মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’.....

Sdílet
Vložit
  • čas přidán 7. 05. 2024
  • অৱশেষত অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
    EVMত বন্দী হোৱা ভাগ্য ৪ জুনত খোল খাব
    অন্তিম পৰ্যায়ত ভোটদানৰ হাৰ পূৰ্বতকৈ বৃদ্ধি হ’ল
    এইবাৰৰ নিৰ্বাচনটোৰ বিশেষ বিশেষত্ব কি কি আছিল?
    প্রাৰ্থী নে পাৰ্টী, কি চাই ভোট দিলে বাৰু অসমৰ জনতাই?
    বিজেপিৰ আধিপত্য অটুট থাকিবনে অসমত?
    ৩খনৰ পৰা কংগ্রেছৰ আসন হ্রাস পাব নে বৃদ্ধি হ’ব?
    এই নিৰ্বাচনটোতে কেইজনমান ৰাজনীতিকে নেতাৰ পৰিচয় দিছে নেকি?
    ৰাজনৈতিক নেতা আৰু বিশ্লেষকৰ দৃষ্টিত ‘নিৰ্বাচনৰ পোষ্টমৰ্টেম’
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #PratidinTime #assam #Abhimat #electionwithpratidintime

Komentáře • 241

  • @gyanjyotikhanikar5296
    @gyanjyotikhanikar5296 Před měsícem +41

    কিয় ইছু নাই বুলি কয়, মূল্য বৃদ্ধি য়ে মানুহ কোঙা কৰি পেলালে,কি বস্তু দাম বঢ়া নাই তিনি গুণ পৰ্যন্ত, ক'ব পাৰিবনে কোনোৱে,মাছ মাংস কণী শাক-পাচলি কিতাপ বহী,বাছ ভাড়া আদি মানুহৰ কিনা ক্ষমতা নাইকীয়া হৈ গ'ল। যি এই বোৰ নাই দেখা , সেই বোৰ বিজেপিৰ সমৰ্থক।700 টকা দি ছাগলী মাংস বা 450 দি গাহৰি আৰু 600 টকা দি হাঁহৰ মাংস এক কেজি কিনি খাবলৈ 90%সৰ্বসাধাৰণ ৰাইজৰ ক্ষমতা নাই।

  • @debajitbarman9648
    @debajitbarman9648 Před měsícem +12

    এটা ভাল আলোচনা হৈছে

  • @sgogoi459
    @sgogoi459 Před měsícem +4

    সুন্দৰ অভিমত।❤❤ সকলোৰে নিজৰ নিজৰ অভিমত চাই ভাল লাগিল, ধন্যবাদ নিতুমনি ডাঙৰীয়ালৈ🙏
    ..🖋️ ব্যক্তিগত চিন্তাধাৰাৰ উপৰিও ৰাইজৰ, অসমীয়াৰ(সকলো জনগোষ্ঠী) হৈ মাত মাতিব লাগে, ৰাইজৰ প্ৰকৃত উন্নতি, ৰাস্তা-ঘাটৰ লগতে+ শিক্ষা, স্বাস্থ্য, সংগীত,পৰ্যটন, ৰাজনৈতিক ক্ষমতাৰ সদ ব্যবহাৰ, ৰাজকোষৰ ধনৰ প্ৰকৃত ব্যবহাৰ, অৰ্থনীতিৰ প্ৰকৃত অগ্ৰগতি, নিবনুৱা সমস্যাৰ সমাধানৰ লগতে বাক-স্বাধীনতা খৰ্ব নোহোৱাকৈ, কাকো ক'লা-বগা বাদ-বিচাৰ নকৰি, সকলো ৰাইজৰ সুখ-দুখৰ সমাভাগী হৈ নিজৰ ঠাই ডোখৰৰ উন্নতি কৰাৰ লগতে জিলাখনকো আগুৱাই নি, কেনেকৈ ৰাজ্যখনক দেশৰ ভিতৰতে শীৰ্ষত ৰাখিব পাৰি সেইটোৰ ওপৰতহে বেছি গুৰুত্ব দিব লাগে আমাৰ নেতা সকলে। সেইটোকে প্ৰকৃত উন্নতি বুলি কয় গুৰুজনাইও, আমিও ভাবো। ৰাইজেও ভাল পাব, সহায় কৰিব,আশীৰ্বাদ দিব তেনে নেতা সকলক।।.. মইও নিজৰ অভিমত আগবঢ়ালোঁ....🖊️

  • @debenhandique9958
    @debenhandique9958 Před měsícem +50

    এইবাৰেই বিজেপি পৰাজয় দিশত।

    • @Smartdude888
      @Smartdude888 Před měsícem

      😂😂😂😂😂vbi thak Bupai .....xopunot vab

    • @jaydipdas2707
      @jaydipdas2707 Před měsícem

      umm 4 junot dekha jabo​@@Smartdude888

  • @nayankumarpawe2671
    @nayankumarpawe2671 Před měsícem +10

    কিৰিপ চলিহা ডাঙৰীয়া ভাল কথা কৈছে সঁচাকৈ মধ্যভুগি পৰিয়াল বোৰ দুৰ্দশা হৈছে। বাকী ধনী পুঁজিপতি বোৰ ধনী হৈ গৈছে আৰু দুখীয়া বোৰে চৰকাৰী দুই এটা সুবিধা পাই আছে মিছা নো কি কম।

  • @priyambadadas7950
    @priyambadadas7950 Před měsícem +5

    নিতুমণি শইকীয়াক বহুত ধন্যবাদ ! সুন্দৰ মন্তব্যৰে সত্যদিশ এটি দাঙি ধৰিছে ।

  • @user-ux5ud2zy9p
    @user-ux5ud2zy9p Před měsícem +45

    Gourav Gogoi jindabaad jindabaad 🙏🙏

  • @user-xv4lp6dp3c
    @user-xv4lp6dp3c Před měsícem +3

    যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে মই কলো, প্ৰধান মন্ত্ৰী বা মূখ্য মন্ত্ৰীয়ে ঢৌতে ঢৌ মিলাই যি চতুৰ ৰাজনীতি কৰি আহিছে সেইবোৰ বৰ্তমান বুজি ছো সেয়ে নিজক, পৰিয়ালক, সমাজক লগতে ৰাজ্যখনক, দেশখনক সুৰক্ষা কৰাৰ স্বাৰ্থত বি জে পি ৰ বিৰুদ্ধে ভোট প্ৰদান কৰিছো। Sir thanks.

  • @bishnuprasaddeka8800
    @bishnuprasaddeka8800 Před měsícem +41

    Lurin and Gaurav will win.

  • @KashmiriBasumatary-cd1nj
    @KashmiriBasumatary-cd1nj Před měsícem +11

    BJP হাৰিব

  • @ShantanuDas2100
    @ShantanuDas2100 Před měsícem +9

    নিজৰ ঘৰৰ সদস্য‍জনক কুনেও বেয়া বুলি নকয়॥ তেওঁলোকে নিজৰবিলাক কেতিয়াও বেয়া বুলি নকয় সদায় মৰিলেও সঁচা ক'থা কৱ লাগে তেতিয়াহে দেখ উন্নতি হৱ

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te Před měsícem +20

    আজিৰ যুগৰ মানুহ বহুত চিন্তাশিল ।বিজেপিযে ভাবে যে কেইটামান বগা চাউল ছটিযাই দিলে সকলোৱে মানি লব ।কিন্তু দেখিলে যে এই বগা চাউলে কাম নিদিলে ।পিছত টকাৰ বৰষুণৰ সৃষ্টি কৰি শাসনলৈ আহিব বুলিও বৰষুণ দিলে ।কিন্তু সকলো ভূল প্ৰমানিত হল।মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়ন কৰিব নালাগে বুলি জনতাই ৰাই দিছে ।কা আইন আনি অসমীয়া ক নিঃশেষ কৰা পৰিকল্পনা কৰা এই চৰকাৰক অসমীয়াই নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে ।অহংকাৰী নেতা বোৰৰ উন্নয়ন শব্দটো সুন্দৰ কৈ মুখস্থ কৰি লৈ অসমৰ ৰাইজক আভুৱা মাৰিছে ।উন্নয়নৰ কথা কোৱা এই নেতা বোৰে আমাক বুবক পাইছে ।চৰকাৰৰ উন্নয়ন কৰাটো দায়িত্ব ।ঘোঁৰা ঘাঁহ কাটিবলৈ এই প্ৰতিনিধি সকলক ৰাইজে ৰজা নিবাচন নকৰে ।অন্য কোনো ইছু নাপাই এইবোৰে উন্নয়ন শব্দটো সুন্দৰ কৈ মুখস্থ কৰি ল'লে ।আমাক মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়ন কৰিব নালাগে ।উদোগপতিৰ পৰা কৌৰ কৌৰ টকালৈ জনতাৰ ওপৰত মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়ন কৰিব নালাগে ।ঔষধৰ মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়নৰ কথা কোৱা এই নেতা বোৰে আমাক বুবক পাইছে ।ইহঁতক ভোট যুদ্ধৰে শেষ নকৰিলে পিছত অসমীয়া ই কান্দিব লাগিব ।বিজেপি হতাও দেশ বচাওক ।নহলে আমি ৰাজপথ ৰ ভিখাৰি হব লাগিব ।

  • @khanjan-mi3jc
    @khanjan-mi3jc Před měsícem +5

    বিজেপি হাৰিব

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 Před měsícem +28

    গৌৰৱ গগৈ,প্ৰদ্যুত বৰদলৈ,মীৰা বৰঠাকুৰ আৰু ৰফিকুল ইছলাম জয়ী হোৱাটো প্ৰায় নিশ্চিত। খাল খান্দি ঘঁৰিয়াল পোহা সিদ্ধাৰ্থ ভট্টাচাৰ্য্য ডাঙৰীয়াক হতাশা গ্ৰস্ত হোৱা যেন লাগিছে।ময়ুৰ বৰাৰ লগত যুক্তি তৰ্কত হাৰ মানিব লগীয়া হৈছে।বিশিষ্ট বুদ্ধি জীৱী বা তেখেতৰ সমকক্ষ নমস্য ব্যক্তি সকলক 'চাৰ' বুলি কোৱাটো তেখেতে সহজ ভাৱে মানি লব পৰা নাই।অহংকাৰেই পতন। দম্ভালি মাৰি হিমন্ত বিশ্ব শৰ্মাক বিজেপীলৈ মাতি আনি নিজেই এলাগী হোৱাৰ পথত।

  • @BHSClass.Motivation
    @BHSClass.Motivation Před měsícem +3

    আলোচনাচক্ৰটো ভাল লাগিল।।

  • @user-fj8rh7op8y
    @user-fj8rh7op8y Před měsícem +5

    Very good nitu mani sir 🎉🎉🎉❤❤❤❤

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 Před měsícem +60

    বিজেপি হাৰিব।

  • @bulbulbora-cw1el
    @bulbulbora-cw1el Před měsícem +4

    ভট্টাচাৰ্য্য ডাঙৰীয়াই ওকালতি কৰিছে হয়, কিন্তু তেওঁ ভালকৈ শম্মা ডাঙৰীয়াই এটা গ'ল দি থৈছে ।

  • @bidyutbikashsaikia1140
    @bidyutbikashsaikia1140 Před měsícem +6

    In future, Jorhat gogoi will be most promising leader to watch for .

  • @bishalsarma5306
    @bishalsarma5306 Před měsícem +2

    জেগাত দিছে কিন্তু সিদ্ধাৰ্থ ই 😂 গোটেই কেইটাক

  • @ratikantamili.5442
    @ratikantamili.5442 Před měsícem +2

    Mayur sir apunak 100% selute jonaisu Batthacaryar odarkari questionsnburor uttor iman sundar babe answer dise 🙏🙏🙏🙏🙏👌👌👌👌👌👌

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 Před měsícem +17

    Gaurav Gogoi Jindabad.

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Před měsícem +11

    কংগ্ৰেছৰ জয় নিশ্চিত ১০০% ।

  • @khagenkakati6380
    @khagenkakati6380 Před měsícem +36

    Bjp দালাল বোৰে bjp কথা কবই ৷মুঠতে Bjp হাৰিব৷

  • @ranjansarmah4843
    @ranjansarmah4843 Před měsícem +3

    হিমন্ত বিশ্ব কিতাপখন কত সিদ্ধাৰ্থ .....

  • @anjankumardutta6850
    @anjankumardutta6850 Před měsícem +2

    সিদ্ধাৰ্থ কাই আপোনাৰ অহংকাৰ ,লেবেল বহুত হ'ল।দক্ষ হোৱা হ'লে কাইটি ক মন্ত্ৰীত্বৰ পৰা আপোনাক নতৰালে হয়। বাকী আপুনি এটা আলূ

  • @kkmines1403
    @kkmines1403 Před měsícem +28

    সিদ্ধাৰ্থ ভট্টাচাৰ্য্য ডাঙৰীয়া আপুনি চালেবেৰে কোবোৱা যুক্তি দিছে । বাস্তবতাক স্বীকাৰ কৰক ।

  • @AbdulLatif-el7wh
    @AbdulLatif-el7wh Před měsícem +5

    আপুনি কিয় দিছিলি ৰাজ্য সভাত বি জে পি ভোট ৷

  • @lakhantanti5784
    @lakhantanti5784 Před měsícem +10

    Bjp sorkar thakiu bjp haribo agor dore bjpir result beya hobo

  • @maaprabhabatimusic4049
    @maaprabhabatimusic4049 Před měsícem +9

    ময়ুৰ বৰা চাৰৰ কথা কেইটা শুনি ভাল লাগিল ।

  • @user-yg2bd2ud1p
    @user-yg2bd2ud1p Před měsícem +8

    Sidharth amar assembly hoi aku kam kora nai

  • @prakritirvlogs1463
    @prakritirvlogs1463 Před měsícem +2

    Nitumoni saikiai lastr kothakhar beleg jegat dile kintu dei (prothom khinghor dore mya bhut nelage buli goroji thaki pisot mekurir dore meu mew koi mya bhut bisarile buli)

  • @ayatullahsheikh3118
    @ayatullahsheikh3118 Před měsícem +40

    BJP একোঁ ভাল কাম কৰা নাই,

  • @biddeswarmorang6387
    @biddeswarmorang6387 Před měsícem +2

    Iove you nitu da

  • @relaxatnature7562
    @relaxatnature7562 Před měsícem +2

    2014 পিছত EVM বুলি কলেই ভয় লাগে
    আৰু দহ বছৰ বিজেপিৰ চৰকাৰ হব বৰ বেয়া লাগিছে

  • @ranjanbodo7609
    @ranjanbodo7609 Před měsícem +20

    Misoliya bjp

  • @user-ob9pl3fb1p
    @user-ob9pl3fb1p Před měsícem +2

    উন্নয়ন নহয় অৰুণদয় আৰু লখপতি বাইদেউ টো হে BJP ৰ প্ৰধান বিষয়

  • @ajoypayeng9669
    @ajoypayeng9669 Před měsícem

    Very nice talk show sir 🙏

  • @krishnagogoi7361
    @krishnagogoi7361 Před měsícem +5

    BJP hariboi

  • @umeshkuli849
    @umeshkuli849 Před měsícem +41

    সিদ্ধাৰ্থ ৰ নিচিনা মানুহবোৰ দেশ নাশ কৰিব।

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 Před měsícem +5

      এওঁলোকৰ এতিয়া কোনো উপায় নাই। সকলোৱে তল পৰি মল খাই আছে। অলপ গা লৰালেই দিল্লীৰ ধমক খাব ।

    • @hitendranathbrahma545
      @hitendranathbrahma545 Před měsícem

      We sre BORO community.

    • @AbulHussain-dl6og
      @AbulHussain-dl6og Před měsícem

      ​@@prabinmallabaruah8845opor r maal tuye baa kor mol xaise......🤔

    • @ranjitduttaey3967
      @ranjitduttaey3967 Před měsícem

      এই সকল ৰ নইজশ্ৱতআ বুলি একো নাই এওঁলোকে মাত্ৰ মিছাৰ সম্ৰাট ভুৱা প্ৰতিশ্ৰুতি সম্ৰাট ডলাৰ বগৰী নিচিনা অন্ধ ভক্ত ৰাইজে পৰিবৰ্তন বিছাৰিছে গতিকে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ ওলাছে জয় আই অসম জয় হিন্দ জয় ভাৰত

  • @tapanbaruah6255
    @tapanbaruah6255 Před měsícem

    Moyur barah sir r Katha khini Val Lagil ❤

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w Před měsícem +2

    অসমীয়াৰ মানহিকতা হিন্দুত্ববাদৰ ওচৰত হাৰ কেতিয়াবাই মানিলে।ইচু বিত্ত্বিত এইবাৰ ৰাইজে ভোট দিয়া নাই বুলি মই অনুভৱ কৰোঁ।

  • @M.G.615
    @M.G.615 Před měsícem +1

    কিৰিপ চলিহা ডাঙৰীয়া যেতিয়া মঙ্গলদৈ সমষ্টিৰ সাংসদ আছিল সেই বিগত ৫টা বছৰ মঙ্গলদৈ সমষ্টিৰ জনসাধাৰণ জ্বৰত ভূগি আছিল।
    বহুত কথা নকও।

  • @arupkakati4905
    @arupkakati4905 Před měsícem +1

    Nitu da ❤❤❤❤❤ শেষত আৰু এবাৰ 🙏 ।।।

  • @samirkhanaamsu5783
    @samirkhanaamsu5783 Před měsícem +1

    BPFৰ ঘৰত ইমান টকা ওলাইছে কিয় CBI জোৱানাই

  • @sibanathburagohain7573
    @sibanathburagohain7573 Před měsícem

    আপোনাক সকলোৱে চাই আছে

  • @bishalsarma5306
    @bishalsarma5306 Před měsícem +1

    চিন্দিকেত ৰ ৰজা কিৰিপ চলিহা😂😂 পাহৰি গল নেকি

  • @bishaldas3964
    @bishaldas3964 Před měsícem +5

    Bjp eybar safa hobo...

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk Před měsícem +12

    চুলি নথকা জন ঘৰত সোমাই থকা বিশ্লেষকহে তেওঁলোকে জাতীৰ সমস্যা সমাধান বাবে অবদান কি?

  • @ratikantamili.5442
    @ratikantamili.5442 Před měsícem +1

    Mayur sir bohut bhal uttar dise....dai❤❤❤

  • @Khushi-hy7br
    @Khushi-hy7br Před měsícem +1

    🌷 Respect to Lotus❤❤❤❤❤

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Před měsícem +3

    ইছু নোহোৱা বুলি কিয় কলে? নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, কা আইনৰ বিৰোধিতা আদি সমস্যাৰ বিষয়ে চিন্তা বা অনুভৱ কৰিব পৰা মানুহ অসমত নাই বুলি কিয় ভাবিলে ? হৰা জিতাৰ কথা আমিও নকও। কিন্তু নিৰ্বাচনৰ কেইদিন মান আগলৈ শাসকীয় দলৰ দপদপনি বন্ধ কাৰ বাবে হল? কৃষক, মজদুৰ, সৰু-সুৰা ব্যবসায়ী, নাৰী আৰু যুৱ সমাজে আজি সকলো বুজি পায় আৰু সেইবাবে শাসকীয় দলৰ 13/14 খন আসন জয়ী হোৱাৰ দৰ্প চূৰ্ণ হৈছে। অন্ততঃ দ্বিতীয় পৰ্যায়ৰ পিচতেই । বিৰোধীয়ে যদি মাত্ৰ 3-4 খন আসনো পায় সি হব ডাঙৰ প্ৰাপ্তি । অবশ্যে আমি ইভিএমৰ চাতুৰ্য্যৰ কথা নকও।

  • @sibanathburagohain7573
    @sibanathburagohain7573 Před měsícem

    অতি হৈছে হৈছে

  • @SaruNath-pq8rf
    @SaruNath-pq8rf Před měsícem +1

    সুন্দৰ উপস্থাপন।কিন্তু তিনিগগৈ কথাটো শুনিলেহে হাহি উঠে।

  • @kkmines1403
    @kkmines1403 Před měsícem +2

    অৰবিন্দ কেজৰিৱাল বা হেমন্ত চোৰেণৰ জামিন কিয় হোৱানাই তাৰ বিষয়ে এজনৰো সম্যক জ্ঞান নাই ।

  • @user-ul5kz9qi3v
    @user-ul5kz9qi3v Před měsícem +2

    Million thanks to Brojen Deka Sir

  • @PronabMorang
    @PronabMorang Před měsícem

    Very good

  • @sauravbania3008
    @sauravbania3008 Před měsícem +2

    ব্ৰিটিছ ৰ দিনত ব্ৰিটিছ ৰদাৰা কৰা কাম কভাৰতীয় মানুহে প্ৰতেক্ষ কৰিছিল, তাতোকৈ অধিক বেয়া কাম ভাৰতীয় ই অনায়কৰিলেও ভাৰতীয় ই দেখা নাযায়।

  • @drtsi
    @drtsi Před měsícem +2

    Siddharth Bhattacharya.... you are requested to give up BJP....

  • @kamalphukan1365
    @kamalphukan1365 Před měsícem

    আলোচনা বৰ গধূৰ হৈছে!

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL Před měsícem +1

    ভাৰতৰ সকলো ৰাজ্যতেই জাতিক কেন্দ্ৰ কৰি ৰাজনীতি হৈ আহিছে।

  • @shardindupurkayastha7833
    @shardindupurkayastha7833 Před měsícem +5

    Sabash Nitumani Saikia, Hat,'s off to you. Best among all participants.

  • @Aditygogoi123
    @Aditygogoi123 Před měsícem +4

    Bjpr lgt asilu ...kintu aibar nai...ru bohut u manuh nai..

  • @kabindrathakuria1169
    @kabindrathakuria1169 Před měsícem

    এইবাৰ অতি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে

  • @dhirendradoley1108
    @dhirendradoley1108 Před měsícem +1

    জিতুমণি দা জিন্দাবাদ।

  • @anilbaruah8775
    @anilbaruah8775 Před 18 dny

    নিৰপেক্ষ শব্দটোৰ আভিধানিক অৰ্থ থাকিব পাৰে কিন্ত ব্যৱহাৰিক অৰ্থ নাই ৷কেৱল ৰাজনীতিত নহয় ৷সকলো বিষয়তে ৷

  • @user-ln6kp8he6m
    @user-ln6kp8he6m Před měsícem

    সুন্দৰ পেনেল।লগতে জাতীয়তাবাদ/আঞ্চলিকতা বাদ সম্পৰ্কে এটা আলোচনা আশা কৰিলো।

  • @mohankumarsingh1040
    @mohankumarsingh1040 Před měsícem +1

    ২৮৪ টা আসন মানে ৫০% আসনৰ ভোট দান হৈ গল । ৪০০ পাৰ নে ২৫০ ৰ তলতে থাকিব ? নম্বৰ কিন্ত মাৰ্কেটত উপলদ্ধ ।

  • @joyprakashnath2337
    @joyprakashnath2337 Před měsícem +1

    কিৰিপ চলিহা দেবে কোৱাৰ দৰে আগন্তুক দিনত (2024 পিছত) গুজৰাটৰ বি জে পি নেতৃত্বৰ দপদপনিৰ আৰু আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বাবেই দৰ্গতীৰ দিশত পূৰ্ণ গতিত আগ বাঢ়ি আছে

  • @ekramhussainmir3903
    @ekramhussainmir3903 Před měsícem

    Kirip da, once a storm in Indian politics , in particular North East. Hope you will be more n more active in Assam politics. Indian politics is rapidly changing at fast rate.

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf Před měsícem +2

    টকাৰবৰষুণদিচেবিজেপি

  • @jugalbaruah6541
    @jugalbaruah6541 Před měsícem +2

    Defination of Assamese is so simple. It is pathetic that no one could define it correctly.

  • @arotiborah2733
    @arotiborah2733 Před měsícem +2

    🙏🙏🙏

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf Před měsícem +2

    ২০১৪ৰপৰাবিজেপিয়েমিচাকৈয়েথাকিল

  • @Tired524
    @Tired524 Před měsícem

    Nitu moni and some other Assamese channels have shown brave neutral journalism from a long time which is appreciating.
    In context of politics although I m not an expert but my simple mind says even if BJP wins the leadership must change. There are many good people who are capable, honest, non fanatics and foremostly educated.
    2 nd. If congress wins who would take the charge of running the state as CM. Gaurav Gogoi is a very good person with versatile qualities but he can not play dirty politics. Frankly speaking there will be a problem in regearing a damaged state. Can the high rise price, gst, sgst, petrol prices be brought down drastically? A big question.
    3rdly why is the religious discrimination is always addressed as Hindu nd Muslim instead of immigrants from bangladesh or any other country. Apparently the influx in great magnitude is from Bangladesh. Therefore the talks should be specific about whi the target is.
    Assamese muslims have started expressing antagonism against the Assamese hindus. In a way yielding confusion to great deal.
    This is my concern.

  • @user-iw7vi7ej7e
    @user-iw7vi7ej7e Před měsícem

    ইমান পাতল যুক্তি ভাল নেলাগে ৷

  • @shardindupurkayastha7833
    @shardindupurkayastha7833 Před měsícem +6

    Siddtharta Bhattacharjee must maintain decorum. Why he is charging a co-pannelists. ECI has been amended by Modiji, otherwise why the membership of CJI has been cancelled by Modiji.

  • @NarendraPdBarman
    @NarendraPdBarman Před měsícem

    হেমন্ত চোৰেন+কেজৰিৱাল=ন্যায়

  • @assa516
    @assa516 Před měsícem +1

    সিদ্ধাৰ্থ ভাই,ৰেবন্নাৰ দৰে এজন ধৰ্ষণকাৰী ৰ হৈ কিয় মোদীয়ে ভোট ভীক্ষা কৰিবলৈ গ’ল??অৰবিন্দ’ ফাৰ্মাচুতীকেলৰ ৰেড্ডী কিয় আজিলৈ মুক্ত আকাশৰ তলত তাকো ?? কোভিদ ভেকছিন জোৰ কৰি দি মানুহৰ যি মৃত্যুৰ ৰেখা চুটি কৰিলে কি কয় আপুনি??পাপা নে ওৱাৰ ৰুকবাদি ৰ পাপাই কিয় মনিপুৰৰ হৈ মাত নামাতিলে??মনিপুৰৰ জুই নুমাব নোৱাৰা বিশ্বগুৰুৰ বাৱে আকৌ বোলে বিশ্বযুদ্ধ ৰখাই দিছে৷হিন্দুৰ মংগলসুত্ৰৰ কথা কোৱা মোদীয়ে কিয় পুলবামাৰ শ্বহীদৰ মংগলসুত্ৰৰ মুল্য কি দিলে?

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Před měsícem

    বুদ্ধিজীৱী সকলে স্পষ্টকৈ কোনেও কোনো কথা কোৱাৰ সাহস নাই কিয়। যোৰহাটত গৌৰৱ জিকিব বুলি সকলোৱে জানে কিন্ত্ত নকয়।

  • @user-is6hg9bd4l
    @user-is6hg9bd4l Před měsícem

    এই কেইজন ব্যক্তিকলৈ পুণৰ এক আলোচনা হোৱাৰ প্ৰয়োজন আছে বুলি ভাৱো৷ কিৰিপ চলিহাৰ কথাবোৰৰ এক বিশ্লেষণ হোৱাৰ দৰকাৰ ৷

  • @manojtalukdar1502
    @manojtalukdar1502 Před měsícem

    ৰাজনীঁতিত টকাই সৰ্বোচ্ছ ।

  • @bishalsarma5306
    @bishalsarma5306 Před měsícem

    এনেকুৱা দিবেত চাই ভাল লাগে কাজিয়া নাই ধুনীয়াকৈ মতামত দিছে

  • @chandanshil8222
    @chandanshil8222 Před měsícem

    সিদ্ধাৰ্থৰ ২৬ত পাব নে টিকট

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i Před měsícem +1

    B J P - 6 Seat Paba > 100% .Thanks . . . .

  • @user-mc5dw9eu7y
    @user-mc5dw9eu7y Před měsícem +2

    BJP No ???

  • @dinusarkar5462
    @dinusarkar5462 Před měsícem +1

    1:04:17 1:04:17

  • @morisika4730
    @morisika4730 Před měsícem +1

    সিদ্ধাৰ্থ ডাঙৰীয়াই আহোম ৰ লগত তক্কৰ লগাইছে নেকি?

  • @TCF573
    @TCF573 Před měsícem +5

    Hariayana t. Bjp sorkar gol.

  • @EbrahimAliAhmed-up4fh
    @EbrahimAliAhmed-up4fh Před měsícem

    Right

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Před měsícem

    Issue নাই বুলি কোৱাটো সম্পূৰ্ণ ভূল। সিদ্ধাৰ্থ চাৰ এইবাৰ নুঠিলে কিয়।। উঠা হলে গুৱাহাটীত কোনো issue নাথাকিলে হেঁতেন । আপুনি ভালদৰে জানে আগতে কোনে দুৰ্নীতি কৰি এতিয়া কত বহি কি কৰি আছে।। দিগন্ত বৰ্মন বুলি মনে মণে থাকিল। অখিলক দম দি চাওঁক। আৰু আপোনি অসমীয়া জাতিয়তাবাদৰ উপৰত ভাষণ এৰি নিজ দলৰ নীতি আদৰ্শৰ উপৰত দিলে আমি বেছি ভাল পাম।

  • @sibanathburagohain7573
    @sibanathburagohain7573 Před měsícem

    আমাৰ ইয়াত যিদেখিচো কাম আৰু কথাৰ মাজত পাৰ্থক্য হয় তেতিয়া আমি দোষ লাগে ।বিষেকৈ আমি অসমীয়া বোৰ মহা বুৰব্ৰক

  • @SFFactsShort
    @SFFactsShort Před měsícem +1

    BJP bahut beya harobi eibar

  • @buburaj243
    @buburaj243 Před měsícem

    Siddharth Bhattacharya is legend. Hat's off ❤

  • @KabindraDeka-wt4ts
    @KabindraDeka-wt4ts Před 19 dny

    Nitomoni.sar.pranam.mor.matamat janabarar.karana.apekha.sadai.aasabadi.namaskar.

  • @deepankagogoi-gx1gr
    @deepankagogoi-gx1gr Před 20 dny

    Hospital bilakat nomaly like medicine dept bilak resident Dr bilakokhe dakhiboloi pua jai

  • @chandanadas9276
    @chandanadas9276 Před měsícem

    Moi egorakie hosetan nagarik hisape Nitu Moni Saikia janamat salu bot val lagil. Moi hokulure katha hunilu kintu moi biswas koru kobi guru Rabindra Nath Tagore ukti tu mur monloi ahi ase je Hai re bharat basi jader tumi korecho opoman sei opomane opomanito hote hobe taderi soman. Dhanyabad ❤

  • @jyotiprasaddas8946
    @jyotiprasaddas8946 Před měsícem

    ব্ৰজেন দেৱৰ বিশ্লেষণ সম্পূৰ্ণ শুদ্ধ নহয় লুৰিণজ্যোতিৰ সন্দৰ্ভত৷

  • @ranjanagogoi4569
    @ranjanagogoi4569 Před měsícem

    Hala gula nai babe progem sai val lagil

  • @rajudhemaji7995
    @rajudhemaji7995 Před měsícem

    ধৰ্মীয় মেৰুকৰণ বাবে অসমৰ প্ৰায় বাঙালীসকলে বিজেপি ভোট দিছে আৰু প্ৰায় মুছলমান সকলে কংগ্ৰেছ ভোট দিয়া দেখিছোঁ ।