ছহিদ তৰ্পণ।

Sdílet
Vložit
  • čas přidán 6. 09. 2024
  • যোৱা ৪ জুলাই তাৰিখে অসমৰ ৰাজ্যভাষা আন্দোলনৰ তৃতীয় গৰাকী ছহিদ ৰঞ্জিৎ বৰপূজাৰীৰ স্মৰণত গুৱাহাটীৰ কটন কলেজৰ ১ নং ছাত্ৰাবাসৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।"অসমীয়া ভাষা -ছহিদ স্মৃতিৰক্ষা সমিতি" ৰ উদ্যোগত অনুষ্ঠিত হয় এই স্মৃতিচাৰণ অনুষ্ঠান।

Komentáře •