মহিলা অসুৰক্ষিত ৰাজনীতিত : মীৰা বৰঠাকুৰ
Vložit
- čas přidán 3. 04. 2024
- মহিলা অসুৰক্ষিত ৰাজনীতিত : মীৰা বৰঠাকুৰ
মীৰাই গুৱাহাটীত কৰিব "MIRACLE" || Mira Borthakur Goswami
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : / @baartalaap .
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#baartalaap #chakrapaniparashar #assamesepodcust #guwahaticity #elaction2024 #congress #bjp #miraborthakur
আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে মীৰা বৰঠাকুৰ বাইদেউক জিকাই লৈ যাব লাগে। পাৰ্টি চাই নহয় এইবাৰ প্ৰাৰ্থী চাই ভোট প্ৰদান কৰক ৰাইজে 🙏🙏। শুভেচ্ছা থাকিল বাইদেউ ❤️
Mirak লগ কৰিব মন গৈছে
ভাল লাগিল,এগৰাকী অভিজ্ঞ বক্তা
এগৰাকী স্পষ্টবাদি মহিলা ৷ বহুত ভাল লাগিল ৷
মীৰা বাউদেক চফা অন্তৰ মানুহ। আপোনাৰ কথাবোৰ শুনি ভাল লাগিল।
Mira bideu zindabad ❤❤
মই শিৱসাগৰ পৰা চাই আছোঁ, যোৰহাট জিলাৰ গৌৰৱ গগৈ আৰু গুৱাহাটী মীৰা বাইদেউ জয়যুক্ত হোৱাটো ভগৱানক পাৰ্থনা কৰিছোঁ,আৰু ডিব্ৰুগড় জিলাৰ লোৰীণ জ্যোতি গগৈ ,
Such type of Lady should be the member of Parliament. First Gourav Gogoi secondly Mira Baideu. For the benefits of Guwahatian vote for Mira Borthakur.
Smart, Energetic, Enthusiastic,Idological MEERA Baideu will WIN.
মীৰা বাইদেউ আপোনাক ধন্যবাদ। আপোনাৰ কথা খিনি বহুত বহুত ভাল পাও❤❤
মীৰা বৰঠাকুৰ বাইদেউ অতি গুণী জ্ঞানী আৰু সমাজৰ কল্যাণৰ বাবে অতি দক্ষতাৰে কাম কৰি যোৱা অতি আদৰ্শবান মহিলা। গুৱাহাটী লোকসভা সমষ্টিৰ সৌভাগ্য এনে মানসিকতাৰ ব্যক্তিক প্ৰাৰ্থী হিচাপে পায় জয়যুক্ত নিশ্চিত ভাৱে কৰিবই 🙏🙏🙏🙏।
শুভ-কামনা জনালোঁ। সদায় সক্ৰিয় হৈ থাকক । বাকীবোৰ ঈশ্বৰৰ ওপৰত এৰি দিয়ক ।।
Mira baido zindabad
ধন্যবাদ চক্ৰপানী পৰাশৰ দা।আপোনাৰ সাক্ষাৎকাৰ শুনি বহুত ভাল ,লাগে।মীৰা বৰ ঠাকুৰ বাইদেউলৈ বুলি , মোৰ ফালৰ পৰা আৰশীবাদ থাকিল।
Mira Baideo jindabad ....
Miraba joy ho..
মীৰা বাইদেউ জিন্দাবাদ জিন্দাবাদ 2,3 লাখ ভোটত জয় হ'ব মীৰা বাইদেউ
Meera baidew apunaloi xuvesha thakil .From Golaghat.
Mira baidew jindabad
Mira baideo zindabad.
Mira bideu zindabad
Mira maam 🙏.
বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ভাল লাগিছে মীৰা বাইদেউ দাঙৰিয়ানি
Mira baideu zindabad
Val lagil Kathabor huni ❤❤ God bless you
Eman talented woman..
আপোনাৰ কথা বিলাক ভাল লাগে, আৰু বহত ধুনিয়াকে কয় বাইদেউ। আপুনি গুৱাহাটিৰ পৰা জিকাটো বিচাৰো।
সঁচাই মই মীৰা বাইদেউ ৰ লগত বাৰ্তালাপ ত এটা video আশা কৰিয়ে আছিলোঁ❤ হঠাৎ notification পাই গলো ।সঁচাই তেখেত ৰ দৰে এগৰাকী স্পষ্ট বাদী মহিলা সাংসদ হলে সঁচাকৈ উন্নতি হব❤
Mira baideu jindabad
Eman hundor kotha botora ba r..!!
ভোট ফর মীরা মেম ফ্রম চিরাং
One of my favourite lady politician . She is a hard working lady , practical , straightforward and bold lady. May God bless her .
Meera baideu❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
মীৰা বাইদেউ বিপুল ভোটত জয়ী হ'ব🎉
মীৰা বৰঠাকুৰ মোৰ প্ৰিয় নাৰী ।
সুন্দৰ সাক্ষাৎকাৰ ভাল লাগিল। আশীর্বাদ ও শুভেচ্ছা থাকিল।
মীৰা বাইদেউ জিন্দাবাদ জিন্দাবাদ
Bht val lagil
Zindabad
মই গুৱাহাটীৰ ভোটাৰ নহয়, গুৱাহাটীৰ হোৱা হ'লে পাৰ্তি নেচাই মীৰা বাইদেউৰ দৰে এগৰাকী সুদক্ষ মানসিকতা সম্পন্ন প্ৰাৰ্থীক ভোট দিলোহেতেন। গতিকে গুৱাহাটী বাসীক আবেদন জনাম অসমৰ স্বাৰ্থত মীৰা বৰঠাকুৰ বাইদেউক ভোট দিয়ক।
The lady is good statesmen.
Aaibar Mira baidow k nischoi vote dim
Mira baideo zindabad ❤
ভাল্ লাগিল ❤❤❤
খুব ভাল লাগিল আজিৰ বাৰ্তালাপ অনুষ্ঠান ৷
Heart touching interview ❤😊
You will win.
বাইদেউ আপুনি আগবাঢ়ি যাওক কথা যেনেকৈ কৈছে কাম তেনেকৈ কৰক❤❤❤ 👍👍👍
Bidewr kotha bor suni bhut bhal lagil. Dhanyabad Chakrapani tkhetak anar babe.
মীৰা বাইদেউ আপোনাৰ ভাষণ সচাই আদৰণীয় আগবাঢ়ি যাওক❤❤❤❤🎉🎉🎉
Shundar Mantyabya Baideu❤
Well come .Vote for Mira Bai.
Mira baidew jikiba.
Mira baidew jinda baad.
বাইদেউৰ প্ৰতি টো উত্তৰ নিৰ্ভিক সততাৰ ,যুক্তিসংগত, মীৰা বাইদেউ বহু ভোটত জয়ী হব
Xunder🙏🙏
মীৰা বাইদেউ জিন্দাবাদ
Mira Barthakurak Ami jikaboi lagiba. Mira Barthakur jindabad !
Xei dina Mira baideuK lg paisilo
Hridoy kopai juwa ktha bilak koi
Vote 4 Mira baideu✊
Great job Chakrapani 👏.. kudos to your initiative in showcasing such beautiful interviews. Mira mam is very intelligent n knowledgeable... wihsing her all the very best ✌️
Ki buli kom kble vakha ny... Emn val manuh...pratitu kthai hasa..... Vote for Mira borthakur......
Very nice
মীৰা বাইদেউ সদায় সঁচা কথাবোৰ কয় কাৰণে বহুত ভাল লাগে। শোভেচছা থাকিল যাতে জয়ী হয়।
All comments right 👍
Mira Borthakur jikib
Bhal lagil.👍
অসমীয়া ভাই সকল, আমাৰ জাতিটো ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে আৱেগিক, কিন্তু আমাৰ পৰিচয়টোৱে নাইকীয়া কৰাৰ পৰিকল্পনা কৰিছে । আমি জাতিৰ হকৰ বাবে সংগঠিত হৈ আমাৰ ভাষা, আমাৰ সংস্কৃতিৰ বাবে মাত মতা উচিত। আমি আমাৰ নিজৰ ভূমিত দ্বিতীয় শ্ৰেণী নাগৰিক হৱ গৈ আছো। আমি লাচিতৰ সন্তান আৰু আমি কাকোৱেই ভয় নকৰো। আহা আমাৰ সংস্কৃতি পুনৰুদ্ধাৰ কৰাৰ সময় হৈছে!... জয় আই অসম❤❤❤❤ মই বিজেপি নহয় কংগ্ৰেছ নহয়.. এজন অসমীয়া...
Very Strong and Active Women.
Guwahati বাসীয়ে এওঁক পাৰ্টী চাই নহয় প্ৰাৰ্থী চাই জয়ী কৰি আনিব লাগে
বৰ সুন্দৰ এগৰাকী স্বদেশ স্বাভিমানি ব্যক্তিত্বৰ অধিকাৰী এগৰাকী মহিলা। মই যেতিয়াই পৰা বাইদেউক টিভিত দেখিছোঁ তেতিয়াৰ পৰাই ভাল লগা হৈছে। আজি আৰু বহল কৈ জানিবলৈ পৰিলোঁ। এগৰাকী সততা নিষ্ঠাবান মহিলাক গুৱাহাটী বাসীয়ে এইবাৰ প্ৰাৰ্থী হিচাপে বাইদেউক পাইছে। আশা ৰাখিছোঁ এইবাৰ গুৱাহাটী বাসীয়ে এটা ভাল প্ৰদক্ষেপ ল'ব পাৰিব।
Mira baidew zindabad
Mira baidew zindabad.....
Good 👍👍👍👍👍
Mira bidow jindabad
I say from MANGALDAI. Mira Baidew wine from Guwahati.
সুন্দৰ মতামত ভাল লাগিল আপোনাৰ জয়
Mira borthakur zindabad
ভাল লাগিল অনুষ্ঠান চাই, বাইদেউ লৈ শুভেচ্ছা জনালোঁ 🎉
God bless you and give you good health and do good for the public near future.
সুন্দৰ সুন্দৰ কথা
Bhal lagil
Vote for Mira Maam ❤
Mira baideo zindabad
God bless you
A strong leader with objectivity and high moral principles.. best wishes💐
🙏🙏🙏🙏
মীৰা বাইদেও বহুত বহুত ভোটত জয়ী হব মোৰ দোৱা আছে❤
মিৰা বৰঠাকুৰ জিন্দা বাদ বাইদেউ আগ বাহি জাওক মোৰ আপোনাৰ আশিবাদ থাকিল ❤❤❤
Bahut val lagil
Madam,A true leader always ready to fight against its opponent .no matter how strong they are .I hope you success in this fight.
We r so lucky to have u in Congress wish you very bright future,hope u will work for our Assamese people.❤
Mirabai do jindabad Congress jindabad❤❤
👌👌
Mira Borthakur zindabad Congress zindabad
Thanks Mira baideu..Nari sokti bishwar ak mohan sokti.Apunar sahokhikota babe ami nari hisabe gourab koru
Brave and Brilliant people of Guwahati please vote for Meera Borthakur . Meera Borthakur will fight for Assam .
বিধায়ক আৰু সাংসদ সদায় বিৰোধী হলে ভাল তেতিয়া হে চাগে বিধান সভা আৰু সংসদত নিজৰ সমষ্টিৰ কথা শক্তিশালী ভাবে ডাঙি ধৰিব পাৰে
Am from Arundel and an admirer of Meera. A prolific orator.
Vote everyone. Make MP anyone.
Ahum politician gaurav gogoi next cm
Mira badoi zindabad val lagile kotha kose good ❤❤❤
Mira ba zindabad