আজি চাৰি দিন ধৰি পানীয়েই বুৰাই পেলোৱা বিভিন্ন স্থানত কিছু সকাহ দিয়াৰ প্ৰয়াস কৰি থকা হৈছে।

Sdílet
Vložit
  • čas přidán 3. 07. 2024

Komentáře • 680

  • @nabajittahabildar2350
    @nabajittahabildar2350 Před 5 dny +85

    অসমৰ মুখ্য মন্ত্ৰীয়ে লাজ পাব লাগে এনে বিলাক কাৰ্য্য দেখি

    • @apurbadas4151
      @apurbadas4151 Před 2 dny

      গৌৰব গগৈয়ে লাজ পাব লাগে,, আজি কংগ্ৰেছৰ ৭০ বছৰ শাসনতো এনেবোৰ সমস্যা হৈ আছে!!!

  • @parthamixarsassam6762
    @parthamixarsassam6762 Před 5 dny +42

    দুৰ্ভগীয়া লোকৰ মাজলৈ ভগৱান হৈ আহিছা তুমি। ভগৱানে আৰু শক্তি দিয়ক।

  • @dhrubabaruah1823
    @dhrubabaruah1823 Před 5 dny +113

    দুখীয়াৰ মাজত আপোনাক ঈশ্বৰে ভগৱান ৰূপত পঠাইছে দাদা 🥰❤️🙏

    • @Assam25Block
      @Assam25Block Před 4 dny +1

      সঁচা কথা 🤝🏻🤝🏻

  • @tiputriraj9238
    @tiputriraj9238 Před 5 dny +44

    সময় ভাইটি যদি এজন MLA হল হয় ,বহুত ভাল কাম কৰিব পাৰিল হয়।

  • @Sima.1234
    @Sima.1234 Před 5 dny +56

    এওঁলোক হে আচলতে প্ৰকৃত মানুহ,,ৰাজনীতিত থকা হলে দুখীয়া মানুহৰ বহুত উন্নয়ন হলহেঁতেন,

  • @L.b.d.goalpara-tp1lp
    @L.b.d.goalpara-tp1lp Před 5 dny +31

    অসমৰ no 1 youtuber সময় দা আপোনাক salute ❤❤❤❤❤❤ from Goalpara, aru Jodi apunar দৰে যদি আৰু 2জন মান youtuber ওলাই আহিল হৈ তেনেহলে buhut দুখীয়াৰ সহায় হলো হৈ so আপোনাক মোৰ ফালৰ পৰা buhut buhut ধৈন্যবাদ।

  • @lukendrachutia242
    @lukendrachutia242 Před 4 dny +14

    সময় তোমৰ এই মানবতাৰ কামবিলাক দেখি আনন্দতে চকুলো বৈ আহে।মোৰ ঘৰ তিনিচুকীয়া লাইপুলিত তোমি এইফালে প্ৰজেক কৰিলে ময়ো তোমাৰ লগত যি পাৰো সহায়ৰ হাত আগবঢ়াম।লগতে তোমাক ভগৱন্তই কুশলে ৰাখিবলৈ আৰ্শীবাদ কৰিছো ।কৃষ্ণ।

  • @kiransoren-fw4iw
    @kiransoren-fw4iw Před 5 dny +43

    অসমৰ ৰিয়েল Hero Homoy da , ᱡᱚᱦᱟᱨ

  • @PranabjyotiMahanta-ys3pw
    @PranabjyotiMahanta-ys3pw Před 5 dny +39

    Homoy Dak bhal Puwa hokole ata like.

  • @MitaliDekaboruah
    @MitaliDekaboruah Před 5 dny +22

    সময় তোমাক ভগৱানে কুশলে ৰাখক। এনেদৰে কাম কৰি যাবলৈ শক্তি দিয়ক।

  • @user-tk8ve3qq2e
    @user-tk8ve3qq2e Před 5 dny +41

    সময় কিমান আৰু ৰাইজৰ বাবে নকৰা, ভাষা নাই তোমাক ধন্যবাদ দিবলৈ! ওৰেতো জীৱন চেলুট দি থাকিলেও কম হয়।

  • @palashkumarnath3500
    @palashkumarnath3500 Před 5 dny +12

    মানৱীয়তাবাদী Homoy দা মহানতাৰে পৰিপূৰ্ণ ❤❤ you dada

  • @rumamonigogoi622
    @rumamonigogoi622 Před 5 dny +13

    সুন্দৰ পদক্ষেপ সময়েহে বুজিবলৈ চেষ্টা কৰে।কোন সময়ত কি কৰ্ম কৰিব লাগে। আগবাঢ়ি যোৱা।

  • @riturajjoyantohazarika8851

    তোমাক ভগৱানে আৰু শক্তি দিয়ক । বহুত ধন্যবাদ থাকিল এই দুৰ্যোগৰ ক্ষণত তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱা বাবে।
    তোমাৰ video বোৰ সেইবাবে মই সদায় চাও।

  • @rupalichetia1747
    @rupalichetia1747 Před 5 dny +11

    বহুত ভাল কাম কৰিছা । ভগৱানে তোমাক কুশলে ৰাখক ।

  • @RijaBora
    @RijaBora Před 5 dny +12

    Mukh montiri ji bur dekha napai tat Amar dada haju hoithake dada karune ata like dibu hoku loye jatedada channel to hodai agh Bari jai❤🙏joy aii Assam

  • @dalimesonowal8751
    @dalimesonowal8751 Před 4 dny +4

    ভগবানে তোমাকে শক্তি দিয়ক সময়

  • @sandhyahazorika1142
    @sandhyahazorika1142 Před 5 dny +7

    তোমালৈ বহুত বহুত ধন্যবাদ থাকিল। এনেকৈ তুমি আৰু আগবাঢ়ি যোৱা। আৰু ভগৱানে তোমালোকক আৰু সহায় কৰক ❤❤❤❤❤

  • @rinagogoi2821
    @rinagogoi2821 Před 5 dny +3

    সময় তুমি অকলে নহয় । তোমাৰ লগত ভগৱান আছে ভাল মানুহ বোৰ আছে । আগবাঢ়ি যোৱা ধন্যবাদ ।

  • @RidipMili501
    @RidipMili501 Před 5 dny +20

    Homoy daa karone ata ata koi like kori de aru comment n share kori diyok na please mur palor pora request takil 🎉🎉🎉🎉 love from Lakhimpur to BK

  • @deukaa3717
    @deukaa3717 Před 5 dny +10

    Governmente koribo nuwara Kam kewal Homoy Gogoiye koribo pare.

    • @jontiborah60
      @jontiborah60 Před dnem

      Homoi gogoi dadak governmentr logot compare koribo nuwari. Governmente vabibo nuwara kam Dadai kori ase. Ami dadak loi proud koribo paru But sorkar khnk nuwaru.
      Manuhr kak bule buli kunubai kole Homoy daa buli kom moi.

  • @JUTIKAMEDHE
    @JUTIKAMEDHE Před 5 dny +5

    সময় তোমাক ভগৱানে আশীৰ্বাদ কৰক

  • @user-pe8dj4zb2e
    @user-pe8dj4zb2e Před 5 dny +5

    বহুত ভাল কাম কৰিছা ভগৱানে তোমাক কুশলে ৰাখক।

  • @pabitramili9421
    @pabitramili9421 Před 5 dny +5

    Voghwane Ashirbad diok tumak

  • @parishmitakashyap9098
    @parishmitakashyap9098 Před 5 dny +4

    আপোনালোকৰ দৰে মানুহ আৰু জন্ম হওঁক।।।

  • @bivanta3460
    @bivanta3460 Před 5 dny +3

    সুন্দৰ সময় দা , সদায় এইদৰে ভাল কাম কৰি আগুৱাই যাওক আপুনি ❤

  • @MonjuGogoi-os6ub
    @MonjuGogoi-os6ub Před 5 dny +1

    ধন্যবাদ এনে কৈয়ে ভগৱান বিষ্ণুৰয়ে তোমাক পথাইছে।

  • @parthaprotimkalita2190

    কʼবলৈ ভাষা নাই। আপোনাৰ দৰে মানুহ আজিৰ সমাজত বিচাৰি পোৱা বহু টান। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যাতে আপোনাক আৰু শক্তি দিয়ে।❤❤❤

  • @Dekani31
    @Dekani31 Před 4 dny +1

    তুমি সঁচাই সাধাৰণ মানুহ বোৰৰ সাহস ❤️ ভগৱানে সদায় ভালে ৰাখক আপোনাক ❤️

  • @SantoshBori
    @SantoshBori Před 5 dny +4

    সময় তুমি বহুত ভাল কাম কৰিছা তোমাকো ভগৱানে সহায় কৰীব

  • @monineog471
    @monineog471 Před 5 dny +8

    সময় তুমি সদায় আগুৱাই যোৱা, ভাল ভাল কাম কৰি যোৱা, আমাৰ আশীৰ্বাদ সদায় লগত আছে

  • @bijuliborahdas206
    @bijuliborahdas206 Před 4 dny +1

    সময়ৰ দয়াৰ তুলনা নাই ,বাকী লগৰ সকলোলৈ অশেষ ধন্যবাদ

  • @babusaikia7886
    @babusaikia7886 Před 5 dny +4

    আপুনি সচাঁকৈ মহান❤❤

  • @Aishu-yr8kv
    @Aishu-yr8kv Před 4 dny +1

    তুমি সদায় মনৰ জোখেৰে সুখী হোৱা তাকে কামনা কৰিছো 🤲🏻🤲🏻🤲🏻

  • @PinkuNeogAllAssamFamous
    @PinkuNeogAllAssamFamous Před 5 dny +8

    বহুত বহুত ধন্যবাদ দাদা কুশলে থাকক সদায় অতি সুন্দৰ ভাল চেয়াৰ হৈছে ❤love from Dibrugarh Rajgarh.
    short film এখন দিছো সময় পালে সকলোৱে চাব বুলি আশা ৰাখিলো।
    Comments share কৰিব।

    • @binubori
      @binubori Před 5 dny

      বহুত ভাল লাগিল ❤️👍👍👍

  • @manabgogoi3898
    @manabgogoi3898 Před 5 dny +5

    Good 👍 from নাহৰকটীয়া

  • @binukalita9738
    @binukalita9738 Před 4 dny +1

    ভাল কাম কৰিছা সময় তোমাক ভগৱানে মঙ্গল কৰক আশিবাদ দিছো❤❤❤

  • @L.b.d.goalpara-tp1lp
    @L.b.d.goalpara-tp1lp Před 5 dny +5

    সময় দা । লাভ ফ্ৰম গোৱালপাৰা

  • @m3official209
    @m3official209 Před 5 dny +2

    আপুনি সঁচাকৈ ভগৱান। Salute....

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před 4 dny +2

    সহায় কৰি দিয়া বাকী কেইজনলৈ আশীৰ্বাদ থাকিল

  • @gulapiphukanchowdhury2473

    বহুত ভাল কাম কৰিছা

  • @uuu-cn5yv
    @uuu-cn5yv Před 5 dny +5

    বহুত ধুনীয়া কাম কৰিছে❤❤

  • @Black-oe8os
    @Black-oe8os Před 5 dny +11

    ৰাইজে সময় ভাইতিৰ‌‌ ভিদিও‌ লাইক‌ কৰক‌ দুখিয়া‌ মানুহৰ বহুত‌ সহায়‌ হব‌ ।আন ৰ ভিদিও‌ ছাই‌ লাভ‌ নাই‌ ।

  • @Rakesh6199
    @Rakesh6199 Před 4 dny +1

    বৰ সুন্দৰ প্ৰদক্ষেপ ভাই । বহুত বহুত ধন্যবাদ । 👏👏👏🙏🙏🙏

  • @Rohan93659
    @Rohan93659 Před 5 dny +1

    দাদা আপোনাক কি কম ভাষাই নাই একো কবলে আপোনাৰ এই কৰ্ম যাতে ভালে ভালে আগুৱাই গৈ থাকক তাৰে কামনা কৰিলোঁ ❤❤

  • @bishwajitkonwar1473
    @bishwajitkonwar1473 Před 5 dny +2

    সময় দাদাক ভালে কোশলে আগুৱাই যাবলৈ ভগৱানক সেৱা জনায়ছো 🙏 আৰু সময় দাদাক ভাল পোৱা মানেই , সময় দাদাক ভালে কোশলে আগুৱাই যাবলৈ ভগৱানক সেৱা জনোৱা 🪔🙏।

  • @villagelifewithprasanta5460

    Bhogoban rupi xomoy da

  • @MunmiBora-lm4fu
    @MunmiBora-lm4fu Před 3 dny

    কি কম একো ভাষা নাই। বহুত ভাল কাম কৰি গৈ আছা তুমি আৰু আগ বাঁহী যোৱা তুমি যাতে আৰু ভাল কাম কৰিব পাৰা 🙏❤

  • @user-wx5lc1wq5h
    @user-wx5lc1wq5h Před 5 dny +2

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l Před 5 dny +4

    সময়ৰ বাবা সুন্দৰ পদক্ষেপ।

  • @mamubora2439
    @mamubora2439 Před 5 dny +2

    তোমাক ভগৱানে সদায় ভালে ৰাখক

  • @ddhemali2.040
    @ddhemali2.040 Před 5 dny +2

    সময় দা,,
    তোমাৰ দৰে নিস্বাৰ্থ ভাৱে সহায় কৰা মানুহ এই পৃথিৱীত খুবেই কম আছে।
    আমাৰ শুৱনি অসমখন কেতিয়া জানো বানপানীৰ পৰা মুক্ত হ'ব????

  • @sabitrisaikia2373
    @sabitrisaikia2373 Před 4 dny +1

    বহুত ভাল কাম কৰিছে ।ধন্যবাদ সময়

  • @axomgamingmp
    @axomgamingmp Před 5 dny +103

    Homoy da Karona ata like❤

    • @manujdas3004
      @manujdas3004 Před 5 dny

      Tuk dislike korisu. Toi homoy nahoi. Direct homoy vaitik dim.

  • @ngogoi2147
    @ngogoi2147 Před 5 dny +2

    Nice Val lagise bahut Kam karisa

  • @devoramtaidofficial7760
    @devoramtaidofficial7760 Před 5 dny +4

    বহুত ভাল কাম কৰি আছা

  • @PompyGogoi-sm1yi
    @PompyGogoi-sm1yi Před 5 dny +4

    CZcamsr hole xomoi dar dore hobo lage..... Ag bahi jua

  • @DigntaKalita
    @DigntaKalita Před 5 dny +3

    ভাল লাগিল

  • @NMa01234
    @NMa01234 Před 5 dny +2

    Kindly distribute menstrual pads to the women those who need them. They may not feel comfortable , you can give them off camera.
    May God bless you and your team abundantly.

  • @kamalachetia1882
    @kamalachetia1882 Před 4 dny +1

    আপুনি ৰাজনীতি খেলক আপোনাৰ দৰে মানুহৰ প্ৰয়োজন ধন্যবাদ

  • @PurnimaBuragohain-ol2kz
    @PurnimaBuragohain-ol2kz Před 5 dny +2

    Homoy da bohut besi val lagil 👍👍👍👍👍

  • @mainadhunu-fk8yu
    @mainadhunu-fk8yu Před 5 dny +2

    ❤❤❤apunak ki buli km vakha nii dada...blg youtubare ghura fura resturent khoa kheibur d fury ru apuni bhogoban...frm mngldai

  • @hemantakumarborooah1104
    @hemantakumarborooah1104 Před 5 dny +3

    আমাৰ আশীৰ্বাদ সদায়ে তোমাৰ লগত , তুমি আৰু আগুৱাই যোৱা ৷

  • @punsangmili3130
    @punsangmili3130 Před 4 dny +1

    Apuni eman val Kam korie goyhe apunloy doynobad

  • @DayanandaBhuyan
    @DayanandaBhuyan Před 5 dny +2

    বহুত ভাল কৰিছে

  • @pinku2135
    @pinku2135 Před 5 dny +2

    সময় দাক সদাই ভগৱান ভালে ৰাখক❤❤❤

  • @indiradeorihazarika691

    সময় ভাইটি তুমি সচা মানব দেবতা, তোমাক কি ধন্যবাদ দিম, তোমাৰ ধন্যবাদ ৰ গৰাকী লৈ মানে জন্ম গৰাকী আই লৈ প্ৰনাম, তোমাৰ দৰে সাহসী , জ্ঞানী, ল'ৰা এজন জন্ম দিয়াৰ বাবে।

  • @user-ld3sw1oe6d
    @user-ld3sw1oe6d Před 5 dny +3

    Hundor 🙏🙏🙏

  • @Ankur66984
    @Ankur66984 Před dnem

    চৰকাৰে কৰিব লগীয়া কাম তেওঁ অকলে কৰি আছে, তেওঁক আৰু শক্তি দিয়ক ভগমানে

  • @SandibRoy
    @SandibRoy Před 5 dny +2

    Homoy homoyor logat soli ase I love you bro

  • @deepjyotimedhi3656
    @deepjyotimedhi3656 Před 5 dny +1

    Homoy da অসমৰ king হৈ ।।।

  • @aparajitatamuli7273
    @aparajitatamuli7273 Před 4 dny

    আমাৰ জন প্ৰতি নিধি সকল এন হোৱা হলে❤,সময় বোপা প্ৰভু ভগৱন্তই কৃপা কৰক ৰাইজৰ হৈ কাম কৰি যোৱাত

  • @user-vn8wy1ts1i
    @user-vn8wy1ts1i Před 5 dny +2

    Assam Hero Homoy Bhai.

  • @luknathbaruah2809
    @luknathbaruah2809 Před 5 dny +1

    Homoi dar karone Prothome moi Antororo pora 1ta salute jashilu.... Bipodor hamoiyat 2mi ji Mohan Kam kari dekhuwaisa tat koi aru eku nelage.... Dekhi val lagil.... Jitu Kam Niki kunu 1ta montriyei ba MLA ei howk ba Aan kunubai howk karibo pora pora nai.... Tar babe 2umak kaboloi ba Likhiboloi moi kunu bhakhai bishari puwa nai ....2umiyei Ejon Aamar Akhomor baby best of the best Yotuber only for you❤❤❤🙏🙏🙏 Love you dada ..... Thanks
    From
    Charaideo (sonari)!

  • @techtipssupported8958
    @techtipssupported8958 Před 5 dny +6

    Great❤❤❤❤

  • @dipankarsarmah7420
    @dipankarsarmah7420 Před 5 dny +3

    ❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🙏ভগৱানে সদায় ভালে ৰাখক আপোনাক❤❤❤🙏🙏🙏

  • @satyajitvlogs3402
    @satyajitvlogs3402 Před 5 dny

    সময় দা তোমাৰ এই কাম বোৰ সলাগ লবলগিয়া তুমি কৰি যোৱা ভগৱানে তোমাক কুশলে ৰাখক

  • @purnanath-oh9ts
    @purnanath-oh9ts Před 4 dny

    ভাল লাগিল আপোনালৈ বহুত ধন্যবাদ।

  • @pronabboruah3508
    @pronabboruah3508 Před 2 dny

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤কিছুমান youtuber ক দেখিলে আজি কালি কুকুৰ যেন লাগে । মাথোঁ আপুনি হে real youtuber real Hero ।

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w Před 5 dny

    তোমাক কি বুলি কম ভাবিয়েই পোৱা নাই ।তুমি সদায় তুমিয়েই হৈ থাকা সময় ।❤🎉

  • @debenphukan1343
    @debenphukan1343 Před 4 dny

    সুন্দৰ পদক্ষেপ।ঈশ্বৰে মঙ্গল কৰক।

  • @dowkonborgohain1628
    @dowkonborgohain1628 Před 5 dny +1

    Bro thank you manuh k hohai kora babe ❤

  • @user-mr8uo4tf3y
    @user-mr8uo4tf3y Před 5 dny +1

    তোমাক ভগৱানে সদায় ভালে ৰাখক ৷

  • @user-eq2hg5yp3i
    @user-eq2hg5yp3i Před 5 dny +1

    bahut val kam kore ase

  • @dipakgogoi7283
    @dipakgogoi7283 Před 4 dny

    সময তোমাক সদাই ভগৱানে ভালে কুশলে ৰাখক আৰু আগবাহি যোৱা ❤❤

  • @KhudiRamRabha-uh8eu
    @KhudiRamRabha-uh8eu Před 5 dny

    সময় গগৈ তোমালৈ অশেষ ধন্যবাদ।

  • @user-eq2hg5yp3i
    @user-eq2hg5yp3i Před 5 dny +1

    Video sob sau val lage bahut

  • @SabitaRay-tx6bk
    @SabitaRay-tx6bk Před 4 dny

    তোমাক ভগৱানে ভালে ৰাখিব বহুত ধন্যবাদ❤❤❤

  • @RitamoniMali-ci8sw
    @RitamoniMali-ci8sw Před 4 dny +1

    দাদা ভগবানে আপোনাক কুশলে ৰাখক

  • @apurbadasdas9539
    @apurbadasdas9539 Před 3 dny

    Very very good Homoy Dada aapunak Thanks 🙏🏻

  • @khirenbasumatary
    @khirenbasumatary Před 4 dny +1

    Suku Phani alai Tumar Aibor Vedio Sai Bohut Duk Laga Aibor 😢😢 Dhoinnobad Homoy Da God bless you U'r Ministry

  • @DibyaJyoti-lq1gw
    @DibyaJyoti-lq1gw Před 4 dny

    বহুত ভাল কাম কৰিছে আপোনাৰ লোকে

  • @lonineog4806
    @lonineog4806 Před 5 dny +1

    Bohut val kam kori asa 2mi.manuhot rupot 2mi vogoban.

  • @kalpapator3652
    @kalpapator3652 Před 4 dny

    দাদা আপুনি বহুত ভাল কম কাৰে ঈশ্বৰে মঙ্গল কৰক তাৰে কামনাৰে 🙏অহ, হৰি , অহ ,ৰাম ।। মৰিগাঁও পৰা ।।

  • @user-qk8rl6so2o
    @user-qk8rl6so2o Před 5 dny +1

    ভগৱানে আপোনাৰ মংগল কৰক।

  • @milankhanikar3622
    @milankhanikar3622 Před 5 dny

    আপুনি সঁচাকৈই মহান Homoy da ❤❤❤❤❤❤❤❤❤❤

  • @PuspoGogoi-dx7lz
    @PuspoGogoi-dx7lz Před 3 dny

    video tu sai bohut val lagil

  • @prabhatteron5807
    @prabhatteron5807 Před 5 dny +1

    Your are the savior of impecunious people. But we are incapacitate to help you anything and perceive ashamed. Anyway thank you very much.

  • @AnantaRajkhua
    @AnantaRajkhua Před 4 dny

    ❤ ভগৱানক পাৰ্থ না কৰিছোঁ আপোনাৰ মনৰ আশা পূৰণ হক ❤

  • @rubisarma7511
    @rubisarma7511 Před 4 dny

    তুমি ভগবানৰ নিচিনা হৈ আছা দুখীয়া মানুহৰ