Bhagwat Path. Riju Pathak. Video-17 ( Uddhab Krishna Sangbad)

Sdílet
Vložit
  • čas přidán 9. 09. 2024

Komentáře • 234

  • @madhabidas6553
    @madhabidas6553 Před 2 lety +1

    কৃষ্ণ শঙকৰগুৰু মাধৱ সতসহশ্ৰ প্ৰণিপাত নিবেদিছো আপোনাৰ শ্ৰীচৰণত । আৰু অশেষ ধন্যবাদ থাকিল আমাক এনে দূলভ জ্ঞানৰ পথ প্ৰদৰ্শক কৰা বাবে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 Před 3 lety +10

    কৃষ্ণ প্রভু ঈশ্বৰ ভাগৱতৰ অমৃতময় বাণী আপোনাৰ সুমধুৰ কণ্ঠত শুনি আমাৰ ভিতৰৰ মলিবোৰ যেন নাইকিয়া হৈছে তেনে অনুভূতিৰ সৃষ্টি হৈছে। ভগবানে আপোনাক তথা পৰিয়ালটোৰ মংগল কামনাৰে কৌটি কৌটি প্রণিপাত জনাইছো কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @japanidas6859
    @japanidas6859 Před 2 lety +2

    কৃষ্ণ ৰাম নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ ৰাম ৰাম ৰাম

  • @achyutsaikia4312
    @achyutsaikia4312 Před 4 lety +6

    কৃষ্ণ কৃষ্ণ বাপ,সেৱাহে, জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ, কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @nilimadas1784
    @nilimadas1784 Před rokem +1

    বাপ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব । বহুত ভাল লাগিল । কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @rupasaikia7513
    @rupasaikia7513 Před 3 lety +4

    বৰ সুন্দৰ ব্যাখ্যা মন প্ৰৱিত্ৰ হৈ গৈছে। আপোনালৈ প্ৰণাম।🙏🙏🙏

  • @modhusmitadas9137
    @modhusmitadas9137 Před 3 lety +2

    কৃষ্ণ শঙকৰগুৰু মাধৱ , ভক্তিৰে সেৱা নিবেদিলো ।

  • @ranjitadas1395
    @ranjitadas1395 Před 4 lety +10

    সদায় এনেকৈ হৰিভকতি শুনিব পাৰোঁ এইয়ে আশা, ভগৱান পৰমবৃৃৃৃহমই মঙ্গল কৰক।

  • @priyadoleypegu597
    @priyadoleypegu597 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤🕉🕉🕉🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ganeshkoch561
    @ganeshkoch561 Před 3 lety +2

    Krishna'ram Ram Ram pronam jonalu apunak 🙏🙏🙏 bap

  • @dipkalita8273
    @dipkalita8273 Před rokem

    আগতে কিবা ভাল কাম কৰিছিলো চাগে সেই বাবে আপুনি হেন মহা প্ৰভু বাপ জনাৰ শ্ৰীশৰন প্ৰাপ্ত হ'ল কৃষ্ণ কৃষ্ণ কৃষ্ণ হে মহা প্ৰভু বাপজনা আপোনাৰ শ্ৰীমুখে ভাগৱত বাখ্যা শুনি বহুতো আনন্দিত হৈছো আৰু জ্ঞান লভিছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bontiborah5014
    @bontiborah5014 Před 4 lety +10

    কৃষ্ণ কৃষ্ণ প্ৰভু জন,আপুনি আমাৰ বাবে ভগবান প্ৰেৰিত মহান পুৰুষ ,মোৰ অনুভৱ প্ৰভু। আপোনাক প্ৰণাম জনাবলৈ সর্বদা সুযোগ পাওঁ যেন।কৃষ্ণ ৰাম,কৃষ্ণ ৰাম

  • @kanchanbori2994
    @kanchanbori2994 Před 4 lety +6

    কৃষ্ণ বাপ আপোনাক যাতে সদায় ঈশ্বৰে কুশলে ৰাখক তাৰে আমাৰ কামনা ।জয় গুৰু শঙ্কৰ মাধৱ কৃষ্ণ

  • @kalpanamalia8867
    @kalpanamalia8867 Před 4 lety +6

    কৃষ্ণ কৃষ্ণ প্ৰভূ বৰ ভাল লাগিছে।আগলৈ শুনিব পাম।
    কৃষ্ণ পদ চিহ্ল ধজ ব্ৰজ যৱ অংকুশ পদ্ম চিন কেইতা বুজাই দীৱ

  • @user-iy4dy8ke9j
    @user-iy4dy8ke9j Před 8 měsíci

    ইমান সুন্দৰ ব্যাখ্যা। শুনি ধন্য হলো। বাপ প্ৰভূ জনক আন্তৰিক সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ।

  • @nabindeka3804
    @nabindeka3804 Před 4 lety +10

    কৃষ্ণ বাপ, আপোনাৰ ভাগৱত পাঠ ওঁ বাস্যা সছাকৈ অতি মনোগ্ৰাহী ।

  • @dilipgogoi-wq1cm
    @dilipgogoi-wq1cm Před rokem +1

    Bapgonআপোনাৰ কনথেৰে যিসুৰ নিগৰিছে সেই সুৰে আমাৰ চকু পানি
    নিগৰিছে।krishno krishno

  • @kanakbordaloikanakbordaloi4595

    কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ ভাগৱত পাঠ শুনী বহুত শুখী হৈছো !

  • @anishkalita3693
    @anishkalita3693 Před 3 lety +2

    Krishno Baap🙏
    Aei video tut kuya bhogowot kotha khini bur moi mur hridoyor porai bissakh raakhu.

  • @rupamoni2043
    @rupamoni2043 Před 3 lety +3

    Krisna bap. Apuner bhagabat khuni mur atmai bohu khanti lovisa

  • @manjulabora8219
    @manjulabora8219 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ ভক্তি পূৰ্ণ সেৱা আগবঢ়ালো ।🙏🙏আ মি সবে বহুতো সন্তোষ পাই ছো 🙏🙏 কিবা মিলি গৈছে ।হদয়ত ভগৱানক প্ৰতি খোজ বা কথা তে লাভ কৰাইছে ❤️❤️❤️❤️🙏🙏🙏🙏 প্ৰভু ঈশ্বৰ‌ ভক্তি পূৰ্ণ শ্ৰদ্ধা জনালোঁ ❤️❤️❤️❤️।

  • @saratkalita98
    @saratkalita98 Před 2 lety +1

    কৃষ্ণ বাপ | বদৰিকাশ্ৰমৰ বৰ্ণনা শুনিলো | ভবিষ্যতে তালৈ গলে আমিও আপোনাৰ সংগী হব বিচাৰো | কৃষ্ণ |

  • @ramaborah3940
    @ramaborah3940 Před 3 lety +2

    কৃষ্ণ🙏🙏সেৱা জনালোঁ🙏🙏মাধৱ।।

  • @gitalineog6489
    @gitalineog6489 Před 2 lety +1

    Krishna Prabhu krishna 🙏🙏🙏 pranam Prabhu.

  • @pranatisaikia2424
    @pranatisaikia2424 Před 2 lety +1

    Prabhu ame bhut bhyegeor murat apuner sree mukha Bhagabanor amrit kotha hunibaloi paiesu Namosker

  • @sushiladevi2573
    @sushiladevi2573 Před 4 lety +6

    অপুনি এজন একান্ত ভক্ত l অপুনি সকলো বিশ্ববাসীৰ বাবে আশীৰ্বাদ কৰক যাতে পৃথিৱীত শান্তি বিৰাজ হয় l

  • @krishnatamang7248
    @krishnatamang7248 Před 4 lety +8

    কৃষ্ণ 🙏🙏 জয় গুৰু শঙ্কৰ 🙏🙏
    কৃষ্ণ বাপ অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। নিত্য কৃষ্ণ কথা শ্রৱণ কৰি আনন্দিত হৈছো। আপোনালৈ স শ্রদ্ধা সেৱাঁ জনালোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @himakshithakuriya6003
    @himakshithakuriya6003 Před 3 lety +4

    কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো আৰু আপোনাৰ দীৰ্ঘ জীৱন কামনা কৰিলো 🙏

  • @Nameless911-01
    @Nameless911-01 Před 4 lety +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত সুন্দৰকৈ বাখ্যা কৰা হৈছে।

  • @biradattadas9216
    @biradattadas9216 Před 4 lety +8

    বৰ সুন্দৰ আখ্যা, বৰ সুন্দৰ বাখ্যা।
    বাপ, জগন্নাথ পুরীৰ পরা হরিদ্বাৰ হৈ
    বদরিকা আশ্রম লৈ তীর্থযাত্রাত গলে
    মোকো লগত ললে বৰ আনন্দিত হম।।
    শেষত আপোনালোকৰ সঙ্গৰ আশালৈ
    ইতি অধম বীৰদত্ত কুমাৰ দাস।।

  • @puspagogoi6739
    @puspagogoi6739 Před 2 lety +2

    কৃষ্ণ প্ৰভু প্ৰণাম।

  • @prasantakumarnath9469
    @prasantakumarnath9469 Před 2 lety +1

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ হে কৃষ্ণৰ গুণৰ ৰসাল গুৰু জনা কোটি কোটি সেৱা জনালোঁ।

  • @girijadeka2283
    @girijadeka2283 Před rokem

    Bap xaya jonashu bhout val lagishe Ane path xoni monor xokolu dhukh pachori jow Krishna 🙏🙏🙏🙏

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 Před 3 lety +2

    ক়্ষ্ণ ক়্ষ্ণ প্ৰভুজনা সেৱাভাগি গ্ৰহণ কৰিব ! সুন্দৰ পদক্ষেপ..আপোনাৰ ভাগৱত বিমোচনে আমাৰ দৰে বহুলোকৰ মন নিমল হল বুলি অনুভব কৰো ! ক়্ষ্ণ..🙏🙏🙏

  • @bulbulisarma8578
    @bulbulisarma8578 Před 3 lety +2

    🙏🙏ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏 কৃষ্ণায় নমো নমঃ 🙏🙏

  • @moonthakuria8969
    @moonthakuria8969 Před rokem +1

    আপোনাৰ ভাগৱত কথা শুনি আপ্লুত হলো প্ৰভু।

  • @dipakkalita9267
    @dipakkalita9267 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏

  • @manashidevi9262
    @manashidevi9262 Před 2 lety +2

    Joi guru Sankar 🙏🙏🙏

  • @mangalsinghray1780
    @mangalsinghray1780 Před 2 lety +1

    Gossai gaon nam ghar aponak koti koti saya janalo bab krishna krishna bab ame nam posango kori thko amar Robin Pathak bapeynam parsogo kori thako bab krishna krishna

  • @sukanyalahkar8737
    @sukanyalahkar8737 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏

  • @subornaroy9303
    @subornaroy9303 Před 3 lety +1

    Prabhu iswar hewa janalu krishna krishna

  • @guneswarpadiguneswarpadi8995

    কৃষ্ণ বাপ ঈশ্বৰ আপুনি আমাৰ অমূল্য গুৰু ৰূপেই আমাক ভগৱন্তৰ নাম দান কৰি পৰম কৃপা কৰি আছে আৰু আগলৈ আপোনাৰ শ্ৰী মুখে ভাগৱতৰ ৰস অমৃত পান কৰিবলৈ পাম বুলি আশা কৰিছো লগতে আপোনাৰ দিৰ্গায়ু কামনা কৰিলো কৃষ্ণ কৃপা কৰা

  • @sanjibsaikia2450
    @sanjibsaikia2450 Před rokem +1

    প্ৰণাম প্ৰভু ঈশ্বৰ ,আপোনাক ভগৱানে কুশলে ৰাখক,আমাক এইদৰে ভাগৱত জ্ঞান প্ৰদান কৰিবৰ বাবে |🙏🙏🙏

  • @pankajboruah3673
    @pankajboruah3673 Před 4 lety +2

    কৃষ্ণ কৃষ্ণ প্রভুজন পুৱাৰ সেৱা জনালো কৃষ্ণ কৃষ্ণ

  • @ilamonigogoi9832
    @ilamonigogoi9832 Před 4 lety +4

    কৃষ্ণ বাপ বহু বহু ধন্যবাদ। জয় গুৰু শংকৰ, কৃষ্ণ।

  • @digontaborah7874
    @digontaborah7874 Před rokem +1

    কৃষ্ণ বাপ সুন্দৰ হৈছে।

  • @champabharalibora9163
    @champabharalibora9163 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ ৰাম

  • @durjyabora924
    @durjyabora924 Před 2 lety +2

    আপোনাৰ কথা বোৰ ইমান ভাল লাগে ।মুৰ বাবে আপোনিয়ে ভগবান আপোনাক এবাৰ লগ পোৱা হলে ভাল আছিল

  • @shyammahanta7317
    @shyammahanta7317 Před 4 lety +6

    কৃষ্ণ | অতি সুন্দৰ ব্যাখ্যা |🙏🙏🙏🙏

  • @pabansahariah1668
    @pabansahariah1668 Před 3 lety +2

    সুন্দৰ ব্যাখ্যা কৃষ্ণ ৰাম । সেৱা জনালোঁ।

  • @binaborah8218
    @binaborah8218 Před 11 měsíci

    Krishna probhu apuner bhagobwat baikhya huni moi bohut dhoinya hoisu।

  • @amritsaharia483
    @amritsaharia483 Před 3 lety +2

    আপোনাৰ ভাগৱত পাঠ শুনি সুখী আৰু আনন্দ পাইছো ।

  • @subornaroy9303
    @subornaroy9303 Před 3 lety +2

    Prabhu jankutikutinamaskar grsha n kariba prabhu

  • @elimonidas3557
    @elimonidas3557 Před 3 lety +2

    Krishna Krishna Bap pranam

  • @manjulabora8219
    @manjulabora8219 Před 3 lety +2

    জীৱন ধণ্য হৈছে 🙏🙏

  • @nirmalihazarika8855
    @nirmalihazarika8855 Před 4 lety +2

    Apunar Bhagawat path xuni moi bohut upakrita hoixu...Ishware apunar mangal korok...

  • @hunuhunu4645
    @hunuhunu4645 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @minakshideka1470
    @minakshideka1470 Před 2 lety +1

    Krishna krishna ram ram 🙏🙏🙏🙏🙏🙏🙏

  • @suramadeka3593
    @suramadeka3593 Před 2 lety +2

    He prabhu aponar sumadhur bani suni applut halu

  • @dipakborah1152
    @dipakborah1152 Před 3 lety +2

    🙏🌺Hori Krishna❤Hori Ram🌺🙏

  • @nareswarbarman6763
    @nareswarbarman6763 Před 2 lety +1

    Ram ram ram pranam bap.....💌

  • @bhupendas1971
    @bhupendas1971 Před 4 lety +8

    কৃষ্ণ বাপ,
    সুন্দৰ বিশ্লেষণ কৰিলে |আপোনাৰ চৰণত শত কৌটি প্ৰণাম জনালোঁ |
    কৃষ্ণ.......

  • @manjurajkonwar2807
    @manjurajkonwar2807 Před 2 lety +1

    কৃপাময় প্ৰভু ঈশ্বৰ প্ৰণাম ।

  • @rubulbarman7396
    @rubulbarman7396 Před 3 lety +2

    Aponar saranat sewa janaisju🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @monoranjankalita4862
    @monoranjankalita4862 Před 3 lety +2

    ধুনীয়া ৰিজু দা

  • @Jk70000
    @Jk70000 Před 4 lety +6

    ।।কৃষ্ণ শংকৰ গুৰু।।🙏🙏🙏🙏

  • @bulbulisarma8578
    @bulbulisarma8578 Před 3 lety +2

    🙏🙏 কৃষ্ণ কৃষ্ণ

  • @barbiesaikia7081
    @barbiesaikia7081 Před 4 lety +4

    কৃষ্ণ বাপ জন বৰ সুন্দৰ ।সু প্ৰভাত 🙏🙏🙏প্ৰতি দিনেই কৃষ্ণ কথা শ্ৰৱণ কৰাৰ সুযোগ লাভ কৰাৰ বাবেআপোনাৰক শতকোঢি প্ৰণিপাত জনালোঁ । বাপ কৃষ্ণ ই আপোনাক সদা সবদা কুশলে ৰাখক 🙏কৃষ্ণ

  • @sewalidas4114
    @sewalidas4114 Před 2 lety +1

    Pranam baap ishwar 🙏🙏🙏🙏🙏🙏🙏

  • @dharanibora7219
    @dharanibora7219 Před 3 lety +2

    Bahut bhal lagisa apunar ana bhagabat path

  • @jitendranathsaikia9341
    @jitendranathsaikia9341 Před 3 lety +4

    Excellent explenation Bap

  • @gunamaidevi4570
    @gunamaidevi4570 Před 2 lety +2

    Krishna Krishna 🙏🏿🙏🏿

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 Před 8 měsíci

    Krishna Krishna Krishna prabhudev pronam to you.

  • @sabitamedhi9370
    @sabitamedhi9370 Před 3 lety +3

    🙏🙏🙏

  • @himanibanikya8168
    @himanibanikya8168 Před rokem +1

    বাপ krishna বহুত শান্তি পালো

  • @tarunboruah7568
    @tarunboruah7568 Před 3 lety +4

    সেৱা জনাইছো প্রভু

  • @bhairabjyotidas613
    @bhairabjyotidas613 Před 4 lety +4

    ৰাম কৃষ্ণ হৰি

  • @ranjudutta7109
    @ranjudutta7109 Před 3 lety +1

    Krishno Krishno Krishno

  • @satarupahazarika7983
    @satarupahazarika7983 Před 2 lety +1

    Krishan krishan krishan

  • @lilakalita6705
    @lilakalita6705 Před 4 lety +6

    কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱত ভাগে পৰম সন্তোষ দিছে অন্তৰ ত । সদায় মঙ্গল কামনা কৰিলো ।

  • @alakeshmedhi165
    @alakeshmedhi165 Před 4 lety +4

    Bap we are very very happy by hearing your Bhagawat path.

  • @sukanyalahkar8737
    @sukanyalahkar8737 Před 3 lety +2

    কৃষ্ণ বাপ 🙏🙏

  • @satyanathmalakar2393
    @satyanathmalakar2393 Před 4 lety +4

    কৃষ্ণ বাপ,
    আপোনাৰ ভাগৱত বাখ্যাই আমাৰ নিচিনা অভাজন বিলাকক ঈশ্বৰ কৃষ্ণৰ ওচৰলৈ লৈ যোৱা যেন লাগে। হে বাপ সদায় যেন আপোনি আমাক কৃষ্ণ কথা শুনাই আমাৰ মনৰ মল বিলাক দূৰ কৰে।
    কৃষ্ণ।

  • @rinakutumpegu1427
    @rinakutumpegu1427 Před rokem +1

    🙏 Krishna Krishna Krishna.

  • @kamalpayeng4938
    @kamalpayeng4938 Před 2 lety +1

    Jai shri krisha very big great prabhu

  • @prasantakumarnath9469
    @prasantakumarnath9469 Před 3 lety +1

    Krishna Krishna bap jon

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏

  • @sanjeebkonwar853
    @sanjeebkonwar853 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @nirmaladas8983
    @nirmaladas8983 Před 3 lety +2

    Nirmala Das
    Ram Krisno

  • @aadya2910
    @aadya2910 Před 3 lety +2

    Joyo Ram joyo Krishna

  • @munindragogoi2586
    @munindragogoi2586 Před 4 lety +4

    বাপ সেবা ভাগ যাছিছো । আপোনাক সদায যেন পাওঁ ।ধন্যবাদ ।

  • @mridulasonowal7096
    @mridulasonowal7096 Před 3 lety +2

    Krishna 🙏🙏

  • @ab4fxff755
    @ab4fxff755 Před 4 lety +2

    He dayamoi apuni amak xadaye enedare Amrit banire upakrita Kari jaba pranam prabhu

  • @golapidas565
    @golapidas565 Před 3 lety +2

    Krishna krishna

  • @binadeka9674
    @binadeka9674 Před 3 lety +1

    Krishna Krishna bap .

  • @pratibhabezbaruah2468
    @pratibhabezbaruah2468 Před 4 lety +2

    কৃষ্ণ বাপ বদৰিকা আশ্রমলৈ গলে আমাকো জনাব সেৱা ধৰিলো কৃষ্ণ

  • @tarulatatalukdar5118
    @tarulatatalukdar5118 Před 2 lety +1

    কৃষ্ণ বাপ সেৱা লৱ।

  • @rupadutta9005
    @rupadutta9005 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ👏👏

  • @sabitriboruah4411
    @sabitriboruah4411 Před 3 lety +2

    কৃষ্ণ।

  • @utshavtalukdar8156
    @utshavtalukdar8156 Před 3 lety +2

    🙏🙏🙏🙏🙏🙏🙏🙏