Nitumoni Saikia vs Himanta Biswa Sarma | Abhimat on Pratidin Times |
Vložit
- čas přidán 26. 01. 2019
- Himanta Biswa Sarma r prosnat Nitumoni Saikia r uttar.
Channel - Pratidin Time
Official site- www.pratidintime.com/pratidin...
Date - 24/01/2019
citizenship amendment bill
Feel free to provide valuable feedback/suggestion in the comment section and Subscribe Navarang Studio.
follow me on,
Instagram - / dolphin_tube
Facebook - / dolphin-tube-1. .
Telegram - telegram.org/dl
Twitter - Dolphintube1?s=08
For Sponsorship & Business Enquiries
Email - dolphintube383@gmail.com
Thanks For Visit My Channel
~-~~-~~~-~~-~
~-~~-~~~-~~-~
এনেদৰে নিৰ্ভীক আৰু সত্য হব লাগে।
সুন্দৰ উপস্থাপন কৰিছে । ভগবানে কুশলে ৰাখক । আৰু সাহস দিয়ক ।নিৰ্ভিক সাংবাদিক আপুনি ।
নিৰভিক উত্তৰ ৰ বাবে আপোনাক ধন্যবাদ নিতুমনী চাৰ
Wow nitu da manilu dei apunak vl lagil neribo dei nitu da ami asu apunar logot
Nituda borhundor hoise thankyou
ধন্যবাদ।, আপোনাৰ কথা উত্তৰ শুনিব বুলি ।
নিতুমনি ছাৰ আপোনাৰ সাহসক মই চেলুট জনাইছো।
মনৰ বহু প্রশ্নৰ উত্তর পাইগলো।ধন্যবাদ শইকীয়া।
সুন্দৰ কথা কলে নিতু দা ।
ধন্যবাদ নিতুমনী দা .... আপুনি 100% সচাঁ কথা কৈছে ... আপোনাৰ সাহস দেখি আমিও সাহসী হৈছো .... আমি আপোনাৰ লগত আছো ... সত্যৰ জয় হবই... জয় আই অসম .....
ছাৰ এই বিলাক আপোনাৰ সাহসক চেলুট জনাইছোঁ ❤❤❤❤
বাস সুন্দৰ সুন্দৰ উপস্থাপন নিতুমণি ছাৰ
Thanks Nitumoni Da apunar avimatu sai bohut lagil Aru apunzar dore jadi hakolua buji pai. Votetu kak díbo lagibo hatiu Jen hokolue buji pai Honesty is the best policy .Thank u many many times.
Many many thanks your replies.
বহুত বহুত ধন্যবাদ নিতুমনী । আৰু বেছি কব নেলাগ নহ'লে আকৌ গৌৰৱ গগৈৰ লগ হৈ যাব ।
উচিত প্ৰশ্ন, ধন্যবাদ নিতুমনি শইকীয়া
হিমন্তক ভাল ধুলাই দিছে নিতুমনি শইকীয়া দেৱে ।এনে এজন সুদক্ষ,বিচক্ষণ নিতুমনি শইকীয়া বহুজনৰ জন্ম হওক । ।দীৰ্ঘায়ু কামনা কৰিলোঁ ।তেখেতৰ ।
স্পট আৰু সঁচা কথাৰ বাবে আপোনাৰ ভবিষ্যৎ উজ্বল আৰু সুন্দৰ হওঁক। আৰু মই সদায় আপোনাৰ দৰে ব্যক্তিক সন্মান কৰো,।
Nitumoni saikia deb apunar iman sahok 5yes agor kotha bohut bohut bohut dhanyavaad
আপুনি ভাল উত্তৰ দিছে।আপোনাক ধন্যবাদ নিদি নোৱাৰিলো।