Bhagwat Path. Riju Pathak. Video-16 ( SriKrishna Uddhab Sangbad)

Sdílet
Vložit
  • čas přidán 9. 09. 2024

Komentáře • 251

  • @mahendradas6626
    @mahendradas6626 Před 9 měsíci +1

    শত সহস্ৰ কোটি প্ৰণাম হে কৃপালু বাপ বান্ধৱ

  • @user-iy4dy8ke9j
    @user-iy4dy8ke9j Před 8 měsíci

    কৃষ্ণৰ অমৃত বাণী সাৱলীল ব্যাখ্যা শুনিবলৈ সুযোগ পায় ধন্য হলো। প্ৰভূ জনক আন্তৰিক সেৱা আৰু ধন্যবাদ জ্ঞাপন কৰিলো। কৃষ্ণ কৃষ্ণ।

  • @biswajitdas986
    @biswajitdas986 Před 4 lety +5

    শ্ৰদ্ধাৰ বাপ,আপোনালৈ শত কৌটি প্ৰণাম, আপোনাৰ ভাগৱত পাঠ উপভোগ কৰি বহুত শান্তি পাইছোঁ, মই কুশলে আছোঁ, আপোনাৰো কুশল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। কৃষ্ণ।

  • @madhabidas6553
    @madhabidas6553 Před 2 lety

    কৃষ্ণ শঙকৰগুৰু মাধৱ সেৱা জনাইছো প্ৰভূ বহুত ভাল লাগিছে আপোনাৰ শ্ৰী মূখৰ অমৃত জ্ঞান শুনি ।

  • @manjurajkonwar2807
    @manjurajkonwar2807 Před 2 lety +2

    প্ৰভু ঈশ্বৰ প্ৰণাম । কৃষ্ণ কথা শুনা পৰম সুযোগ আপোনাৰ কৃপাত পালোঁ । প্ৰভু এনেকৈ কৃষ্ণ কথা শুনিবলৈ আপোনাক ভগবানে কোশলে ৰাখক প্ৰণাম ।🙏🙏

  • @jogeswarchoudhoury5707
    @jogeswarchoudhoury5707 Před 2 lety +1

    কৃষ্ণ জয় গুৰু শঙ্কৰ আপোনাৰ শৰনত শতকৌতি বাৰ শেৱা নিবেদিছো কৃষ্ণ 🙏

  • @JintimaniDas-gl1cl
    @JintimaniDas-gl1cl Před 3 měsíci +1

    কৃষ্ণ প্ৰভু আপোনাৰ শৰণত শতকৌতি বাৰ শেবা বিচাৰিছো কৃষ্ণ

  • @jishmikonwar6032
    @jishmikonwar6032 Před rokem

    কৃষ্ণ প্ৰভূ আমাৰ সেৱা গ্ৰহন কৰিৱ কৃষ্ণ।

  • @dipanjalibailung1180
    @dipanjalibailung1180 Před 4 lety +4

    কৃষ্ণ প্ৰভু আপোনাৰ এই অমৃত বানী শুনি ধন্য হৈছো

  • @khirodagogoi625
    @khirodagogoi625 Před 4 lety +6

    কৃষ্ণ প্ৰভূ
    আপোনাৰ " ভাগৱত কথা "
    শুনিবলৈ পায় নিজকে ধন্য
    মানিছো । ভগৱানে যেন
    আপোনাক সদায়ে কশলে
    ৰাখক ।

    • @robingogoi5983
      @robingogoi5983 Před 4 lety +1

      হে বাপজনা,অধমৰ প্ৰণিপাত গ্ৰহণ কৰিব ।
      পৃথিৱীৰ নৰমনিষৰ এই দুৰ্দিনৰ সময়ত অৰ্থাৎ যি সময়ত পৃতিয়ে পৰিয়ালক , পুত্ৰই মাক দেউতাকক,সহোদৰে সহোদৰক, বন্ধুয়ে,বন্ধুক হত্যা কৰিব পাৰে ,তেনে সময়তে আপুনি ভগৱন্তৰ অমৃতৰস পান কৰাই যি উপকাৰ সাধন কৰিছে তাৰ ধাৰ কেনেকৈ সুজিম । তাতে আকৌ "ধৰ্মকো জানোহো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মতো নৃবিত্তি নহয়"মোৰ মন। কৃপা কৰা বাপজনা সেৱাহে জনালোঁ। জয় গুৰু শঙ্কৰ ।

  • @mrinmoyofficial2684
    @mrinmoyofficial2684 Před 3 lety +15

    ভাগৱত সুনি ভাল পোৱা সকলে Like কৰক
    👇

  • @bivadhekial50
    @bivadhekial50 Před rokem

    Krishna Krishna bap bhoktir sewa jonalu Krishna bap bhakhaya bhagiye Kritartha korile Krishna.

  • @renumedhi8501
    @renumedhi8501 Před 3 lety +1

    আপ্লুত হলো প্ৰভু জন,, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ কৃষ্ণ কৃষ্ণ

  • @jichukonwar1307
    @jichukonwar1307 Před 4 lety +5

    কৃষ্ণ বাপ আমি কৃষ্ণকথামৃত পাণ কৰি অবিৰত ভাবে ধন্য হৈছো ।শ্ৰৱনৰ আনন্দই সুকিয়া । ৰাজবাটেগৈ থকা গজৰাজে যেনেকৈ কুকুৰে ভূকিলে কেৰেপ নকৰে তেনেদৰে বাপ আগুৱাই যক ।আমালোক ভাগৱত প্ৰেমি সকল আগ্ৰহেৰে ৰৈ থাকো পৰৰ্বতি খণ্ড শৱণৰ মানহেৰে ।
    কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম
    দাসৰু দাস তান দাস

  • @rabindranathdas8301
    @rabindranathdas8301 Před 3 lety +1

    আপুনি দিনক দিন সুন্দৰ সুঠাম পুৰুষ হওঁক যিহেতু আপোনাৰ শ্ৰীমুখাৰবিন্দৰে ভাগৱতৰ অমৃত কথা শুনালে ৷ৰাম কৃষ্ণ ৷৷

  • @subhrajithazarika4705
    @subhrajithazarika4705 Před 2 lety +2

    কৃষ্ণ বাপ জনা।আপুনাৰ ভাগৱত পাঠ শুনি আমি ভাল পাও

  • @guneswarpadiguneswarpadi8995

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা আপোনালৈ ধন্যবাদ গ্যাপন কৰিছো

  • @deepulthakuriya2168
    @deepulthakuriya2168 Před 3 lety

    KRISHNA KRISHNA PRABHU AAPONAK PRANAM JANALO BHAGABANTAI AAPONAK KUSHALE RAKHAK SADAY KRISHNA

  • @arunpachoni1993
    @arunpachoni1993 Před 4 lety +3

    হে কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত কোটি কোটি প্ৰণাম 🙏🙏🙏

  • @lavanyadas3074
    @lavanyadas3074 Před 4 lety +8

    বাপ কৃষ্ণ সেৱা জনালো।

  • @mayasaikia2811
    @mayasaikia2811 Před rokem

    অতি সুন্দৰ হৈছে কৃষ্ণ ।

  • @lohitdas8326
    @lohitdas8326 Před 4 lety +7

    সু প্ৰভাত, বাপ ঈশ্বৰ নমস্কাৰ জনাইছু। আজিও আপোনাৰ ভাগৱত পাঠ বাখ্যা শুনি মই বহুত ধন্য হৈছো।

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 Před 8 měsíci

    Krishna Krishna Krishna prabhudev parnam to you.

  • @nirmaltalukdar4562
    @nirmaltalukdar4562 Před 4 lety +2

    আপোনাৰ নামটোহে শুনিবলৈ পাইছিলো। আজি আপোনাৰ কন্ঠত ভাগৱত বাখ্যা শুনি নিজকে ধন্য মানিলো। আপোনালৈ সশ্ৰদ্ধ প্ৰণাম যাচিলো...

  • @lilakalita6705
    @lilakalita6705 Před 4 lety +3

    কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱত পাঠ ভাগে দগ্ধ অন্তৰ ত কৰবাত যেন অকনমান জীপাল কৰিছে । কুশল কামনাৰে ।

  • @kanakdeka512
    @kanakdeka512 Před 3 lety +1

    প্ৰভু আপোনাৰ ব্যাখ্যা অতি সুন্দৰ আৰু আপোনাৰ মতামত খুব ভাল লাগিছে৷ আপুনি আপোনাৰ কৰ্ম সম্পাদন কৰি যাওক৷

  • @jayantakashyap6697
    @jayantakashyap6697 Před 4 lety +4

    কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।জয় শ্ৰী কৃষ্ণ🙏

  • @rulennath7538
    @rulennath7538 Před 4 lety +3

    বান্ধব কৃষ্ণ । জয় গুৰু শ্ৰীমন্ত শঙ্কৰ । পাঠক বাপ , সেৱা ধৰিলো ।

  • @rupadutta9005
    @rupadutta9005 Před 2 lety

    কৃষ্ণ কৃষ্ণ প্রভুজন

  • @rudragogoi9541
    @rudragogoi9541 Před 3 lety +5

    Krishna,Hon'ble Riju Pathak ,I like your Bhagwat Path and describeable your meaningfull words be continue.

  • @dipakkalita9267
    @dipakkalita9267 Před rokem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 🙏

  • @alakeshmedhi165
    @alakeshmedhi165 Před 4 lety +9

    Krishna Bap we are very very satisfied by hearing your melodious Bhagawat path.

  • @gitalineog930
    @gitalineog930 Před rokem

    Krishna pranam Prabhu 🙏🙏🙏

  • @tikenchandrakalita4928
    @tikenchandrakalita4928 Před 2 lety +2

    Prabhu Krishna Katha through this medium has enabled me to stand as a man after my wife's demised in 2013 till then iam listening bhagawat katha through the local Pathak now ur channel has provided us a noble way to listen prabhu katha namaste

  • @AnjaliDas-zy1wb
    @AnjaliDas-zy1wb Před dnem

    Krishna Krishna 🙏 🙏

  • @bhaktirabha9649
    @bhaktirabha9649 Před 3 lety

    জয় গুৰু শংকৰ আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা শুনিবলৈ পাই ধন্য হৈছো কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @bulbulisarma8578
    @bulbulisarma8578 Před 3 lety

    🙏🙏ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏 কৃষ্ণায় নমো নমঃ 🙏🙏

    • @panchanandevagoswami6488
      @panchanandevagoswami6488 Před 3 lety

      আপ্লুত হৈছো। ধন্যবাদ।নাহি নাহি নাহি--- নাই পোৱা। নাই নাই নাই বুলিহে পাও। চাবচোন কথাটো। শ্ৰদ্ধা জনাইছো ।

    • @bulbulisarma8578
      @bulbulisarma8578 Před 3 lety

      🙏🙏 কৃষ্ণ কৃষ্ণ

  • @khagensharma5729
    @khagensharma5729 Před 3 lety

    Krishna krishna Apunak shordha jasisu apunar bakhaya shuni nijoke dhoino manisu aru punor omrit moi bani shuniboloi opekha korilu

  • @bhupendas1971
    @bhupendas1971 Před 4 lety +1

    কৃষ্ণ বাপ,
    প্ৰনাম জনালোঁ | ভাগৱতৰ কৃষ্ণ কথা শ্ৰৱণ কৰি অভিভূত হ'লো বাপ |ধন্যবাদ | কৃষ্ণ ---

  • @nilimachoudhury5019
    @nilimachoudhury5019 Před 2 lety

    কৃষ্ণ কৃষ্ণ । হে বাপ , ভাগৱত পাঠ শুনি বহুত ভাল লাগিল ।🙏🙏🙏

  • @dimbeswaripatardeka2793

    🙏 krishna oum santi santi santi🙏🙏

  • @bantideka823
    @bantideka823 Před 4 lety +3

    কৃষ্ণ বাপ সেৱা ল'ব | আপোনাৰ বাখ্যা সচাকৈ সুমধুৰ |

  • @prasantakumarnath9469
    @prasantakumarnath9469 Před 2 lety

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ ৰসাল গুৰু জনা আপোনাৰ ৰসময় কৃষ্ণৰ গুনময় ভিদেও বোৰে অন্তৰ দুখ- ভাগৰ সকলো দুৰ কৰি কৃষ্ণ কৃষ্ণ

  • @mantumedhi9477
    @mantumedhi9477 Před 4 lety +3

    বহুত শান্তি লভিলো কৃষ্ণ ৷৷৷

  • @krishnatamang7248
    @krishnatamang7248 Před 4 lety +2

    কৃষ্ণ। বাপ সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাৰ ব্যাখ্যা শ্রৱণ কৰি আপ্লুত হৈছো। এই দৰেই ঈশ্বৰ ভগৱন্তই আপোনাক কুশলে ৰাখক তাৰে কামনা কৰিছোঁ। কৃষ্ণ জয় গুৰু শঙ্কৰ 🙏🙏 কৃষ্ণ কৃষ্ণ 🙏🙏

  • @lalitgogoi4235
    @lalitgogoi4235 Před 4 lety +12

    শ্ৰদ্ধাৰ পাঠক বাপজনা আপোনাৰ শুমধুৰ কণ্ঠৰ যি ভাগৱতৰ অমিত ময় বাণি শ্ৰৱন কৰিবলৈ পাই নিজকে ধন্য মানিছো ।।

    • @bimalbordoloi4803
      @bimalbordoloi4803 Před 4 lety +1

      Pathok Bap,how sweetyour Bhagowatpath,Ican not explain ,very sweet your tune.Today I am weeping hearing your Bhagowat Path.Go forward Bapjana,Iamblessing you.JayGuruSankar.

    • @bipindeka3803
      @bipindeka3803 Před 2 lety

      Bìì

  • @andrewbikashsaharia9626
    @andrewbikashsaharia9626 Před 4 lety +4

    কৃষ্ণ বাপ আপুনাৰ কণ্ঠত ভগবান বিৰাজমান হৈ আছে।। বহুত ভাল লাগে আপুনাৰ ভাগৱত পাঠ শুনি

  • @moheswardas5239
    @moheswardas5239 Před 4 lety +1

    Apunak antorik sewa jonaisu Apuni param mahanta he bap Apuni gurur alanta sewak aru boisnab

  • @mangalsinghray1780
    @mangalsinghray1780 Před 2 lety

    Bab krishna krishna bagbat soni man bohut val lagisey bab gossai gaon nam ghar Vader manth keman din paleb lagay bab krishna krishna

  • @dipaliray5259
    @dipaliray5259 Před 4 lety +4

    🙏🙏জয় গুৰু শংকৰ 🙏🙏

  • @kuhideka
    @kuhideka Před rokem

    কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @moheswardas5239
    @moheswardas5239 Před 4 lety +2

    Krisna Krishna bull mura choli jauka pran kun bondhu habo pare krishnar soman

  • @nibeditasaikia3484
    @nibeditasaikia3484 Před 3 lety

    Apnar protitu vidio sai suni khub anondito hou...🙏🙏🙏🙏🙏 Vgbne apnk kusole rakhok

  • @sewalidas4114
    @sewalidas4114 Před 2 lety

    Sradhar aapunar saranat xohosro pranam janalu.🙏🙏🙏

  • @rajubaruah6140
    @rajubaruah6140 Před 2 lety +4

    প্ৰভু আপোনাৰ কন্ঠৰ মহাভাগৱতে আমাক ধন্য কৰিছে।আপোনাৰ দীঘায়ু কামনা কৰিলো।

  • @jibanchakraborty8799
    @jibanchakraborty8799 Před 3 lety +1

    প্রথমে নমষ্কার গ্রহণ করবেন, আপনার ভাবত পাঠ আমার কাছে খুব ভালো লেগেছে , এবং মুগ্ধ করেছে,

  • @priyakheebora25
    @priyakheebora25 Před 2 lety +1

    Krishna 🙏

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 Před 3 lety +1

    ক়্ষ্ণ ক়্ষ্ণ বাপজনা সেৱাভাগি জনালোঁ ! আপোনাৰ কণ্ঠত ভাগৱত পাঠ আৰু বাখ্যা শ্ৰৱন কৰি আমি বিমোহিত হলোঁ 🙏🙏🙏

  • @birendrakumarnath2306
    @birendrakumarnath2306 Před 2 lety

    Prabhu Iswar Mur sewa grahan karib

  • @bharatboruah5981
    @bharatboruah5981 Před 4 lety +2

    কৃষ্ণ-বাপজনা, আপোনাৰ ভগৱত সেৱাৰদ্বাৰা প্ৰেৰণকৰা Video বিলাক শ্ৰৱণ কৰি, সপোনতো ভাগৱতৰ অনুস্থান দেখা পাইছো | ই আপোনাৰ আৰু বাসুদেৱৰ কৃপা | সেৱা আগবঢ়াই যাওক বাপজনা | বাসুদেৱ |

  • @UrbashiGogoikonwar-yf4ex

    Krishna prabhu 🙏🙏🙏

  • @manashidevi9262
    @manashidevi9262 Před 2 lety

    Joi guru Sankar 🙏🙏🙏

  • @binadeka9674
    @binadeka9674 Před 3 lety +1

    Krishna Krishna bap .

  • @ganeshkoch561
    @ganeshkoch561 Před 2 lety +1

    Krishna'ram 🙏🙏🙏 bappp xhewa jonalu bapp Ram Ram Ram 🙏🙏

  • @manashvlogs967
    @manashvlogs967 Před 3 lety +1

    Moja lagisa Mr hidoy sui goysa KRISHNA 🙏 bap.

  • @tutumonidas8999
    @tutumonidas8999 Před 2 lety

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @manjulanath2645
    @manjulanath2645 Před 4 lety +4

    বাপ ,কৃষ্ণ ভি,দি,অ , টি পালো ভাল লাগিল ।মাধৱ ,শুভৰাত্ৰি ।

  • @barbiesaikia7081
    @barbiesaikia7081 Před 4 lety +2

    Krisna bap jon gd morning 🙏🙏🙏🙏🙏

  • @diwangshukakoty8478
    @diwangshukakoty8478 Před 4 lety

    ভক্তি পূৰ্ণ ভাবে সেৱা জনাই কৃতজ্ঞতা জ্ঞাপন কৰিছো । আপোনাৰ ভাগৱত বাখ্যাই আমাক ঈশ্বৰ দৰ্শন কৰাইছে । আমি নিজে সাংসাৰিক কিছুমান সমস্যাত অশান্তি ভোগ কৰি থাকোঁ আৰু মই চিত্ৰ শিল্প সাধনাৰ পৰা আঁতৰি আহিছিলোঁ । এতিয়া চিত্ৰ আঁকি থাকোতে আপোনাৰ ভাগৱত বাখ্যা শুনি মনোবল বহুত বাঢ়িছে ;তত্ত্ব কথা খিনিয়ে বহুত জ্ঞান দিছে । পুনৰ সেৱা জনালোঁ ।
    জিতেন কাকতি, মেলাচকৰ, শিৱসাগৰ ।

  • @daisyrabha2343
    @daisyrabha2343 Před 4 lety +2

    Krishna krishna bap krishna

  • @munindragogoi2586
    @munindragogoi2586 Před 4 lety +1

    প্ৰণাম জনাইছো । আমাৰ সেৱা যাচিলোঁ ।ভাগৱত সমুদ্ৰৰ অমৃত কথাৰ পৰমাথ" দানকৰি ,আপোনি মহা সৌভাগ্য শালী হিচাপে পৰিগণিত হৈছে ।আগবাঢ়ি যাঁওক ।প্ৰভুজনাৰ অণুগামী হৈ আছো ।
    পাপীৰ নিন্দাত নিদিব কাণ । ।ধন্যবাদ ।

  • @milanjyotimahanta3978
    @milanjyotimahanta3978 Před 4 lety +3

    বাপ আপোনাৰ ভাগৱত শুনি মোৰ নিজকে বহু ভাগ্যবান যেনে লাগিছে।

  • @mahadevsutradhar2923
    @mahadevsutradhar2923 Před 2 lety

    Krshna krishna krishna

  • @sewalidas3864
    @sewalidas3864 Před 3 lety

    কৃষ্ণ প্ৰভু

  • @nareswarbarman6763
    @nareswarbarman6763 Před 2 lety

    Ram ram ram pranam bap.

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @parthapratimborah3018
    @parthapratimborah3018 Před 4 lety

    হে প্ৰভু এই অধমক দয়া কৰা। কৃষ্ণ কৃষ্ণ।

  • @user-pi1cj1li3j
    @user-pi1cj1li3j Před 2 měsíci

    Krishna krishna krishna

  • @banigayan4963
    @banigayan4963 Před 2 lety

    Krishna Krishna 🙏🙏🙏

  • @Alakesh-Duke
    @Alakesh-Duke Před 3 lety +2

    👏 hare Krishna ❤

  • @sumudas6715
    @sumudas6715 Před 2 lety

    kisna kisna🙏🙏🙏

  • @binaborah8218
    @binaborah8218 Před 9 měsíci

    Krishna probhu 🙏

  • @juribaishyabaishya4480

    Krishna Krishna Bap.

  • @abhijitborah1953
    @abhijitborah1953 Před 4 lety +2

    Krishna provu bapjn

  • @pranjoyhazarika67
    @pranjoyhazarika67 Před 4 lety +1

    Krishna krishna. Ram ram

  • @sanjeebkonwar853
    @sanjeebkonwar853 Před 3 lety

    কৃষ্ণ কৃষ্ণ বাপ

  • @bhairabjyotidas613
    @bhairabjyotidas613 Před 4 lety +1

    ৰাম কৃষ্ণ হৰি

  • @gorimatalukdar8725
    @gorimatalukdar8725 Před 4 lety +2

    কৃষ্ণ, জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ-। আমাৰ ইয়াত আহিব লাগিব বাপ। আজিৰ পৰা ২ বছৰ মান আগৰ পৰাই আনিব বিছাৰি আছো। ঠিকানা পোৱা নাছিলো কৃষ্ণ ই কৃপা কৰিলে ভাল হয়। এতিয়া নম্বৰ পাইছো।
    কৃষ্ণ কৃষ্ণ....

  • @satyendranath6368
    @satyendranath6368 Před 2 lety

    Krishna Krishna

  • @nirurabha4896
    @nirurabha4896 Před 3 lety +1

    🙏 জয় গুৰু শঙ্কৰ 🙏

  • @nabajyotidas6117
    @nabajyotidas6117 Před 2 lety +1

    Bap.krishna

  • @dipalimalakar9659
    @dipalimalakar9659 Před 4 lety +1

    Bap Jana,
    Apunar khur, bhab Artha aru bhaganiye Sankar Madhav guru dojanak khyakhate dekha jen lage. Krishna

  • @swarnalatagogoi1604
    @swarnalatagogoi1604 Před rokem

    Krishna krishna

  • @dibyajyotibora8432
    @dibyajyotibora8432 Před 3 lety +1

    krishna you are really great baisnav

  • @manisankardasmanisankar1485

    একে গুৰুৰ শিষ্য কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ মাধৱ গুৰু বাপ

  • @giripathak8333
    @giripathak8333 Před 4 lety +1

    Krishna
    Jijane prashna karile murti Lai joa jatrar pisat jaba parine.
    Tekhete nijake prashna Kara usit
    Jaba parine noari

  • @dhaneswerdas3577
    @dhaneswerdas3577 Před 3 lety

    Hote krishno ram

  • @gitikakalita5413
    @gitikakalita5413 Před 2 lety

    Ram tam 🌸🙏🙏🙏🙏🌸

  • @subornaroy9303
    @subornaroy9303 Před 3 lety

    Prabhu hewa grahan kariba murhriday bhagawatar majat humaiche prabhu

  • @AnilDas-ku7kv
    @AnilDas-ku7kv Před 3 lety

    কৃষ্ণ বাপ বহুত সুন্দৰ বাখ্য °প্ৰনাম আপোনাক