নগাওঁ লোকসভা সমষ্টিত বিজেপি মিত্ৰজোটত জোকাৰনি

Sdílet
Vložit
  • čas přidán 6. 09. 2024
  • ➡নগাওঁ লোকসভা সমষ্টিত বিজেপি মিত্ৰজোটত জোকাৰনি।
    ➡ অগপ এৰি কংগ্ৰেছত যোগদান ৰূপহীহাট সমষ্টিৰ গড়াজান জিলা পৰিষদৰ সদস্য ছেলিম জাবেদ আৰু ফুটলজাৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি চামচুল হুদা সহ শতাধিক অগপ নেতা-কৰ্মী ৷
    ➡নগাও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই অগপ কৰ্মীক গুৰুত্ব নিদিয়াৰ অভিযোগ।
    ➡সংখালঘু এলেকাত ক্ৰমাৎ যেন চূড়ান্ত ৰূপ লৈছে অগপ বিজেপি কৰ্মীৰ সংঘাত।
    ➡অগপ নেতাকৰ্মীয়ে দল ত্যাগ কৰাৰ জোৱাৰ উঠিছে সমষ্টিটোত।
    ➡আজি গড়াজানত প্ৰায় শতাধিক অগপ নেতা-কৰ্মীয়ে দল ত্যাগ কৰি আনুষ্ঠানিক ভাৱে বিধায়ক নুৰুল হুদাৰ উপস্থিতত কংগ্ৰেছত যোগদান কৰে।
    নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সংখ্যালঘু এলেকাত অগপ বিজেপিৰ সংঘাতে মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা শলঠৈকত পৰাৰ সম্ভাৱনা অধিক।
    #nagaon
    #election
    #bjp
    #todaynews
    #netime24

Komentáře • 2