জাতি-মাটি-ভেটি নহয় | এইবাৰ অৰুণোদয়-লাখপতি | Ground report on election |
Vložit
- čas přidán 1. 05. 2024
- জাতি-মাটি-ভেটি নহয় | এইবাৰ অৰুণোদয়-লাখপতি | Ground report on election | Watch the full clip to know more about this story.
#pragnews #loksabhaelection2024 #election #bjp #politics #elections2024 #streetinterview #politicalmeme
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
ভাল কথা কৈছে ৰাইজ কংগ্ৰেছক ভোট দিয়ক বি জে পি চৰকাৰ জয়ী হলে দুখীয়া মানুহে জীয়াই থকা তো কঠিন আছে ❤❤❤
গুৱাহাটী বাসী ৰাইজ এইবাৰ আপোনাকে বিবেক ভোট দিয়ক ,🙏🙏🙏🙏🙏🙏🙏
এগৰাকী মহিলাই কেছিলে Ministar ৰে চিলিং মাটি হাজাৰ হাজাৰ বিঘা মাটি নিজৰ পৰিয়ালৰ মানুহক মাটি আবটন দিলে সছা কথা কিনতু আমাৰ চিলিং মাটি খাজানা লোৱা বনধ কৰি দিলে মাটি আবতন নেপালো কিয় এইখন চৰকাৰে ভোট লব বাবে মিছা কথা কৈ সেই কাৰনে BJP চৰকাৰ নেলাগে |
গুৱাহাটী বাসী ৰাইজ মীৰা বাইদেউ ক ভোট দিয়ক নহ'লে গণতন্ত্ৰ শেষ হ'ব
হয়
দিম কিন্তু Bjp য়ে বঙালী আৰু বিহাৰীৰে সভা কৰি আছে Guwahatit.
গুৱাহাটী বাসী সজাগ হবৰ হল। কংগ্ৰেছ ক ভোট দি আমাৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব।
বিজেপি হতাও
Congress k diok Miya apunalukor sob ses kori dibo
ৰাইজে এতিয়া বুজি পাইছে
বিজেপি চৰকাৰক ভোট দি আপোনালোৰ ঘৰ বাৰি হেৰুৱাব লগা হল এইয়াই ভাল দিনৰ সপোন দেখোৱাইছল
Hoi... Thik koise
বিবেক ভোট দিয়ক নহ'লে দেশৰ অৱস্থা আৰু বেয়া হ'ব ।
হিমন্তই সম্পতি নাতি-পুতি,পুতিৰো পুতিলৈকে সুবিধা চাই গোটাই লৈছে।
Save Democracy🚫Save Constitution
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Thik.kase.aibur.dalalak.akubhulatu.naniba.bhalmanuh.ank.bhalkamhaba.assamuntihabs
Vote for congress
বিজেপি ৰ " জাতি, মাটি ভেটি " ৰ শ্লোগান গ'ল আৰু..ৰাইজে এইবাৰ বুজক , প্ৰাৰ্থী চাই ভোট দিয়ক... টকাৰ বলতে নিৰ্বাচন ৰ বতাহ বলাব পৰা বিজেপি ৰ কবলত পৰি আপোনাৰ বহূমূলীয়া ভোট টি নস্ট নকৰি সঠিক প্ৰাৰ্থী চাই ভোট দিয়ে যেন 🙏🙏
Save Democracy🚫Save Constitution
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
মাননীয় মীৰা বাইদেউ জিন্দাবাদ।
মীৰা বাইদেউক ভোট দি জয় যুক্ত কৰক। এই চৰকাৰক দলিয়াই পেলাওক।
বঢ়িয়া ।বিজেপি এষেকা দিয়া সময় ঘৰ ভঙা চৰকাৰ এৰিবৰ হল ।যি চৰকাৰে নিৰাপত্তা দিব লাগে সেই নিজে আমি বনাইলোৱা ঘৰ বিজেপি ভাঙিলে ।বিজেপি ধনী চৰকাৰ ।উদাহৰন শিলশাকোত ধনীৰ ঘৰ এখনো নেভাঙিলে ।দুখিয়াৰ এখনো ঘৰ নেথাকিল জেচিবিৰে ভাঙি চুৰ মাৰ কৰিলে ।তাতে বিদেশিৰ বোজা ।বস্তুৰ দাম ।গতিকে সকলোৱে বিবেক ভোট দিয়ক ।কংগ্ৰেছ জিন্দাবাদ ।
বিজেপি চৰকাৰক ভোট দি আপোনালোকে হাতৰ কুঠাৰ ভৰিত নামাৰিব৷ খাবলৈ থাকিবলৈ পিছৰ কথা দেশ মাটি ভেটি সকলো শেষ হবলৈ গৈ আছে গতিকে বিজেপিৰ পুলি পোখা চব উঠাই দিব লাগে৷ ঈশ্বৰে সহায় কৰক তাৰেই কামনা৷
Vote for Congress
Mira baideu Zindabad
মীৰা বাইদেউ জিন্দা বাদ ।
গুৱাহাটী ৰাইজক অনুৰোধ জনালোঁ ।আপোলোকে বিবেক ভোট দিয়ক। উপযুক্ত প্ৰাৰ্থী ক ভোট দিয়ক। ধন্যবাদ
Vote for Mira Barthakur.... great lady... perfect for guwahati constituency...
সুন্দৰ উপস্হাপন ।
Mira baidew zindabad
দাদা, বাইদেউ আপোনালোকে খুব সুন্দৰ উত্তৰ দিছে, তাৰ বাবে ধন্যবাদ জনাইছো।
Great news.
মীৰা বৰঠাকুৰ জিন্দাবাদ।
মীৰা বৰঠাকুৰ ক গুৱাহাটী বআসইয়এভওট দিয়ক
@@Bhabeshsarma-nd3wwআহঁক আমি সকলোৱে মিলি চৰকাৰ সলনি কৰি চাওঁ। মই টো মহিলা সকলক অৰুণোদয়, লাখপতি বাইদেউ এই বোৰত সন্মতি প্ৰদান নকৰো।
Right 100%
গুৱাহাটী বাখি ৰাইজে মিৰা বৰঠাকুৰ বাইদেউক ভুত দি জয়ি কৰাক আপোনা লোক লৈ অনোৰোধ থাকিল
এই বাৰ সকলো কথা প্ৰকাশ পাইছে
👍 mojja disa
Very good 👍👍👍👍
Good Congress Zindabad
Apunaluke bibek vote dibo
ধুনিয়া কথা কৈছে।
Congress Dindabad
অমিত চাহৰ পুতেক এই মাটিবোৰ দিলে ৰাইজে অন্যায় কৰিব লাগিব কাৰণ অসমত অসমীয়াৰ অধিকাৰ হবই লাগিব।
হ'ব,ঠিক।
Congress k vot dilo ❤❤❤
Right kotha👍
Excellent speech...
Bjp go back
Bhal lagil thanks
গনতন্তৰ মৌলিক অধিকাৰ শেষ হোৱাৰ দিশে আগবাঢ়িছে বিজেপি চৰকাৰে। সেয়েহে সন্মানীয় গুৱাহাটী বাসি ৰাইজ,,,গনতন্ত ৰক্ষাৰ্থে মীৰা বৰঠাকুৰ বাইদেউক হাতৰ চিনত ভোট দি জয়যুক্ত কৰক। বিজেপি হাটাও গনতন্ত বচাও।
Hosa kotha . Thanks .
আপোনালোকক মাৰিয়ে পেলালে।
মজা
মীৰা বৰঠাকুৰ বাইদেউ এগৰাকী সম্পূৰ্ণ উপযুক্ত প্ৰাৰ্থী🙏
💯 right.
আমি সকলো গুৱাহাটী বাসীয়ে মীৰা বাইদেউক ভোট দি ভৱিষ্যত অসমীয়া ক বচাও আহক । হিমুই অসমৰ মাটি পৰীয়ালৰ নামত ল'বলৈ হঠাৎ উচ্ছেদ কৰে।অহাবাৰ হ'লে অসমীয়াৰ একো নাথাকিল ।
ধন্যবাদ। এনে। নাগৰিকক
গুৱাহাটী লোকসভা সমষ্টিৰ সচেতন ভোটাৰ সকলে বিবেকেৰে ভোট দি এগৰাকী দক্ষ সাংসদ নিৰ্বাচিত কৰি পঠিয়াওঁক।
Vot for mira baideu
মীৰা বাইদেউ ❤❤❤
BJP hariboa😢😮😅
Thank you.
জাতি মাটি গ'ল। এতিয়া আমি দৰিদ্ৰ চৰকাৰৰ ওপৰত নিৰ্ভৰশীল। শেষত আমি গৈ খুজনীয়া ভগনীয়া হ'বলৈ গৈছো।
Madam Mira Barthakur , Zindabad zindabad.
Kbole bohut mon jai kin2 ki lav hbo.kole police a dhori nibo nukuai lav
মীৰা বৰঠাকুৰক ভোট দি অন্ততঃ গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব।
Your right sister.
Bepari bilakok vote di lv nai...
Good step।।val sinta korisa
Very good decisions.Hilhaku raijoloi akhek dhanybad.
Bohut bhal bhal comment..dai.. Good 👍👍👍👍👍👍
Mira by jindabad
Candidate sai he vote diok
Ji candidate Raijor hoke maat mate
India গদবন্ধন ক ভোট দিব যদি ভাৰতৰ সংবিধান ৰক্ষা কৰে।plz
BJP misalia sarkar
Right Bijuli Aru Queen Oja tupuni mara Himatar bhori Cheleka neta hobo MEERAk vote di Axom basaok From Boko bipul vote pabo
মামাই ভাবিছিল আঁচনি নাম ললে অসমীয়া মানুৰ মন জয় কৰিম বুলি ভাবিছিল অসমীয়া মানুহ ইমানযে বুৰ্বক নহয় মামা ললিপপে কেচুৱাক নিচিকুৱাৰ দৰে আমাৰ মানুহ সমূহক কেচুৱা সজাই ছে কিয়? আপোনাৰ চলাহী কথাবোৰ ওপৰৰ মালৰ লগতহে মিলে মামা।
Meera baideo jindabad Jai aye axom
Sundr
Your right brother.god be with you.thali bajow karuna bhagaw.
very nice programe
hoi hoi thak kotha
❤
right
Hoi hosa ❤
বলাৎকাৰীক খেদক;দেশ বচাওক
Val dise....
অসমত অসমৰ, অসমীয়াঠলুৱাজাতী, ভেটি, মাটি, ঘৰৰমাটিসমূহ, বতমানচৰকাৰেঅসমখনক, ভাঙিপেলালে, এনেকোৱাচৰকাৰকভোতদিবনালাগে,
Very good talk 👍 let's keep our mind and vote for the right person 🙏
Vote for mira borthakur
Absolutely right 👍
Guwahati bakhi rajayak anurudh karuje bipul votere Meera borthakur baideo k jikabo lage
বহুত ভদ্ৰ ভাষাত খুউব উজাৰিছে ।
Right ✅️
Let us resque our democracy.
Fantastic.... And reality of common people.
Bibek vote Diyak
Nice
101% right
বিদায় বিজেপি
সচাঁ কথা কৈছে।
Vote for Mira barthakur
BJP go back
Good 👍
বিবেক হীন মানুহে বিজেপি দলৰ দালালিক বুজি পোৱা নাই....10 বছৰত দেশত কেৱল হিন্দু -মুছলিম মন্দিৰ-মজিদৰ গৰু নামত হিংসা বঢ়োৱা লগতে বিভিন্ন ধৰণৰ কৰ বস্তু দামে আকাশ লম্ভিছে কিন্তু বিজেপি চৰকাৰে .. আগতে 200 টকাত ৰিচাৰ্ছ কৰিলে অসংখ্য চেনেল চাব পাৰিব 10 টকা ৰিচাৰ্ছ কৰিলে মাহটো চলিব পাৰিছিলে
❤❤❤❤❤❤❤❤❤❤
Dhunia disa baideo Kai goraki a
Mira bothakur k support korok guwahati bakhi..
12 toka re ghr nosole....asoni namot di thgi ase assam r jonotak
Mira borthakur baidewk vot di jikauwk.
Good
Aikhon Sarkar number pua sarkar nhy Abhishaap pabo loga sarkar.....
Good news for everyone