#Bhagwat

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • ভাগৱত পাঠৰ ধাৰাবাহক পাঠ আৰু ব্যাখ্যাৰ এক মনোৰম অনুষ্ঠান । আহক আমি সকলোৱে ভক্তিৰ অমিয়া ৰসত বিলীন হৈ পাৰোঁ।

Komentáře • 297

  • @ranudas4561
    @ranudas4561 Před měsícem +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ কণ্ঠেৰে আধ্যাত্মিক তত্ত্ব শ্ৰৱণ কৰিবলৈ আমাক এই কৃপা কৰাত কৌটি কৌটি প্ৰণাম 🙏🙏🙏

  • @user-vr7kq2sm9p
    @user-vr7kq2sm9p Před 7 měsíci +4

    প্ৰভু শুনি খুব ভাল লাগিছে বৰ্তমান সমাজৰ অনুষ্ঠান তেনেকৈয়ে চলি আছে কৃষ্ণ কৃষ্ণ🎉🎉

  • @dimbeswari_patar
    @dimbeswari_patar Před měsícem +1

    Krishna. Krishna. Krishna. Oum. santi Oum. santi. Oum. santi. 🙏🙏🙏🙏

  • @nikunjanath2513
    @nikunjanath2513 Před 2 lety +2

    আপোনাৰ কথাখিনিৰ যুক্তি জলন্ত সত্য ।কিন্ত মহাপুৰুষ শংকৰদেৱৰ আগত নিশ্বয় এই প্ৰথায়ে চলি আছিল ।মই কিন্ত মুল ভাগৱতৰ কথা বুজি পোৱাত অসুবিধা হয়।এদিনাখন ভগৱান বুদ্ধই এজন মানুহক ভাল কাম কৰাৰ উপদেশ দিছিল কিন্ত সেই মানুহ জনে ভগৱান বুদ্ধক চৰ মাৰিছিল ।তেনেকৈ ৰাতিপুৱাইছিল।পিছদিনাখন সেইমানুজনে গৈ বুদ্ধক চৰনত পৰি খমা খুজিলে তেওঁ আগদিনা কৰা অপমানৰ।বুদ্ধই আগদিনাই কৰা অপমানৰ কথা ভবাই নাছিল আৰু তাক ক্ষমাদান কৰিছিল ।ভাৰতৰ সমস্ত মানবৰ কল্যাণৰ হকে অলপ বহল দৃষ্টিত আপোনাৰ মত ব্যাখা কৰিলে আমাৰ নিচিনা বহু লোক উপকৃত হব বুলি আমাৰ ধাৰনা হয়।জয় গুৰু শংকৰ ।

  • @jayantadutta7259
    @jayantadutta7259 Před 2 lety +1

    কৃষ্ণ, কৃষ্ণ কৰুনাময় তোমাৰ চৰণত ঠাই দিয়া । ।

  • @rinachutia3723
    @rinachutia3723 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাক ভগৱানে কুশলে ৰাখক ,আমি যাতে সদায় আপোনাৰ পৰা ভাগৱত বা ক্ষা শুনি থাকিব পাৰো প্ৰ ভু

  • @sanjibrajbangshi1193
    @sanjibrajbangshi1193 Před 4 lety +5

    Pathak da ,aaponar kanthat bhagabat ,path suni moi bahut sukhi hoisow, jai guru sankar,

  • @urmilachamuah8785
    @urmilachamuah8785 Před 2 měsíci +1

    হে প্ৰভূ।সেৱা।নিবেদিলো।🙏🙏

  • @jatinhaloi7412
    @jatinhaloi7412 Před 2 lety +1

    Om Namah Bhagavate,Om namaha Bhagavate, Om namaha Bhagavate...........

  • @ganeshkoch561
    @ganeshkoch561 Před 2 lety +2

    Krishna Ram Ram pronam jonalu apunak bap 🙏🙏🙏❤️

  • @bontiborah5014
    @bontiborah5014 Před 4 lety +5

    কৃষ্ণ কৃষ্ণ, প্ৰভুজন।সেৱা গ্ৰহণ কৰিব ।আমি হেন মহা পাতকী আপোনাৰ কৃপাত ধন্য হৈছোঁ প্ৰভু ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম।

  • @banigayan4963
    @banigayan4963 Před 3 lety +1

    Krishna krishna. Apunar Vagat bakhya huni amar sitta nirmal hoise.Apunaloi satakoti pranam jasilu.🙏🙏🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 Před 4 lety +7

    কৃষ্ণ বাপ, বহুত সুন্দৰ পাঠ আৰু ব্যাখ্যা। বৰ সুন্দৰ ভাৱে কৃষ্ণ কথাঅমৃত ব্যাখ্যা কৰিলে। শ্রৱণ কৰি আনন্দিত হৈছো। কৃষ্ণ বাপ সেৱাঁ ভাগি জনাইছোঁ।
    কৃষ্ণ 🙏🙏 জয় গুৰু শঙ্কৰ 🙏🙏

  • @dilip6pesrabha759
    @dilip6pesrabha759 Před rokem +1

    KRISHNA BAAP APONAR BHAGAWATR BAYKHYAI MOR MN ATI ANANDIT KRI TOLE 🙏🙏

  • @bhupendas1971
    @bhupendas1971 Před 4 lety +8

    কৃষ্ণ বাপ, প্ৰণাম !
    আমাৰ মন প্ৰাণ ঈশ্বৰমুখী কৰি ৰাখিব পৰাকৈ আপোনাৰ পৰামৰ্শ প্ৰদান কৰি ভক্তি ভাৱ সৃষ্টি কৰিছে প্ৰভূ | বহুত ডাঙৰ কথা এই বোৰ প্ৰভূ, নাৰদ ব্যাসৰ এই আলোচনা জৰিয়তে আমাৰ বাবে বহুত
    তত্ব গধুৰ পৰ্যালোচনা আগবঢ়ালে |আমাৰ জীৱন ধন্য হৈছে এই মহান বাণীৰে | সশ্ৰদ্ধ প্ৰণাম জনালোঁ চৰণত বাপ, কৃষ্ণ......

  • @samprity01
    @samprity01 Před 4 lety +10

    কৃষ্ণ কৃষ্ণ বাপ ।বহূত ভাল লাগিল।ভগৱানে আপোনাক আৰু শক্তি দিয়ক।

    • @rajlakshmibaruah1843
      @rajlakshmibaruah1843 Před 4 lety

      আপোনাৰ সাৱলীল , সুমধুৰ ভাগৱতৰ কথা শ্ৰৱণ কৰি আমি ধন্য হলো । অপূৰ্ব ভাগৱত বাখ্যা আগলৈও শ্ৰৱণ কৰিবলৈ পাওঁ যেন । ভগৱানে আপোনাক কুশলে ৰাখক !

  • @aaimonisingha4881
    @aaimonisingha4881 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏💓

  • @benudhardeka6896
    @benudhardeka6896 Před 4 lety +12

    👏 কৃষ্ণ কৃষ্ণ বাপ,সেৱাভাগ গ্ৰহণ কৰিব | পৰিয়ালৰ বৰ প্ৰয়োজনীয় ব্যাখ্যা পালো প্ৰভু |

  • @bharatboruah5981
    @bharatboruah5981 Před 4 lety +20

    কৃষ্ণ-বাপজনা, আমাৰ সেৱা গ্ৰহণ কৰিব | আপোনাক সেৱাৰ বাদে, অন্য দিবলৈ আমাৰ নাই | বৈঞ্চৱক ৰসামৃত বিলাই আগবাঢ়ক প্ৰভু | বাপজনা, আমি বাৰু মহামুনি শুকদেৱে পৰিক্ষীতৰ আগত কোৱা ভাগৱত ভাগ নাপালো |বৰ্ত্তমান আমাৰ হাতৰ ভাগৱতভাগ শৌনকাদি ২৮সহস্ৰ মুনিৰ অনুৰুধত সুতমুনিৰ দ্বাৰা ব্যক্ত ভাগৱত নহয়জানো | ২৮সহস্ৰ মুনিৰ পুনৰ ভাগৱত শ্ৰৱণ কৰাৰ ইচ্ছা নোহোৱাহলে, সমগ্ৰ মানৱজাতি ভাগৱতৰ পৰা বঞ্চিত হ'ল হয় | বাপজনা, কথাটো মনন হোৱা বাবে ব্যক্ত কৰিলো | অপৰাধ হলে ক্ষমা দিব | পুনৰ সেৱাৰে, বাসুদেৱ |

  • @jutikakalita3703
    @jutikakalita3703 Před 4 lety +8

    হে বাপ এনেদৰে যেন ভগবান শ্রী কৃষ্ণ গুণ নাম শুনি থাকিবলৈ পাও।

  • @champanath8514
    @champanath8514 Před 3 lety +2

    Gururji apko mera peyar bhora Joy shree Radhey Krishna

  • @modhusmitadas9137
    @modhusmitadas9137 Před 3 lety +1

    কৃষ্ণ শঙকৰগুৰু মাধৱ সেৱা জনাইছো প্ৰভূ বৰ ভাল লাগিল ।

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল বাপ জনলৈ সহস্র প্রণিপাত

  • @nilimachoudhury5019
    @nilimachoudhury5019 Před 2 lety

    কৃষ্ণ কৃষ্ণ বাপ শতকৌটি প্ৰণাম 🙏🙏🙏

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem +1

    🙏 bap 🙏 krishna 🙏 ohari🙏 oram 🙏

  • @tikenchandrakalita4928
    @tikenchandrakalita4928 Před rokem +4

    Bhagawat Geeta not only a holy book this is a huge collection of moral lesson pranamaha Prabhu

  • @prasantakumarnath9469
    @prasantakumarnath9469 Před 3 lety +1

    হে বাপ জন বৰ ধুনীয়া লাগিছে কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @torquemx7221
    @torquemx7221 Před 4 lety +5

    Krishna prabhu 🌼🌸🌼

  • @japanidas6859
    @japanidas6859 Před 2 lety +1

    কৃষ্ণ ৰাম ৰাম ৰাম ৰাম ৰাম

  • @anumeadhi2351
    @anumeadhi2351 Před 4 lety +12

    কৃষ্ণ বাপ আপোনা মুখৰ অমৃত বাণী শুনি বহুত ভাল লাগিছে। ভগৱানে আপোনাক এনেকৈ মহা শক্তি প্ৰদান কৰক নিতে নিতে ধন্যবাদ।A.MEDHI.PHULAGURI.NAGAON.

  • @munindragogoi2586
    @munindragogoi2586 Před 4 lety +4

    কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ।ভাগৱতৰ অমৃত পান কৰি কৃত কৃত হৈছো ।ধন্যবাদ ।

  • @pradyutsarma5338
    @pradyutsarma5338 Před 3 lety +2

    প্ৰভু গুৰু বাপ জনাৰ আজিৰ ভাগৱত ব্যাখ্যাৰ চতুৰ্থ খন্ডটি শুনিলো। তেওঁ যেন আমাৰ দৰে অজ্ঞানী ভগৱত বিমুখ মানুহখিনিক ভগৱত শাস্ত্র শ্ৰৱণ
    কৰাই ভক্তিমাৰ্গত আগোৱাই নিয়ে।সেযে আজি তেৰাৰ চৰণত দন্দৱত হৈ সেৱা জনালো। " জয় শ্ৰী কৃষ্ণ "

  • @guneswarpadiguneswarpadi8995

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আপোনাক বহুত বহুত ধন্যবাদ

  • @renudas5944
    @renudas5944 Před 3 lety

    Pravu,Sundor bhagobotpath lorise kukhale thakok.

  • @jinukakati1589
    @jinukakati1589 Před 4 lety +14

    আজিমোৰ গৃহতীৰ্থত অধিকপবিত্ত ভৈলাঅশেসযি হেতুসাক্ষতেজগতৰে গুৰুআপুনিভৈলা বেকত কৃষ্ণ

  • @kushalchetia2670
    @kushalchetia2670 Před 2 lety

    প্ৰভু ঈশ্বৰ শুদ্ধসত্য কথা ৰাইজক জনাইছে । বৰ সৰল ভাবে জনোৱাবাবে সতোষ পাইছো ।সেৱাজনালো ।

  • @ranjitadas1395
    @ranjitadas1395 Před 4 lety +5

    শুনি বৰ ভাল লাগিছে। প্রকাশ কৰি বলৈ ভাষা নাই।

  • @orponadas6754
    @orponadas6754 Před 2 lety +2

    Kirshan🙏kirshan🙏kirshan🙏

  • @diptirekhaborah6912
    @diptirekhaborah6912 Před rokem +1

    কৃষ্ণ বাপ সেৱা জনালো, আপোনাৰ সূন্দৰ বাখ্যা আৰু সুন্দৰ কণ্ঠ আমি সবে শুনি বৰ আনন্দিত, কৃষ্ণ

  • @pankajarandhara9638
    @pankajarandhara9638 Před 3 lety +1

    আপোনাৰ ভাগৱত ব্যাখ্যা শুনি অভিভূত হ'লো।কৃষ্ণ

  • @bastabjyotibhuyan1132
    @bastabjyotibhuyan1132 Před 3 lety +1

    Krishna Krishna Krishna Krishna

  • @gurudevdas8654
    @gurudevdas8654 Před 3 lety +1

    বাপ কৃষ্ণ সেৱা জনালোঁ। ভালে কুশলে নিশ্চয় গুৰুজনাই ৰাখিছে।কৰণাকালত আপোনাৰ কণ্ঠত ভাগৱতৰ বাণী শুনি কিছু মন ফৰকাল কৰাৰ প্ৰয়াস কৰিছোঁ। কৃষ্ণ।

  • @suminicesongdevi2793
    @suminicesongdevi2793 Před 9 měsíci

    শত কোটি প্ৰণাম প্ৰভু আপোনাক 🙏🙏🙏🙏

  • @jayantarabha8353
    @jayantarabha8353 Před 4 lety +7

    কৃষ্ণ বাপ,আপোনাৰ ঈশ্বৰৰ গুণণা-কীৰ্তন শুনি মোৰ লগত আন বাপ সমস্ত উপকৃত হৈছে,লগতে আমিও ধন্য হৈছো,আপোনাক বাপ জনাক আপোনাৰ মঙ্গল হওক গুৰু জনাৰ চৰণত সেবা জনাইছো ।

    • @nilimadas1784
      @nilimadas1784 Před 2 lety +1

      কৃষ্ণ কৃষ্ণ🙏 তোমাৰ গুণানু কীৰ্তন শুনিবলৈ আমাকো কৃপা কৰিবা🙏 কৃষ্ণ কৃষ্ণ🙏

    • @jyotipatir4591
      @jyotipatir4591 Před 2 lety

      গুৰুদেৱ, ইমান সহজ সৰল বাবে ব্যাখা কৰে বুজিবলৈ সহজ লাগে । শুনিয়েই থাকিব মন।

  • @SimantaNeog-ig6ny
    @SimantaNeog-ig6ny Před 9 měsíci

    কৃষ্ণ কৃষ্ণ। সেৱা জনাইছো।

  • @pankajboruah3673
    @pankajboruah3673 Před 4 lety +2

    কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে জনালো কৃষ্ণ

  • @ulupik5207
    @ulupik5207 Před 4 lety +8

    অতি গুৰুত্বপূৰ্ণ ব্যাখ্যা। সেৱা জনালোঁ। কৃষ্ণ ।

  • @rubidas189
    @rubidas189 Před 3 lety +1

    কৃষ্ণ প্ৰভু সেৱা জনাইছোঁ

  • @kritangkakakatiarts5577
    @kritangkakakatiarts5577 Před 4 lety +4

    কৃষ্ণ কৃষ্ণ বাপ, আপোনাৰ কথাখিনি লগত মই এক মত ।

  • @parulsaharia5277
    @parulsaharia5277 Před 2 lety

    Provu esware vale kushale rakhak aponak aponar mukhar bhagabat path suni bahut sukhi

  • @lohitdas8326
    @lohitdas8326 Před 4 lety +4

    কৃষ্ণ বাপ ঈশ্বৰ নমস্কাৰ জনাইছু, আজি ভাগৱত পাঠ ব্যাখ্যা শুনি ভাল লাগিল আৰু লগতে কেইটামান নতুন কথা শিকিলোঁ মই।

  • @utshavbarman587
    @utshavbarman587 Před 2 lety

    কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏

  • @gitalineog6489
    @gitalineog6489 Před 2 lety

    Krishna Prabhu krishna 🙏🙏🙏🙏

  • @gitahazarika6430
    @gitahazarika6430 Před rokem

    Krishna provu hewa jonalu🙏🙏🙏

  • @dimbeswaripatardeka2793

    🙏🙏 oum santi santi krishna 🙏🙏

  • @manjulanath2645
    @manjulanath2645 Před 4 lety +4

    পৰম কৃতাৰ্থ হলো ।কৃষ্ণ ।শুভৰাত্ৰি

  • @binadeka9674
    @binadeka9674 Před 3 lety +1

    Krishna Krishna Bap.

  • @anshuman164
    @anshuman164 Před 4 lety +5

    বৰ সুন্দৰহৈছে

  • @gitalineog930
    @gitalineog930 Před rokem

    Krishna pranam Prabhu 🙏🙏🙏

  • @rinaborah357
    @rinaborah357 Před 4 lety +2

    বাপ আপোনাৰ চৰনলৈ সেৱা ভাগি নিবেদন কৰিছো ৷আপোনাৰ ভাগৱতৰ যি উপদেশ আমালৈ আগ বহাইছে অতিশয় সুখী হৈছোঁ কৃষ্ণ ৷

  • @champanath8514
    @champanath8514 Před 3 lety +1

    Joy joy shree Radhey Krishna 🙏🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹

  • @monisaloi-fx2tp
    @monisaloi-fx2tp Před rokem

    কৃষ্ণ কৃষ্ণ , সেৱাহে ।

  • @Gitarthavlog5751
    @Gitarthavlog5751 Před 4 lety +6

    কৃষ্ণ বাপ আপোনালৈ কোটি কোটি প্ৰণাম। সুন্দৰ ব্যাখ্যাই দেহ মন ৰোমাঞ্চিত কৰিলে।

  • @tinapathak593
    @tinapathak593 Před 4 lety +3

    বহুত ভাল লাগিছে

  • @amiyaborah9305
    @amiyaborah9305 Před rokem +1

    কৃষ্ণ ণহে পৰম ধন আপোনাৰ মুখে জানিব পাৰিলো।

  • @BalinSaikia-c7d
    @BalinSaikia-c7d Před měsícem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bandanadas1139
    @bandanadas1139 Před 4 lety +6

    প্ৰণাম বাপ সেৱা গ্ৰহন কৰিব কৃষ্ণ🙏🙏🙏🙏🙏

  • @orponadas6754
    @orponadas6754 Před 3 lety +1

    Kirhna🙏kirshna🙏kirshna🙏

  • @debajitdas7708
    @debajitdas7708 Před 2 lety +1

    Dhanna dhanna hoi golu prabhu🙏

  • @gouripravadas7435
    @gouripravadas7435 Před 4 lety +4

    Krishna, bap sewa janalo uchit katha koise durniti kara saklehe uchcha aasan pai Krishna 🙏🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 Před 3 lety +1

    কৃষ্ণ°°কৃষ্ণ°°শ্ৰীগুৰুদেৱৰ শ্ৰীচৰণত সুহৃদয়েৰে কৃতাঞ্জলী নিৱেদিছোঁ লগতে মোৰ লগত ভাগৱত শ্ৰৱনকৰি থকাভক্তসৱলৈ সেৱা নিৱেদিলো ।

  • @binugogoi9242
    @binugogoi9242 Před 3 lety +1

    কৃষ্ণ প্ৰভু সেৱা জনালোঁ

  • @mohonsaikia1433
    @mohonsaikia1433 Před 4 lety +2

    Jai shri krishna 🙏🙏🙏

  • @nabinbora9689
    @nabinbora9689 Před 2 lety

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ এই অমৃত বাখ্যা খিনি শুনি সঁছায় আন্দন পাইছো।কৃষ্ণ প্ৰভু।

  • @dilipdutta255
    @dilipdutta255 Před 3 lety +1

    Om namo bhagabatay basu debay namah

  • @pratapdas1113
    @pratapdas1113 Před 3 lety +2

    Prabhu sewahe

  • @munindradas3393
    @munindradas3393 Před 2 lety

    Krishna. Krishna. Bap. Aamak kripa. Kare. Jen. Prabhu

  • @anjalibasumatary2114
    @anjalibasumatary2114 Před 3 lety

    Krisna Krisna bap

  • @lababania4178
    @lababania4178 Před 3 lety

    Krishan bap🙏🙏🙏🙏

  • @kanaknath1212
    @kanaknath1212 Před 4 lety +2

    কৃষ্ণ কৃষ্ণ বাপ।সেৱা ধৰিছো

  • @manashidevi9262
    @manashidevi9262 Před 2 lety

    Joi guru Sankar 🙏🙏🙏🙏

  • @bhairabjyotidas613
    @bhairabjyotidas613 Před 4 lety +2

    ৰাম কৃষ্ণ হৰি

  • @gapaldas451
    @gapaldas451 Před 2 lety

    Dandabad Prabhu Dandabad

  • @shyambhuyan435
    @shyambhuyan435 Před 3 lety

    Krishna bap eswar provu a kuxole rakhok apunak gar num xiyori goise krishna 🙏🙏🙏🙏🙏

  • @arunbora1478
    @arunbora1478 Před 4 lety +2

    ৪ নং
    প্রভু ঈশ্বৰ পাঠ আৰু ভাঙনি শুনি খুব ভাল লাগিল
    নমস্কাৰ প্রভৃ

    ,

  • @aadya2910
    @aadya2910 Před 3 lety

    Hare Krishna Hare Ram

  • @Sarala24
    @Sarala24 Před 21 dnem

    ধন্যবাদ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏

  • @nilimadas1784
    @nilimadas1784 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ🙏 কৃপা কৰিবা🙏 কৃষ্ণ কৃষ্ণ🙏

  • @madhabidas6553
    @madhabidas6553 Před 2 lety

    কৃষ্ণ শঙকৰগুৰু মাধৱ সেৱা নিৱেদিলো

  • @nirumedhi4703
    @nirumedhi4703 Před 3 lety +3

    🙏🙏🙏

  • @dhrubajyotigogoidhrubajyot6249

    কৃষ্ণ বাপ সুন্দৰ আৰু সঠিক বাখ্যা আগবঢ়োৱাৰ বাবে ধন্যবাদ

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4og Před rokem

    কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před rokem +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম,প্ৰভূ অধমৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব আৰু জীৱন থকালৈ ভাগৱতৰ অমৃত কথা পান কৰিবৰ যোগ্যপ্ৰাপ্ত হও তাৰেই আশীৰ্বাদ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @aamarprithivibharatiphukan6883

    বৰ সুন্দৰ কণ্ঠ আৰু সুন্দৰ ব্যাখ্যা, ভগবানে আপোনাক আৰু শক্তি দিয়ক

  • @jogeswarchoudhoury5707
    @jogeswarchoudhoury5707 Před 3 lety +2

    কৃষ্ণ বাপ আপোনাৰ দুৰভাষ নম্বৰ টো দিব চোন আপোনাৰ পাঠ শুনি খুব ভাল লাগে কৃষ্ণ 🙏🙏🙏🙏

  • @abhijitabordoloi8515
    @abhijitabordoloi8515 Před 3 lety +2

    কৃষ্ণ🙏 বহুত ভাল লাগিল

  • @dipakborah1152
    @dipakborah1152 Před 3 lety +1

    🙏🌺Kriahna Baap🌺🙏

  • @atulokalita4134
    @atulokalita4134 Před 4 lety

    Baap Ati Sunder bakhya. Aponar bhagabat granth sakolo vakta r Priya hobo buli bhagwan r ocharat pray kariso. Krishna Krishna. Jài Guru Sankar.

  • @pranaybhuyan6626
    @pranaybhuyan6626 Před 3 lety

    Krishna Bap, Jay guru sankar

  • @animadeka8570
    @animadeka8570 Před 3 lety

    কৃষ্ণ বাপ ভাল লাগিল