কিয় গুৱাহাটী সমষ্টিবাসীয়ে ভোট দিব মীৰা বৰঠাকুৰক? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘জনমত’

Sdílet
Vložit
  • čas přidán 29. 04. 2024
  • কিয় গুৱাহাটী সমষ্টিবাসীয়ে ভোট দিব মীৰা বৰঠাকুৰক?
    অভিজাত গুৱাহাটীক প্রতিনিধিত্ব কৰিবলৈ কি যোগ্যতা মীৰা বৰঠাকুৰৰ?
    প্রথমে দলীয় বিসম্বাদ আৰু এতিয়া নিসংগভাৱে নিৰ্বাচনী প্রচাৰ নেকি?
    ১০টা বিধানসভা সমষ্টিত অকলেই যুঁজিছে নেকি মীৰা বৰঠাকুৰে?
    মোডী আৰু অমিত শ্বাহৰ মহাশক্তিক কিদৰে ওফৰাব মীৰা বৰঠাকুৰে?
    এনে কিছু প্রশ্ন লৈ মীৰা বৰঠাকুৰৰ সন্মুখত নিতুমনি শইকীয়া
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘জনমত’
    #pratidintime #janamat #miraborthakur #congress

Komentáře • 851

  • @user-tk8bm3zv2v
    @user-tk8bm3zv2v Před 22 dny +68

    জনমত হলে এনেকুৱা হব লাগে ৷ খুব ভাল লাগিল ৷ মীৰা বাইদেউৰ উজ্জ্বল কামনা কৰিলো ৷ সচাই আপুনি এগৰাকী সৎ সাহসী ও দুৰদশী মহিলা ৷

  • @bulbulAxom099
    @bulbulAxom099 Před 22 dny +76

    ভাল লাগিল। অৱশেষত নিতুমনি ককাইৰ লগত সাক্ষাৎকাৰ হৈ গল ❤️। আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজক অনুৰোধ কৰিছোঁ। মীৰা বৰঠাকুৰ বাইদেউক আপোনালোকে ভোট প্ৰদান কৰি জয়যুক্ত কৰক। গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ এটা ভাল সুযোগ পাইছে। জিকাই লৈ যাওঁক ❤️

    • @chandandutta3186
      @chandandutta3186 Před 22 dny +6

      Jikam, vote baideokei dim

    • @bulbulAxom099
      @bulbulAxom099 Před 22 dny

      @@chandandutta3186 দিব দেই ❤️🙏 আন দহ জনকো অকণমান বুজাব বুলি আশা থকিল ❤️
      মীৰা বৰঠাকুৰ বাইদেউক জিকাও আমি
      ভাল ফলাফল এটা পাম আমি 🥲🥲❤️❤️

  • @ratulgogoi8063
    @ratulgogoi8063 Před 22 dny +186

    বহু দিনৰ পাছত আপোনাৰ জনমত অনুষ্ঠানটো আৰম্ভ পৰা শেষলৈকে চালো। কিবা এটা ভাল লাগিল। মীৰা বাইদেউ জয় হওক তাকে কামনা কৰিলো। গুৱাহাটী বাসী লৈ অনুৰোধ থাকিল বিবেক ভোট প্ৰদান কৰক।

    • @Karma_is_Life.
      @Karma_is_Life. Před 21 dnem +3

      নিশ্চিত ভাৱে।

    • @probingohain8043
      @probingohain8043 Před 20 dny

      😂😊😊

    • @gunajitdeka5604
      @gunajitdeka5604 Před 19 dny +1

      Vote for mira borthakur

    • @pranamiofficial3472
      @pranamiofficial3472 Před 19 dny +1

      চাৰিশ পাৰ কিয় কৰিব লাগে, ২৭২ পালেই হয় দেখোন ? Constitution change কৰিবলৈ নেকি ? নে অন্য কিবাকিবি

    • @pranamiofficial3472
      @pranamiofficial3472 Před 19 dny +3

      মীৰা বাইদেউৰ ধন বল বাহু বল নাথাকিলেও তেখেতৰ এটা সৎ মন আছে। সেয়ে তেখেতক গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে বিপুল ভোটত জয়ী কৰাব বুলি বিশ্বাস কৰো। পৰমেশ্বৰৰ আৰ্শীবাদ যেন তেখেতৰ লগত থাকে তাকে কামানা কৰিলো।

  • @chandramabora6591
    @chandramabora6591 Před 22 dny +127

    মীৰা বৰঠাকুৰৰ জয়েই প্ৰতিপন্ন কৰিব গুৱাহাটীবাসীৰ ৰাজনৈতিক পৰিপক্কতা। ৰাইজে বিবেকভোট নিশ্চয় প্ৰদান কৰিব।

    • @chandandutta3186
      @chandandutta3186 Před 22 dny +11

      Karim. Baideokei vote dim

    • @pranitabarman483
      @pranitabarman483 Před 22 dny +10

      গণতন্ত্ৰ সুৰক্ষাৰ স্বাৰ্থত ৰাইজে নিশ্চয় বিবেক ভোট প্ৰদান কৰিব । লগতে আপোনাৰ মনোবলক স্বাগতম জনাইছো

    • @dibakartalukdar7700
      @dibakartalukdar7700 Před 18 dny

      ঘেন্তা

    • @Munmi177
      @Munmi177 Před 15 dny

      Nijike ..

  • @assa516
    @assa516 Před 22 dny +138

    বিজয়া চক্ৰবৰ্ত্তী,কুইন ওঝা এই সকল সংসদত আজিৰ তাৰিখত ৰাজনীতিত তেওলোকক কোনেও মনত নাৰাখে৷কিন্তুু মীৰা বাইদেউৰ কথা,কাম আৰু তেওঁৰ যিটো ব্যক্তিত্ব লগতে ৰাইজ সেৱাৰ যিটো মনোভাৱ আছে সেইটোৰ প্ৰতি মই আকৰ্ষিত৷তেওঁ গুৱাহাটীৰ সমস্যা সমুহ অনুভাব কৰিছে আৰু তাৰ বৈজ্ঞানিক সমাধান ও তেওঁৰ হাতত আছে৷সেয়েহে মই বিচাৰো সকলোৱে তেওক আগুৱাত সহায় কৰক৷কি হ’ব ৰাজনৈতিক দ’ল চায় ভোট দিলে৷সকলোৱে একে,ভাষন আৰু শাসনৰ একো মিল নাই৷কেৱল পুৰন হ’ব লাগে ব্যক্তিগত স্বাৰ্থ৷দ’ল এৰক প্ৰাৰ্থীক প্ৰাধিন্য দিয়ক ৷গুৱাহাটীবাসীয়ে নিশ্চয় এইবাৰ ইয়াৰ এটা উদাহৰন দাঙি ধৰিব অসমৰ বাৱে৷

    • @user-ri5nm1id5z
      @user-ri5nm1id5z Před 22 dny +4

      Aapuner kotha khini xunilu baidew....bohut dhunia anedore thakile val lagibo.....❤

    • @dhantimedhi1788
      @dhantimedhi1788 Před 18 dny +1

      সকলো ভাল তথাপিও গুৱাহাটী সমষ্টিৰ ৰাইজে ভোট নিদিব নেকি?
      ব্যক্তিত্ব চাই আমি এতিয়াও ভোট দিব পৰা নাই৷বিশ্ববন্দিত শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱকে ভোট দিয়া নাছিল গুৱাহাটীৰ ভোটাৰে৷ কংগ্ৰেছ শূন্য হব অসমত৷ অকনমান আশা আছে মাথোঁ নগাওঁত৷

    • @assa516
      @assa516 Před 18 dny +3

      @@dhantimedhi1788 কংগ্ৰেছ শূন্য হোৱাৰ ভাবনাত আপুনি যদি আজিও ডুব গৈ আছে তেনেহ’লে ডাঙৰীয়া আপুনি আনৰ মগজুৰে জীয়াই আছে৷

  • @dharamabarbarua
    @dharamabarbarua Před 22 dny +67

    গুৱাহাটীৰ জনসাধাৰণ সাৱধান । উপযুক্ত প্ৰাৰ্থী মীৰা বৰঠাকুৰ দাঙৰিয়ানিক ভোট দি জয়যুক্ত কৰক , নহলে পৰিণাম ভুগিব । ধন্যবাদ ।

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k Před 22 dny +147

    5,6, লাখ ভোটত জয় হ'ব এই বাৰ মীৰা বাইদেউ দাঙৰিয়ানী আপুনি তেনচন ল'ব নালাগে

    • @mS-lw9oo
      @mS-lw9oo Před 22 dny +4

      ​@The_Indian_fantasy_show8638apunar vote ase ne bjp r andhabhakta......mor ase vote....eibilake val manuh.....kam Kora manuh sini napai.....(bjp)bahut dangor misoliya party r pisot dore bjp ye akol brainwashed kore....moi o ei jalot porisilu...moi wli ahilu...desh r asol cam r kotha nokoi

    • @dibakartalukdar7700
      @dibakartalukdar7700 Před 18 dny

      বহুত বেছি লাজ লগাকৈ হাৰিব

    • @AliAhmed-bc9nm
      @AliAhmed-bc9nm Před 3 dny

      ​@@mS-lw9oo99999999999999999999999999999999999999999999999999999999999999

    • @TarunDoley-mz8om
      @TarunDoley-mz8om Před 2 dny

      ​@@dibakartalukdar7700❤️y de

  • @monuwarabegam5708
    @monuwarabegam5708 Před 22 dny +84

    মিৰা বৰঠাকুৰ জিন্দা বাদ বাইদেউ জিকিলে গুৱাহাটী উন্নয়ন হ'ব বাত পথ ভাল হব

    • @mukundadeka3213
      @mukundadeka3213 Před 19 dny

      পানীৰ সমস্যাও দূৰ হ'ব।

    • @dibakartalukdar7700
      @dibakartalukdar7700 Před 18 dny

      সকলো মিঞাই ভোট দিলেও তেওঁ বেয়াকৈ হাৰিব

    • @kunalsarania3877
      @kunalsarania3877 Před 18 dny

      Congress Mukt Bharat

  • @ahmedjia1312
    @ahmedjia1312 Před 22 dny +135

    সঁচা কথা এইবাৰ আমি মীৰা বৰঠাকুৰ বাইডক ভোট দিম 🇮🇳🙏

  • @nitulmudoi5483
    @nitulmudoi5483 Před 22 dny +116

    জিকিলে ভাল হ'ব। গতিকে গোৱাহাটী বাসি ৰাইজ গম পাইছেনে

  • @SujitkrDas-cz5ew
    @SujitkrDas-cz5ew Před 22 dny +119

    Vote for Congress
    Meera Borthakur baidew Zindabad

    • @kidsplay7668
      @kidsplay7668 Před 22 dny

      Leura

    • @Catsviralz
      @Catsviralz Před 22 dny

      Kun Modi?​@@kidsplay7668

    • @mS-lw9oo
      @mS-lw9oo Před 22 dny +8

      ​​@@kidsplay7668 bijuli kalita hoi tmi kuwa too....bjp go back..modi hatao desh basao...Mira zindabad...

  • @umeshhandique6856
    @umeshhandique6856 Před 22 dny +26

    মীৰা বৰঠাকুৰ জয়ী হলে কেৱল গুৱাহাটী সমষ্টিৰ বাবে নহয় সমগ্ৰ অসম বাসীৰ বাবে ভাল হব।অতি সাহসী,দক্ষতা থকা প্ৰাৰ্থী।

  • @user-tx5kj4ir9x
    @user-tx5kj4ir9x Před 22 dny +104

    বাইদেউ জিন্দাবাদ

  • @kabitasaikia380
    @kabitasaikia380 Před 22 dny +62

    ইশ্বৰে মীৰা বাইদেউক আশীর্বাদ কৰক। বহুত সাবলীল ভাৱে কথাখিনি উপস্থাপন কৰিছে

  • @chinmoysaikia5163
    @chinmoysaikia5163 Před 22 dny +165

    মীৰা বৰঠাকুৰ বাইদেউক জয় কৰক

  • @rizwansaikia2301
    @rizwansaikia2301 Před 22 dny +45

    গুৱাহাটী বাসীলৈ বিনম্ৰ অনুৰোধ, মীৰা বাইদেউক জিকাব আপোনালোকে 🙏 আমাৰ যোৰহাটত আমি গৌৰৱ গগৈক জিকাম❤❤❤

    • @dibakartalukdar7700
      @dibakartalukdar7700 Před 18 dny

      মিঞাৰ ভোটত জয়ী হব নোৱাৰে

    • @rizwansaikia2301
      @rizwansaikia2301 Před 18 dny

      @@dibakartalukdar7700 Assam ot okol আপুনিয়েই oxomiya ase😂😂😂😂😂😂

    • @junaliseducationchannel3463
      @junaliseducationchannel3463 Před 16 dny +1

      ​@@dibakartalukdar7700 o kokai apuni ai video tu homoye homoye ripit kari sai ni manuhey ki comment karisey buli ata kotha ghty rijey kintu mira baidew r logot asey moi 2019 t bjp k vote disilu kintu aibar congress k disu muk beya napabo die😂😂😂😂😂

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Před 22 dny +92

    Vote for Mira Borthakur . ( Congress party ) . 🖐️🖐️🖐️

    • @mukundadeka3213
      @mukundadeka3213 Před 19 dny +4

      পাৰ্টীৰ কথা বাদ দিয়ক, মীৰা গোস্বামী ৰ দৰে জনাশুনা শক্তিশালী প্ৰাৰ্থীক নপঠিয়াই কি বিজেপিৰ গছৰ মঢ়াক পঠালে গুৱাহাটীৰ উন্নতি হ'ব নেকি?

    • @KulaHazarika
      @KulaHazarika Před 6 dny

      ​@@mukundadeka3213❤ Dr by Dr CT CT CT CT CT CT😊😅😮😢🎉😂❤ 20:20 20:20

  • @MChetia_Assam
    @MChetia_Assam Před 22 dny +48

    এই মানুহগৰাকী কথাবিলাক... আগৰেপৰা শুনি ভাল লাগে। তেওঁৰ পৰিকল্পনাবোৰ শুনিবলৈ ভাল লাগিচে... বাকী একো নহলেও Guwahati ৰ বানপানী সমস্যা শেষ কৰিলেও... সকলো বহুত উপকৃত হব। অশেষ শুভেচ্ছাৰে 💐

  • @mkumar9658
    @mkumar9658 Před 22 dny +46

    বিজেপিৰ সদস্যবোৰেও মিৰা বাইদেউক ভোট দিব বুলি ভিতৰুৱা আলোচনা চলিছে৷ সকলোবোৰ অসন্তুষ্ট হৈ আছে ভিতৰি৷ কোনেও কাকো সহযোগ কৰা নাই৷

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 Před 22 dny +11

      মোৰ সকলো দলৰে বহু লোকক ব্যক্তিগত ভাবে জানোঁ । বিজেপিৰ এই কেইদিন লগ পোৱা কৰ্মী খিনিৰ কথা শুনি মই অবাক। তেওলোকৰ কথা হল যোগ্যতাৰ ক্ষেত্ৰত মীৰা বাইদেউক তুলনা কৰিবলৈ আন কোনো মহিলা ৰাজনীতিকেই নাই। সকলো দিশৰ পৰা তেও শ্ৰেষ্ঠ । গতিকে বিজেপিৰ 20 শতাংশ বাদ দি বাকী সকলেও মীৰা বাইদেউক ভোট দিব। তেওলোকৰ মতে ব্যবসায়ীক গোষ্ঠী, দলৰ অন্ধ সমৰ্থক আৰু এচাম বাংলাদেশী মূলৰ হিন্দুৱে ভয়তে বিজেপিক এশ শতাংশ ভোট দিব, বাকী ভোটাৰৰ 20 শতাংশ বাদ দি আন সকলে মীৰা বাইদেউক ভোট দিব।
      মই এই সাক্ষাত কাৰ চোৱাৰ পিছতহে বিজেপি কৰ্মী সকলৰ কথাত পতিয়ন যাবলৈ বাধ্য হৈছোঁ ।

    • @dibakartalukdar7700
      @dibakartalukdar7700 Před 18 dny +1

      তোমাৰ কথা মতে বিজেপিয়ে ভোট দিয়ে নেকি

  • @manashpritamdas485
    @manashpritamdas485 Před 22 dny +35

    ভাল লাগিল-তেখেতৰ যুক্তি আৰু চিন্তাক। অভিমতৰ যোগেৰে এজন প্ৰাৰ্থীৰ বিষয়ে জানিলোঁ পিছে আন গৰাকী প্ৰাৰ্থীক লৈয়ো যদি অভিমত হয়-- তেতিয়া তেখেতৰ যুক্তি আৰু চিন্তাৰ বিষয়ে জনাত সহায় হব--

  • @mamanedas8056
    @mamanedas8056 Před 22 dny +13

    গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বলিষ্ঠ কন্ঠ মীৰা বৰঠাকুৰ বাইদেউ জিন্দাবাদ

  • @gyanalbert1184
    @gyanalbert1184 Před 22 dny +39

    গুৱাহাটীত বিবেক ভোট কিমান আছে এইবাৰ গম পোৱা যাব !!!

  • @user-uj5fn4om9b
    @user-uj5fn4om9b Před 22 dny +20

    যিমান দুৰ জনিলো বুজিলো গুৱাহাটী বাসী ৰাইজে মিৰা বাইদেউক ভোট নিদিলে বহুত ডাঙৰ ভুল কৰা হব।

  • @chandramabora6591
    @chandramabora6591 Před 22 dny +34

    বহুত বহুত ভাল লাগিল বাইদেউ আপোনাৰ প্ৰশ্নোত্তৰ শুনি। আপুনি জয়লাভ কৰিলে অসমৰ বহু উন্নতি হব।

  • @rukmarabha9887
    @rukmarabha9887 Před 22 dny +77

    মীৰা বাইদেউক আগৰ পৰাই ভাল পাওঁ।ভাল ব্যক্তিত্বৰ এগৰাকী সাহসী অসমীয়া নাৰী। তেওঁ জয় হোৱাটোকে কামনা কৰো। আমাক লাগে বাকপটু ব্যক্তি যিয়ে সাবলিল ভাবে সংসদত কথা ৰাখিব পাৰে।সেই ফালৰ পৰা মীৰা বাইদেউ মোৰ পচন্দৰ পাৰ্ঠী।

  • @BikiBoruah-bw9yq
    @BikiBoruah-bw9yq Před 22 dny +76

    Aapuni jikiboi Mira baideu 💐💐🇮🇳❤️

  • @rupprasad4861
    @rupprasad4861 Před 22 dny +20

    Aibar BJP sarkarak bujai dibo lagibo, nirapekhya voter Gourav Gogoi, Mira borthakur baideu r lagat aase.❤❤

  • @toufikalam954
    @toufikalam954 Před 22 dny +28

    অতি সুন্দৰ কথা কলে এই কাৰণে ভাল লাগে আপোনাক

  • @hndekari8011
    @hndekari8011 Před 22 dny +20

    বৰ মূল্যবান এই জনমত অনুষ্ঠান। ভাল লাগিল ।।ধন্যবাদ।।

  • @nityagogoi478
    @nityagogoi478 Před 22 dny +46

    হয় , বাইদেউ , ঠিক কৈছে
    নেতা বা নেত্ৰীক কিয় ইমান বেছি গামোচা পিন্ধাব লাগে ?

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw Před 22 dny +15

    গুৱাহাটী মহানগৰীৰ বাসিন্দা সকলে আগত বহু ভাল মানুহক জয় কৰিলে এই বাৰ মীৰা বাইদেউক জয় কৰিব।নহ'লে অসমতৰ হকে মাত মাতা কোনো নাথাকিব।

  • @PremBharali-dx5is
    @PremBharali-dx5is Před 22 dny +11

    বাইদেউ আপুনি বৰ ধুনীয়া কথা কৈছে

  • @Attitude_Killer_
    @Attitude_Killer_ Před 22 dny +58

    Educated candidate❤❤

    • @user-ee4tv7mx8p
      @user-ee4tv7mx8p Před 22 dny +10

      Really u r a unique lady.....🎉🎉❤❤All the best ma'am

  • @rabijulahmed5661
    @rabijulahmed5661 Před 22 dny +43

    Great leader mirabortakur baideo

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by Před 20 dny +6

    মীৰা বৰঠাকুৰ বাইদেউক আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ বেবেজীয়া গাঁৱৰ পৰাই আৰ্শীবাদ জনাইছো আৰু ঘৰৰ পৰাই সম্পূৰ্ণ নিতুমণিৰ জনমত অনুষ্ঠান চাইছো ভাল লাগিল মীৰা বৰঠাকুৰ বাইদেউ জিন্দাবাদ জয় আই অসম।

  • @umeshdeka2678
    @umeshdeka2678 Před 22 dny +18

    আপোনাৰ চিন্তাৰ লগত মোৰ আদৰ্শ ৷আপোনাৰ জয় মোৰ
    আশীৰ্বাদ ৷

  • @thedevogramstory7483
    @thedevogramstory7483 Před 22 dny +50

    অসমত আমি কোনো অনা অসমীয়া নিয়ন্ত্ৰণ কৰিব নিদিও আৰু আমি অসমীয়াক নিয়ন্ত্ৰণ কৰাৰ অনুমতি অনা অসমীয়াক নিদিব..অসমীয়াক বিপন্ন হব নিদিব । অসমত আমাৰ অসমীয়া MLA হৈ আছে কিন্তু অনা অসমীয়া মন্ত্ৰী হয় আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী দিয়া হৈছে, তেওঁক আমি বিৰোধ কৰিব লাগিব। মই বিজেপি নহয় কংগ্ৰেছ নহয়.. এজন অসমীয়া....

  • @meenapathok8718
    @meenapathok8718 Před 22 dny +22

    Mira Borthakur Baideau jindabad

  • @khagenJimey
    @khagenJimey Před 22 dny +21

    বিজুলী কলিতাক ভোট দি নিজৰ ভৰিত নিজে কুটাৰ মাৰিব নোৱাৰো

  • @jayaborah2926
    @jayaborah2926 Před 22 dny +8

    গুৱাহাটী বাসী ৰাইজে বিবেকৰ দ্বাৰা পৰিচালিত হৈ ভোট প্ৰদান কৰিব। 👍👍👍

  • @pro7rgamingxp
    @pro7rgamingxp Před 22 dny +29

    ময়োও মিৰা বাইদেউ দৰে দৰে১৯৯৫ছনৰে পৰা বি জে পি সদস্য আছিলোঁ। তেতিয়াৰ পৰা দুৰ্নীতিৰ কংগ্ৰেছৰ নেতাসকলক বি জে পি ত সোমালে সেই দিনাই বি জে পি এৰিলো।

    • @rupprasad4861
      @rupprasad4861 Před 22 dny +5

      Ane lok bartaman timet bahut aase, aibar BJP sarkarak bujai dibo lagibo. Congress jindabad 🎉

    • @dibakartalukdar7700
      @dibakartalukdar7700 Před 18 dny +1

      তুমিয়ো চাগে একো সুবিধা লব নোৱাৰি বিজেপি ত্যাগ কৰিলা

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 Před 22 dny +9

    বহুত সুন্দৰ আলোছনা।মীৰা বাইদেউক সকলোৱে ভোট দি যয় যুক্ট কৰক,।

  • @MizanurRahman-lr8vt
    @MizanurRahman-lr8vt Před 22 dny +10

    #guwahati বাসী মিৰা বাইদেউক ভোট দিবলৈ আহ্বান জনালো❤❤❤

  • @nirugogoi3181
    @nirugogoi3181 Před 22 dny +9

    আপোনাৰ প্ৰতিটো শব্দৰ পৰা বহুত কথা শিকিব পাৰো বাইদেউ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ।🙏🙏🙏

  • @Mehnur_Nooree
    @Mehnur_Nooree Před 22 dny +19

    জয় নিশ্চিত

  • @user-xc4qn5tm6e
    @user-xc4qn5tm6e Před 22 dny +32

    Very very good person

  • @anjanborah-5069
    @anjanborah-5069 Před 22 dny +18

    One of the best interview 🎉🎉🎉

  • @AzizulHoqueAnchary
    @AzizulHoqueAnchary Před 22 dny +25

    Mira boarthkor good talking .lots of thanks.Give vote to him Guwahati citizen

  • @yeaminurrahman3764
    @yeaminurrahman3764 Před 22 dny +15

    Mira Barthakur ma'am is a dynamic, strong and well educated women leader for Assam.
    Support her.

  • @user-ke5ls6yw4l
    @user-ke5ls6yw4l Před 22 dny +8

    মীৰা বাইদেউ জয় আমাৰ জয়। ভগৱানে সহায় কৰক।

  • @amritjyotisharma3459
    @amritjyotisharma3459 Před 21 dnem +5

    মীৰা বাইদেউ ক মই সন্মান কৰোঁ কিন্তু আপোনাৰ সন্মিলনত গণ শক্তি অসম ৰ বিষয়ে জানি লওক তাৰ পিছত মন্তব্য দিয়ক। উজনি অসমত আহা পঞ্চায়ত নিৰ্বাচনত 10 খন জিলা পৰিষদ খেলি আছে। অসমত যি দিনা লৈকে অসম অসমীয়া নাম বৃহত্তম জাতি টো থাকিব তেতিয়া লৈকে সন্মিলিত গণ শক্তি অসম থাকিব।
    সম অধিকাৰ সম মৰ্যদা সম উন্নয়ন।

  • @kanteswarray3764
    @kanteswarray3764 Před 22 dny +18

    সুন্দৰ কথা কলে বাইদেউ

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Před 22 dny +13

    মীৰা বৰঠাকুৰ জিন্দাবাদ । হাতৰ ছবিত ভোট দিয়ক । ✌️🖐️

  • @julenbora8979
    @julenbora8979 Před 22 dny +4

    মীৰা বাইদেউ“ আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ বক্তব্য শুনি ভাল লাগিল ৷ আপোনাক গুৱাহাটী লোকসভা সমষ্টিৰ“ ৰাইজে“ নিশ্চয়“ আশীৰ্বাদ দিব ৷ আপুনি জয়যুক্ত হোৱাটো কামনা কৰিলোঁ ৷

  • @pranatiborthakur9462
    @pranatiborthakur9462 Před 22 dny +15

    অসমখনক বচাওক, শুভেচ্ছা জনালোঁ।

  • @pankajkumardas41
    @pankajkumardas41 Před 22 dny +5

    প্ৰাণ ভৰি যোৱা কথা ক'লে।
    God bless you

  • @tapanray3836
    @tapanray3836 Před 22 dny +23

    Mira baideo. Jindabd

  • @anantadutta6828
    @anantadutta6828 Před 22 dny +16

    vote for congress ❤

  • @assamvillagefood7897
    @assamvillagefood7897 Před 22 dny +11

    খুৱ ভাল লাগিল কথাখিনি ... এগৰাকী যোগ্য প্ৰাৰ্থী। নিজৰ বিবেক, চিন্তা-ধাৰা আছে। সংসদত সাহসেৰে সমস্যাসমূহ উপস্থাপন কৰিব পাৰিব বাইদেউয়ে ❤

  • @dolydeka1845
    @dolydeka1845 Před 14 dny +3

    মীৰা বাইদেউৰ জয় হওঁক তাকে শুভ কামনা জনালোঁ 🎉

  • @dhananjaydas1764
    @dhananjaydas1764 Před 20 dny +4

    গুৱাহাটী সংসদীয় সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজ মই কোনো দলৰ মানুহ নহয় । আপোনালোকক কবপৰা বা উপদেশ দিব পৰা মানুহ নহয় । আমি ভাবো আপোনালোক শিক্ষিত 😢ৰাজনৈতিক ভাৱে বহুত উন্নত। আপোনালোক বিচাৰ বিবেচনাৰ কৰিবপৰা ব্যক্তি। তথাপিও কৈছোঁ মীৰা বৰথাকুৰৰ সমষ্টিৰ বাসিৰ বাবে সুন্দৰ আৰু বিজ্ঞান সম্মত পৰিকল্পনা লৈছে । তেওঁ মাটি আৰু মানুহৰ লগত সম্পৰ্কিত ৰাজনৈতিক ভাৱে সচেতন ব্যক্তি। গতিকে আপোনালোকৰ বহুমূলীয়া ভোট কওনজনক দিলে ভাল হৱ ভাবিব আৰু ভোট দান কৰিব ।

    • @binoydas6838
      @binoydas6838 Před 17 dny +1

      তেখেত জিকিলে পাপু হে প্ৰধান মন্ত্ৰী হব..... তেতিয়া জানো তেওঁৰ বলিষ্ঠ কন্ঠৰ মাত শুনিবলৈ পাম জানো ?

  • @parashmonibhuyan9760
    @parashmonibhuyan9760 Před 22 dny +11

    Mira Barthakur is a good candidate for Guwahati.

  • @sharmahdoley6121
    @sharmahdoley6121 Před 22 dny +6

    মোৰ প্ৰিয় নেত্ৰী মীৰা বৰঠাকুৰ । তাইৰ সাহসী, উদাত্ত কণ্ঠ , বলিষ্ঠ পদক্ষেপ , ভবিয়াত পৰিকল্পনা সেই বোৰ লক্ষ্য কৰিয়ে তাই ৰাজনীতিত প্ৰবেশ কৰিছে । তাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনীতিত প্ৰবেশ কৰা নাই । তেনে এগৰাকী নাৰীক গুৱাহাটী লোকসভা ৰাইজে পাইছে , কিমান ভাগ্যৱন ? গতিকে নিশ্চিত ভাবে গুৱাহাটী লোক সভা ৰাইজে মীৰা বৰঠাকুৰ বাইদেউক ভোট দি জয়যুক্ত কৰাব । নীৰৱ জনতাই মীৰা বাইদেউক ভোট দিবই । আজি কালি জনতাই দও চাই ভোট নিদিয়ে । আজি কালি সমাজ শিক্ষিত হৈছে । সকলো সমাজে বুজি পাইছে । কাক ভোট দিব লাগে কাক ভোট নিদিব লাগে । যদি ৰাইজে ভাল মানুহক ভোট নিদিয়ে পাঁচ বছৰৰ কাৰণে নিজে ভুগিব লাগিব ।

  • @NurulHaque-vm9nq
    @NurulHaque-vm9nq Před 22 dny +33

    Mira baido zindabad

  • @salimhussain4907
    @salimhussain4907 Před 22 dny +6

    কংগ্ৰেছী মানুহ খিনি বেছি ভাগ শিক্ষিত। কথা খিনি ভাল লাগিল শুনি

  • @JahirulIslam-yv3xx
    @JahirulIslam-yv3xx Před 22 dny +11

    Mira Borthakur zindabad, India alliance zindabad

  • @DigantaBokatial
    @DigantaBokatial Před 20 dny +4

    বৰ ভাল লাগিল অনুষ্ঠানটো চাই ।নোৱাৰে পাতিব তৰ্ক প্ৰতিযোগিতা পাতিব ।

  • @mainaborman5755
    @mainaborman5755 Před 22 dny +16

    Perfect mera baidau apune joi hoboi

  • @user-lp7df6kr3b
    @user-lp7df6kr3b Před 22 dny +11

    Mira baideu number 1 candidate of Assam

  • @mrinaligogoi3811
    @mrinaligogoi3811 Před 22 dny +6

    বাইদেউ এগৰাকী সৎ সাহসী, স্পষ্টবাদী আৰু দূৰদৰ্শী মহিলা। ভগৱানে আপোনাক সহায় কৰক 🙏🙏🙏🙏

  • @user-wl3dr2nz4i
    @user-wl3dr2nz4i Před 22 dny +17

    Mira madam is like a lighting hira

  • @jageswarbhuyan2507
    @jageswarbhuyan2507 Před 22 dny +18

    Latest women for assam need to vote from guwahati

  • @rabiulislam9042
    @rabiulislam9042 Před 22 dny +7

    বিবেক ভোট দিব লাগে, সেই হিচাবে মীৰা বাইদেউ পাব। কিন্তু দুখৰ কথা হৈছে যে বৰ্তমান বিজেপিয়ে সম্পূৰ্ণ মিছা কথাৰে মানুহৰ মনমগজুত সাম্প্ৰদায়িক চিন্তা সোমাই দি এন্দুৰে লুটা দি আহিছে সেইটো গম পোৱা নাই। আজি যদি এপিজে আব্দুল কালাম আজাদে আনৱিক বোমাৰ আবিষ্কাৰ নকৰিলে হেতেন তেতিয়া হ'লে চীনে ভাৰতবৰ্ষ দখল কৰিলেহেতেন। বিজেপি থাকিলে কিন্তু তেনেকুৱা আব্দুল কালাম আজাদৰ জন্ম নহয় যাৰ ফলত ভাৰতৰ দুৰ্বল নিশ্চিত, । ভাৰত বিশ্বগুৰু হোৱা কথাবোৰ মিছা। যিখন দেশৰ প্ৰধান মন্ত্ৰী জনে মিছা কথা কয় সেইখন দেশৰ মূল্য কিমান থাকিব সেইটো কোনোবাই ক'ব নেকি।

    • @binoydas6838
      @binoydas6838 Před 17 dny

      শ্ৰদ্ধাৰ আব্দুল কালাম চাৰক বিজেপিয়ে দেখোন ৰাষ্ট্ৰপতি বনাইছিল । কাক মূৰ্খ বনাব বিচাৰিছে ? কংগ্ৰেছৰ দিনতে তোমালোকৰ মৰমৰ কাচভে আহি মুম্বাইত নিৰ্বিচাৰে মানুহক হত্যা কৰিছিল । তেতিয়াৰ প্ৰধান মন্ত্ৰীয়ে নিমাতী কইনাৰ দৰে থাকিল । আমি একো পাহৰা নাই ।

  • @biduldeka5047
    @biduldeka5047 Před 22 dny +11

    Mira borthakur is best candidate

  • @dibyajyotihazarika7027
    @dibyajyotihazarika7027 Před 22 dny +14

    Good luck baideo continue your Journey

  • @snigdhabharali8783
    @snigdhabharali8783 Před 22 dny +9

    Mira borthakur jindabad.joi aai axom.

  • @chandrakantahaloi8204
    @chandrakantahaloi8204 Před 22 dny +10

    Very nice interview. Meera baideou zindabad.

  • @anupomdowarah1381
    @anupomdowarah1381 Před 22 dny +7

    মীৰা। বাইদেউৰ আলোচনা শুনি ভাল লাগিলে

  • @rinuborthakur9308
    @rinuborthakur9308 Před 22 dny +10

    Mira Bor thakur jindabad

  • @ashokdas645
    @ashokdas645 Před 22 dny +6

    খুব সুন্দৰ কৈ কথা কৈছে।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Před 20 dny +3

    মূখ্যমন্ত্ৰীয়ে দুবছৰ আগৰে পৰাই লোকসভা নিৰ্বাচনৰ বাবে স্থায়ী ভাবে হেলিকপ্তাৰ অধিগ্ৰহণ কৰি প্ৰচাৰ চলাই আছিল । তেওঁক লগ ধৰা মানুহ খিনিৰ মাজত জনপ্ৰিয়তা সদায় অটুট থাকিব বুলি ভাবি আছিল । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিচতে ভূল নিশ্চয় ভাগিছে। যদি নিৰ্বাচন শেষ হৈ যোৱাৰ পিচতে কৰ্ম পনঠা সলনি নকৰে তেন্তে দলেৰে সৈতে ডুবিব।

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 Před 22 dny +3

    সমগ্ৰ অসমবাসীক হিমন্তৰ কৱলৰ পৰা পৰিত্ৰাণ দিবলৈ ত্ৰাণকৰ্তালৈ অহৰ্নিশে প্ৰাৰ্থনা। গুৱাবাসীলৈও কাতৰ মিনতি যে মীৰা মহাশয়াক বিপুল ভোটত জয়ী কৰাই অসমৰ কল্যাণ সাধন কৰে যেন।লগতে মাননীয় নিতু ডাঙৰীয়ালৈও অনুৰোধ যেন গুৱাহাটীৰ জনাৰ্দনে মীৰা মহাশয়াৰ ব্যক্তিত্ব অৱহেলা নকৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ অব্যাহত ৰাখে।

  • @historicalcityboy_4129
    @historicalcityboy_4129 Před 22 dny +11

    Strong and powerful candidate mira baidew.. Plz guwahatian raiz mira baidew k vote die jen..

  • @siddikali3972
    @siddikali3972 Před 22 dny +9

    Great leader

  • @vicky-kr3ey
    @vicky-kr3ey Před 22 dny +10

    Congress zindabad ✋️

  • @hiranyasaharia8930
    @hiranyasaharia8930 Před 22 dny +4

    Very good speech and vision.Best of luck madam.

  • @dbvlogstraditionalfoods9722

    Gd luck baidew...

  • @ranjanupadhyay9466
    @ranjanupadhyay9466 Před 22 dny +15

    Mira Borthakur jikibo aru jikuatu Guwahatir manuhor responsibilityr vitorot pore

  • @ajayborah8877
    @ajayborah8877 Před 22 dny +11

    All the best baydeu 🙏🙏

  • @user-yo7hi1gp8j
    @user-yo7hi1gp8j Před 22 dny +3

    বাইদেউ, মোৰ জন্ম উজনি অসমৰ এখন ভিতৰুৱা গাঁৱত। কৰ্ম সুত্ৰে অসমৰ মুধচ স্বৰূপ গুৱাহাটীত আছোঁ। ই মোৰ বাবে সৌভাগ্য , আৰু অসমীয়া জাতিয় জীৱনৰ প্ৰতিটো পৰিস্থিতিৰ নিজ চকুৱে দেখা আৰু সেই পৰিস্থিতিৰ মাজত জীয়াই থকাৰ অভিজ্ঞতা,বিচাৰ বিবেচনা সকলো ভগৱানৰ কৃপাতেই চলি আছে। গতিকে ভগৱানে দিয়া বিচাৰ বিবেচনা মই বিক্ৰী কৰিব নোৱাৰোঁ । ৰাইজৰ প্ৰতি আপোনাৰ এই সৎ প্ৰচেষ্টাত আন্তৰিকতাৰে সন্মান জনাইছোঁ। আৰু প্ৰয়োজন হ'লে অপকৰ্মৰ প্ৰতিবাদো নিশ্চয় কৰিম।

    • @bdblog5569
      @bdblog5569 Před 22 dny

      Apunar sintadharak khonman Jonaisu🙏🙏🙏

  • @prativadevi3955
    @prativadevi3955 Před 20 dny +2

    সুন্দৰ ব্যক্তিত্বৰ, বাকপটু আৰু দূৰদৰ্শী মীৰা বৰঠাকুৰ বাইদেউক ভোট দি জয় যুক্ত কৰক।

  • @anilneog3769
    @anilneog3769 Před 21 dnem +3

    গণতন্ত্ৰ ৰক্ষাৰবাবে চিন্তা ‌কৰকসকলোৱে, গুৱাহাটী বাসীৰ বাবে বিবেক ভোট দিয়াৰ আহ্বান থাকিল।

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt Před 20 dny +3

    বহুত বঢ়িয়া নিতুমণি শ‌ইকীয়া ও মীৰা বৰঠাকুৰ বিজেপিৰ দহ বছৰীয়া শাসনকালত কেৱল ৰবিনহুদ দৰে কিছুমান তৰল আৰু সস্তীয়া কামৰ হিচাব দেখুৱাই তেওঁ লোকৰ দলৰ সম্পদ ঘটিছে ,দলীয় মন্ত্ৰী নেতা কৰ্মীৰ সম্পত্তিৰ পাহাৰ গঢ়িছে উন্নয়ন কৰিছে । কেৱল নিৰ্মান আৰু ভঙা গঢ়াৰ কামেৰে ভাৰতীয় প্ৰায় আশী/চৌৰাশী কৌটি লোকক কৌশলী আৰু ঠগামি কথা আৰু কামেৰে ভিকহু সজাই তোষামোদেৰে শাসনৰ নামত শোষন চলায় দেশ খনক জনসাধাৰণক ঋণ গ্ৰস্ত কৰি তুলিছে। গণতন্ত্ৰক মখিমুৰ কৰাৰ আখৰা পূৰ্ণ দমে ছলাইছে । এক নায়কত্ব অৰ্থাৎ 'মোদী চৰকাৰ' 'হিমন্ত চৰকাৰ' ত পৰিনত কৰিছে । এই কথাই ৰোম সম্ৰাজ্যৰ জুলিয়াছ চিজাৰ'ৰ কাহিনী মনত পেলায় দিয়ে । গতিকে এনেবোৰ সকলো কথা কাম সহিব নালাগে ।

  • @urlgamermo
    @urlgamermo Před 12 dny

    ৰাজনৈতিক নেতাৰ ,সাক্ষাৎকাৰ ম‌ই সাধাৰণতে আৰম্ভণিৰ পৰা শেষলৈকে নাচাওঁঁ। কিন্তু আজি কিয়বা মীৰা বৰঠাকুৰ বাইদেউৰ কথাখিনি শেষলৈকে শুনাৰ বৰ আগ্ৰহ হোৱা বাবে মনোযোগেৰে শুনিলোঁ। আপ্লুত হ'লোঁ তেখেতৰ কথাবোৰ শুনি । মানুহৰ সমস্যা বুজি পোৱি সেইবোৰ সমাধানৰ পথ অন্বেষণ কৰা ব্যক্তিকে কোৱা হয় জননেতা/জননেত্ৰী । জননেত্ৰী এগৰাকীৰ পৰিপূৰ্ণ গুণ তেখেতৰ ব্যক্তিত্বত প্ৰকাশ পাইছে। অধ্যয়ণশীল আৰু তৃণমুলৰ সমস্যালৈ চিন্তা-চৰ্চা কৰা আৰু সমস্যাবোৰ সাৱলীলভাবে দাঙি ধৰিবলৈ সক্ষম হোৱা এনে নেত্ৰীয়ে জনপ্ৰতিনিধি হোৱাৰ যোগ্য। গুৱাহাটীৰ সচেতন ভোটাৰে নিশ্চয়কৈ তেখেতক বিবেখ ভোটেৰে বিজয়ী কৰাব।

  • @satyajitsonowal5953
    @satyajitsonowal5953 Před 22 dny +14

    Mira is hira

  • @assamguwahati5265
    @assamguwahati5265 Před 22 dny +9

    Mera maam jindabad

  • @baharulislam2294
    @baharulislam2294 Před 22 dny +12

    Mira ma'am jindabad

  • @mukutborah4081
    @mukutborah4081 Před 22 dny +4

    সুন্দৰ। ভাল লাগিল বাইদেউ।

  • @UshaChoudhury-zg5cy
    @UshaChoudhury-zg5cy Před 22 dny +2

    Im feeling so good by watching the program.Mira Madam said all the truths. Thank U Saikia Sir.🙏

  • @juwlarrahmanvlogs....1040
    @juwlarrahmanvlogs....1040 Před 22 dny +10

    Mira Baidew jikib