👉বান শিৱিৰৰ ভাল লগা দৃশ্য!

Sdílet
Vložit
  • čas přidán 4. 07. 2024
  • অ'ই বুলে অকলে স্কুললৈ যায়,
    আ'ই বুলে আখৰ লিখি বৰ ভাল পাই---।।
    বান শিৱিৰৰ মাজতে শিশু সকলৰ সৈতে ব্যস্ত অংগনবাদী কৰ্মী
    পলাশবাৰীৰ নহিৰা গুইমাৰা হাইস্কুলৰ বান শিৱিৰত বানাক্ৰান্ত পৰিয়ালৰ শিশু সকলৰ সৈতে গানৰ সুৰেৰে এনেদৰে ব্যস্ত অংগনবাদী কৰ্মী মায়া কলিতা আৰু মিনু কুমাৰী।

Komentáře •