মাজুলীত সাংসদ গৌৰৱ গগৈ

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • মাজুলীত সাংসদ গৌৰৱ গগৈ। মাজুলীৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ সাংসদগৰাকীয়ে।
    #PratidinTime #Majuli #GauravGogoi

Komentáře • 85

  • @debajanibaruah3105
    @debajanibaruah3105 Před 2 měsíci +39

    ধন্যবাদ ।মাননীয় গৌৰৱক ।কিয়নো বানপানীত কস্ট খাই থকা লোকৰ ওচৰত গৈ মাত সাৰ দিয়াৰ কাৰনে ।বানত কস্ট খোৱা মানুহ খিনী ভালে থাকক সাৱধানে থাকক ।ভগৱানকেই ভৰষা কৰি থাকক ।

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Před 2 měsíci +1

      Not related *অসমৰ ৰাইজে চোৱা উচিত কিদৰে একে চৰকাৰ, একে ঠিকাদাৰ, একে বিষয়া আদিয়ে ধুবুৰীৰ পৰা নগাঁৱলৈ ৰাস্তা ভাল বনাব পাৰে কিন্তু কিয় যোৰহাটৰ পৰা শিৱসাগৰলৈ ভাল ৰাস্তা বনাব নোৱাৰে এবাৰ চিন্তা কৰি চাওক। কাৰণ যোৰহাটৰ শিক্ষিত ৰাইজ চাগে। যিটো সময়ত সমগ্ৰ অসমৰ ৰাইজে অসম আৰু অসমীয়াৰ কাৰনে ভোট কৰিলে সেই সময়ত যোৰহাটৰ ৰাইজে বাংলাদেশী মূলৰ মানুহৰ বাবে ভোট কৰিলে চাগে। শিক্ষিত ৰাইজ?*
      অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ কমি গল। কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
      এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
      ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
      আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
      অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।

  • @ProbalKhataniar
    @ProbalKhataniar Před 2 měsíci +36

    মানৱীয় মূল্যবোধৰ সচাঁ নায়ক সেইজনে আমাৰ গৌৰৱ🙏🙏

  • @tikhulimbu8858
    @tikhulimbu8858 Před 2 měsíci +3

    গৌৰৱ গগৈ মহোদয় ৰাজ্যৰ এই দুখৰ সময়ত উপস্থিত থকাৰ বাবে বহুত বহুত ধন্যবাদ জনালো 🙏🙌😍

  • @gunjalkalita7187
    @gunjalkalita7187 Před 2 měsíci +34

    Next CM .... ❤

  • @yeaminurrahman3764
    @yeaminurrahman3764 Před 2 měsíci +34

    Next CM Gaurav Gogoi

  • @ranapayeng7453
    @ranapayeng7453 Před 2 měsíci +27

    Next cm......🎉❤🎉

  • @kusharegon8298
    @kusharegon8298 Před 2 měsíci +20

    গৌৰৱ দা বসোত ভাল কাম কৰিলে

  • @benipegu2302
    @benipegu2302 Před 2 měsíci +16

    ধন্যবাদ❤❤❤❤❤❤🎉

  • @BarunBaruah-zf7vd
    @BarunBaruah-zf7vd Před 2 měsíci +16

    Joi hok tomar

  • @inglishvlogs1015
    @inglishvlogs1015 Před 2 měsíci +46

    এই জন আমাৰ আচল নেতা,

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw Před 2 měsíci +12

    ❤❤❤ Gourav Gogoi Zindabaad❤❤❤

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs Před 2 měsíci +7

    Good sir 🙏 Gaurav Gogoi zindabad 👌

  • @user-xq6bn4rh8s
    @user-xq6bn4rh8s Před 2 měsíci +27

    অসমীয়াৰ হৈ সদনত মাত মতাজন গৌৰৱ গগৈৰ তথা ৰাইজৰ জয় হূওক ।

  • @debenhandique9958
    @debenhandique9958 Před 2 měsíci +1

    সুন্দৰ পদক্ষেপ গৌৰৱ গগৈ।

  • @ranjanpds7245
    @ranjanpds7245 Před 2 měsíci +7

    Good leadership of all over India

  • @Nyapar424
    @Nyapar424 Před 2 měsíci +6

    Good job dada

  • @prodipborah1782
    @prodipborah1782 Před 2 měsíci +7

    Lion man of assam gourov gogoi

  • @saddakahmed6481
    @saddakahmed6481 Před 2 měsíci +6

    Good job

  • @TCF573
    @TCF573 Před 2 měsíci +6

    Welcome our Gourov

  • @chittagogoi2716
    @chittagogoi2716 Před 2 měsíci +7

    অহাবাৰ jikabo dai মাজুলী ৰাইজ❤❤

  • @TilokBisay
    @TilokBisay Před 2 měsíci +6

    Good

  • @TCF573
    @TCF573 Před 2 měsíci +4

    ❤❤❤❤❤❤❤❤❤❤ Gourov .

  • @deadlydrax2711
    @deadlydrax2711 Před 2 měsíci +2

    Good job 👍 Gourav Gogoi

  • @janmejoylagachu3971
    @janmejoylagachu3971 Před 2 měsíci +4

    go ahead sir

  • @apurbadas8059
    @apurbadas8059 Před 2 měsíci

    গৌৰৱ গগৈ অসমৰ গৌৰৱ

  • @TilokBisay
    @TilokBisay Před 2 měsíci +4

    Good cm

  • @harakantadeka7715
    @harakantadeka7715 Před 2 měsíci +1

    সদনত,উপসহান,কৰক,মোদীক,জনাই,দিয়ক

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Před měsícem

    Gaurav Gogoi zindabad

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 Před 2 měsíci +1

    Next cm

  • @BikashDas-cp1nk
    @BikashDas-cp1nk Před 2 měsíci +3

    ❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏

  • @OzaruTY
    @OzaruTY Před 2 měsíci +1

    Gourav gogoi jindabad 💯💯💯💯💯

  • @anonymous_assamese4838
    @anonymous_assamese4838 Před 2 měsíci

    Next CM ❤

  • @mamubora2439
    @mamubora2439 Před 2 měsíci +4

    ৰাইজৰ হৈ মাত মতা মানুহ এইজন

  • @user-qf2hg9tl1k
    @user-qf2hg9tl1k Před 2 měsíci

    Great MP of Assam .

  • @DinaDas-ez6tj
    @DinaDas-ez6tj Před 2 měsíci +13

    Nex c m guarav gogoi

  • @uddip4093
    @uddip4093 Před 2 měsíci +2

    সোনকালে আহিলে 😂

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 Před 2 měsíci +1

    Next cm❤

  • @ArupDas-qr6qc
    @ArupDas-qr6qc Před 2 měsíci +3

    মাত দিলে নহব সাহাৰ্য্য দিয়ক মোঠাৰিৰ কাম কৰিম বুলি প্ৰত্যুচিটি দিয়ক আপুনি তাৰে সাংসদ।

  • @user-bb9vi5bh5k
    @user-bb9vi5bh5k Před 2 měsíci

    🎉😂😂😂

  • @madhurjyak
    @madhurjyak Před 2 měsíci +2

    Jate tate gamosakhan pindhai Thake Kiyahe

    • @Palash6
      @Palash6 Před 2 měsíci

      Kamur he pai sge aibur dingit loi MP a

  • @TCF573
    @TCF573 Před 2 měsíci

    Chowar ka Batcha kisumane posa saul khai joli ase... Hihotor aibar nishit moronor din. Ahise .. October r pasot 😅😅😅😅😅 ha ha ha ha 😅😅😅

  • @bishalsarma5306
    @bishalsarma5306 Před 2 měsíci +1

    লাইট কেমেৰা একশ্যন 😂😂
    লাইভ হৈ আছে আঁতৰি দিয়ক
    😂😂

  • @mamusambitisgoodborah9898
    @mamusambitisgoodborah9898 Před 2 měsíci +1

    Nagaon jaa aru dhuburi apunar porial tat ase

  • @rjvlogs7189
    @rjvlogs7189 Před 2 měsíci

    Panet nami nojowa natai ki half korebo raijok

  • @binod.sri.vastav7631
    @binod.sri.vastav7631 Před 2 měsíci +1

    Kam naikhia 😅😅😅😅

  • @Ulludin
    @Ulludin Před 2 měsíci +6

    Gourav Gogoi aji AC room pora ulai ahil nki??
    Khota khot khota khot 8500 toka Majili bakhik urgent dibo lage

    • @opoint01
      @opoint01 Před 2 měsíci +7

      আপোনাৰ ইমান গাত লাগিছে কিয়। তেওঁ বৰ্তমান বানপীড়িত সকলৰ অলপ মনোবল বঢ়াইছে তাতে ইমান আপত্তি। আপুনি আচলতে মাজুলী বাসিৰ এই দুৰ্দশাত সুখি যেন অনুভৱ হয়। বেয়া নাপাব আপোনাৰ কেকুৰাৰ স্বভাৱ আছে😊 ভগৱান ভাল কৰক আপোনাৰ। অলপ ৰাজনীতি পৰিহাৰ কৰক।

    • @JyotsnaBengoli
      @JyotsnaBengoli Před 2 měsíci +1

      Bourbon toi

    • @pritom21
      @pritom21 Před 2 měsíci +4

      Apuni Rupjyoti r samsa jen lagise😂

    • @Ulludin
      @Ulludin Před 2 měsíci +1

      @@opoint01
      15 years CM Tarun Gogoi Majuli kiman bar gol aru Majuli babe ki ki kril

    • @Ulludin
      @Ulludin Před 2 měsíci +1

      @@JyotsnaBengoli
      Apuni o Sage Ajmol Miya samsa

  • @rjvlogs7189
    @rjvlogs7189 Před 2 měsíci

    Pani nowoha thait ghurela ki dakha pabo pappui tulugha nawot uthi sala ha dakhebo keman pani hoisa😅

  • @papuborgohain8156
    @papuborgohain8156 Před 2 měsíci +8

    Next cm

    • @Ulludin
      @Ulludin Před 2 měsíci +2

      Next ward member

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 Před 2 měsíci

      Nhoi next pm dyok

    • @Ulludin
      @Ulludin Před 2 měsíci

      @@rishirajomivaidya5648
      Ha ha ha 🤣🤣🤣😂😂 hi hi hi hu hu hu

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 Před 2 měsíci +2

      @@Ulludin Aji power nai pua krne anaka asw kli power palee gotee border khuli dibo welcome miya

    • @Ulludin
      @Ulludin Před 2 měsíci

      @@rishirajomivaidya5648
      Correct