ঢোল বজাবলৈ শিকোঁ আহক - dhol tutorial - day 3

Sdílet
Vložit
  • čas přidán 11. 02. 2024
  • নতুনকৈ ঢোল বাদ্য শিকিবলৈ আগ্ৰহী সকলৰ বাবে আমাৰ এই ভিডিঅ' সমুহ আগবঢ়োৱা হৈছে। যিসকল শিকাৰুৱে পদ্ধতিগত ভাৱে ঢোল বজাবলৈ শিকিব বিছাৰিছে তেখেতসকলৰ সুবিধাৰ্থে আমি যিমানদুৰ সম্ভৱ পুংখানুপুংখ বিৱৰণ দিবলৈ যত্ন কৰিছো। আমি আশাবাদী যে পৰ্য্যায়ক্ৰমে ভিডিঅ'সমূহ চাই শিকাৰু সকলে ঢোলবাদ্য আয়ত্ত কৰিব পাৰিব ।

Komentáře • 18

  • @rawthenticgamer2073
    @rawthenticgamer2073 Před 5 měsíci +1

    Sundor ..

  • @ASSAM07999
    @ASSAM07999 Před 4 měsíci

    Val lagise apunak 🙏 bordeota

  • @padmeswarmili7366
    @padmeswarmili7366 Před 5 měsíci

    ❤🎉sweet

  • @theaesthetic5484
    @theaesthetic5484 Před 5 měsíci +2

    Khura video bur hunkle hunkle dibo sun . Love from Titabor ❤️

  • @hirakvlogs.921
    @hirakvlogs.921 Před 5 měsíci +1

    Aru video dibo sun khura

  • @ARE_YOU_KNOW_ME
    @ARE_YOU_KNOW_ME Před 3 měsíci +1

    ছাৰ মোৰ ঢোল শিকাৰ সৰুৰে পৰাই মন আছিল কিন্তু ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে ঢোল শিকা নহ'ল আৰু এতিয়া আপোনাৰ video চাই সেই ইচ্ছা পুনৰ জীপাল হৈ উঠিছে। মই যদি 2nd hand ঢোল এটা কিনো তেতিয়া কিমান মান হ'ব ? Please reply টো দিব আৰু আপোনাৰ video চাই বহুতেই ভাল লাগে । Love❤from Kuralguri❤❤ 7:35

  • @pocogpubg7100
    @pocogpubg7100 Před 5 měsíci +3

    sir mur ghor golaghat. DR collegete poha... aibar bihut 10000 man di dhul ata kinim vabisu... kinute keneke val dhul sabo lagibo olop kobo neki?..aru kunkhon dukan val hobo golaghat, jorhat, dergaw ,kuralguri usore pajore..

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 5 měsíci +2

      মই জনাত কুৰালগুৰিত থকা নেপালৰ তাতে ভাল ঢোল পোৱা যায়, আগতীয়াকৈ যোগাযোগ কৰিলে পচন্দৰ ঢোল ল'ব পাৰিব।

    • @pocogpubg7100
      @pocogpubg7100 Před 5 měsíci

      @@TeamLohorGolaghat nepal manee dukanor nam ne sir?... aru apunar bikibo logia ase neki val dhul..thakile kobo sun..

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 5 měsíci

      Kuralguri Sriguru Badya Bhandar, patrol pump r kakhot

    • @pocogpubg7100
      @pocogpubg7100 Před 5 měsíci

      ok..thank you sir..vale thakok

    • @DebajitDas-gd7op
      @DebajitDas-gd7op Před 3 měsíci

      Apunr number tu dibo paribo nki .

  • @notime9040
    @notime9040 Před 4 měsíci

    Sir val dhul eta keneke basim moi aji kinibole jaam

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      কঁঠাল কাঠৰ সাৰৰ খোলৰ দীঘলে ২০-২১ ইঞ্চি আৰু তালি খনৰ জোখ ৯-১০ ইঞ্চি ৰ ল'ব । পাতল ছাওনি হ'লে ভাল।

  • @nayanjyotisaikia6309
    @nayanjyotisaikia6309 Před 5 měsíci +1

    ঢোলৰ পৰিবৰ্তী ভিডিঅ সমুহ সোনকালে সোনকালে দিয়ক... বিহু পালেহিয়ে...আপোনাৰ ভিডিঅ কেইটা চাই যঠেষ্ট খিনি উন্নত হৈছো.. নতুনকৈ শিকা যে মই.. বাকীবোৰ ভিডিঅত আপোনাৰ দলে বুজাই শিকোৱা পোৱা নাই

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 5 měsíci

      আপোনাৰ দৰে ন-শিকাৰু আমাৰ ভিডিঅ' চাই উপকৃত হোৱা বুলি জানি ভাল লাগিল। পৰবৰ্তী ভিডিঅ' যিমান পাৰি সোনকালে দিবলৈ চেষ্টা কৰিম।

  • @baishaleeneog7214
    @baishaleeneog7214 Před 3 měsíci

    Contact number tu diyoksun sir