ঢোলত চাপৰ কেনেকৈ আৰম্ভ কৰিব - পাঠ ৫ - how to play sapor - dhul tutorial

Sdílet
Vložit
  • čas přidán 11. 03. 2024
  • ঢোলত চাপৰ কেনেকৈ আৰম্ভ কৰিব - পাঠ ৫ - how to play sapor - dhul tutorial
    লহৰ ইউটিউব চেনেলৰ সমুহ দৰ্শকলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছো। আজিৰ ভিডিঅ'ত বিশেষ ভাৱে ঢোলত চেও কেনেদৰে বজাব সেই সম্পৰ্কত চমু আভাষ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। ভিডিঅ'ত উল্লেখ কৰাৰ ওপৰিও - " ঘেনতাখি ঘেনতাখি,,,,,,,,, ঘেনগিঘেনাক ঘেন গিঘেনাকঘেন ঘেন দাও" কৈ বজাইও চেও আৰম্ভ কৰিব পাৰিব। ইয়াৰ উপৰিও "ঘেনতাখি দোঘেন/ তাতাখি দোঘেন, ঘেনদাও ঘেনদাও" আদি বোলেৰেও চাপৰ আৰম্ভণি কৰিব পাৰিব।
    #assam
    #bihu2024
    #dhulbadon

Komentáře • 35

  • @user-ev1wm9ce1w
    @user-ev1wm9ce1w Před 3 měsíci

    Khub hundor

  • @jyotishsarma7563
    @jyotishsarma7563 Před 4 měsíci +1

    Nice Dada

  • @srawangogoi2969
    @srawangogoi2969 Před 3 měsíci

    vl lagil

  • @horogogoi.5688
    @horogogoi.5688 Před 4 měsíci

    Hundor ❤😊

  • @runubaruah6143
    @runubaruah6143 Před 4 měsíci

    oti hundor dada🎉🎉🎉❤❤❤

  • @mayurdeep4645
    @mayurdeep4645 Před 4 měsíci

    Thank you sir❤️

  • @spirit_4566
    @spirit_4566 Před 4 měsíci +1

    Sir Moran sapor tu dibo paribo nki

  • @theaesthetic5484
    @theaesthetic5484 Před 4 měsíci

    সুন্দৰ

    • @theaesthetic5484
      @theaesthetic5484 Před 4 měsíci

      Sir ami aibar husori dol ati uliaisu husorir babe aru ata informative video dile val pam mne bihu nam ,pod ,jaat nam ,etc...

  • @suryada2
    @suryada2 Před 2 měsíci

    sir ghin ghina khitau bojawok sun

  • @user-bl3py9gx7n
    @user-bl3py9gx7n Před 4 měsíci

    Sir 2nd hand dhul pam ne?

  • @oldtiktokvideo8582
    @oldtiktokvideo8582 Před 4 měsíci

    Digholiya saporar tutorial to dibo son

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      Recently upload কৰা ভিডিঅ'টো চাবচোন

  • @koustovjyotibora4904
    @koustovjyotibora4904 Před 4 měsíci

    Nasoni sapor dibo

  • @bimalborah849
    @bimalborah849 Před 4 měsíci

    আপোনাৰ ভিডিঅ সমূহ সদায় চাও।

  • @utpalkumarbarman1554
    @utpalkumarbarman1554 Před 4 měsíci

    Nomoskar Sir
    Dhol badonor Tali t right hand or left hand use koribo Lage ?
    Jonabo sun moi Sir ejon tabla badok aru apunr video Sai dhol learn Kori asu
    Gotike mohodoy kothatu jonabo sun

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      প্ৰথমে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছো, তবলাৰ দাইনা যি হাতে লয় সেই হাতে ঢোলৰ তালি ল'লে নিশ্চয় আপোনাৰ সুবিধা হ'ব বুলি ভাবো কাৰণ দাইনা লোৱা হাতৰ আঙুলিৰ সঞ্চালন ভাল হোৱাৰ লগতে ৰগৰ দিবলৈ সুবিধা হ'ব।

  • @AshimjyotiRao
    @AshimjyotiRao Před 4 měsíci +2

    6পাঠ টো পোৱানাই

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      বৰ্তমান ঢোলৰ চেও চাপৰ সমুহৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰা হৈছে, প্ৰাৰম্ভিক কিবা জনিব লগিয়া থাকিলে ক'ব আমি পুনৰ ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম 🙏🏻

  • @rajkumar98649
    @rajkumar98649 Před 3 měsíci

    Burha seu ase niki dada? Seu dutaman dekhabo

  • @thepartha705
    @thepartha705 Před 4 měsíci

    খুৰা আপোনাৰ ঘৰ কোন থাইত ?

  • @bhabeshbaishya6767
    @bhabeshbaishya6767 Před 4 měsíci +1

    ছাৰ ,আপোনাৰ তাত মোৰ ঢোল শিকিব মন আছিলে। আপোনাৰ Address টো পাম নেকি। মোৰ ঘৰ নলবাৰী ত ।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      আপোনাৰ আগ্ৰহক শ্ৰদ্ধা জনাইছো, কিন্তু দুৰত্ব অলপ বেছি হ'ল, আমি গোলাঘাটৰ

    • @user-cz3zh3rj4k
      @user-cz3zh3rj4k Před 4 měsíci

      Contact number to dibo sun sir...

    • @bijitsaikia7645
      @bijitsaikia7645 Před 3 měsíci

      গোলাঘাট কোন থাই

  • @user-dy2cw4wm6i
    @user-dy2cw4wm6i Před 4 měsíci

    ঢোলৰ চাপৰ কেইটা জনাবলৈ অনুৰোধ কৰিলো

  • @ASSAM07999
    @ASSAM07999 Před 4 měsíci

    Bordeota

  • @MonjilSaikia-
    @MonjilSaikia- Před 4 měsíci

    🙏🙏নমস্কাৰ । মোৰ এটা অনুৰোধ আছিল। আচলতে মই ঢোল বজাই ভাল পাওঁ । কিন্ত কোনটো ছেওৰ পাছত কোনটো ছেও বজাই নাজানো । গতিকে আপুনি এটা ভিডিঅ বনাই দিব পাৰিব নেকি য'ত বিহুত বজোৱা সকলো ছেও serially থাকে [ ল'ৰা বিহু আৰু ছোৱালীৰ বিহু]
    আৰম্ভণিৰ পৰা শেষৰ লৈকে সকলোবোৰ বজাই দিব লগত ছেও বোৰৰ নাম কৈ দিব। অনুগ্ৰহ কৰি অনুৰোধটি ৰক্ষা কৰে যেন 🙏🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci +2

      মন্ত্যবৰ বাবে ধন্যবাদ, আপোনাৰ দৰে ব্যক্তিৰ অনুপ্ৰেৰণাই আমাক আগবাঢ়ি যাবলৈ সাহস দিয়ে। আপোনাৰ অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিম 🙏🏻

    • @MonjilSaikia-
      @MonjilSaikia- Před 4 měsíci +3

      @@TeamLohorGolaghat মোক আপুনি বুলি ন'কব বৰদেউতা। মই এইবাৰ দ্বাদশ শ্ৰেণীলৈ পাম । উত্তৰ দিয়াৰ বাবে অশেষ ধন্যবাদ থাকিল।

  • @user-cz3zh3rj4k
    @user-cz3zh3rj4k Před 4 měsíci

    Apunar contact number to dibo sun..