Video není dostupné.
Omlouváme se.

Bhagwat Path. Riju Pathak. Video-15 (SriKrishna Uddhab Sangbad)

Sdílet
Vložit
  • čas přidán 17. 05. 2020

Komentáře • 296

  • @ranjitkumardutta9971
    @ranjitkumardutta9971 Před 4 lety +14

    নমস্কাৰ বাপ কৃষ্ণ । শুনি সুখী হৈছো । কিছু মনটো ফৰকাল লাগিছে। ধন‍্যবাদ।

  • @ramcharandeka9143
    @ramcharandeka9143 Před 4 lety +3

    Baapjana ! Ki Sundar aru najana bahu kathare mogita kare apuni. Krishna Rama Hari Govinda Madhav. Satyam Shivam Sundaram...

  • @suren1974
    @suren1974 Před 4 lety +6

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । সুন্দৰ আৰু সাবলিল ব্যাখ্যা । পাশান মনক বিগলীত কৰিব পৰা সুন্দৰ বিশ্লেষণ বাপ ঈশ্বৰ ।

  • @pankajboruah3673
    @pankajboruah3673 Před 4 lety +3

    কৃষ্ণ কৃষ্ণ বাপ প্রনাম জনালো কৃষ্ণ

  • @joyadevi2447
    @joyadevi2447 Před 4 lety +5

    শুনি থাকিলেও হেপাহ নপলাই আপোনাৰ ৰসাামৃত ভাগৱত বাক্ষ্যা ।ৰাম কৃষ্ণ হৰি ।

  • @gautamkumardas2752
    @gautamkumardas2752 Před 4 lety +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @bhadrakantanath6181
    @bhadrakantanath6181 Před 4 lety +3

    Sri Krishna. Val lagil path suni.

  • @gitalineog6489
    @gitalineog6489 Před 2 lety +1

    Ram Krishna Prabhu apunaloi kouti kouti pronam🙏🙏🙏🙏🙏

  • @jinukakati1589
    @jinukakati1589 Před 3 lety +1

    He krishan taju pawe karo ho pranam🙏🙏🙏🙏

  • @prahladbordoloi1669
    @prahladbordoloi1669 Před 2 lety +1

    KRISNO KRISNO KRISNO KRISNO KRISNO KRISNO KRISNO KRISNO

  • @amritrajbongshi2888
    @amritrajbongshi2888 Před 2 lety +1

    আপোনাৰ সাৱলীল ভাগৱত পাঠ আৰু সুন্দৰ বাখ্যা শুনি মন প্ৰাণ জুৰ পৰি যায়।

  • @sabitakalita1589
    @sabitakalita1589 Před 2 lety

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ গোবিন্দ প্ৰভূ সেৱা হে ধৰি লো

  • @lilakalita6705
    @lilakalita6705 Před 4 lety +5

    কৃষ্ণ বাপ আপোনাৰ ভাগৱত ৰ VDO টো শেষ হৈ অহাৰ লগে লগে মনটো বেয়া লাগি যায় ।কৃষ্ণ কৃষ্ণ সেয়া জনালোঁ ।

  • @pranjoyhazarika67
    @pranjoyhazarika67 Před 4 lety +2

    Joy guru khongkor.

  • @bharatibez7423
    @bharatibez7423 Před 4 lety +4

    ভাগৱত ৰ পাঠ শুনি ভাল লাগিছে

  • @manomatikalita4131
    @manomatikalita4131 Před 4 lety +5

    মই সদায় এটা এটা অধ,,, শুনি পৰম শান্তি পাও কৃষ্ণ কৃষ্ণ বাপ

  • @kingofhearts9294
    @kingofhearts9294 Před 4 lety +2

    Bar sundar papik papat majibole diyak krishna

  • @rashmimudoi9105
    @rashmimudoi9105 Před 4 lety +2

    Aapunar bhagawat bakhya huni le huni thakib mn jai

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před 2 lety

    কৃষ্ণ ৰাম কৃষ্ণ, প্ৰভূ ভগৱন্তই সদায় এনেদৰে কৃষ্ণ কথা শুনাৰ বাবে কৃপা কৰে

  • @nilimapathak4964
    @nilimapathak4964 Před 4 lety +3

    Oti sondor provo🙏🙏🙏

  • @mitalinowholia6378
    @mitalinowholia6378 Před 4 lety +3

    কৃষ্ণ কৃষ্ণ হে বাপ ঈশ্বৰ আপোনাৰ চৰণত প্ৰণাম

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 Před 3 lety +1

    কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ গ্রহণ কৰিব। ভাগৱতৰ অমৃতময় বাণী শুনি হেপাহ নপলায়। আপোনী এইদৰে আমাক ৰস পান কৰাই থাকিবলৈ ভগবানে আপোনাক শক্তি দিয়ক তাৰ কামনাৰে ভগবানৰ ওচৰত কৌটি কৌটি প্রণিপাত শুভৰাএি কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @ashimdas1796
    @ashimdas1796 Před 3 lety +4

    আপোনাৰ শ্ৰীচৰণত, সহস্ৰ প্ৰণিপাত নিবেদন আগবঢ়ালোঁ ।

  • @rajibkachari3618
    @rajibkachari3618 Před 4 lety +4

    Krisnabap.... Hewajonalu....

  • @dipankarbora1456
    @dipankarbora1456 Před 4 lety

    Jai Guru Sankardev. Krisna krisna krisna.. Bapjonaloi koti koti pranam jonaisu..

  • @manjulabora8219
    @manjulabora8219 Před 2 lety

    🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ সেৱা আগবঢ়ালোঁ 🙏🙏❤️❤️🙏🙏 প্ৰভু ঈশ্বৰ

  • @ritamoniborah8744
    @ritamoniborah8744 Před 3 lety +5

    প্ৰভূ কেতিয়াবা এনে হয় লাইক কৰিবলৈও পাহৰি যাওঁ। পুনৰ আকৌ এভাগ শুনিবলৈহে আগবাঢ়ি যাওঁ

  • @bhupendas1971
    @bhupendas1971 Před 4 lety +18

    কৃষ্ণ বাপ, সুন্দৰ হৈছে |
    এই প্ৰচেষ্টাই আমাক ভাগৱতৰ অমৃত প্ৰদান কৰি ধন্য কৰিছে | বৰ
    মনোগ্ৰাহী পৰামৰ্শ প্ৰদান কৰি ঈশ্বৰ সেৱাৰ বাবে মনোবল যোগাইছে প্ৰভূ
    | ধন্যবাদ | কৃষ্ণ বাপ.....

    • @nipanborah1068
      @nipanborah1068 Před 4 lety +3

      কৃষ্ণ বাপ , আপোনাৰ ব্যাখ্যা শুনি আনন্দিত হলো। জয় গুৰু শঙ্কৰ ।

    • @ratanrabha9932
      @ratanrabha9932 Před 4 lety +1

      Krishna Krishna...

    • @lavanyadas3074
      @lavanyadas3074 Před 4 lety +1

      কৃষ্ণ কৃষ্ণ বাপ ব্যাখা শুনি সুখী হলো!

    • @prabindeka5668
      @prabindeka5668 Před 2 lety

      Kisno kisno shuni armit prodan palo.

  • @rinakutumpegu1427
    @rinakutumpegu1427 Před 2 lety +2

    🙏🙏🙏Ram Ram Ram.

  • @jayantakashyap6697
    @jayantakashyap6697 Před 4 lety +6

    জয় শ্ৰী কৃষ্ণ🙏♥️

  • @dulumanisahariah7029
    @dulumanisahariah7029 Před 4 lety +3

    বাপ কৃষ্ণ।

  • @atulokalita4134
    @atulokalita4134 Před 4 lety +2

    Baap Sunder bakhya. Jai Guru Sankar. Please continue

  • @SumanDas-gk5ux
    @SumanDas-gk5ux Před 4 lety +8

    আপোনাৰ ভাগৱত কথা সদায় শুনো।আপোনাৰ বাখ্যা সমূহে মোৰ মনটো ভাল লগাই দিয়ে।কৃষ্ণ কৃষ্ণ

  • @bhubenthakuria9006
    @bhubenthakuria9006 Před 4 lety +5

    কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাক সহশ্ৰ প্ৰনামো ম ই দুৰাস্বাৰী য়ে ভাগৱতৰ জ্ঞান এই মাধ্যময়ৰ যোগেদি শুনিবলৈ পায় লাভাম্বিত, আপোনাক দৃঘাউ হ ওক।

  • @bidisha412
    @bidisha412 Před 4 lety +5

    Very much inspirational and heart touching pravu bap

  • @DipaliBorahchutia
    @DipaliBorahchutia Před 4 lety +3

    Bujibole bohut baki ase.. apunar pa jani bhal lge.. krishno,🙏

  • @kabitadas61
    @kabitadas61 Před 2 lety

    কৃষ্ণ কৃষ্ণ প্ৰভূ শত কোটি প্ৰণাম জনালো ।কৃষ্ণ

  • @probindutty3793
    @probindutty3793 Před 4 lety +2

    বাপ অতি সুন্দৰ।

  • @madhabidas6553
    @madhabidas6553 Před rokem

    কৃষ্ণ শঙকৰগুৰু মাধৱ সেৱা জনাইছো। সচাকৈয়ে অমৃত জ্ঞান শুনি দচকুৰে অশ্ৰু বৈআহে । বহুত সূখি অনুভৱ কৃষ্ণ

  • @binadeka9674
    @binadeka9674 Před 3 lety +1

    Krishna Krishna bap .

  • @dhanbarrajbongshi4766
    @dhanbarrajbongshi4766 Před 4 lety +1

    Krisn kotha vhal laga prbhu Jo ho mongol ho .

  • @munmigogoi2377
    @munmigogoi2377 Před 4 lety +2

    Krishna bap apunar u kukhol kamona korilu

  • @ankitchoudhury1342
    @ankitchoudhury1342 Před 4 lety +7

    মই আপোনাৰ ভাগৱত পাঠ সদাই গ্রহণ কৰো শ্রদধাই অ হৰি অ ৰাম

  • @bakondas1086
    @bakondas1086 Před rokem

    কৃষ্ণ 🙏 কৃষ্ণ বাপ ঈশ্বৰৰ কথা শুনিলে শুনি থাকিবলৈ মন যায়।

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 Před 2 měsíci

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৌটি কৌটি প্ৰণাম

  • @mantuvallagilkalita1969

    Ķrishna krishna krishna bhagawan .tumi narayan tumi madhab tumi gobinda.

  • @tarulatatalukdar5118
    @tarulatatalukdar5118 Před 3 lety +2

    আমাৰ পৰম সৌভাগ্য যে যেতিয়াই মন যায় তেতিয়াই শুনিব পাৰো।কৃষ্ণ কৃষ্ণ।

  • @jintidas6948
    @jintidas6948 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ।

  • @bipindas6834
    @bipindas6834 Před 3 lety +1

    Bap bhagawat pathaloi mur hasadhra hewa

  • @sabitriboruah4411
    @sabitriboruah4411 Před 2 lety

    কৃষ্ণ , প্ৰভু জনালৈ আন্তৰিক হেৱা যাচিলো , ভগৱানে প্ৰভু জনাক ভালেৰে ৰাখে যেন ।

  • @ranunayak3161
    @ranunayak3161 Před 4 lety +3

    Hundar

  • @bulbulisarma8578
    @bulbulisarma8578 Před 3 lety

    🙏🙏 ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏🙏 কৃষ্ণায় নমো নমঃ 🙏🙏🙏

  • @rulennath7538
    @rulennath7538 Před 4 lety +3

    বাপ ঈশ্বৰ সেৱা যাচিলো । ধন্য , কৃপা ৰসে তিন্তি যাবলৈ আশীষ দিয়ক প্ৰভু ।

  • @rubikakati3381
    @rubikakati3381 Před 2 lety

    শুনি থাকিলেও হেঁপাহ নপলায় এই কণ্ঠ, এই অমৃত বাণী

  • @akhildeka9431
    @akhildeka9431 Před 4 lety +3

    জয় গুৰু শঙ্কৰ-মাধব

  • @Jk70000
    @Jk70000 Před 4 lety +3

    ।।কৃষ্ণ।।🙏🙏🙏🙏

  • @bhairabjyotidas613
    @bhairabjyotidas613 Před 3 lety +1

    ৰাম কৃষ্ণ হৰি

  • @achyutsaikia4312
    @achyutsaikia4312 Před 4 lety +2

    কৃষ্ণ কৃষ্ণ বাপ,আপোনাৰ দ্বাৰা ভাগৱতৰ অমৃত বাণী শ্ৰৱণ কৰি ধন্য হৈছো,অশেষ ধন্যবাদ জ্ঞাপন কৰিলো লগতে সেৱা গ্ৰহণ কৰিব🙏🙏🙏কৃষ্ণ, শুভৰাতি

  • @kuhianddehavlock2983
    @kuhianddehavlock2983 Před 2 lety +1

    আপোনাৰ পুঠি শুনি বহুত ভাল লাগিল আগলৈয়ো আৰু শুনাই যেন

  • @gitalineog930
    @gitalineog930 Před rokem

    Krishna pranam Prabhu Krishna 🙏🙏🙏

  • @Kaustav_rava
    @Kaustav_rava Před rokem

    হৰি ও হৰি ঢৰণে লাগো
    অভয় চৰণে শৰণ মাগো।
    কৃষ্ণ বাপ ধন্য মানিছো ।মোৰ সেৱা গ্ৰহন কৰিব।

  • @prasantakumarhazarika6941

    🙏🙏🙏

  • @trailokyachetia1327
    @trailokyachetia1327 Před 4 lety +2

    কৃষ্ণ বাপ বহুত সুন্দৰ ব্যাখ্যা

  • @barbiesaikia7081
    @barbiesaikia7081 Před 4 lety +6

    🙏🙏🙏হে মহান বাপ জন আপোনাৰ এই বাখ্যা শুনি মোৰ মণ চিত্ত শুদ্ধ হ'ল ।

  • @santanudeka90
    @santanudeka90 Před 4 lety +6

    🙏জয় শ্ৰীকৃষ্ণৰ জয় 🙏

  • @pratapdas1113
    @pratapdas1113 Před 3 lety +1

    Prabhu sewahe

  • @jaydeepgaming9080
    @jaydeepgaming9080 Před 3 lety +1

    krishna bap ,sundar bakkya.

  • @bantideka823
    @bantideka823 Před 4 lety +2

    কৃষ্ণ বাপ সেৱাহে |

  • @sumudas6715
    @sumudas6715 Před 2 lety

    বাপ জন কৃষ্ণ ভাবনামৃত ধুনিয়া লাগিছে শুনি🙏🙏🙏

  • @dipaliray5259
    @dipaliray5259 Před 4 lety +3

    🙏🙏কৃষ্ণ কৃষ্ণ
    🙏🙏

  • @rajivroom1125
    @rajivroom1125 Před 4 lety +3

    Provu bohut thonya hoisu

  • @smritirekhadas3528
    @smritirekhadas3528 Před 11 měsíci

    কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏আমি মহা পাপিও আপোনাৰ ভাগৱত ব্যাখ্যা শুনি শুনি শুই যাও, মই ভাল পাও আপোনাৰ ভাগৱত ব্যাখ্যা শুনি কৃষ্ণ সেৱাৰে কৃষ্ণ🙏🙏

  • @mridusmitamazumder4990

    Om nomu bhagwate vasudevaya.. Atialoike bahut baar krishna udhav sambad sunisu. Sodai suni thakileu hepah nopolaai, jen hridayat sokolu sumuaai thom. Kripa koribo. 🙏🙏🙏🙏🙏

  • @gorimatalukdar8725
    @gorimatalukdar8725 Před 4 lety +2

    কৃষ্ণ কৃষ্ণ। ধন্য হলো।

  • @amlanjyotidutta6406
    @amlanjyotidutta6406 Před 4 lety +1

    ক'ত পূণ্য ফলত আমাৰ দৰে মূৰ্হে ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিবলৈ সুবিধা পাইছোঁ । এয়া আপোনাৰ বাবেই সম্ভৱ হৈছে প্ৰভুজনা 🙏।

  • @dipakkalita9267
    @dipakkalita9267 Před rokem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏

  • @utshavbarman587
    @utshavbarman587 Před 2 lety

    কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏

  • @ganeshkoch561
    @ganeshkoch561 Před 3 lety +1

    Krishna'ram Ram 🙏🙏🙏

  • @toradas7512
    @toradas7512 Před 4 lety +1

    Krishna 🙏🙏🙏🙏🙏

  • @barbiesaikia7081
    @barbiesaikia7081 Před 4 lety +2

    Krisna bap bor monurom 🙏🙏🙏gd night

  • @krishnatamang7248
    @krishnatamang7248 Před 4 lety +5

    কৃষ্ণ। বাপ অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। অমৃত বাণী শ্রৱণ কৰি সুখী হলোঁ। আৰু আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ। কৃষ্ণ 🙏🙏 জয় গুৰু শঙ্কৰ 🙏🙏 কৃষ্ণ।

  • @pradipsaikia9030
    @pradipsaikia9030 Před 2 lety

    প্ৰভু আপোনাৰ অমৃত ময় কন্ঠ ই আমাৰ ভাগৱতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আগ্ৰহ বৃদ্ধি কৰা ত বশু সহায় কৰিছে

  • @nabanitagohain7723
    @nabanitagohain7723 Před 9 měsíci

    কৃষ্ণ 🙏 ভালেখিনি নজনা কথা জানিব পৰিছো বাপ ভগৱন্তয়ে যেন আপোনাসবৰ লগতে আমাকো অকমান কৃপা কৰক তাকেই ঈশ্বৰক কাই মন বাক্যে প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ বাপ 🙏🙏

  • @dipaliborahsingha9039
    @dipaliborahsingha9039 Před měsícem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @niranjanbaruah2216
    @niranjanbaruah2216 Před 4 lety +9

    বাপ আপোনাৰ দ্বাৰা প্ৰচাৰিত ভাগৱত পাঠৰ মই নিয়মিত শ্ৰূতা.আগলৈয়ো এনেকৈয়ে পাঠ শুনি যাব পাম বাপৰ ওচত প্ৰাৰ্থনা ,,,,,

  • @Rantisaharia
    @Rantisaharia Před měsícem

    Krishna,Krishna,Krishna............

  • @arjunroy7568
    @arjunroy7568 Před 8 měsíci

    আপোনাক শত সহস্র প্রণাম , মই অধমে আপোনাৰ মুখে কৃষ্ণকথামৃত শুনি কৃতার্থ হলো

  • @kaustovmonibora7622
    @kaustovmonibora7622 Před 4 lety +6

    খুব সুন্দৰ ব্যাখ্যা, আগলেও এনেকৈ ভাগৱত ব্যাখ্যা দি থাকিব বুলি আপোনাৰ ওচৰত অনুৰোধ থাকিল

  • @entonideka5891
    @entonideka5891 Před rokem

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏

  • @nilimadas1784
    @nilimadas1784 Před 2 lety

    Krishna Krishna🙏 Bahut bhal lagise Krishna Krishna🙏

  • @pradiphandique7872
    @pradiphandique7872 Před 10 měsíci

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ৷৷

  • @dipakborah1152
    @dipakborah1152 Před 3 lety

    🙏🌺Krishna Bap🌺🙏

  • @ankitadeka7266
    @ankitadeka7266 Před 4 lety +1

    Val lagil khuni god apunar mogol korok

  • @renuchoudhury5044
    @renuchoudhury5044 Před 3 lety

    কৃষ্ণ বাপ
    আপোনাৰ ভাগৱতৰ কথাবোৰ শুনি থাকিবৰ মন লাগিথাকে নমস্কাৰ

  • @bhagyawotybhagya4053
    @bhagyawotybhagya4053 Před 4 lety +3

    Gurur kripa aase aapunar uparat. Aaguai jauk .moi aapunak assam gole log korim .

  • @gopalnath6863
    @gopalnath6863 Před rokem

    Krishna Krishna bap pranam jonalu

  • @nilimachoudhury5019
    @nilimachoudhury5019 Před 2 lety

    জ্য় গুৰু শঙ্কৰ । শতকৌটি প্ৰণাম 🙏🙏🙏🙏🙏

  • @dalimiborah4546
    @dalimiborah4546 Před 3 lety

    Krishna Krishna Krishna sewa nibedan karilo Krishna Krishna Krishna Krishna

  • @user-ix3yu7xv1n
    @user-ix3yu7xv1n Před 7 měsíci

    Krisna bap ba-ut val lagil krisna.

  • @bijoyaveryniceborah8304

    Krishna Krishna 🙏🌹🙏🙏