LIVE : Junmoni Rabha Case Updates | জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ ৰহস্য ফাদিল | N18L

Sdílet
Vložit
  • čas přidán 5. 02. 2024
  • LIVE : Junmoni Rabha Case Updates | জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ ৰহস্য ফাদিল | N18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #junmonirabhacaseupdates #junmoninews
    n18_live
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

Komentáře • 426

  • @khagenkakati6380
    @khagenkakati6380 Před 5 měsíci +62

    একেবাৰে মিছা৷এনেকোৱা ৰায় পাম বুলি ভবা নাছিলো একমাত্ৰ ভগৱানেহে জানিব৷

  • @dulumonigogoi3311
    @dulumonigogoi3311 Před 5 měsíci +60

    একেবাৰ মিছা ।আমি আগতে অনুমান কৰিব পাৰিছিলো এনেকুৱা হব।ভগৱানৰ ওপৰত আমাৰ বিশ্বাস আছে এদিন জোনমনিয়ে ন্যায় পাব।

  • @sabitrisvlog721
    @sabitrisvlog721 Před 5 měsíci +48

    ইয়াৰ উচিত বিচাৰ ঈশ্বৰৰ ওচৰত।
    মানুহক আৰ কৰিলে ও ভগৱানক মিছা মাতিব নোৱাৰে।

  • @diptidevi4055
    @diptidevi4055 Před 5 měsíci +87

    জানমণি ৰাভাক হত্যা কৰি দুৰ্ঘটনা ৰূপ দিয়া হ'ল। । এই কথা আমি আগৰ পৰাই অনুমান কৰি আছিলোঁ। কাৰণ জানমণি ৰাভাক হত্যা কৰা সকল বৰ বৰ লোক।
    চৰকাৰী লোক। গতিকে CBI হ'ল কেন্দ্ৰীয় চৰকাৰৰ লোক।
    গতিকে যত অসম চৰকাৰৰ বৰ বৰ লোক জড়িত তাত ভাৰত চৰকাৰৰ বহতীয়াই কেনেকৈ প্ৰকৃত সত্য উদ্ঘাটন কৰিব

  • @rajudoleymixxar5635
    @rajudoleymixxar5635 Před 5 měsíci +43

    News বোৰে আচল কথা সোনকালে নকয় লাহে লাহে সময় বৰ্বাদ কৰি কৰি কৈ থাকে

  • @krishnamahanta1115
    @krishnamahanta1115 Před 5 měsíci +23

    আপোনালোকে মূল বিষয়টো নকৈ আনোসঙিক কথা বোৰ কৈকিয় সময় বোৰ কিয় নষ্ট কৰে ???

  • @Anubhab205
    @Anubhab205 Před 5 měsíci +182

    গ'ম পাইছিলোৱেই যে জোনমনিয়ে ন্যায় নাপায় বুলি কাৰণ অসমক লৈ আমি যিমানেই গৌৰব নকৰোঁ কিয় অসমৰ ন্যায় ব্যৱস্থাটো ইমানেই লেতেৰা যে আমাৰ নিচিনা সৰু সৰু মানুহবোৰে ন্যায় নাপায়েই । যদি দূৰ্ঘটনাই হয় তেন্তে কি হ'ল জোনমনিৰ চেইন ডাল , কিয় প্ৰথমবাৰ গাড়ীখন পৰীক্ষা কৰোঁতে জোনমনিৰ ম'বাইলটো পোৱা ন'গল , কিয় পিছতহে পোৱা গ'ল নে প্ৰথমবাৰ আমাৰ আৰক্ষীয়ে ভালদৰে চকুৰেই নাচালে । ডাঙৰ মানুহবোৰে যদি অপৰাধ কৰাৰ পিছতো বাচি যায় তেন্তে সংবিধানৰ মূল্য কি ? নালাগে কোনো CBI ৰ জেৰা , নালাগে আমাক টকাৰে কিনা ন্যায় মাথোঁ এটি সৰু অনুৰোধ আপোনালোকে কিয় সেই পোচাক যোৰক বদনাম কৰিছে কিয় ইমান ভয় কৰিছে ,কিয় ইমান টকাৰ আশাত দৌৰিছে । মই কওঁ আপোনালোক যিমান ডাঙৰ মানুহেই নহওঁক কিয় , এটা বৃহৎ শূন্য আপোনালোক । নালাগে দিয়ক টকাৰে কিনা ন্যায় আমাক , মাথোঁ ভালকৈ থাকিৱ ভগবানে এদিন আপোনালোকৰ ন্যায় ল'ব আৰু টিল টিলকৈ প্ৰতিটোপাল চকুপানীৰ মূল্য দিৱ লাগিৱ । যিমান টকা লাগে সিমান গোটাওক যাতে মৃত্যুৰ চিতাখনো টকাৰেই দিৱ পাৰে । ক্ষমা কৰিৱ এই অধমক দুৱাষাৰ কোৱাৰ বাবে ।

    • @lakshmiprasad3018
      @lakshmiprasad3018 Před 5 měsíci +3

      God takes action

    • @Anubhab205
      @Anubhab205 Před 5 měsíci

      @@lakshmiprasad3018 umm.

    • @user75677
      @user75677 Před 5 měsíci +8

      বৰ সুন্দৰ অনুভৱ এটি উপস্থাপন কৰিলে 👌 ধন্যবাদ নজনাই নোৱাৰিলো 🙏৷

    • @Anubhab205
      @Anubhab205 Před 5 měsíci

      @@user75677 ধন্যবাদ ।

    • @PakhilaBaishya
      @PakhilaBaishya Před 5 měsíci +2

      TV
      😂

  • @rishirajsaikia2743
    @rishirajsaikia2743 Před 5 měsíci +56

    আপোনালোকে বাতৰি চোৱা সকলক একে কথা একোটা কে ঘুৰাই ঘুৰাই কৈকৈ বৰ আমনি কৰে ।

    • @sankarrabha3795
      @sankarrabha3795 Před 3 měsíci

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @PronabGohain-fd5wd
    @PronabGohain-fd5wd Před 5 měsíci +23

    এই সকলোবোৰ CBI ৰ ভেকু ভাওনা।

    • @gitumanibarman6536
      @gitumanibarman6536 Před 5 měsíci +1

      Xklo bor.c.b.i.r veko vaona. Lgte assam sorkaror. Vogobane xklo bisar krib

  • @ushaburagohain6612
    @ushaburagohain6612 Před 5 měsíci +24

    আগৰ নিউজবো কিয়গাই আছে আছলকথাটো কওক

  • @lakheswarborah3046
    @lakheswarborah3046 Před 5 měsíci +42

    জোনমণীৰ মৃত্যুৰ ৰহস্য ৰহস্য হৈয়ে থাকিল ।

    • @jugamayadutta7272
      @jugamayadutta7272 Před 5 měsíci

      23:36 ভগৱান আছে যিকৰিছে সেই জনে এদিন হ'লেও ফল ভুগি ব ই।

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 Před 5 měsíci +11

    যিবোৰ ইয়াত জড়িত হৈ আছে, সেইবোৰৰ জীৱনত শান্তি নহ'ব আৰু নৰকতো শান্তি নাপাব।

  • @user-uz1ki9ue9k
    @user-uz1ki9ue9k Před 5 měsíci +13

    আমনি লাগিল

  • @Songs60027
    @Songs60027 Před 5 měsíci +6

    ন্যায়া ভগৱানে দিব ।ভগৱানৰ অবিহনে এই পৃথিবীত কোনোও ন্যায়া দিব নোৱাৰে । কাৰণ চি‌‌‌ত‌এ‌ বৃত্ত টোপোলা ভগৱানৰ হাতত ।

  • @jayantachetia8751
    @jayantachetia8751 Před 5 měsíci +10

    সঁচাইৰ ৰহস্য হৈয়ে ৰল😢😢

  • @rintub1066
    @rintub1066 Před 5 měsíci +18

    এই ঢ়ৰকাৰ থকা লৈকে উঢিত বিঢাৰৰ আশা কৰিব নোৱাৰি

  • @bimalhazarika3518
    @bimalhazarika3518 Před 5 měsíci +15

    এজন নেদেখা বিচাৰকৰ দ্বাৰা শাস্তি হব ই ।

  • @ranjanneog2068
    @ranjanneog2068 Před 5 měsíci +13

    আচল কথাটো কোৱাৰ আগতে বহুত অদৰকাৰী কথা এগাল বকি থাক তহঁতি 😏

  • @mkmk9949
    @mkmk9949 Před 5 měsíci +18

    টকা ৰ নাম জয়ৰাম, টকা ই কৰে সকল কাম !!

  • @ratulbaruah4598
    @ratulbaruah4598 Před 5 měsíci +11

    Yes. Bhogoban asey. Junmoni a niyaai puwaa tu bisarisu.

  • @nabanath100
    @nabanath100 Před 5 měsíci +4

    প্ৰত্যক্ষ দৰ্শীজন কি নাম বা আছিল তেওঁৰ। তেওঁ জীয়াই আছে নে?নে তেওঁকো কিনি পেলোৱা হ'ল ?

  • @minudeka1768
    @minudeka1768 Před 5 měsíci +4

    জোনমনিয়ে ন্যায় নাপালে ইয়াৰ বিচাৰ ভগবানে কৰিব ।একচিডেনত নহয় ৰহস্য হৈ ৰল ।

  • @panibina444
    @panibina444 Před 5 měsíci +27

    চিবিআইক চৰকাৰে মেনেজ কৰিছে

  • @promodkumardas9977
    @promodkumardas9977 Před 5 měsíci +3

    দুৰ্ঘটনা মৰিবলৈ জুন মনি ৰাভা গাৰি লৈ জখলা বন্ধা লৈ ঢাপলি মেলিছিল। হাই CB I ।

  • @MantuDas-qh3km
    @MantuDas-qh3km Před 25 dny +2

    সকলোৱে জানে যে উচিত তদন্ত নহ'ল, কিয়নো সৰু মানুহৰ বাবে আইন প্ৰণয়ন নহয় বুলি প্ৰমাণ পোৱা গ'ল

  • @abcassambroadcastingcorpor7403
    @abcassambroadcastingcorpor7403 Před 5 měsíci +5

    চেইন শব্দটো আপুনি অসমীয়া হিচাপে ভুলকৈ উচ্ছাৰণ কৰিছে কিয়?

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 Před 5 měsíci +2

    এটা কথা মাত্ৰ এবাৰ কলে কি অসুবিধা হয় অ ?

  • @user-br7wf5gw9x
    @user-br7wf5gw9x Před 5 měsíci +6

    Anil bhuyanh recoding tu ki hol
    মিচা হল

  • @ChandanSaikia-dy4ze
    @ChandanSaikia-dy4ze Před 5 měsíci +1

    ভগৱানে সকলুকে দিব

  • @nilimakalita7018
    @nilimakalita7018 Před 5 měsíci +6

    Adharua jen lagil tadanta,bhal laga nai bisar

  • @govtjobaspirant432
    @govtjobaspirant432 Před 5 měsíci +6

    CBI ku kini lola.....poisa a main ajikali ......justice pua tu ajikali hohoj nhoi saga..........

  • @gitadeka1520
    @gitadeka1520 Před 5 měsíci +3

    Ago kotha bilak suni suni asol kothato suniboloi dhorjya naikia hol.

  • @KushalKrRabha
    @KushalKrRabha Před 5 měsíci +2

    অসমৰ ৰাইজৰ হৈ আগতেই কৈ আহিছিলোঁ যে সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত আৰু জোলোঙাৰ
    মেকুৰী ওলাই পৰাৰ ভয়তেই সেই সকল অপৰাধীয়ে মিলি জোনমণিক
    হত্যা কৰিছিল৷ সেই কাল নিশা ঢাল নাই তোৰোৱাল নাই নিধিৰাম চৰ্দাৰ হৈ সিও চিভিল দ্ৰেছত অকলে তীব্ৰ বেগত নিজৰ বাহন চলাই ওলাই যোৱাৰ প্ৰশ্নই নুঠে ৷

  • @user-un8cb8qv3g
    @user-un8cb8qv3g Před 5 měsíci +3

    মিছা আমি মানি নলও

  • @dhonmonikalita6313
    @dhonmonikalita6313 Před 5 měsíci +6

    CBI enquiry ek drama. All are same. Any investigation agency is a part of crime or criminal group. So we don't aspect justice.

  • @iranisonowal1198
    @iranisonowal1198 Před 5 měsíci +1

    ভাল মানুহৰ লগত হে এইবোৰ ঘতনা হোৱা দেখা পোৱা গৈছে। 😢😢😢😢 বহুত আঘাত দিয়ে এই নিউজটো পাই থাকিলে। বহুত বহুত 🙏🙏🙏🙏

  • @healthworld9935
    @healthworld9935 Před 5 měsíci +9

    Asl kthato kowa. C. B. I bjp r agent.

  • @user-yi2dy6wj6i
    @user-yi2dy6wj6i Před 28 dny

    ধন্যবাদ এনেকুৱা সজাই পৰাই বাতৰি কলে জোনমনিৰ মাকে সছা বুলি ভাবি সোনকালে নমৰিব তুমি শচা ঠিকেই কৈছা

  • @btcbaksa6180
    @btcbaksa6180 Před 5 měsíci +7

    Cbi k dhon dile o fus Kori prlale

  • @BanjitRabha-yq6yx
    @BanjitRabha-yq6yx Před 5 měsíci +3

    Eya sampurna Micha kotha dada..aapuni ki koy baru ??

  • @ag5541
    @ag5541 Před 5 měsíci +2

    জোনমনীৰ মাকৰ বাদে অন্য কোনো ব্যক্তি নাই বাবেই এনে উত্তৰ ৰাইজে লাভ কৰিলে ।

  • @user-kh8pg3jn6j
    @user-kh8pg3jn6j Před 5 měsíci +2

    কথাটে কয় / খেদিলে শিয়াল পাবা কি, মাৰিলে শিয়াল খাবা কি ? এই বোৰ বাদ দি বৰ্তমান দেশখনৰ ৰাজ্য খনৰ ভাল চিন্তাহে কৰিব লাগে, বেয়াকৈ নলব ভুল হ'লে ক্ষমা বিচাৰিছোঁ/

  • @ranjanbaruah978
    @ranjanbaruah978 Před 5 měsíci +7

    Cash koribo lage

  • @KankhaKoch-qi3nu
    @KankhaKoch-qi3nu Před 5 měsíci +3

    100,,%misa hoita kora hoise

  • @SURESHRAVA-tv1yk
    @SURESHRAVA-tv1yk Před 5 měsíci +1

    Thanks for your information to good morning news

  • @LiaAoborpatragohain-ms8zp
    @LiaAoborpatragohain-ms8zp Před 5 měsíci +3

    Hoitakari aru hoityok dhaki rokha aru Sorkar hokoluke Bhogowane Soku meli sauk eitu hoitya asil.

  • @nirugogoi4576
    @nirugogoi4576 Před 5 měsíci

    এই কথা একেবাৰে ভুৱা আচলতে প্ৰসাশন জৰিত আছে সেই বাবে দুটি বাগৰ মাৰি আছে

  • @rajuchetry6364
    @rajuchetry6364 Před 5 měsíci +4

    Nahoi

  • @hareswardaimary4696
    @hareswardaimary4696 Před měsícem +1

    মিছা বাতৰি সম্প্ৰচাৰ নকৰিব ৷

  • @PareshChoudhury-en5ok
    @PareshChoudhury-en5ok Před 5 měsíci +6

    Bhagaban ase gam pabo

  • @ranjugogoi419
    @ranjugogoi419 Před 5 měsíci +1

    আমি যিমানেই যি নকৰোঁ কিয় আমি সাধাৰণ মানুহ যি কেইজনে এই পাপ কথা বিলাক লোকোৱাই ৰাখিছে সেই বিলাকে বহুতো ভূক্ত ভুগি মৰিব ।এই সকলো বোৰ ভগৱানে বিচাৰ কৰিব নিচ্ছয়। ধন্যবাদ 💅👍💅👍👍🙏🙏🏽🙏🏽

  • @ranjanneog2068
    @ranjanneog2068 Před 5 měsíci +2

    News bur hodai to the point hobo lage, tatiahe raije huni val pai

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Před měsícem

    আগেই কৈছোঁ, সত্যৰ ধ্বংস নাই।

  • @PM-gw1ou
    @PM-gw1ou Před 5 měsíci +1

    Big Breking News, আপোনাক কিন্ত বটা দিব লাগে। তিলক কেনেকৈ তাল কৰিব পাৰে। আপোনি জানে।

  • @user-hw5jj4xc6b
    @user-hw5jj4xc6b Před 5 měsíci +2

    CBI r dalo rajnitir kabalt Jen lagil.Newsto sai.

  • @KamalChandagohain
    @KamalChandagohain Před měsícem

    Thank. You

  • @user-br7wf5gw9x
    @user-br7wf5gw9x Před 5 měsíci +4

    No justice

  • @mukulrabha54
    @mukulrabha54 Před 5 měsíci +1

    😢😢😢

  • @biswajyotirabha2572
    @biswajyotirabha2572 Před 5 měsíci

    ৰাম আহিছে, এদিন নিশ্চয় সঁচা বিচাৰ হ'ব

  • @user-kg3fz5zc4x
    @user-kg3fz5zc4x Před 5 měsíci +1

    Sir apuni nisiyorileyo hobo ok sob mamar karbar moi hemonto biswak mur lar tuwo voi nokoru

  • @bulugogoi3548
    @bulugogoi3548 Před 5 měsíci +3

    Dukhik iswara bisar koribo Jan.🙏

  • @user-fv2ql5iy4t
    @user-fv2ql5iy4t Před 5 měsíci +3

    False

  • @bichitranarayanbora9689
    @bichitranarayanbora9689 Před 5 měsíci +2

    .মিছা কথা।😢

  • @user-mi7us2yb8v
    @user-mi7us2yb8v Před měsícem

    অ পুলিচে মিচা কথা কয় প্ৰমাণ পালে জসাধাৰণে, কিন্তূ ভগৱাণে মাফ

  • @devajanidevi2573
    @devajanidevi2573 Před 5 měsíci

    ঈশ্বৰৰে বিচাৰ কৰিব,ন্যায় নাপালে জোনমনিয়ে,,,

  • @bharatisaikia3540
    @bharatisaikia3540 Před 5 měsíci +1

    Bare2aketa kothake keo reportare koi thake ?asol kothaloi jabo lage.

  • @assamnoobgamer9752
    @assamnoobgamer9752 Před 5 měsíci

    মানুহে মানুহক ঠগিব পাৰে । কিন্তু ভগবানক কেতিয়াও ঠগিব নোৱাৰিব। মই আগতে কৈছোঁ ভগবানে এদিন বিছাৰ কৰিব। সত্য কথা ওলাই পৰিব।

  • @surabhirabha8095
    @surabhirabha8095 Před 5 měsíci +2

    Jimane fadil nakarak kiyo, raije xakalu bujise. Issarr adalat xakalut koi oparat.

  • @IamTimung
    @IamTimung Před 4 měsíci +1

    একো বালৰ কাম নাই CID, CBI 😢😢😢😢😢
    চৰকাৰৰ ৰাজকোষ অযথা খৰচ কৰিলে এই পংগু CID CBI সকলৰ বাবে, তদন্ত কৰা সকলক অভিশাপ দিছোঁ ইয়াতকৈ বহুত বেয়া দুখ যন্ত্ৰনা ভুগিব লাগিব ।
    জোনমনি বাইদেউ আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক 😢😢😢😢

  • @JahidulIslam-gp6hl
    @JahidulIslam-gp6hl Před 29 dny

    এটা কতা বাৰ বাৰ কৈ সময় নষ্ঠ কিয় কৰিব লাগে।

  • @user-ie5hh3uu6l
    @user-ie5hh3uu6l Před 5 měsíci +1

    Imposible

  • @user-ob7kv1cs5f
    @user-ob7kv1cs5f Před 4 měsíci

    No justi reflated or found by
    Inqury Depetments in this
    Case.

  • @SushilMandal-tq6dg
    @SushilMandal-tq6dg Před 5 měsíci +1

    Ata kothake kio bare bare koi thake

  • @kennedykerketta401
    @kennedykerketta401 Před 5 měsíci +1

    Can't be ,everything is political .

  • @jimibasumatari954
    @jimibasumatari954 Před 5 měsíci

    😊

  • @bitupanborah3962
    @bitupanborah3962 Před 28 dny

    কুনে কাক কিমানত কিনেলে, সেইটো নিউজৰ মাধ্যমত দেখাবনে । এইটোৱেই উত্তৰ ওলাব সকলোৱে জানে। ভগৱান আছে। আমি ভগৱানক দিছোঁ।

  • @AbhiDoley-le2kb
    @AbhiDoley-le2kb Před měsícem

    জোনমনি ৰাভা মাৰি পেলোৱাজন বৰ বৰ চৰকাৰী মানুহক, তেনেহলে CBI চৰকাৰীৰ , আৰু চৰকাৰী কোৱামতে কাম কৰিব cbi ,

  • @niruprabhasaikia5680
    @niruprabhasaikia5680 Před 5 měsíci

    ৰৌবৰলীক ৰক্ষনা বেখনা দিয়া চিবিআইৰ মন্তব্য অসমীয়া ৰাইজে সহজতে মানি লব নোৱাৰে। অসমীয়া ৰাইজ মূৰ্খ নহয়।

  • @sanjaymoran8506
    @sanjaymoran8506 Před 5 měsíci +1

    Aabhakh jyoti rabhak dete lion delei hokolu kotha ulaiporibo .❤

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Před měsícem

    ময়ো বাক্ বিচক্ষণতা প্ৰদৰ্শন কৰণাৰ্থে বহু বহু সময় ধৰি বক্তৃতা দিবলৈ যত্নপৰ। এয়া মানুহ ভাল নাপায় কিয়নো মানুহ ব্যাস্ত।

  • @pixow1913
    @pixow1913 Před 4 měsíci

    দূৰ্ঘটনা হ'লে বিষয়টো সেই দিনাই শেষ হ'ল হেতেন । যিকেইজনে মাৰিলে সেই নৰপিশাচ কেইটাই কিন্তু জীয়াই থাকিলেও ভগবানৰ ওচৰত ইতিমধ্যে মৃত

  • @user-kf3vc6po6f
    @user-kf3vc6po6f Před 4 měsíci

    জোনমণিৰ মৃত‌ু ৰহস্য ৰহস্য হয়েই থাকিল

  • @user-zi4wf5kn3r
    @user-zi4wf5kn3r Před 5 měsíci +1

    History besikoi explain nokori hunkale asol news hunkale Kobo lage

  • @bakharsaikia9796
    @bakharsaikia9796 Před 5 měsíci

    CBIয়ো মিছা কথা কৈছে, আমি ৰাইজে মানি লৱ নোৱাৰো। ৰাজনৈতিক সৰজন্ট।

  • @user-ik1vi3nw4j
    @user-ik1vi3nw4j Před 5 měsíci +1

    মই ইটাত উজুটি মাৰিলো ইটা নালাগিল ভাগিল আঙুলিৰ কথাটো জানিব😅😅😅

  • @SanjaySingha-hr5vo
    @SanjaySingha-hr5vo Před 12 dny

    Nomoskar Ashol hol junmoni nomorar Agota makokok koishil moi ghuri nahim Etu ongko korila olaijabo eman lamha kori lav nai Nomoskar🙏 Ashol

  • @jahnobibora5212
    @jahnobibora5212 Před 5 měsíci

    জোনমনিয়ে ন্যায় নাপায়। আইনে ন্যায় দিব নোৱাৰে, নেদেখা জনৰ আইনেহে ন্যায় দিব।

  • @pabitranath4675
    @pabitranath4675 Před 5 měsíci

    এটা কথাকে ঘূৰাই পকাই কৈ থকা বাতৰি শুনি একদম ভাল নেলাগে।

  • @user-oo9xr7eq8b
    @user-oo9xr7eq8b Před měsícem

    ৰহস্য জনক কথা এই যে, গাড়ীখন চূৰ্ন বিচূৰ্ন হৈ গ'ল কিন্তু জোনমনি ৰাভাৰ শৰীৰটো অক্ষত অৱস্থাত পোৱা পৰিলক্ষিত হয়!

  • @arunborah4032
    @arunborah4032 Před 5 měsíci +1

    You may tell soon actual news

  • @farhanaayub1522
    @farhanaayub1522 Před 5 měsíci +2

    Ekebare misa
    Nay napale jonmoni

  • @robinpayeng6699
    @robinpayeng6699 Před 5 měsíci +1

    Anekua hobo j agote anuman asile.

  • @majnurali4040
    @majnurali4040 Před 15 dny

    সছাকথা বুলি ভাবিব নোৱাৰি

  • @RanuBuragohain-ek4sq
    @RanuBuragohain-ek4sq Před 5 měsíci

    জানিবলৈ মণ আছিল কাৰণে চালোঁ কিন্তু ইমান দিঘল নকৰিলেও হল হেতেন।

  • @subhadutta5368
    @subhadutta5368 Před 5 měsíci +1

    একেবাৰে মিছা কথা। ফাল্টু বাতৰি । ভেকু ভাওনা সকলো।

  • @bharatgogoi324
    @bharatgogoi324 Před 5 měsíci

    পৰিকল্পিত হত্যা আছিল বুলিয়েই সহচ্ৰ জনে কব ,,,,

  • @birinchisonowal7781
    @birinchisonowal7781 Před 5 měsíci

    NOT CONVINCING.

  • @rakhihandique1701
    @rakhihandique1701 Před 11 dny

    Eibar CBI menej hoi gol sarkaror hatot.CBi k aru no biswas

  • @hifilovemajuli4039
    @hifilovemajuli4039 Před 5 měsíci

    Nyay paboi lagibo Junmoni Rabha baidohe

  • @TkdXkgx
    @TkdXkgx Před měsícem

    Ok