বানে বিধ্বস্ত কৰা মাজুলীত বানাক্রান্তৰ মৰ্মবেদনা শুনিলে সাংসদ গৌৰৱ গগৈয়ে।
Vložit
- čas přidán 4. 07. 2024
- বানে বিধ্বস্ত কৰা মাজুলীত বানাক্রান্তৰ মৰ্মবেদনা শুনিলে সাংসদ গৌৰৱ গগৈয়ে। মাজুলীৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰিলে যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে। ইপিনে বানে ধোৱা মাজুলীত বাহৰ পাতি আছে ৰাজ্য চৰকাৰৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই। মন্ত্রীগৰাকীৰ সন্মুখত ব্রহ্মপুত্র জল ব’ৰ্ডৰ বিষয়াৰ বিৰুদ্ধে ভিন্ন অভিযোগ উত্থাপন বানাক্রান্তৰ।
#pratidintime #gauravgogoi #flood #majuli
জননেতা গৌৰৱ গগৈ।তেওঁ ২০২৬ ৰ মূখ্যমন্ত্ৰী।
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া ✅🇮🇳
জয় আই অসম ❤️
২০২৬ চন বাদ দিয়া। ২০৪৭ চনলৈ অপেক্ষা কৰিব লাগিব। স্বাধীনতাৰ অমৃত কাল বিজেপিৰ। দেশৰ ১৪০ কোটি জনতাই তাকেই কৈছে। গৌৰৱ গগৈ দূৰ্নীতি, কেলেঙ্কাৰি সামপ্রদায়িক পৰিবাৰ বাদৰ প্রতিক। এই অলংকাৰ বোৰ গৌৰৱ গগৈয়ে তেওঁৰ পিতৃৰ পৰা উত্তৰাধিকাৰী সুত্রে লাভ কৰিছে৷ তেওঁক অলমৰ জনগনে মূখ্য মন্ত্রী পাতি ভূল নকৰে।
গৌৰৱ দা তেওঁ লোকৰ কাৰণে আপুনি personally কিবা এটা কৰক। ৰাইজ আপোনাৰ সহায় হব। শাসক পক্ষৰ কথা বাদ দিলোঁ।
বিপদৰ বন্ধুুৱে প্ৰকৃত বন্ধু।
😂😂😂😂 baba ji ka tallu le le kata kat kata kat.
২০২৬ ৰ মূখ্যমন্ত্ৰী
Gourab gogoi is a great human god bless you dasa❤
Gaurabzindabad
Xobr loly ki hob kiba ata di xohai korok
উন্নত তথ্য প্ৰযুক্তিৰ দিনত বাঁহৰ বুৰুজেৰে বানপানী নিয়ন্ত্ৰণ আৰু গৰাখহনীয়া ৰোধ কৰাৰ দিন ওকলিল। কথাৰ ফূলজাৰি মৰা মন্ত্ৰী বিধায়ক বিধায়কৰ কথা শুনিলে লাজ লাগে।
2026 next cm Gaurav gogoi🎉
বাহৰ বুৰুজ দিয়া দিন ওকলিল।
Right Gogoi sir
Rajniti karat koi ban piritak sahaykarak
Baad dia hay. Baan pani kot nohoi.
Tur mar baperor xompotit aso babe buji puwa nai.
Nije porisrom kori puwa hole gom pali hoi
কিবা এমুঠিমান দিব জানো পাৰিছে ?
Kam nai aku ane Banpani sai furile ki hb
মাজুলী😢
Kiba dile nanani ...ane banpani sai thakile ki hobo
sarkar kar mukhyomantri kun
Comment bilak alop sai shiti dibo lage. Jar gutai gharkhan hekh hoi gole teunlukehe jane. Akhan ghar banaboloi kiman problem.
বুম টোৰ আগত ভাষণ দিয়া ৰ বাদে সাংসদ হিচাপে কিবা কৰিলে জানো ।
sarkar khn kar? birudhi mne ki?
Brahmputra board sarkoror nohoi neki
Ako nhy
Aii Channel tu 1 year agote BJP r asil. Atiya Congress r😅
হয়, ঠিকেই কৈছে। কেতিয়াবা ভাবি চাও এইবোৰ যেন জৰ্জ ছৰোছৰে কৃপা।
news live tu bjpr
Gourav Gogoi 🙏🙏🙏
Ghorove kali tin he bojabo paribo , tin borti kori dibo nuware , teketor usorot soku pani tuki labh nai, . Nichoy apunalukor karone majulian ase , cinta nkoribo , Ghorovor fotha dhul parliamentt kunu nuhune.,
সচা কথা কৈছে। গৌৰৱ গগৈয়ে ফটা ধোল বজায় আছে ৰাইজৰ কাম চৰকাৰেহে কৰিব। ৰাইজে গৌৰৱ গগৈৰ পৰা একো আশা নকৰাই ভাল। তেও বিৰোধী ৰ ফটা ধোলটো বজায় ৰাইজক বিপথে পৰিচালনা কৰাৰ বাদে অন্য একো কৰিব নোৱাৰে।
who's government?
@@hrishikeshgogoi1517 i knw government rolling up the B J P, .but ghorv gogoi fld damage issue in political propaganda in majuli island, you knw before make the road all ready his father, Torun gogoi congress governments rolling up 15 years. so our majulian people's her don't accept ghorov gogoi politicasl propaganda, understd.
@@SYM_SOYAMFF what type of english english you are writing brother?