Video není dostupné.
Omlouváme se.
দেখি থকা আৰক্ষীগৰাকীৰ নুশুনা কাহিনী || Vodcastৰ এইবাৰৰ অতিথি আৰক্ষী কনিষ্টবল ধৰ্মেন্দ্ৰ হাজৰিকা
Vložit
- čas přidán 30. 05. 2024
- Vodcastৰ এইবাৰৰ অতিথি আৰক্ষী কনিষ্টবল ধৰ্মেন্দ্ৰ হাজৰিকা
দেখি থকা আৰক্ষীগৰাকীৰ নুশুনা কাহিনী
#nbnews #nbnewsdigital #podcast #assampolice #constable
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
অতি সুন্দৰ । হাজৰীকালৈ শত শ্ৰদ্ধা যাঁচিছো ।
🙏🙏🙏, বৰ ধুনীয়া। প্রভূকৃপা।
Kantha bahut sundar.
Xundor dada love from Lakhimpur
Jai sree krisha,
বৰ ভাল লাগিল। উজ্বল ভৱিষ্যতৰ কামনা কৰিলো,
❤
ইমান সুন্দৰ কণ্ঠ, ভগৱানে তেখেতক কুশলে ৰাখক।
kantha bahut sundar
😮অতি সুন্দৰ হৈছে আপোনাৰ বহুমূলীয়া গীতৰ আৰু সুৰৰ লহৰে সকলোৰে। মণ আনন্দ কৰিলে ধন্যবাদ জনাইছো
অতি সুন্দৰ গাইছে। শুনি খুব ভাল লাগিছে। তেখেতৰ ভবিষ্যৎ উন্নতি কামনা কৰিলো।
ভাল লাগে মানুজনক। সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
Assam police hoi ane dharanr padkhep luwar babe bhut vaal lagise. Sakalu jadi vaal hol hetan tente desar durniti nathakile hoi. Apunak bohut bohut dhainybad.
আৰক্ষী বিভাগত এনেলোক খুব কমেইহে পোৱা যায় ।শুভ কামনা যাছিলো।কৃষ্ণ ।
Hosai dai bohut hundor kontha
শুভেচ্ছা জনাইছো।
এনে এজন ব্যক্তি অসম আৰক্ষীত থকা বুলি জানি বুকুখন বহুত ফুলি গল। অসম গৌৰৱ ব্যক্তি।
নমস্কাৰ ।এনে এজন ব্যক্তিৰ উপস্থিতি আৰক্ষী বিভাগত নিযুক্তি পোৱাটো খুবেই ভাল হৈছে।
❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ। ধমেন্দ হাজৰিকা এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। এও অসম আৰক্ষীৰ কাৰণে গৌৰব। অতি নম্ৰ আৰু ভদ্ৰ ব্যক্তি। এও লোকসঙ্গীতৰ এগৰাকী নীৰব সাধক। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। এগৰাকী লক্ষীমপুৰীয়া হিচাপে আমিও গৌৰৱান্বিত। তেওঁৰ এই গৌৰৱময় যাত্ৰা অনাগত দিনলৈও অব্যাহত থাকক তাৰেই আন্তৰিক শুভ কামনাৰে। ❤❤❤
Kot chuti nepai police a 1mahot 10baar ghorot ahe
Krishna Krishna Krishna ❤ bhagabanar an ata rup❤
কৃষ্ণ কৃষ্ণ ! বাপজনাৰ সু স্বাস্থ্য কামনা কৰিলো।এগৰাকী ব্যতিক্ৰমী আৰক্ষী কৰ্মী।আৰু আগুৱাই যাওক।এয়াই আশা কৰিলো।
অতি সুন্দৰ ভাল লাগিল ❤❤
ভাল লাগিল🙏🙏
❤❤️❤️❤️🙏🙏🙏
ঘিলামৰা, (ঢকুৱাখনা, লখিমপুৰৰ) অসম অসমীয়াৰ গৌৰৱ ❤
Ashirbad thakil bupai, bor xundar, xadhona neriba dei
সুন্দৰ বন্ধু ❤
আগুৱাই যোৱা শুভ কামনা জনালোঁ।
Moja guruji...🙏🏼
কৃষ্ণ ❤
সুন্দৰ ❤
কৃষ্ণ কৃষ্ণ, সুন্দৰ কণ্ঠ ।দুয়ো গৰাকীক ধন্যবাদ জনালো ।
বৰ সুন্দৰ অনুষ্ঠান, ভাল লাগিল। ভগৱানে মঙ্গল কৰক আপোনাক।
অতি সুন্দৰ আৰু হৃদয়স্পৰ্শী অনুষ্ঠান।
বৰ ভাল লাগিল।
চাৰৰ ঘৰ কত বাৰু
সুন্দৰ
Bor sundor lagise
Thanks 🙏🙏🙏
Bohut vl lgise prgam tu sai aru vl km kri juwa aaguwai juwa
Ati Sundar 🔥💕💕💕🙏🙏
বৰ ভাল লাগিল 🙏🙏🙏
বৰ সুন্দৰ কণ্ঠ কৃষ্ণ কৃষ্ণ কুশলে ৰাখক।❤❤❤
Xundor kontho 👌👌👌
ভাল লাগিছে বান্ধৈ কৃষ্ণ 🙏 প্ৰভূৰ কৃপা হওঁক
Bahut bhal lagil interview to sai.Agbarhi juwa
Borhiya Dharmendra daa❤❤❤😊
অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই এওঁৰ প্ৰতিভা সমুহ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। এওঁৰ দৰে বিভিন্ন দিশত প্ৰতিভা থকা অসম আৰক্ষীৰ জোৱান সকলক শীৰ্ষ বিষয়া সকলে গুৰুত্ব প্ৰদান কৰিলে তেওঁলোকৰ সুপ্ত প্ৰতিভা বোৰ বিকাশ সুবিধা হব। এওঁলোকৰ দৰে জোৱান সকলক সম্পদ লৈ পৰিবৰ্তন কৰিব লাগে।❤❤❤ শেষত তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো ্❤❤❤❤❤
বৰ সুন্দৰ ।🎉
অৰূপ দা আপোনাৰ ঘৰ কত , জনাব চোন , আপোনাৰ interview লোৱা style টো বহুত ভালো লাগে
Nice
Bohut hundar voic.god bless you
কৃষ্ণ কৃষ্ণ ।
Krishana 🙏🙏🙏
Very good dear my brother you shuld try to go in your life
He pravu
Bahuat val lagisa sai
Bor bhal hoise.
🙏🙏🙏🙏🙏❤❤❤❤❤
Manisu daye.
ধুনীয়া লাগিল । তেখোৱাই হ'ব লাগে। ধন্যবাদ ডাঙৰীয়া ।
বহুত ভাল লাগিল ।
সুন্দৰ বন্ধু
Val lagil sar
সুন্দৰ কন্ঠ❤
এইয়া ব্যতিক্রম আৰক্ষী বিষয়া
বন্ধু ; কুশলে থাকক ।
অতি সুন্দৰ আপোনাক দেখি ভকতি ভক্তি ভাৱ আছে প্ৰভু ভগৱন্তই কৃপা কৰক সেৱা জনালোঁ আগ বাঢ়ি যাওঁক কৃষ্ণ
Amar gaonr dada gaon khobor hompod
❤❤❤
কৃষ্ণ কৃষ্ণ, ভগৱানে আপোনাক কুশলে ৰাখক, দীৰ্ঘায়ু কৰক, আগবাঢ়ি যাওক।
কৃষ্ণ কৃষ্ণ ৰাম
❤❤
🎉🎉🎉
Dhomendo hazorika . hundor hoise.
ককাইদেউ❤🎉
❤🕉️
🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Kot log paam❤nambertu diyana
Nice🎉🎉🎉🎉
Krishna Krishna guruji....10ap jindabad ❤
❤🙏🙏🙏 bhakha nai
Best of luck from ghilamara.raidongia gaon
Bhal Lagil Sai Ag Bahi Jaok
Krishna,,krishna Bhogobane mongol korok ❤❤❤❤❤
Krishna Krishna 🙏🙏
Krishna
Akhomot aneke vogobanok bishakh kori thakile vogobane ketiaow dukhot narakhe
Krishna Krishna. Bhagawane kushale rakhak ❤
Krishna krishna 🙏🙏 . Gog bless you.
কৃষ্ণ কৃষ্ণ বাপ ।
কৃষ্ণ কৃষ্ণ
সচাই সুন্দৰ। এনেধৰনৰ অনুষ্ঠান পুনৰ পাম বুলি আশা কৰিলো ।
Vallagil
বহুত ভাল লাগিল, উচ্চাৰন বিলাক ইমান সুন্দৰ, মানুহ জন খুব ধাৰ্মিক যেন লাগিছে, সেৱাহে জনাইছো,,,,
কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤
God bless you Darrang DEF Mangaldoi Deben Nath
Police or dress ot vall nalaga a bur. Uniform jur khule lok aru tar pasot video bonayok. Uniform ot vall nalaga a bur.
ইমান সুন্দৰ কণ্ঠ। ভগৱানে তেখেতক কুশলে ৰাখক।
❤
সুন্দৰ
Nice
❤