মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
Vložit
- čas přidán 22. 07. 2023
- এজন চহা শিল্পী
লোক সংগীতৰ সাধক তেওঁ
এসময়ৰ ৰাষ্ট্রীয় পৰ্যায়ৰ খেলুৱৈ তেওঁ
এসময়ৰ ছাত্র নেতাও আছিল তেওঁ
আজি উপেক্ষিত, অৱহেলিত, অনাদৃত
মাজুলীৰ অখ্যাত শিল্পী বিষ্ণু দাস তেওঁ
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #assam #Abhimat
এওঁলোক হে আচল শিল্পী
❤❤❤❤❤❤
Mur bohut dinor axa eta pura hol. Bishnuloi xubhessa.Dhanyabaad Nitumoi
এই মহান উদ্দেশ্যৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ |
Bahut sandur kantha ,bhal lagil.
Val lagil apunar anuthan sai
বহুত বহুত ধন্যবাদ কন্ঠ মানিব লাগিব ইমান দিনে এনেকুৱা প্ৰতিভাৰ সম্পূৰ্ণ এজন ব্যক্তিৰ দেখা পোৱাৰ নাছিলু নিতুমনি শইকীয়াক ধন্যবাদ দিলো আমাক চিনাকি দিয়াৰ কাৰণে
। শিল্পীৰ জন আৰু আগোৱাই জাউক ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
সুন্দৰ সঙ্গীত পৰিবেশন মাজুলী দাদা বিষ্ণু দাসৰ, বহুত ভাল লাগিল।
Nice
ধন্যবাদ জনাইছো। উজ্বল ভবিষ্যত কামনা কৰিলো।
শব্দৰে বুজাব নোৱাৰো। ভাষা নাই। বহুত সুন্দৰ। ক্ষমতা থকা হ'লে আমাৰ গাঁৱলৈ আপোনাক আমন্ত্ৰণ কৰিলোঁহেতেন।
Thanks you
🤘🤘
ধন্যবাদ। ভাল লাগিল অনুষ্ঠানটো। 🙏
এনেকুৱা আচৰিত শিল্পী লুকাই আছে প্ৰতিটো গীতেই অতি সুন্দৰকৈ গাইছে বভূত ভাল লাগিল ।
Gòd bless you
প্ৰকৃত শিল্পী গৰাকীলৈ শ্ৰদ্ধা জনালো।
Thanks b
বহুত বহুত ভাল লাগিল আপোনাৰ অনুষ্ঠান চাই। লগতে নিতুমণি শইকীয়া চাৰ আৰু ষ্টুডিঅ'ৰ সমুহ কৰ্মকৰ্তা , বিষ্ণু দাস ,কুমুদ দাস লৈও অশেষ ধন্যবাদ থাকিল । ভগৱানে সকলোকে কুশলে ৰাখক ।বিশেষ কবলৈ আৰু ভাষা নাই ।
🤘🤘🤘🤘
Very nice 👍
প্ৰতিদিন টাইমচৰ মুখ্য সম্পাদক সন্মানিত শ্ৰীযুত নিতুমনি শইকীয়াদেৱে বিষ্ণু দাসদেৱক অসমৰ ৰাইজৰ আগত চিনাকি কৰাই দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনালো ...🙏
Añe ajóñ khílpik raíjór major sínakí diat nitumónidak dhoñybad jonalu
অতি ভাল প্ৰচেষ্টা
অতি সুন্দৰ ।
কণ্ঠৰ পৰিসৰ🙏 উফ্ফ
বহুত বহুত শুভেচ্ছা জনালোঁ শিল্পী জনলৈ।সচাই এই সকল ক'ত লুকাই থাকে অনন্য কন্ঠৰ অধীকাৰী তেওঁ। ধন্যবাদ নিতুমণি শিল্পীজনক উলিয়াই অনাৰ বাবে সেইহে এই চেনেলটি মোৰ লগতে সকলোৰে প্ৰিয় । বহুত ভাল লাগিল। বিহু নামটি মোৰ মনটি চুই গ'ল। শেষত সকলোকে ধন্যবাদ জনাইছো।
Bor bhal lagil anuthanti . Ekhat xokolei hol xosa arthat silpi .Aantorik dhainyabad jonalu .
বিষ্ণু দাৰ কণমানি গাম ৰ লগত 1998 মানত ওলোৱা লোকগীত ৰ কেছেট বহুত জনপ্ৰিয় হৈছিল
বহুত ভাল পালোঁ।
সুন্দৰ অতি সুন্দৰ পুণৰ শুভেচ্ছা জনালোঁ
Sir, aw ajon hosake mohan monor
Gayok hoi, bhakhare bujabo nuwari,
EMAN bhal lagise....👋👋👋
প্ৰণাম জনাইছো
I am feeling happy for nitumoni sir❤
Nitumoni saikia dagoriyak antorik dhanyabad gyapon koriso ene ejon prakit shipik prakit sthan diyar babe aditiy konthar adhikari teu
Ft
Bishnu da apunak salute. Nitumoni da ku salute janaisu. God bless you Bishnu da. Nitumoni da bjp, congress r merpesot Bondi hoi bohut Chanel bikri hoi gol, jatiy songathanor kotha badei diyok. Apuni jate bikri najai. Jatiy songathanor asol sarup aji lahe lahe ulai porise kune dinot dharna diye rati welcome kore, raizok lolipop di jatiy satra k Montri, MLA r logot rati 5 star hotel t party kori bikri hoi sompotir pahar gohi jati raikhyar kotha koi.
মনত পৰিছে বহু আগতে শুনা এই মাত আৰুগীত।
অতি সুন্দৰ কন্ঠ 🎉🎉🎉🎉
।oo
Vishnu Das is real Artiest, He will be real hero.
ধন্য বাদ জনাইছো উজ্জল ভবিষৎ কামনা কৰিলো
সুন্দৰ বিষ্ণু ।
Very nice god bless you 🙏🙏🙏
খুব ভাল লাগিল চাই ❤❤❤
সুন্দৰ পদক্ষেপ দাদা ।
ভগৱানে মঙ্গলে ৰাখক।
bor bhal lagil.bishnu da r nisina lokogeet r silpi assamt hoito khub kom ulab.
❤❤ বঢ়িয়া .......
I love Anuraag da ❤
Vall lagil❤🙏🙏
Nitumoni sir 🙏 jonalu bor hundor anusthan eta upabhug korilu eia hosa hear silpi teoloi 🙏jonaisu aru kukholey thakok
🙏🙏🙏🙏🙏🙏🙏
Bishnu Dada lokget vl lage.
Very nice tune
❤❤❤❤❤❤❤❤❤❤❤❤❤
Bor sundor onushthan...
বিষ্ণু দাস ডাঙৰীয়াৰ কণ্ঠত সঁচাকৈ যাদু আছে
Very nice god blese you
বৰ ভাল লাগিল, শ্ৰদ্ধাৰ নিতুমণি ককাইদেউ,কুকুদ ককাইদেউক বহুত ধন্যবাদ জনাইছোঁ।
সুন্দৰ সৎ ভাৱনা আগুৱাই যোৱা শিল্পীজনৰ. চৰনত সেৱা জনালো।
Saikia dangoria aapunak bahut Dhanyabad ,Ane Matir gundha biyopua Hilpeek amak chinaki korai file,
❤️
❤❤❤❤❤
ati hundor 🙏🤗
ভগৱানে মঙ্গল কৰক
সামাজিক মাধ্যম প্ৰতিদিন টাইম ৰ সম্পাদক নিটোমনি শইকীয়াৰ শলাগ ললোঁ।লগতে শুকণ্ঠ শিল্পী বিষ্ণু দাস লৈ আন্তৰিক অভিনন্দন
আৰু শুভেচ্ছা জনালো!ভগৱানে আপোনাক আগুৱাই যোৱাত স হায় কৰক!
স চা কৈ এটা মনোৰম অনুষ্ঠান নিতোমণি চাৰ
Bahut val lagil
Ultimate
Dhoiniobad ,hundor hoise
🙏🙏🙏
Nice Bisnu dada
Da, bhut bhal lagil, appunak bhagwaan ne aru ahgaloi loi zahuk
Arma Dada Vishnu Dada vl pau
🔥🔥🔥🔥
এওঁলোকহে প্ৰকৃত পিল্পী ।
Ajir pora bohut bosoror agotei Bishnu das k majulite oti antorongo vabe log paisilo. Bohut bohut xuvokamona jonaloo moromor shilpi gorakik. Vogobane teok kushole,mongale Rakhok.
Nitu da val lagil
বিষ্ণু দাসলৈ আন্তৰিক অভিনন্দন জনালোঁ।
Bhut val lagisa krisna
Next .c.m must be three gogoi
Very nice
কৃষ্ণ বিষ্ণু দাসৰ লগতে ষ্টুডিঅ'ত থকা সমস্ত জনক ধন্যবাদ
Assamiya janapriya news channel pratidin timer Mukhya sampadak Priya Nitumoni Saikiaie ' Abhimat ' anusthantot Majulir Loksangitar silpi saturbid Priya Bishnu Dasr prativar ji alokpat karile khadai baho bhal lagil,bhabisat otjjal howar kamana kariso.
Bahut barhiya kanthar goraki moi nahalagi nowarilo.
.
Bishnu das. Unati. Kamana. Karilu..
Bahut dhuniya bhagot path kore...gita path bahut dhuniyake path kore
Manibo logia kontho
বি দাস ভাল লাগিল, তাহানি দিন বিলাকলৈ মনত পৰিছে
Tiniu jonoloi khuvessa jonalu
Ami ❤🎉😢😮😮🎉a
Okmya
Mishing homajor manubure kiyo hei manujomnor kota hunibo nalage
Boos gaan
ভগৱানে তেখেতক সু-স্বাস্থ্যৰে ৰাখক আৰু অনুস্থান পৰিবেশন কৰা প্ৰত্যেক জন সদস্যক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ
Manipuror ghatanar babe hepah nai.
11:44
নিতু,ছাৰ,আপোনালৈ,ব
পপ
Bhut dhuniya lagil
Ki kom krisma
Bahut hundar