'গৌৰৱ গগৈ যুঁজাৰু, বিজেপিৰ নামি দামী নেতা আহিও হৰুৱাব নোৱাৰিলে গৌৰৱ গগৈক।'

Sdílet
Vložit
  • čas přidán 3. 06. 2024
  • 'গৌৰৱ গগৈ যুঁজাৰু, বিজেপিৰ নামি দামী নেতা আহিও হৰুৱাব নোৱাৰিলে গৌৰৱ গগৈক।' যোৰহাটত বিজেপিয়ে ক'ত কি ভুল কৰিলে এফালৰ পৰা কৈ গ'ল খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই।
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Komentáře • 1,3K

  • @mahendradas1610
    @mahendradas1610 Před 23 dny +502

    যোৰহাটৰ ৰাইজ যে সচেতন আৰু বিবেকবান গৌৰৱ গগৈৰ জয়ে তাকে বুজালে।

  • @Gbora94953
    @Gbora94953 Před 24 dny +461

    মৃনাল দা,আপুনি অতি সত্য কথা উপস্থাপন কৰিছে।

  • @HirakjyotiDeka-sr4cx
    @HirakjyotiDeka-sr4cx Před 23 dny +144

    পিযুশ হাজৰিকা আৰু জয়ন্তমল্ল হাজৰিকা কাৰনে ২০২৬ ত বিজেপি হাৰিব। ইমান অহংকাৰ ৰাইজে ভাল নাপায়।

  • @user-rm3fz9xm7c
    @user-rm3fz9xm7c Před 23 dny +212

    আপুনি বিপৰীত পাৰ্টিৰ হৈয়ো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ব্যক্তিত্ব আৰু যোগ্যতাৰ কথা কলে আপোনাক বহুত ধন্যবাদ ৷ প্ৰকৃত যুজাৰুঁ গৌৰব গগৈ এজন সচাঁ অৰ্থত বহুত ভাল ব্যক্তি অমায়িক তেখেত ৷ অভিনন্দন জনালো মিনাল ডাঙৰীয়ালৈ

    • @Crafts_n_creations.312
      @Crafts_n_creations.312 Před 23 dny +4

      Vcery true

    • @babitahazarika6300
      @babitahazarika6300 Před 23 dny +1

      Election or agot kole manilu hoi. Kintu atiya panir dholtu beleg fle dhal খোৱা দেখিচে যে সেয়ে আগে ভাগে কংগ্ৰেছৰ ঠাই অকণমান বুকিং কৰাৰ চেষ্টা solaise. আজি যে কলে election r pisote ba agot nokole kio eibur kitha. Juwakali Result olal aji seni biluwat lagisei.

    • @carshorts7621
      @carshorts7621 Před 22 dny

      ​@@babitahazarika6300যি কি নহওঁক আগত বা পিছত হ'লেও শুভেচ্ছা দিছে সেয়াই যথেষ্ট।বাকী এই মৃণাল শইকীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য,ৰাজেন গোঁহাই,অশোক শৰ্মাৰ দৰে বিজেপিৰ বেয়া দিনত দল খামুচি থকা লোকসকলৰ অসন্তুষ্টিয়েই এদিন এই বিজেপি ভালকৈ গেলিব।

    • @cracker318
      @cracker318 Před 13 dny

      ​bhul karibo. bidhan xabhat maasor doctor aru congress dubibo

    • @cracker318
      @cracker318 Před 13 dny

      Himanta/piyaj/mukh bekak aamiu bhal nepau, kintu chamcha/ghulam/jehadir baahire maasor doctorok koneu neta buli nabhabe. Negative votot jikise, engraji kolei xikhyito buli gaadhaihe bhabe. Mumbait muchiyeu english koi, jrhtiyai vote d dibole aase

  • @labheswarmoran7494
    @labheswarmoran7494 Před 23 dny +204

    গৌৰৱ গগৈক হৰোৱাবলে অসম চৰকাৰে তথা ভাৰত চৰকাৰে সৰ্ব শক্তি প্ৰয়োগ কৰিছিল তথাপিও হৰোৱাব নোৱাৰিলে, গৌৰৱ গগৈ জয়ী হল আমি যদিও যোৰহাট লোকসভা সমষ্টিৰ মানুহ নহয় তথাপি গৌৰৱ গগৈ চাৰ জয়ী হোৱাত বহুত বহুত সুখী হৈছোঁ যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজক শতবাৰ প্ৰণাম জনাইছোঁ।

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt Před 22 dny +3

      হাঃ হাঃ সৰকি গ'ল মাইকী মাছ।

    • @carshorts7621
      @carshorts7621 Před 22 dny +5

      ​​@@DibyaNath-nn1xtএই খেচেৰা কমেন্টবোৰৰ বাহিৰে তহঁতৰ গোলাম কেইটাৰ আৰু কিবা কাম আছে জানো? তহঁতৰ খাচী কেইটাই কিয় উদ্ধাৰ কৰিব নোৱাৰিলি তপন নামৰ বুঢ়া ভেকুলীটোক।

    • @JunaligogoiGogoi-np6nv
      @JunaligogoiGogoi-np6nv Před 21 dnem +1

      ​@@DibyaNath-nn1xt Hari korbar kotha kobo Aahiso

    • @LovelyBeachHammock-lx5se
      @LovelyBeachHammock-lx5se Před 21 dnem

      Jorhator manuh hikhito teulukor nijor bibek ase...

  • @arunchbora
    @arunchbora Před 24 dny +173

    স্পষ্ট কথা কোৱাৰ বাবেই মানুহজনক ভাল লাগে ৷

  • @KopilKachari-lt8uw
    @KopilKachari-lt8uw Před 23 dny +71

    আমাৰ যোৰহাট সদায় আকৰ্ষণীয় । গৌৰৱ গগৈৰ জয়ে বুজালে আমাৰ যোৰহাট বাসি কিমান সচেতন ।

    • @garc9192
      @garc9192 Před 21 dnem

      Jorhat homosti buli kobo. Okol jorhat nhoi. Sivsagar charaideo titabor moriani r raijeu vote disu

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 Před 23 dny +65

    সুন্দৰ বিশ্লেষণ ....ওপৰৰ মাল , মল্ল ৰ কাৰণেই বিজেপি হাৰিল , তুচছ তাচছিলল ৰ ভাষা যোৰহটীয়া মানুহে বুজি পাই ।

    • @carshorts7621
      @carshorts7621 Před 22 dny +3

      আমি যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজ ইমান যধামূৰ্খ নহয় যে কেইটামান চালানী বিজেপিৰ বিসম্বাদীৰ খেচেৰা তুচ্ছ তাচ্চিল্য কথা বতৰাত মোহ গৈ ভোট দিম।আমি ভোটৰ মাধ্যমেৰে এটা পূৰ্ণহতীয়া বোন্দাচৰ দি সিহঁতৰ দম্ভ ভাঙি দিলোঁ।

    • @garc9192
      @garc9192 Před 21 dnem

      Thik koise. Kintu Jorhat homosti buli kobosun parile

  • @sabinaydeb7003
    @sabinaydeb7003 Před 24 dny +116

    ছাৰ নতুন নেতা বিলাকৰ কাৰনে হেৰালে ছাৰ কথা সছা ১০০% আৰু বেয়া হব BJP 👍🌹

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u Před 24 dny +71

    ১০০% সচাঁ কথা কৈছে আপুনি।

  • @nirubora3660
    @nirubora3660 Před 23 dny +38

    মহোদয় আপুনী বিজেপিত থাকি কিন্তু উচিত কথা কৈছে। ধন্যবাদ।

  • @purnimagogoi4230
    @purnimagogoi4230 Před 23 dny +43

    বহুত ভাল কথা কৈছে ।পিযুছ হাজৰীকাই যোৰহাটত যেনেদৰে কথা কৈছিলেএতিয়া ওলাবলে লাজ লাগিব লাগিছিলে।

  • @BinoyGogoi-fv3no
    @BinoyGogoi-fv3no Před 23 dny +55

    তেখেতে প্ৰকৃত কথা কৈছে। অপ্ৰিয় হলেও ১০০ শতাংশ সচাঁ কথা।

  • @ag5541
    @ag5541 Před 23 dny +56

    এখেতৰ দৰে শুদ্ধ-সত্য ব্যক্তিৰ আমাৰ এতিয়া বহুত প্ৰয়োজন ।

  • @ranjitduttaey3967
    @ranjitduttaey3967 Před 23 dny +72

    শুদ্ধ কথা কৈছে শইকীয়া চাৰ আপোনাক কোটি কোটি নমস্কাৰ জনালো ভগৱানে আপোনাক দীঘ্ৰা আয়ু দিয়ক , জয় আই অসম জয়

  • @MunniBai-ob9qx
    @MunniBai-ob9qx Před 23 dny +52

    মামা আৰু তেওঁৰ চামচা কেইটাৰ অৱস্থা অতি ভয়ংকৰ হবলৈ গৈ আছে ৷
    এই ফিৰুজ হাজৰিকা নামৰ হিমন্তৰ চামচাটোৱে পদত্যাগ কৰিলে নেকি ?

    • @RanuDutta-dt2ph
      @RanuDutta-dt2ph Před 23 dny +1

      Year laj saram nai fiyus hazarika namar aru janta mal besa boruah fitahi Mora katha mate padotiyag karib lage salla

  • @DILIPBORI-ck8mu
    @DILIPBORI-ck8mu Před 24 dny +182

    গুৱাহাটীৰ এখনো চিটি বাছ নাথাকিলে যেতিয়া যোৰহাটত বিজেপিৰ মিটিং হৈছিল। টকা পইচা পানী কৰি দিলে।

    • @user-th8dj9ob2y
      @user-th8dj9ob2y Před 23 dny +3

      কি কথা কয় হে আপুনি কালচাৰ নিমিলে,মুখ চম্ভালি কথা কব।

    • @isfaqulhussain6078
      @isfaqulhussain6078 Před 23 dny +1

      Ki mile?

    • @user-ll9zc1fk3y
      @user-ll9zc1fk3y Před 23 dny +1

      ​@@user-th8dj9ob2y tur gidakhan maksudu

    • @Whoareyou525
      @Whoareyou525 Před 21 dnem

      Right.. 💯

  • @minakshiborgohain7378
    @minakshiborgohain7378 Před 24 dny +139

    নামী দামী সেই নেতাসকলে ‌কয় বোলে আপোনাৰ কথা ৰাতি আঠ বজাৰ পাচত মানিব নালাগে .. পিছে মই আপোনাক ভাল পাওঁ মোৰ ঘৰ আপোনাৰ ওচৰতে...❤️❤️❤️❤️❤️❤️ সুশান্ত বৰগোহাঁই আৰু পিয়াজ দাদালৈ পুতৌ উপজিচে কিন্তু নকৰোঁ .....🫤🫤🫤

    • @narayanhazarika4493
      @narayanhazarika4493 Před 23 dny +6

      মোৰ দৃষ্টিত এজন প্ৰস্তবাদী , আত্ম বিশ্লেষক , দুৰ-দৃষ্টি ভঙ্গীৰ লোক ।

    • @changmaine9017
      @changmaine9017 Před 20 dny

      Hey homyot hosa kotha ulai karone

  • @anjubegum6320
    @anjubegum6320 Před 23 dny +23

    যোৰহাট বাশিক অখেষ ধন্যাবাদ গৌৰৱ গগৈ jindabad

  • @user-bi7nn5kk8o
    @user-bi7nn5kk8o Před 23 dny +13

    মৃণাল দাই সকলো কথা সঁচা কৈছে ।একে কথা সচেতন ৰাইজৰ,এই কথাখিনি কবলাগিছিল অসমৰ বুদ্ধিজীৱী ও সাংবাদিকে ।ধন্যবাদ মৃণাল দা ।

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s Před 23 dny +97

    মৃণাল শয়কিয়া দেৱৰ দৰে ব্যক্তি থাকিলেহে বিজেপিক অসমবাসীয়ে মনত ৰাখিব। নহ'লে এদিন কালৰ বুকুত হেৰাই যাবলৈ বেছি সময় নেলাগিব।

  • @user-ji7qi6bm5d
    @user-ji7qi6bm5d Před 24 dny +97

    তেখেত প্ৰকৃত সত্যটোকে বাস্তৱিকত প্ৰতিফলিত কৰিছে।

  • @nripenborgohain201
    @nripenborgohain201 Před 23 dny +16

    মাননীয় মৃনাল শইকীয়াক ধন্যবাদ দিছোঁ ৷ জয়ন্তমল্ল আৰু পীয়ুযক বডী লেংগুৱেজে বহুতক খং তুলাই -- নিজপাটী’ হলেও পেটত নাৰাখি কৈ দিলে

  • @bulumoninath6956
    @bulumoninath6956 Před 23 dny +14

    আপোনাৰ পষ্টবাদী কথা খিনি শুনি ভাল লাগিল ।আপোনাৰ নিচিনা মানুহ অসমৰ বাবে বহু দৰকাৰী

  • @LegendIshan
    @LegendIshan Před 24 dny +96

    অসমৰ জাতি জনগোষ্ঠী সকলোৱে চিন্ডিকেট বাহিনীৰ নেতা সকলক বৰ্জন কৰিব লাগে

  • @kushalkalita7921
    @kushalkalita7921 Před 24 dny +116

    দাদা বৃগেদক ধুই পেলালে মৃণাল দাই

  • @user-up7lw3nt8x
    @user-up7lw3nt8x Před 23 dny +5

    যোৰহাটৰ ৰাইজ সচেতন / আৰু বিবেকবান গৌৰৱ গগৈৰ জয়ে সেয়া প্ৰমান কৰিলে । গৌৰৱ গগৈ জিন্দাবাদ ।

  • @pabindas6525
    @pabindas6525 Před 23 dny +19

    জয়ন্তৰ হিয়াত সিলে বিন্ধা দিছে দেই

  • @debojitdutta5652
    @debojitdutta5652 Před 23 dny +46

    ন' bjp নেতাই পুৰণা bjp মানুহক অবহেলা কৰাৰ ফল এইবোৰ ।

    • @naturalvlogs6.5
      @naturalvlogs6.5 Před 23 dny

      Notun bjp kora kaitai montri CM hoi asee...purona bjp r daam a naii...olai ahibo laage bjp r pora....2026 t axomot congress sorkar hoboo 💯💯💯

  • @Parbin_sultanaAziz
    @Parbin_sultanaAziz Před 23 dny +68

    আপোনাৰ স্পষ্টতাখিনি ভাল লাগিছে।ভাল হওঁক আপোনাৰ 🤍

  • @anatagogoi7868
    @anatagogoi7868 Před 23 dny +20

    মৃণাল ডাঙৰীয়াই একেবাৰে ১০০% সচাঁ কথা কৈছে !

  • @deepsikhakalita2471
    @deepsikhakalita2471 Před 23 dny +20

    আপোনাৰ দৰে ব্যক্তিত্বৰ গৰাকী হ'লে যিকোনো দল বা নিৰ্দলীয় প্ৰাৰ্থী হ'লেও অনাগত দিনত জয়ী হ'ব । কাৰণ, বৰ্তমানৰ ভোটাৰে দল চাই নহয় ,সুব্যক্তিত্ব আৰু সুযোগ্য প্ৰাৰ্থী চাই ভোট দিয়ে ।সেয়ে আজি যোৰহাটবাসী গৌৰৱান্বিত l কংগ্ৰেছ দলৰ বাবে নহয় নিজ গুণৰ বাবে আজি গৌৰৱ গগৈ ডাঙৰীয়া জয়ী হৈছে ।

  • @arupbora3418
    @arupbora3418 Před 23 dny +29

    বেয়াকৈ দিছে দেই দাদা । ভাল লাগিল।

  • @susantaborborah7765
    @susantaborborah7765 Před 23 dny +29

    যুক্তিবাদী চিন্তাধাৰা ভাল লাগিল

  • @dai_s_y
    @dai_s_y Před 23 dny +21

    😮 আজি ইমান বছৰে উজনিৰ বিধায়াক মুখ্য মন্ত্ৰী হল আমি নামনি অসমে তেঁওলোকক আদৰি লৈছোঁ আৰু আজি নামনি অসমক কৈছে আমাৰ ভাষা বেলেগ আমাৰ সংস্কৃতি বেলেগ এখন অসম দুভাগ কৰিব খুজিছে নেকি আজি সচায়ে বহুত দুখ পালোঁ!!!!!

    • @TapanDuttabaruah-cb1dl
      @TapanDuttabaruah-cb1dl Před 21 dnem +1

      মদৰ নিচাত কৈছে ৷ জাতি ধংসী মন্তব্য

    • @dilipchandradas2292
      @dilipchandradas2292 Před 21 dnem +1

      উজনি অসম,নামনি অসম বুলি যিখিনি কথা কৈছে সেইখিনি কথাৰে তেখেতে কি বুজাব খুজিছে ? কথাখিনি ভাল নালাগিল।

  • @Dipankartamuli
    @Dipankartamuli Před 23 dny +9

    আপোনাৰ কথাত সম্পূৰ্ণ একমত.. ধন বল আৰু ভাড়াতীয়া সমৰ্থক লৈ কোনো জয়ী হব নোৱাৰে |

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw Před 23 dny +41

    আপুনি ভালকৈ ধুইছে সভাপতিক 😂😂😂

  • @promudborgohain7920
    @promudborgohain7920 Před 23 dny +27

    একেবাৰে সঁচা কথা কোৱাৰ বাবে শইকীয়া ডাঙৰীয়া ধন্যবাদ ৰ পাএ

  • @kalpana8855
    @kalpana8855 Před 23 dny +7

    বৰ সুন্দৰ আৰু সত্য কথা কৈছে চাৰ। জকোৰ মুখত চূণ দিছে । আপোনালৈ ধন্যবাদ জনাইছো চাৰ। 🙏🙏

  • @jurimonidas2513
    @jurimonidas2513 Před 23 dny +10

    আপোনাৰ সকলো শিনি কথাই ভাল লাগিছিল,কিন্ত উজনি নামনি কথাটোৱে বৰকে আমনি কৰিলে ,কিয়নো আমি সকলো অসমীয়া। গৌৰব গগৈ ডাঙৰীয়াক সকলোৱে ভাল পাই দাদা।

    • @riturajphukon1412
      @riturajphukon1412 Před 23 dny +3

      aikhar kintu kua kotha....bukut hat thoi kobo paribo ne upper aru lower nosole buli.... thakibo নালাগে বুলি moiu vabu kintu ase, tekhete hosa kothai koise শুনিবলৈ বেয়া যেন লাগিলেও

    • @man3246
      @man3246 Před 23 dny

      Thake a alp.....bhaiti....ghrt o thake ....khura khuri htr lgt ....bordeuta htr lgt.....heibuli aanor aagot kobo najai.....ba bipod homoit aag bhari aahe ....Faltu Attitude

    • @spondancreation1874
      @spondancreation1874 Před 21 dnem +1

      ​@@riturajphukon1412ki xosa koise beh , Apuni ki kbo khujise Lower Assam Upper Assamr uprt nirbhor kri soli ase niki, Ghy khno Sun lower Assamt pore Apunaluke Ghy bad di salibo paribo niki

    • @messy3314
      @messy3314 Před 20 dny

      @@spondancreation1874 exactly, guwahati's gdp alone is more than jorhat, dibrugarh. Ene ahi jai kobar pora divide koribole

    • @messy3314
      @messy3314 Před 20 dny

      @@riturajphukon1412 apunar ghor kot kouk sun? Guwahati t tu upper assam, lower assam duitare manuh ase, 23 bosoror jiwonot ajileke enekua divide dekha napalu jontu Oxomiya and ona oxomiyar jitu divide dekhisu. And mur ghor u jorhat t. Moi nije gaurav gogoi k vote dibo goisu jorhat le. And iman dine gaurav gogoi sun lower assam r e MP asil.

  • @bhupendragogoi
    @bhupendragogoi Před 24 dny +56

    সঁচা কথা, কেৱল আনৰ বদনাম গাই, ধৰ্মক লৈ ৰাজনীতি কৰা, মুখৰ লেকাম নাইকিয়া কথা কৈ ৰাজনীতি কৰাৰ দিন উকলিব ধৰিছে ৷
    কেইজনমান মদগৰ্বী, অহংকাৰী নেতাই ’অমুক জিকিলে ৰাজনীতি এৰিম, অমুক জিকিলে এইটোহে কৰিম...’ কৈছিল, তেওঁলোকে নিজৰ জিভাখনৰ সন্মান ৰাখিব পাৰিবনে ?

  • @dipakgohain3032
    @dipakgohain3032 Před 23 dny +21

    সচাঁ ৷ আত্ম সমালোচনা মানুহক মহান কৰে ৷

  • @user-wr4lc9tz1j
    @user-wr4lc9tz1j Před 23 dny +9

    একদম সচা কথা কৈছে মৃণাল দাই

  • @deltawarriors940
    @deltawarriors940 Před 21 dnem +3

    আপোনাক ব্যক্তিগত ভাৱে মই অত্যন্ত সন্মান কৰো।‌ আপোনাৰ গঠন মূলক কথাবোৰ মোৰ সদায় প্ৰিয় কিন্তু এজন সংগ্ৰামী নেতাৰ অসম খন বিভাজন কৰা মন্তব্য বোৰ শুনি অনুভৱ হয় আপুনি সস্তিয়া ৰাজনীতি হে কৰিছে। আপোনাৰ মন্ত্ৰী বিধায়কৰ বাবে অসম খন উজনি নামনিত ভগোৱাৰ অধিকাৰ অসমৰ জনসাধাৰণে দিয়া নাই।

  • @minakshiborgohain7378
    @minakshiborgohain7378 Před 24 dny +28

    100%❤️❤️❤️❤️❤️ মৃণাল দা 🙏🙏🙏🙏

  • @anildas5876
    @anildas5876 Před 24 dny +27

    এইখিনি কথা শিকক নিজক বেচি ওপৰৰ মাল বুলি ভবা বন্ধু কেইজনে।

  • @ZakirHussain-mu3gr
    @ZakirHussain-mu3gr Před 22 dny +4

    নমস্কাৰ মৃণাল শইকীয়া ডাঙৰীয়া আপোনাক মই ব্যক্তিগত হিচাবে সন্মান কৰো , কিন্তু আজি আপোনাৰ কিছু কথা বতৰাই মোক আশাহত কৰিছে | যেনে আপাৰ আচাম , লোৱাৰ আচাম জাতীয় কথা বোৰ আপোনাৰ মুখত শোভা নেপাই , বৰ অসম গঢ়িবলৈ হলে সংকীৰ্ণ মনোভাবৰ পৰা মুক্ত হব লাগিব, ক্ষমা কৰিব আপোনাক বুজাব পৰা জ্ঞান হয়টো মোৰ নাই তথাপিও অসমক ভাল পোৱাৰ স্বাৰ্থত নেমাতি নোৱাৰিলো | ধন্যবাদ |

    • @bhoveshpathak9782
      @bhoveshpathak9782 Před 21 dnem

      ইয়াৰ বাপেকে উজনি অসম খন কিনি থৈছে

  • @ajmusiczubeen3374
    @ajmusiczubeen3374 Před 23 dny +10

    সকলোখিনি ঠিকেই আছিল কিন্তু আপোনাৰ উজনিৰ অহংকাৰ অলপ বেছি হ'ল, অসম এখনেই মনত পেলাই দিলো

    • @assamfirebase6892
      @assamfirebase6892 Před 21 dnem

      সেইকাৰণে বিজেপি য়ে উজানি ত একো কৰা নাই নেকি। উজনিৰ এটা ৰাস্তা ঘাট বনোৱা নাই হিমন্ত বিশ্ব মুখ্যমন্ত্রী হোৱাৰ পৰা।।

    • @cracker318
      @cracker318 Před 13 dny

      ​@@assamfirebase6892chanda vkhari bht besi ujonit

    • @siddheswarbharali488
      @siddheswarbharali488 Před 16 hodinami

      ​@@assamfirebase6892 jorhat majuli bridge , north Lakhimpur majuli bridge congress r dint hoisil no , golaghat numaligarh underwater tunnel kune onumoti dile

  • @dr.abutaherahmed9180
    @dr.abutaherahmed9180 Před 24 dny +29

    একেবাৰেই খোলা মনৰ মানুহ। প্ৰগলভতাৰে সঁছা কথা বিলাক কৈছে। এই কথা বিলাক সকলো নেতাই উপলব্ধি কৰিলেহে দল তিকিব অন্যথা গণবিচ্ছিন্ন হোৱাটো স্বাভাবিক। অহংকাৰেই পতনৰ মূল।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Před 23 dny +36

    সমষ্টি পূৰ্ণ বিনাশ বিজেপিয়ে নিজৰ মতে , নিজৰ লাভত কৰিছিলে কিন্তু ৰাইজ সচেতন সেয়ে ফলস্বৰূপে গৌৰৱ জিকিল

  • @ayatullahsheikh3118
    @ayatullahsheikh3118 Před 5 dny +1

    সত্য কথা কৈছ দাদা, like you...

  • @jibonjyotidutta622
    @jibonjyotidutta622 Před 23 dny +9

    কথাখিনি শুনি বহুত ভাল লাগিল🙏🙏🙏🙏

  • @RAJUDUTTA-mo1lt
    @RAJUDUTTA-mo1lt Před 24 dny +64

    ১০০শতাংশ সত্য

  • @RanjitBoruah-de8nc
    @RanjitBoruah-de8nc Před 23 dny +11

    আপোনাৰ কথাবোৰে আজিহে vl lagil

  • @dipalidevichoudhuri5241
    @dipalidevichoudhuri5241 Před 23 dny +2

    আপোনাৰ কথাবোৰ ঠিকেই আছে ৷ তাত আত্মসমালোচনা আছে ৷ ভাল পালোঁ ৷ কিন্তু এটা কথা সাংঘাটিক বেয়া পালোঁ আপুনি Upper Assam Lower Assam কথাটো আনিছে বাবে ৷ আমি অসমৰ মানুহ ৷ আমি অসমীয়া ৷ এয়াহে ৷

  • @mrinaldas5501
    @mrinaldas5501 Před 23 dny +7

    Lower Assam k emn tuisso tassillo korile ...openly asorit lagil......and people supporting his views...

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Před 23 dny +14

    প্রকৃত বিজেপি নেতা সকলে সৎ পথেৰে, সৎ চিন্তাৰে, সৎ ভাৱনাৰে দলটো আগবঢ়াই লৈ যোৱা উচিত। নহলে ভৱিষ্যত লৈ অন্ধকাৰ এই দলটোৰ বাবে। ভালকৈ জনা উচিত বিবেকবান মানুহ টকাৰ বাবে বিক্রি নহয়। সকলো কৌৰৱে দুৰ্যোধনৰ কথামতে চলা নাছিল।

  • @debajanisarma1673
    @debajanisarma1673 Před 24 dny +24

    Respect for Mrinal Saikia...guts ase tethetor xoxa kotha koise

  • @prashanta_hazarika6591
    @prashanta_hazarika6591 Před 23 dny +3

    গৌৰৱ গগৈ যোৰহাটত জিকিলে পিযুছ হাজৰিকাই ৰাজনীতি এৰা কথা আছিল।

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k Před 23 dny +4

    যিদিনা বৰদোৱাত ৰাহুল গান্ধীক অপমান কৰিলে সেইদিনাই যোৰহাটবাসী প্ৰতিপন্ন কৰি দেখুৱালে ❤❤🎉🎉🎉❤❤

  • @dhundhunoomusic978
    @dhundhunoomusic978 Před 24 dny +18

    Vote আহিব যাব ,,,,,,আমি joyohygo জনক ভোট দিও

  • @mugakirahmed9304
    @mugakirahmed9304 Před 24 dny +81

    মানে ১০০% কংগ্ৰেছত যোগদান কৰিব। দিন বেছি নাই আৰু।

    • @Vloglook890
      @Vloglook890 Před 24 dny +16

      Krib lge... anekowa ajn xat manuh ji dale ....guruta diya ni Congress gole xyikhini respect xanman pb buli moi akhabadi...

    • @analjyotiborah6040
      @analjyotiborah6040 Před 24 dny

      Teu kua kotha khini hunok. Beya kotha eku kuanai

    • @hiteshlambubhai3514
      @hiteshlambubhai3514 Před 23 dny

      BJP himanta dhori rokha nai..

    • @Nirmal-gr3eu
      @Nirmal-gr3eu Před 23 dny +6

      Kiyo? Aasol kotha kowa kaarone laaj paisa neki ondho bhakto?

    • @moinakonwar
      @moinakonwar Před 23 dny +3

      আপোনাৰ মানসিকতা ভাল নহয়

  • @taradoi7957
    @taradoi7957 Před 23 dny +3

    যোৰহাটৰ লোকসকল যথেষ্ট জ্ঞানী
    তেখেত সকলে গৌৰৱগগৈক ভোট দি ভাল কৰিছে । সমগ্ৰ ভৰতৰ মানুহে বিবেক ভোট দিয়াটো প্ৰয়োজন
    যোৰহাট বাসীলৈ মোৰ হিয়া ভৰা শুভেচ্ছা নিবেদিলোঁ

  • @Xxhxjxjx
    @Xxhxjxjx Před 23 dny +2

    Mrinal saikia zindabad, Salute

  • @ranjitbora734
    @ranjitbora734 Před 23 dny +49

    আপুনি ইমান জনাৰ পাছতো কিয় বিজেপি কৰি নিজৰ ব্যক্তিত্ব লাঘৱ কৰিছে। গৌৰৱ গগৈৰ যি ব্যক্তিত্ব সেয়া আপোনাৰ দলত নাই।

    • @abdulkhalequemondal9591
      @abdulkhalequemondal9591 Před 23 dny

      Ahibo jen lage.

    • @biplabroktim1210
      @biplabroktim1210 Před 23 dny +9

      তেওঁ বিয়ক্তিত্ত্ব লাঘৱ কৰা নাই তেওঁ কাম কৰে ৰাইজৰ বাবে তেওঁ নিৰ্দলীয় খেলিলেও জিকিব তেওঁ কাকো কেয়াৰ নকৰে তেওঁ সঁচা কথা কৈছে 😊

    • @carshorts7621
      @carshorts7621 Před 22 dny +3

      আদৰ্শ থকা মানুহে দল ত্যাগ নকৰে। তেওঁ বিজেপিত আছে বিজেপিতে থাকক।

    • @LovelyBeachHammock-lx5se
      @LovelyBeachHammock-lx5se Před 21 dnem +1

      Kunu ata dol beya nhoi tat thoka manuh bur he time onuhori val nhoi

  • @latugogoi1007
    @latugogoi1007 Před 23 dny +13

    গৌৰব গগৈ
    জিন্দাবাদ

  • @user-sq1ux6xw4l
    @user-sq1ux6xw4l Před 21 dnem +1

    মৃনাল দা আপোনাৰ কথা খিনি 100 শতাংশ শুদ্ধ, আপোনাক বহুত বহুত ধন্যবাদ

  • @bharalibharali4090
    @bharalibharali4090 Před 23 dny +4

    মৃণাল শইকীয়া ডাঙৰীয়াৰ চিন্তা-ধাৰাবোৰক সমৰ্থন কৰো মই।

  • @user-zh1qd2oo8n
    @user-zh1qd2oo8n Před 23 dny +16

    Next cm Gaurav Gogoi

  • @putulsonowal7379
    @putulsonowal7379 Před 23 dny +13

    কথাবোৰ আপোনা সত্য সত্যতা আছে ।মইও এক মত।দল ত লিদাৰ বেছি হল ।যিমান মন্ত্ৰী আহিলেও নহৱ ।যে ভূট কোন খিনি মানুহে ভূট দিৱ ।সেই ঠাইবোৰৰ ত্ৰিনমূল প্ৰকীত কৰ্মী গুৰ্ত দিয়া ।নহল ।বূট সভাপতি লগতে অকল লিদাৰক নিভয় কৰিলেই জয় হম বুলি ভাবিছিল ।অকল বুট সভাপতি য়ে ভূট দি জিকাই নিৱ নোৱাৰে ।সকলো কৰ্মী সমান গুত্ত নিদিলে ।কৰ্মী মেইন ।তাৰ পাছত লিদাৰ ।বিজে পি আজি লিদাৰ মেইন ।সছা কলে বেআ পাই ।গুৰুত্ত নাদিয়ে ।

  • @user-jr1oe9tg2p
    @user-jr1oe9tg2p Před 23 dny +2

    যুক্তি সংগত বিছাৰধাৰাৰ বাবে আপোনাক ৰাইজে ভাল পাই ।
    আপোনাৰ কথাখিনিত একমত।
    বিজেপিৰ বিছাৰ-ধাৰাক মই ভাল নাপাওঁ কিন্তু আপোনাৰ দৰে সু-বিছাধাৰা থকা ব্যক্তিক ভাল পাওঁ।

  • @user-mg7et1dq8v
    @user-mg7et1dq8v Před 23 dny +1

    যি কৈছে মৃনাল দাই সঁচা অৰ্থত কৈছে। আপোনাক ধন্যবাদ জনাইছো।

  • @rajusaikia6644
    @rajusaikia6644 Před 24 dny +33

    শুদ্ধ কথা কৈছে।বহুত মানুহে মনত ভাবি থকা কথা বোৰ কৈছে।

  • @raktimbaruah3960
    @raktimbaruah3960 Před 23 dny +27

    গৌৰৱ গগৈক হৰুৱাবলৈ কৰা নাছিল কি তাৰ পাছতো গৌৰৱ গগৈ জিকিলে এইতো কম কথা নহয়।

  • @ranjitgogoi1031
    @ranjitgogoi1031 Před 23 dny +4

    সুন্দৰ উপস্থাপন

  • @JagatDeka-rn7sj
    @JagatDeka-rn7sj Před 20 dny +1

    আপোনাৰ কথাখিনি বেয়া লগা নাই, কিন্তু উজনি নামনিৰ ব্যৱধানতে আজিও আপুনি আছে,সেইটোহে পুতৌ জন্মিব লগা কথা। আপোনাৰ গোটেই গুঢ় কথাখিনিক উজনি নামনিয়ে শূণ্য কৰি দিলে। আপোনাৰ উজনিত চাহ,তেল আছে, আমাৰ নামনিত অসমৰ ৰাজধানী আছে, যিমান ইতিকিং কৰিলেও নামনিত নাহিলে আপোনালোক চলিব নোৱাৰে। আপোনাৰ স্পষ্টবাদিতাক সন্মান জনাইছোঁ।
    ব্যক্তিত্ত্বৰ সন্মান উজনি নামনিৰ পৰিধিৰে জোখাতো মূৰখামি,নৱ প্ৰজন্মৰ যুক্তিবাদী কন্ঠৰ গৰাকী 19:47 গৌৰৱ গগৈ দেৱ নামনিৰো বহুতৰে নয়নৰ মনি।

  • @SatymevaJayate007
    @SatymevaJayate007 Před 23 dny +9

    সঁচাটো অকপটে প্ৰকাশ কৰিছে ❤🙏

  • @prasannasharma1573
    @prasannasharma1573 Před 24 dny +12

    100% সঁচা কথা।

  • @tankswargohain6701
    @tankswargohain6701 Před 23 dny +1

    গৌৰৱ গগৈ অসম আৰু অসমীয়াৰ স্বাভিমান, নেতা ,সেয়েহে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ যোগ্য বিবেচিত কৰা হৈছে।

  • @user-bc2dl6xo9f
    @user-bc2dl6xo9f Před 24 dny +9

    সুন্দৰ ব্যাখ্যা

  • @junmonigogoi4204
    @junmonigogoi4204 Před 23 dny +10

    আপোনি সঁচা কথা কৈছে লিদাৰ বেছি হ'ল

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 23 dny +3

    এটা সিংহ শিয়াল জাক জাক।এজন ভাল মানুহৰ যেতিয়া সমালোচনা কৰে তেতিয়া সমালোচনা কৰা জনৰ ওজন কমি যায়।এচাম মূৰ্খই এই কথা নাজানে।গৌৰৱৰ বদনাম"গাই কংগ্ৰেছক জয়যুক্ত কৰাত সহায় কৰিলে।ইয়াৰ বাবে বদনাম কৰা সকলক ধন্যবাদহে।

  • @munmiduttaburagohain4909
    @munmiduttaburagohain4909 Před 23 dny +7

    কথাকেইটা ইমান স্পষ্ট,,,সচাকৈ বৰ ভাল লাগিল শুনি,,,সচা অৰ্থত আপোনাৰ দৰে নেতা যদি সকলোবোৰ হোৱা হলে আমাৰ অসমৰ আৰু উন্নতি হল হেতেন। 🙏👍মামা অলপ শিকক এখেতৰ পৰা,,,,,

    • @kishoresutradhar4467
      @kishoresutradhar4467 Před 5 dny

      কোনখন অসমৰ? উজনী অসমৰ নে নামনি অসমৰ ?

  • @mrlsworld4484
    @mrlsworld4484 Před 24 dny +7

    I'm with you Mrinal Da

  • @mithunkulitwo4720
    @mithunkulitwo4720 Před 24 dny +10

    100% Right

  • @BipulbipulBipulbipul-fn2mo

    সুন্দৰ অতি সুন্দৰ দাদা সচা কথা উপস্থাপন কৰিছে

  • @parulbora2038
    @parulbora2038 Před 23 dny +1

    আপোনাৰ কথাখিনি বহু যুক্তিযুক্ততা আছে। আপুনি আগুৱাই যোৱাৰ শুভ কামনা জনালোঁ

  • @kushalkalita7921
    @kushalkalita7921 Před 24 dny +39

    উজনি অসম jindabad

  • @debasishgogoi222
    @debasishgogoi222 Před 24 dny +3

    Well said Mrinal Saikia

  • @babulgohain1867
    @babulgohain1867 Před 23 dny +7

    মহা আপোনি সত্য কথা কয় ভাল লাগে মোৰ❤

  • @babitahazarika6300
    @babitahazarika6300 Před 23 dny +1

    নামনিৰ মানুহৰ নিচিনা উজনিৰ মানুহ কেতিয়া হব নোৱাৰে । মই 16:08 শিৱসাগৰ ৰ বোৱাৰী। আৰু মই শিৱসাগৰ ত থাকো। কিন্তু উজনিৰ মানুহে যিমানে চেষ্টা কৰক নামনিৰ নিচিনা সহজ সৰল ভাল মনৰ কেতিয়াও হব নোৱাৰে।

  • @trishnakalita4154
    @trishnakalita4154 Před 23 dny +21

    ২০২৬ত গৌৰৱ গগৈয়ে সকলোবোৰ সুস্থ মগজুৰ সৈতে এফালৰ পৰা ছফা কৰিব গৈ আছে 😂

  • @moonali6988
    @moonali6988 Před 23 dny +4

    সুন্দৰ দাদা

  • @abhijitchetia23
    @abhijitchetia23 Před 23 dny +2

    সত্য আৰু স্পস্তবাদী 👍💯

  • @user-kf5wt7ns5t
    @user-kf5wt7ns5t Před 23 dny +2

    অপ্ৰিয় হ'লেও মৃণাল শইকীয়াই সত্য কথাই কৈছে।
    ন বিজেপি হিমন্ত বাহিনীৰ কিন্তু এই কথা হযম নহব পাৰে ।

  • @bijoydeka9134
    @bijoydeka9134 Před 24 dny +5

    Mrinal Hazarika val leader

  • @DipuSahariah-nz6sc
    @DipuSahariah-nz6sc Před 24 dny +4

    Akdom khosa kotha koise Apuni... 👌👌

  • @nandeswartaye805
    @nandeswartaye805 Před 22 dny +2

    গৌৰৱ গগৈয়ে নিৰ্বাচিত হ'লে কি হব এতিয়া যোৰহাট আৰু শিৱসাগৰ উন্নয়ন কোনে কৰিব গৌৰৱক জিকায় লাভ হল তাৰ হাতত চৰকাৰ নাই

  • @Putulbhuyan
    @Putulbhuyan Před 23 dny +1

    অপ্ৰিয় হ'লেও সুন্দৰ আৰু সঠিক চিন্তাৰ প্ৰকাশ কৰিছে 👍

  • @bimalkumar5440
    @bimalkumar5440 Před 24 dny +3

    Well said and truly explain.