ট ত গৈ নিজেই বিচাৰপতি হৈ এই গোচৰটোৰ ৰায় দি দিলেই কাম খতম। বুজিছো দিয়ক নিজৰ মানুহক বচাবলৈ যত্ন কৰাটো আদালতেও গম পালে সেইকাৰণে আই ও জনক আতৰালে।এইখন নাটক বুজাই সকলো বুজি পাই আছে।
U r right .
Toi kon hoi kobole Himanta 😂😂😂😂
Konobadin vl ke fosibi 😂
সাহস আছে যদিহে কংগ্ৰেছৰ দিনত বক্ৰ হাতেৰে দিয়া APSC ৰ চাকৰি বোৰ নিজে নিজে ৰাজহুৱা কৰিব লাগে 👍👍👍💯💯💯 লগতে অখিল গগৈয়ে কোৱা কথাবোৰো সত্যাসত্য অনুসন্ধান কৰিব লাগে 👍💯 আৰু মিছা হ'লে উচিত শাস্তি বিহিব লাগে,❗❗❗❗❗
হৰেকমাল চব জান্তা হ্যায়...
ACS/APS kelengkary totondo APS ejone kenekoi aag borai nibo.
Right akhil da❤
আমি বেকাক বিশ্বাস নকৰো
বেয়া মানুহবোৰক অসমৰ মানুহে চিনিজানি পাইছে - 2026. চনত সেইবাবেই তেনে প্ৰতিনিধিক ত্যাগ কৰিব যেন পাইছোঁ ৷
Indian constitution k omannyo kora mane,dekhdruhi
এপিএচিত অকল 2013 চনতে কেলেংকাৰী হোৱা নাই তাৰ আগতো হৈছে ,পিছতো হৈছে ।
Akhil dangoriya kintu baki soceity r kothat mat namate😂
Apuniye 2 adalot mama dukhi Hari goise n aapunar problem ki .Yogi sar Dore kanun dhorok aapunak hilab nuwarib please Jai sree ram mama
Khey bilak ako nokorey deya mamai bohut doror kotha
Mama should not interfere
এয়াই হৈচে চোৰক ভৰাল ৰখিব দিয়া হৈছে
Asom hekh.... mamai khale asom
Maamak honmaan koru aaru bhaktio karu , kintu maama nyaotot eku kora nai . Central or pora hodai discredite hoi thake soon.
Kiyo.... ?
Mamar tension hoise
Court khn teur mote sola nai so eibur ktha koise HBS a
Mama dangoriar nyayloyok anguli utabopora hoigol dekhun
Cacha mama aase j mamar heye Aakhil Gogoi jindabad BJP hatow desh basaw
Akhil gogoia Kiya কংগ্ৰেছৰ লগত মিত্ৰতা কৰিলে কৰণ apse Nayan Congress vs torun gogoi
Stupid mumaer tetia তৰুণ গগৈ লগত নে বিজেপি ত আছিল।
😂😂
1st pratidin time Himanta against ot akol koi .val tu 10% u nkoi.
Pratin din time tu Cronges aru Akhil Uddin r beya tu val kori making kri news kore
Akhil Tur kotha sunile mor matha gorom hoi. Mama zindabad.
দেবজিৎ শইকীয়া মানে সেই cbi ৰ সাক্ষ্য দিবলৈ কলকটালৈ হিমন্ত যাওতে ধেমা ধৰাহৈ লগত যোৱাজন নহয়নে ?
Akhil gogoi.....judge....cm ....law.....mla.... astronaut.... physicist.... doctor....engineer..... historian sob hoi. Ei manuh jon public karne kimaan bhal heitu ekhetor asoron dekhilei gom pai.
Dhui Akhil toi Namaj por
বেছেৰা Akil uddin চপ পালে ভকি ছাই কিন্তুু মূল্য নাই😅😅😅😅😅😅😅😅😅😅😅😅😅
Bongal😂
Tur murtu
অসমীয়া বানান শুদ্ধকৈ লিখিব নাজানিলে কমেন্ট কৰিব নালাগে।
@@binoynath9605 পঢ়িবলৈ জনালোকে এন জানে পটুৱা মানুহবোৰ এনেবোৰ সাধাৰণ কথাত কি নুভুকেনো
Akhil Husain ajon neaidhish😂😂😂😂
মৃনাল তালুকদাৰ বিজেপিৰ অৰুণোদয় খাই তই চমছা কৰিবলৈ লাজ নালাগে
Himanta Biswa ejon 3rd class Manuh
Coachingr pra kiman crore toka loi Apsc r appointment disa
হাই কোর্ট ত গৈ নিজেই বিচাৰপতি হৈ এই গোচৰটোৰ ৰায় দি দিলেই কাম খতম। বুজিছো দিয়ক নিজৰ মানুহক বচাবলৈ যত্ন কৰাটো আদালতেও গম পালে সেইকাৰণে আই ও জনক আতৰালে।এইখন নাটক বুজাই সকলো বুজি পাই আছে।
😂😂