NE TIME 24
NE TIME 24
  • 7 976
  • 2 454 652
ঢকুৱাখানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ঢকুৱাখনাত ব্ৰহ্মপুত্ৰ নদীৰ গৰা খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঢকুৱাখনাত ব্ৰহ্মপুত্ৰ নদীৰ গৰা খহনীয়া পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱকুমাৰ দলেৰ সৈতে ঢকুৱাখনাৰ বাঘচুক- মাতমৰা ত নতুনকৈ নিৰ্মান কৰা লেণ্ড স্পাৰৰ অঞ্চলত সৃষ্টি হোৱা খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি উন্নত আঁচনিৰ জৰিয়তে ৰূপায়ণ কৰিব বুলি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।
ঢকুৱাখনাৰ পৰা ত্ৰিলোচন পেৰমেৰ ৰিপোৰ্ট
zhlédnutí: 25

Video

তেজপুৰত বনৰীয়া হাতীৰ আক্ৰমনৰ পৰা কথমপি প্ৰাণ ৰক্ষা ১০বছৰীয়া নাবালিকাৰ
zhlédnutí 51Před 14 dny
তেজপুৰত বনৰীয়া হাতীৰ আক্ৰমনৰ পৰা কথমপি প্ৰাণ ৰক্ষা ১০বছৰীয়া নাবালিকাৰ
what a surprise
zhlédnutí 1KPřed 14 dny
what a surprise
উন্নয়নৰ বাবে ৰাইজে জীয়াতু ভুগিব লাগিব- গুৱাহাটীৰ সাংসদ বিজুলী কলিতা
zhlédnutí 453Před 14 dny
উন্নয়নৰ বাবে ৰাইজে জীয়াতু ভুগিব লাগিব- গুৱাহাটীৰ সাংসদ বিজুলী কলিতা
অহা ৬,৭,৮ আৰু ৯ জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত বাহাৰুল ইছলামৰ পৰিচালনাত নাট্য সন্ধিয়া
zhlédnutí 38Před 14 dny
⭐বাহাৰুল ইছলামৰ পৰিচালনাত দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নাট্য সন্ধিয়া ⭐অহা ৬,৭,৮ আৰু ৯ জুলাইত অনুষ্ঠিত হ'বলগীয়া নাট দুখন উপভোগ কৰিবলৈ book my show ৰ জৰিয়তে টিকত সংগ্ৰহ কৰিব পাৰিব বুলি জনাইছে বাহাৰুল ইছলামে ⭐উল্লেখ্য যে নাট খনিত বাহাৰুল ইছলামৰ "শৃগাল নাট্য গোষ্ঠী"ৰ কেইবা গৰাকী ছাত্ৰই কাৰীকৰী দিশত কাম কৰিবলৈ সুযোগ পাইছে। #Todaysnews #NSD #Shrigalnatyagosthi #culture #drama #delhidramalovers
ছহিদ তৰ্পণ।
zhlédnutí 12Před 14 dny
যোৱা ৪ জুলাই তাৰিখে অসমৰ ৰাজ্যভাষা আন্দোলনৰ তৃতীয় গৰাকী ছহিদ ৰঞ্জিৎ বৰপূজাৰীৰ স্মৰণত গুৱাহাটীৰ কটন কলেজৰ ১ নং ছাত্ৰাবাসৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।"অসমীয়া ভাষা -ছহিদ স্মৃতিৰক্ষা সমিতি" ৰ উদ্যোগত অনুষ্ঠিত হয় এই স্মৃতিচাৰণ অনুষ্ঠান।
👉বান শিৱিৰৰ ভাল লগা দৃশ্য!
zhlédnutí 9Před 14 dny
অ'ই বুলে অকলে স্কুললৈ যায়, আ'ই বুলে আখৰ লিখি বৰ ভাল পাই ।। বান শিৱিৰৰ মাজতে শিশু সকলৰ সৈতে ব্যস্ত অংগনবাদী কৰ্মী পলাশবাৰীৰ নহিৰা গুইমাৰা হাইস্কুলৰ বান শিৱিৰত বানাক্ৰান্ত পৰিয়ালৰ শিশু সকলৰ সৈতে গানৰ সুৰেৰে এনেদৰে ব্যস্ত অংগনবাদী কৰ্মী মায়া কলিতা আৰু মিনু কুমাৰী।
শোণিতপুৰ জিলাৰ আৰক্ষীৰ চাউনীত মচোৱা গোম সাপ উদ্ধাৰ কৰে সৰ্প বান্ধৱ সৌৰভ বৰকটকীয়ে
zhlédnutí 123Před 14 dny
শুক্ৰবাৰে শোণিতপুৰ জিলাৰ আৰক্ষীৰ চাউনীত এটা মচোৱা গোম সাপ আৱদ্ধ হৈ ৰোৱা দৃশ্য আৰক্ষীৰ জোৱান সকলে প্ৰত্যক্ষ কৰে। সাপটো উদ্ধাৰৰ বাবে আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই তেজপুৰৰ সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীলৈ ফোন কৰি খবৰ দিয়ে। খবৰৰ ভিত্তিত বৰকটকীয়ে গৈ সেই স্থানত উপস্থিত হৈ সাপটো মুকলি কৰি সুৰক্ষিত স্থানত এৰি দিয়ে।
পুনৰ অজগৰ সাপ উদ্ধাৰ কৰে সৰ্প বান্ধৱ সৌৰভ বৰকটকীয়ে। তেজপুৰত।
zhlédnutí 197Před 21 dnem
।। তেজপুৰত সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ দ্বাৰা অজগৰ উদ্ধাৰ ।। ।। তেজপুৰত সৰ্প সম্পৰ্কে ন ন তথ্য উলিয়াবলৈ সক্ষম হৈছে টীম সৰ্পবান্ধৱ।। এটা অজগৰ সাপে আজি বাম পৰ্বতীয়াৰ শইকীয়া চুবুৰীৰ উত্তম কেওঁটৰ ঘৰত হাঁহ মাৰি ভক্ষণ কৰি থকা অৱস্থাত দেখা যায়। কেইবাদিনো ধৰি শইকীয়া চুবুৰীৰ জনাঞ্চলত অজগৰটোৰ মুক্ত বিচৰণ দেখি আজি গৃহস্থই সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীলৈ ফোন কৰি খবৰ দিয়ে। সৌৰভ বৰকটকীয়ে পৰিৱেশ কৰ্মী তথা ছ...
নাৰেঙ্গী আৰ্মী কেনটনমেনটত নিতৌ বিচৰন কৰা হাতটোৰ দৃশ্য NE TIME 24 ৰ সাংবাদিকৰ কেমেৰাত বন্দী
zhlédnutí 61Před měsícem
👉গুৱাহাটীৰ নাৰেঙ্গী আৰ্মী কেনটনমেনটৰ ফিল্ডত কিছুদিন আগত এখন ব্যক্তিগত বাহন ফুটবল খেলা হাতীটোৰ কথা ৰাইজৰ মনত আছেনে?? 👉সেই হাতীটো নিতৌ কেনটনমেনটত ঘূৰি- ফুৰা সকলো সদাশয় ৰাইজে প্ৰত্যক্ষ কৰি আহিছে।আজিও তাৰ ব্যতিক্ৰম নহ'ল। 👉NE TIME 24 ৰ সাংবাদিকৰ কেমেৰাত বন্দী খাদ্যৰ সন্ধানত জন অৰন্যত নিতৌ বিচৰন কৰা হাতীটোৰ দৃশ্য। 👉কিন্তু দূৰ্ভাগ্যজনক কথাবন বিভাগ তথা অসম চৰকাৰৰ চকুত পৰা নাই এই দৃশ্য। #naturelovers #f...
বিষাক্ত সাপৰ দংশন কিমান ভয়ংকৰ হ'ব পাৰে!!
zhlédnutí 89Před měsícem
বিষাক্ত সাপৰ দংশন কিমান ভয়ংকৰ হ'ব পাৰে ! এমাহ-দুমাহ নহয়, আজি প্ৰায় এবছৰেই হ'ল। বিষাক্ত সাপৰ দংশনত এতিয়াও ভালকৈ আৰোগ্য হৈ উঠা নাই ইলিমা বেগম নামৰ এগৰাকী মহিলা। মহিলা গৰাকীৰ ঘৰ তেজপুৰৰ ডিপোটাত। ২০২৩ বৰ্ষৰ পুৱা ৯ মান বজাত মহিলাগৰাকীক ফেঁটী সাপে দংশন কৰিছিল। মহিলা গৰাকীক চিকিৎসাৰ বাবে মই তেজপুৰৰ ব্যাপ্তিষ্ট খ্রীষ্টান চিকিৎসায়লৈ লৈ গৈছিলো। চিকিৎসালয়ত গৈ পোৱাৰ লগে লগে তেওঁ প্ৰায় দুদিন ধৰি অচেত...
BIHU Main🥰
zhlédnutí 287Před 2 měsíci
BIHU Main🥰
Inauguration of free Health Check-up camp at Bagaritol Bohagi Utsav2024 Guwahati.
zhlédnutí 31Před 3 měsíci
Inauguration of free Health Check-up camp at Bagaritol Bohagi Utsav2024 Guwahati.
অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সঞ্জয় কুমাৰ দেৱৰ, মাৰ্ঘেৰিটা কাৰ্যালয়ত সংবাদ মেল
zhlédnutí 154Před 3 měsíci
অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সঞ্জয় কুমাৰ দেৱৰ, মাৰ্ঘেৰিটা কাৰ্যালয়ত সংবাদ মেল
নগাওঁ লোকসভা সমষ্টিত বিজেপি মিত্ৰজোটত জোকাৰনি
zhlédnutí 2,9KPřed 3 měsíci
নগাওঁ লোকসভা সমষ্টিত বিজেপি মিত্ৰজোটত জোকাৰনি
আম আদমী পাৰ্টি যুৱ শক্তি তিনিচুকীয়া জিলা সমিতিয়ে আজি এক সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে
zhlédnutí 57Před 3 měsíci
আম আদমী পাৰ্টি যুৱ শক্তি তিনিচুকীয়া জিলা সমিতিয়ে আজি এক সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে
আপুনিও ৰিফাইন তেল ব্যৱহাৰ কৰে নেকি?
zhlédnutí 91Před 3 měsíci
আপুনিও ৰিফাইন তেল ব্যৱহাৰ কৰে নেকি?
ৰূপহীহাটত আব্দুল হাই নামৰ এজন যুৱকক সুদৰ টকা ঘূৰাই নিদিয়াৰ বাবেই মাৰপিটৰ ঘটনা
zhlédnutí 213Před 3 měsíci
ৰূপহীহাটত আব্দুল হাই নামৰ এজন যুৱকক সুদৰ টকা ঘূৰাই নিদিয়াৰ বাবেই মাৰপিটৰ ঘটনা
সৰ্পবন্ধু প্ৰাণজিৎ ৰাজবংশীয়ে উদ্ধাৰ কৰিলে এডাল প্ৰকাণ্ড চকৰী ফেঁটী সাপ
zhlédnutí 189Před 3 měsíci
সৰ্পবন্ধু প্ৰাণজিৎ ৰাজবংশীয়ে উদ্ধাৰ কৰিলে এডাল প্ৰকাণ্ড চকৰী ফেঁটী সাপ
উকীলে কিয় বগা চাৰ্ট আৰু ক'লা কোট পিন্ধে?উকীলৰ পোছাকজোৰৰ আঁৰত কি আছে?
zhlédnutí 75Před 3 měsíci
উকীলে কিয় বগা চাৰ্ট আৰু ক'লা কোট পিন্ধে?উকীলৰ পোছাকজোৰৰ আঁৰত কি আছে?
মিনুল ইছলামৰ পিতৃ মুফতি খাইৰুল ইছলামৰ কৱৰ জিয়াৰত কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদূৎ বৰদলৈয়ে
zhlédnutí 61Před 3 měsíci
মিনুল ইছলামৰ পিতৃ মুফতি খাইৰুল ইছলামৰ কৱৰ জিয়াৰত কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদূৎ বৰদলৈয়ে
কিমান টকাৰ সম্পত্তিৰ মালিক ৰাহুল গান্ধী
zhlédnutí 2KPřed 3 měsíci
কিমান টকাৰ সম্পত্তিৰ মালিক ৰাহুল গান্ধী
হোজাইত বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ
zhlédnutí 88Před 3 měsíci
হোজাইত বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ
উৎকট গৰমে দহিব সমগ্ৰ ৰাজ্য
zhlédnutí 114Před 3 měsíci
উৎকট গৰমে দহিব সমগ্ৰ ৰাজ্য
শোণিতপুৰত এটা ফেঁটী সাপ উদ্ধাৰ কৰে সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে
zhlédnutí 646Před 3 měsíci
শোণিতপুৰত এটা ফেঁটী সাপ উদ্ধাৰ কৰে সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে
ড্ৰাগছৰ কবলত পৰি বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু
zhlédnutí 94Před 3 měsíci
ড্ৰাগছৰ কবলত পৰি বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু
উৰহীৰ আছে বহুকেইটা ঔষধি গুণ
zhlédnutí 54Před 3 měsíci
উৰহীৰ আছে বহুকেইটা ঔষধি গুণ
অসম জন মৰ্চাৰ প্ৰাৰ্থী অধিবক্তা ছাইফুল ইছলাম চৌধুৰীৰ মনোনয়ন দাখিল
zhlédnutí 46Před 3 měsíci
অসম জন মৰ্চাৰ প্ৰাৰ্থী অধিবক্তা ছাইফুল ইছলাম চৌধুৰীৰ মনোনয়ন দাখিল
অসমৰ ভিন্ন প্ৰান্তত "সৰ্পবান্ধৱ সৌৰভ বৰকটকী টিম"ৰ সৰ্প উদ্ধাৰ অভিযান
zhlédnutí 312Před 3 měsíci
অসমৰ ভিন্ন প্ৰান্তত "সৰ্পবান্ধৱ সৌৰভ বৰকটকী টিম"ৰ সৰ্প উদ্ধাৰ অভিযান

Komentáře

  • @ranjandatta1318
    @ranjandatta1318 Před 4 dny

    I love your songs

  • @babuadhikari1862
    @babuadhikari1862 Před 7 dny

    ❤❤❤🎉🎉🎉

  • @PrbinChutia
    @PrbinChutia Před 10 dny

    অসমীয়া আৰু আফ্ৰিকানৰ কি অপুৰ্ব, নান্দনিক সমাহাৰ।দেখি সঁচাই আপ্লুত হলো। আচলতে ভেদা ভেদৰ প্ৰাচীৰ খনতকৈ মানৱতা আৰু উদাৰতাহে আচল কথা। কৃষ্ণাঙ্গ আৰু চেতাঙ্গৰ তেজৰ বৰণ একেই ৰঙা। এনেকৈয়ে সকলো বিভেদ কামী শক্তিক নেওচি,জগত বাসীৰ সংস্কৃতিৰ বিকাশ সাধন হক,আদান প্ৰদান হক,এটিয়ে আনটিৰ হাতত ধৰা ধৰিকৈ,লগতে মানৱতাৰো জয় গান হক গোতেই বিশ্বতে। ধন্যবাদ।

  • @SuniyaPermeyAngurlataPermey

    Goud News

  • @Monjil-hi1rm
    @Monjil-hi1rm Před 17 dny

    Pisfalar garaki kun ba... Mur lorai samarthan karise... Teuku kobo dibo lagisil...mon asil jen lage dekhi. Kunuba morise teu ako pise pise hahi ase...

  • @AtulBorah-gr7oc
    @AtulBorah-gr7oc Před 20 dny

    Atul borah 3:47 3:47 3:47 3:47 3:47 3:47

  • @MinhajulHaque-l2j
    @MinhajulHaque-l2j Před 28 dny

    Joi Zubeen da❤❤

  • @SuniyaPermeyAngurlataPermey

    বেয়া লাগিল

  • @user-qj3uz8vk7x
    @user-qj3uz8vk7x Před 2 měsíci

    লালৈৰ বাহিৰে একো ভাল গান নাই পাপনৰ | সেইডাল গান হলনে? জুবিনৰ গীত গালেই হল। সকলোতে একেটাই গান |

  • @ManomatiKhakhalary
    @ManomatiKhakhalary Před 2 měsíci

    Fantastic bihu

  • @JppdpBroa
    @JppdpBroa Před 2 měsíci

    Very nice

  • @tapansaikia5798
    @tapansaikia5798 Před 2 měsíci

    Ajone kiman xhundar kaam kori ase unpine Ajone Duniyar Betorkor.

  • @mukundahazarika9455
    @mukundahazarika9455 Před 2 měsíci

    চেপা - খোকা আৰু কিছুমান বজাব লাগিছিল ৷

  • @SuniyaPermeyAngurlataPermey

    ❤😂🎉😢😮😅😊

  • @juniorworld7632
    @juniorworld7632 Před 3 měsíci

    Papon is great gentlemen

  • @aminrahul1977
    @aminrahul1977 Před 3 měsíci

    Our Kohinoor Diamond 💎🌹👑🙏

  • @purnimagoswami2820
    @purnimagoswami2820 Před 3 měsíci

  • @NANU71
    @NANU71 Před 3 měsíci

    Its really unbelievable effort. Thank you Papon da.

  • @user-gf1kd5rw2i
    @user-gf1kd5rw2i Před 3 měsíci

    Boria

  • @user-gf1kd5rw2i
    @user-gf1kd5rw2i Před 3 měsíci

    Mojja

  • @sarbeswarboro9528
    @sarbeswarboro9528 Před 3 měsíci

    REALY I WANT TO HIM AFRICAN SINGER AND MAKE HER AS A LIFE PARTNER AS SHE LIKE OK MEM DON, TT WORY BE HAPPY

  • @DipangkarBoro-ru2xk
    @DipangkarBoro-ru2xk Před 3 měsíci

    Papoyda moytzpur thalamorar poyra koysu mor karoyna kintu goyrob lagisanijoyka assamis ja ami porgam loyahiboytik dakhauk assam kamakua kimamfur time aasa

  • @ParthaPratim_Saikia
    @ParthaPratim_Saikia Před 3 měsíci

    Ji ki nohouk xomiya gowrob bideykhot hol tu

  • @hadarbaro9887
    @hadarbaro9887 Před 3 měsíci

    Papon modern music

  • @SriCCDas
    @SriCCDas Před 3 měsíci

    Good but it's not real Assamese Bihu.

  • @Tarunkumarapa
    @Tarunkumarapa Před 3 měsíci

    June ji essa takei kore.....kela

  • @DhirajMedhi-vo3jh
    @DhirajMedhi-vo3jh Před 3 měsíci

    Ghatia singers

  • @baneshwardas3670
    @baneshwardas3670 Před 3 měsíci

    Cam nai hat talir

  • @shreyachangmai7991
    @shreyachangmai7991 Před 3 měsíci

    Proud of you papon da

  • @prashantaroy1115
    @prashantaroy1115 Před 3 měsíci

    Paponda is a great singer

  • @SHAMIMMMMM
    @SHAMIMMMMM Před 3 měsíci

    Arrest kribo lage sb hud khorak

  • @FajalBarbhuiya-xi2oj
    @FajalBarbhuiya-xi2oj Před 3 měsíci

    AIUDF beautiful 🌹🌹🌹😂😂😂

  • @nabajyotichetia51
    @nabajyotichetia51 Před 3 měsíci

    এই বহাগৰ কুলিটো টকাৰ বাবেহে বিহুৰ সময়ত অসমলৈ মনত পৰে নেকি বাৰু ?

  • @anuragsaikia5189
    @anuragsaikia5189 Před 3 měsíci

    Iss ram kan gorom uthi gol.next khunibo nuari🙏🙏

  • @user-cr2ht4lv7x
    @user-cr2ht4lv7x Před 3 měsíci

    মজ্জা

  • @PrasenjitBaruah
    @PrasenjitBaruah Před 3 měsíci

    ইহঁতৰ ফাংচন পাগলে হে চাই

  • @happyjourneyjeherul7155
    @happyjourneyjeherul7155 Před 3 měsíci

    Congratulations 🎉 rahul da😊

  • @basisthaacharya6590
    @basisthaacharya6590 Před 3 měsíci

    আৰু গছ বিৰিখ কাটি ঘৰ সাজি বাসস্থান হিচাপে বনাঞ্চল ব্যৱহাৰ কৰা ফল ভূগিব বিশ্ববাসী।😢😢😢

  • @srtechguidemixxed4459
    @srtechguidemixxed4459 Před 3 měsíci

    আমাৰ মামাকৈ কম দেখোন

  • @SuniyaPermeyAngurlataPermey

    Boria

  • @SuniyaPermeyAngurlataPermey

    Mojja

  • @sameerdeka5893
    @sameerdeka5893 Před 3 měsíci

    Moza

  • @bhaitidoley8431
    @bhaitidoley8431 Před 3 měsíci

    papon best

  • @user-vg9zn3tc7z
    @user-vg9zn3tc7z Před 3 měsíci

    An African girl has sung in the rhythm of Assamese ' Bihu Geet' . I am very proud of it . Papan , spread Assamese culture worldwide.5:07

  • @pramodchoudhury6598
    @pramodchoudhury6598 Před 3 měsíci

    BJP YE CAA ani Assam r jati mati bheti .........

  • @SuniyaPermeyAngurlataPermey

    Mojjja

  • @SuniyaPermeyAngurlataPermey

    Mojjja

  • @brojenkhargharia15
    @brojenkhargharia15 Před 3 měsíci

    Cma guruto deyak jonjater kotha vabok

  • @user-cx3dj7zy7n
    @user-cx3dj7zy7n Před 4 měsíci

    Joi ram engleg logliv