অষ্টিয়ানাক হৃদয়ৰ পৰা মৰম আৰু আশীৰ্বাদ জনালোঁ সদায় কুশলে থাকা,, আৰু আগুৱাই যোৱা ঈশ্বৰে বহুত শক্তী দিয়ক তাৰে কামনা কৰিলোঁ কৃষ্ণ 🙏❤️!?
ইমান মিঠা কথাবোৰ শুনি থাকিলে শুনি থাকিবলৈ মন যায়💗
Political জ্ঞান নাথাকিলে যি টি কব নালাগে । উত্তৰ এটা শুনি বহুত বেয়া লাগিল। অদ্ভুদ উত্তৰ পৰা শুনিলো।
অষ্টিয়ানা এগৰাকী সৰলমনা ,মৰম লগা আৰু প্ৰতিশ্ৰুতি সম্পৰ্ন শিল্পী ৷
অষ্টিয়ানালৈ বহুত বহুত শুভেচ্ছা জনালোঁ। আগুৱাই যোৱা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ❤❤❤
East or west,Austriyana baa all rounder and best.
as best never rest.
thats why she is the most prettiest.
বহুতে মৰম লগা আৰু সহজ সৰল।
নাম তো যিমান ধুনীয়া মাত টো আৰু বেছি ধুনীয়া বহুতে মৰম লগা এজনী অসমীয়া ছোৱালী ❤❤❤ বহুত বহুত মৰম তুমালে ❤❤❤
কৃষ্ণ তোমাক সেৱা ধৰাৰ আগতে তোমাৰ মা দেউতাক সেৱা ধৰিছো। আগবাঢ়ি যোৱা.।
ভাল লাগে ছোৱালী জনিক পিছে ওপৰৰ মালক মালক লাগে বুলি জনাৰ পিছতহে কিবা লাগিছে ।
Girl is very spiritual I gratitude to her mother
Kothabur iman binomrabhal lagil
বৰ ভাল লাগিল।আগবাঢ়ি যোৱা ভগৱানে সদায় কুশলে ৰাখক❤️
বহুত ভাল লাগে তোমাক । আৰু আগবাঢ়ি যোৱা । আশীৰ্বাদ আৰু মৰম তোমালৈ❤
bor morom loga suali joni..ru voice tu je ki mitha❤❤.aguai jua Astriana❤️🥰
Bor morom loga suwalijoni, bhal lagil. Thank you
সঁচা কৈয়ে আজি বহুত ভাল লাগিল ❤❤
বৰ মৰমৰ লগা অষ্ঠিয়ানা। উজ্বল প্ৰতিভা বিকাশৰ কামনা কৰিলোঁ ভগৱানৰ ওচৰত ❤
মাজনী তোমাকভগবানে আৰু সহায় কৰিব ৷আগবাঢ়ি যোৱা ৷
ইমান মৰম লগা মাজনী ।জীৱনত সিদ্ধি লাভ হওঁক ।
আগুৱাই যোৱা ভাগিন জনীলৈ অফুৰন্ত মৰম শুভেচ্ছাৰ থাকিল
বহুত আগৰ পৰাই তেওঁক দেখি আহিছো, শুভেচ্ছা জনালোঁ অষ্ট্ৰিয়ানা🎉
অতি সুন্দৰ কণ্ঠ, আগুৱাই যোৱা। শুভেচ্ছা জনালোঁ।
Jiman a dhunia 2mi kotha buru himan a morom loga o vonti jni 2mi ru aaguai jua❤
বাদ্যযন্ত্ৰ অবিহনেও , অষ্ট্ৰীয়ানা ৰ কণ্ঠ টো শুনি ভাল লাগে ।
ধুনীয়া হৈছে। আশীৰ্বাদ কৰিছো আৰু আগুৱাই যাওক।
She is naturally talented. All rounder. n has a bright future. May God Bless her for all round development.
বৰ মৰম লগা ছোৱালী জনী । ভালে থাকা দেই ।
ছোৱালি জনি বৰ ধুনিয়া অ বোৱাৰি কৰিব মন গৈছে কিন্ত্ত মোৰ লৰা সৰু হৈ আছে
অকনমানী পোৱালী হাঁহিটো মৰম লগা❤️❤️😘😘
বহুত ভাল লাগিল❤❤
Austriyana ba mur favourite hoi ❤
পীযুষ হাজৰিকা ভালপোৱা কাৰণ আছে কাৰণ তাই এজনী অভিনয় কৰা ছোৱালী আৰু আ ই মি বৰুৱা এজনী অভিনেত্ৰী সেই বাবে ভাল পাওঁ বুলি কৈছে। বহুত টেলেন্ট আছে কিন্তু।
ভগৱানে তোমাক আগবাঢ়ি যাবলৈ সহায় কৰক তোমাক বহুত ভাল লাগে
Such a cute girl and her smile by god and her teeth ❤️
সুন্দৰ কণ্ঠ বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।
Axomor xompod aeulukei.. very talented girl.. love u
সুন্দৰ।
বহুত বহুত ভাল লাগিল ❤❤❤
Hoisakoi bor val lagil austriyana❤
Bohut dhuniya lagise from dhemaji ❤
বুজাব নোৱাৰা এক অনুভৱ আজিৰ বাৰ্তালাপ চাই লাভ কৰিলো। ধন্যবাদ চক্ৰপাণি দা🙏♥️
Chakra Da Khub vl lge emn Dhunia Progrmr babe
Austriyana r protitu interview e sau, bohut morom laage❤
Multi talented 👍♥️♥️♥️
Bor dhuniya suwali joni hosai hurtu mat'tu jiman dhuniya suwalijoniu himane dhuniya👌amar dadwo bordhuniyakoi sinaki didiya tarkarone bor val lagil apunarvideotu thankyou.
Priyush Hazarikai maiki manuhok honman koribo najane. Teo ajon gunda aaru ohongkari montri hoi. Austrinia val lagil tumar bartalap sai aasha karu aaru aaguwai juwa.
বহুত ভাল লাগিছে অষ্টিয়ানা❤❤তুমাক আৰু লগ পাম
অষ্টীআনাৰ ভবিষ্যত উজ্জল হক।ভগবানে তেওঁৰ আশা পূৰন কৰক।
আগুৱাই যোৱা । ভাল লাগিল
অষ্ট্ৰিয়া আৰু অষ্ট্ৰেলিয়া বেলেগ বেলেগ। অষ্ট্ৰিয়ানা ৰ লগত অষ্ট্ৰিয়া হে মিলিব ।
Kotha Keita bor dhuniya sualijnir..val lagil❤
suwali joni bor dhunia lage❤❤
uday da sobore apun teu manuh hor logot kene koi thaki b lage vl dore Jane aru kunu ahonkar ni teur❤️
Katha bor eman dhuniya tumar❤❤
আহোম ছোৱালী বোৰ সাধাৰণতে খুবেই কামিলা হয়।
বঢ়িয়া হৈছে ভাল লাগিল কথাবোৰ
Khub hundar voice god bless you may the God help you in your journey
Bor bhal lagil tumar monor hopunbur purna houk ❤❤
বহুত ভাল লাগিল দেই
Bohut morom loga suali dai... happy journey ❤❤❤❤
তুমি আগবাহি যোৱা বা❤❤❤❤❤
অসমত ইমান ভাল ৰাজনৈতিক নেতা আছে। নাম কৈছে শুনা
Sbre vl puwa2 blg blg..so moi jonat aku prblm nai..tumaluke blg kunu politician k vl puwa hai2 blg ktha ..tat karu pakor jolibole aku nai hl
Amr dhemaji swali 😍 proud of you 😍
Very nice Ashtia from Nagaon. You will overcome.
Bor dhunia Pribekhon ; Aguwai juwa
Bhohut bhohut val lagil
Very very nice ❤❤❤❤❤❤❤❤ mojja love you austriana
Khub val lagil sai interview tu aji ❤❤
Bohut val lagel anusthantu❤
হাঁহিটো ইমান মৰম লগা অষ্ট্ৰীয়ানাৰ❤
ধেমাজী বৰদলনিৰ পৰা ❤
Very talenta❤❤
Mojaa
Val lagil bohut ❤❤❤
Bohut val lagil
Baideur Kotha bur bor morom loga aru dekhat o ❤❤❤
Vl lage vonti jni aaguai jua❤❤
Tumar hahi2 bohut val lage baa❤
Dhuniya
Moja moja❤❤❤
val lgl..aguwai jaok..
Video tu sai eman je val lagile❤ Love from Bongaigaon ❤️🌍
বৰ মৰম লগা❤
Mur hokolutkoi vl loga kotha tu hoise IAS officer hua kothatu.. because heitu muru hopun... Hoisai vl lagil.. video tu..❤️❤️
মোৰ জনামতে অষ্টিয়ানা ই Dhemaji mather pride school ত পঢ়িছিল আৰু পঢ়া ক্ৰমে অষ্টিয়ানা ই এইবছৰ HS final exam দিব লাগে।।
আশা কৰোঁ তুমি আগলৈ আগবাঢ়ি যোৱা ❤❤
Jaanmoni khonotei main actress austriana a pabo lagisil..jaanmoni lua goraki k akebare val nalage...
সোনদৰ। ঈশ্বৰে আশীবাদ কৰক। মাইনাই বহু দূৰলৈ আগবাহি যাৱক
dhunia❤
ইমান মৰম লাগিল o vonti জনি লৈ,,❤️❤️❤️❤️🥰🥰🥰
Val lagil bhut ,
Suwali joni akdom hohoj horl dai
Love from dibrugarh 💗💗💗
vl lage vonti aaguai jua❤❤❤
Eman dhunia hahisa bha mur bhal lagigoise
Ankua morom lga khula monor swli pale.. life tym hukhot rakhim.. Ru nijeu hukhi hoi thkm... emn kotha bur dhunya. Aiya ha swli. ❤
অষি্টয়ানাৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ।
Valll lgil bohut ❤❤❤
Mat2 khub xundor xunile xunia thkibo mn jai❤
এজনী সহজ সৰল ছোৱালী,মনৰ পৰা, ভাল লাগিল, আগবাঢ়ি যোৱা, বহুত মৰম 💕 proud of you, ধেমাজিৰ বাবে গৌৰৱৰ কাৰণ, বেছি মৰম লাগে নিজৰ ঠাইৰ ছোৱালী জনী বুলি ❤