সুনীল গগৈৰ পৰিয়ালক লগত লৈ CIDৰ দলৰ অভিযান

Sdílet
Vložit
  • čas přidán 11. 07. 2024
  • সুনীল গগৈৰ পৰিয়ালক লগত লৈ CIDৰ দলৰ অভিযান
    পৰিয়ালৰ কেইবাজনো সদস্যক লগত লৈ ৰাওনা দলটো
    পুত্র সৌৰভ গগৈ, ভতিজাক জয়ন্ত গগৈক লগত লৈ অভিযান
    ককায়েক হেমন্ত গগৈ, শালপতিয়েক বিবিধ গগৈকো নিছে দলটোৱে
    #PratidinTime #AssamNews #sunilgogoi #CID

Komentáře • 14

  • @diptidevi4055
    @diptidevi4055 Před 25 dny +9

    সুনীল গগৈ বৰ চতুৰ ব্যক্তি। তেওঁ ওচৰে পাজৰে থাকি তদন্তৰ চাই চাই নতুন নতুন কৌশল অবলম্বন কৰি আছে।
    গতিকে তদন্তৰ নামত পুলিচে সময় অপচয় কৰি আছে।
    তদন্ত কৰিবলৈ এৰি পুলিচে অন্য কেচত মনোনিবেশ কৰক আৰু লগতে সুনীল গগৈ পৰিয়ালৰ ওপৰত গোপনে চকু ৰাখক, দেখিব নিজে নিজে এই কেচৰ সত্য উদ্ঘাটন হব।

    • @bhaskarjthakuria5538
      @bhaskarjthakuria5538 Před 25 dny

      Hoi.Poriyal a sakalo jane.jera valke hoa nai.aru gaon r manuhe poriyal tuk basabo khuji ase

  • @mr.random462
    @mr.random462 Před 25 dny +1

    Hunkale sunil gogoir case solve hole hoi aru🎉

  • @thekamansisters.7725
    @thekamansisters.7725 Před 26 dny +4

    News di thakile polaboi

  • @JJB-uc5ev
    @JJB-uc5ev Před 26 dny

    Sunil Gogoi k Bisari uliai diyok police a.. Anei ji ti kori dekhai lav nai

  • @GitaMoni-gh1yz
    @GitaMoni-gh1yz Před 26 dny

    Duyujonoke Mari mistake khel khelibo nelage.

  • @mukshedullah6863
    @mukshedullah6863 Před 26 dny +4

    Sunil e sob huni ase.hi polal 😂😂😂

  • @purabhinarzary9278
    @purabhinarzary9278 Před 25 dny

    Boriya anekoi😂 hobolage, kintu Ravar kese ot kiyo nohol