"গাড্ডাৰী ৰাজনৈতিক নেতা"

Sdílet
Vložit
  • čas přidán 4. 01. 2020
  • LIKE | SHARE | COMMENT | SUBSCRIBE
    "দুদিন মান পিছত আমাৰ অসমীয়া বিহুৱাই চকুপানী টুকিব, বাংলাদেশী গেদীসকলে বিহুমেলা পাতিব" - BIPIN CHAUDANG
  • Zábava

Komentáře • 771

  • @hiteshdeka6667
    @hiteshdeka6667 Před 4 měsíci +19

    বিপিন দা সেলুট আপুনাক কি কম আৰু আপোনাৰ গীত বোৰত ভাষা নাই,,🫡🫡

  • @DeepakKalita-qk8tj
    @DeepakKalita-qk8tj Před měsícem +1

    বঙালী বোৰে ভাল নাপাও বুলি কব এইটো গান বহুত ভাল গীত প্ৰতিটো কথা সঁচা ❤❤❤❤

  • @anandakalita8338
    @anandakalita8338 Před 2 lety +10

    বিপিন দা মই মহৰিপাৰাৰ পৰা আপোনালৈ প্ৰথম আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ

  • @jituls6786
    @jituls6786 Před 4 lety +6

    বিপিন দা সচা কথা কিন্তূ কেতিয়াও বাংলাদেশী অসমত স্থান নিদিও |দেশ বুলি কলে বিপিন দা কাৰো আদেশ নালাগে আমাক | জয় আই অসম বিপিন দা জিন্দাবাদ জয় আই অসম

  • @user-hb9fm1cj6m
    @user-hb9fm1cj6m Před 6 měsíci +14

    বিপিন দা এক দম সঁচা কথা কৈছে,মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জাছিলো

  • @NirenRay-bx9lb
    @NirenRay-bx9lb Před 4 měsíci +6

    জয় আই অসম
    অতি সুন্দৰ গান শুনি বহুত ভাল লাগিল দাদা

  • @dhirajrabha4270
    @dhirajrabha4270 Před 3 lety +26

    অসম ৰক্ষাৰ কাৰণে জীৱন দিব পাৰিম,জয় আই অসম

  • @munnarealvlog9341
    @munnarealvlog9341 Před rokem +10

    বহুত ভাল লাগিল কথা খিনি

  • @horendranathsarmah
    @horendranathsarmah Před rokem +4

    এনে ধৰণৰ গীতবোৰে জনসাধাৰণক দেশাত্মবোধ জাগৰিত কৰে।

  • @MubarakAli-hh5ni
    @MubarakAli-hh5ni Před 4 lety +16

    বিপিন দা আমি এবছৰ আগত আপোনাৰ এই গীতটো CZcams অত পাইছিলো আৰু তেতিয়াৰ পৰাই মই আপোনাৰ এই সুন্দৰ গীতটো সদায়ে হুনি থাকো। গতিকে আমি আছো আপোনাৰ লগত, আপোনি আগুৱাই জাওক । I LOVE YOU BROO ,, জয় আই অসম

    • @johnchiring3071
      @johnchiring3071 Před rokem +1

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @johnchiring3071
      @johnchiring3071 Před rokem

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @prasantrabha9435
      @prasantrabha9435 Před rokem

      Lii

  • @Happyisbesthabit
    @Happyisbesthabit Před rokem +3

    Thank you 🙏🙏...jai aai axom... Bipin chowdang dangoriya

  • @harenbarman4733
    @harenbarman4733 Před 4 lety +15

    বিপিন দা লৈ অলেখ অভিনন্দন । জয় আই অসম ।

  • @prabhatkalita5250
    @prabhatkalita5250 Před 3 lety +46

    বহুত ভৱিষ্যত থকা গীত ,এনে গীত আৰু সৃষ্টি কৰক।

  • @himarani7096
    @himarani7096 Před 4 lety +6

    অনিল বৰা কথা পাহৰি নাযাব দাদা জয় আই অসম আপোনাৰ ভবিষ্যৎ উৎজ্বল কামনা কৰিলোঁ

  • @mohanminuhandique6829
    @mohanminuhandique6829 Před 2 lety +10

    জয় আই অসম বিপিনদা ।

  • @AssameseMasterMind
    @AssameseMasterMind Před 4 lety +11

    Thank you Bipan Chodwang . Your Spece All line uesful . Jai aai axom.

  • @jibannath2836
    @jibannath2836 Před 6 měsíci +3

    এইবোৰ ৰাজনিতি হিমনতই কৰিব
    মই বিজেপিৰ পাৰা আতৰি থাকো

  • @drrisong1299
    @drrisong1299 Před 4 lety +45

    সুন্দৰ বক্তব্য বিপিন দা।

  • @indiabaroth2760
    @indiabaroth2760 Před rokem +1

    বাংলাদেশী বঙালীৰ মাতা কামৰুনী হৈছে বিপেন দা জয় আই অসম

  • @nituldas5049
    @nituldas5049 Před 4 lety +37

    জয় আই অসম
    বিপিন দা আপোনাৰ গীত বোৰ ভাল লাগে

  • @padumbhuyan2422
    @padumbhuyan2422 Před 3 lety +7

    জয় আই অসম বিপিন ককাইদেউ

  • @deepjyotibora8150
    @deepjyotibora8150 Před 4 lety +7

    আবেগত বুকু সেমেকি উঠিল ।
    জয় আই অসম

  • @kulendranathkalita3542
    @kulendranathkalita3542 Před 3 lety +59

    সচা অসমীয়া। অনুধাৱন কৰিবলগীয়া সময়। ধন্যবাদ বিপিন চাউদাঙ ডাঙৰীয়া।

  • @user-qt2xn7eu6k
    @user-qt2xn7eu6k Před 5 měsíci

    Jay ai Assam thank you bipin da aguai jauk apunalukor dre shilpi lage amak

  • @muhonmuhondas
    @muhonmuhondas Před 6 měsíci +1

    Happy new year. brother. It is. good bihu. singer❤

  • @bihoguti3062
    @bihoguti3062 Před 4 lety +40

    Love you Bipin chaudang dada apuni 2nd Zubeen Da .......

  • @rashmigoswami7332
    @rashmigoswami7332 Před 4 lety +160

    জয় আই অসম।ধন্যবাদ বিপিন দাদা, আগুৱাই যাওক।আপোনালোকৰ দৰে শিল্পী লাগে আমাক।

  • @user-bq3et7sh2g
    @user-bq3et7sh2g Před 28 dny

    আপোনাৰ দেশপ্ৰেমৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ

  • @sabitadas9450
    @sabitadas9450 Před 4 lety +67

    আপোনালোকৰ দৰে বহুতো শিল্পী এতিয়া ও আগুৱাই আহা নাই। সকলো শিল্পী এতিয়াও একগোট হোৱা নাই।। বিপিন দাৰ গীতবোৰ মিলি গল।

  • @jncvlog5387
    @jncvlog5387 Před rokem +4

    এই গান টো মই বহুত বাৰ চাইছো আৰু চাই থাকিব মন।

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 Před 3 lety +33

    শতকোতি প্ৰণাম জনাইছো।।
    জয় আই অসম।

  • @noveldiscovery1806
    @noveldiscovery1806 Před 3 lety +20

    বহুত ভাল লাগিছে গতিকে সকলোৱেই সহযোগ কৰিবলৈ আগবাঢ়ি আহক জয় আই অসম

  • @pramdbaruah233
    @pramdbaruah233 Před 6 měsíci +1

    Dada apuni dhuniya গাই

  • @gunjongogoi258
    @gunjongogoi258 Před 4 lety +36

    Salute Bipin chawdang. 🙏

  • @tanudevmorang8844
    @tanudevmorang8844 Před 3 lety +3

    Good Bipin da apuni Bilkul hosa koise

  • @korabimedhi9961
    @korabimedhi9961 Před rokem +2

    Oti hundor kotha kole apuni hosai

  • @NasiurRahman-qg7vw
    @NasiurRahman-qg7vw Před 6 měsíci +2

    Thank you good sir Assam

  • @mahantakarmakar7277
    @mahantakarmakar7277 Před 4 lety +9

    জয় আই অসম বিপিন দা আপুনি সচাঁ কথাই কৈছা

  • @user-rr7hw1ig9t
    @user-rr7hw1ig9t Před 2 měsíci +1

    Bipin daa , thanks for your suggestion.we are ready to fight

  • @assamrhino3107
    @assamrhino3107 Před 4 lety +17

    ৰাজনীতি সকলোতকৈ ভাল, যদিয়ে ই সৎ ৰাজনীতি হয়। গতিকে সকলো ৰাজনীতিবিদ গাদদাৰী নহয়।আমাৰো ভূল আছে যিজন গাদাৰী নেতা তেওক নিউজ চেনেল আৰু আমি বোৰে বেছি গুৰুত্ব দিওঁ।অসমৰ মানুহে পিছদুৱাৰে দি হাত মিলোৱা স্বভাৱ এটা আছে। দেল্লীৰ মুখ্যমন্ত্ৰী দৰে হ'ব লাগে।তেওঁ কৈছে
    " যদি আমি কাম কৰিছো ভোট দিব"।

  • @immu---09
    @immu---09 Před 2 lety +8

    আমি জীয়াই থাকোতে বাংলাদেশীক কেতিয়াও বিহু পাতিব নিদিম। জাতিৰ স্বাৰ্থত তেজ দিবলৈ ও শংকচবোধ নকৰো । আহ ঐ আহ ওলাই আহ জাতি ৰক্ষাৰ স্বাৰ্থত ওলাই আহ । অসমৰ পৰা বাংলাদেশী , পাঞ্জাৱী , মাৰোৱাৰী, বঙালী গোটেই বিলাকক খেদিব লাগে । অসম ৰক্ষা কৰিব লাগে । জয় আই অসম 🥀❣️

    • @Anupama065
      @Anupama065 Před rokem

      পাতি আছে আমি দেখিই আছোঁ

  • @chinmoytechnician5701
    @chinmoytechnician5701 Před 3 lety +9

    সুন্দৰ বিপিন দা। জয় আই অসম

  • @KrishnaHazarika-im1px
    @KrishnaHazarika-im1px Před 4 měsíci

    আবেগিক হৈ পৰিছো বিপিন দা

  • @user-mi2nb1rz7u
    @user-mi2nb1rz7u Před 9 měsíci +4

    জয় আই অসম 🎉 সঁচা অসমীয়াৰ সত্য পৰিচয়🙏

  • @bipulsaikia92
    @bipulsaikia92 Před 2 lety +17

    সকলো অসমীয়া মানুহে এই গানটো শুনা উচিত ||

  • @pabitrarajkhowa6674
    @pabitrarajkhowa6674 Před 4 lety +86

    দাদা আপোনাৰ ইমান সুন্দৰ বক্তব্য সঁচাকৈ বহুত ভাল লাগিল কিন্তু তেওঁলোকে কিয় বুজি পোৱা নাই

  • @maheshkalita5978
    @maheshkalita5978 Před 10 měsíci +1

    Bhal lagil apunar kotha 🙏🙏 good morning advice

  • @podumdeori309
    @podumdeori309 Před 2 lety +5

    মোৰ মতে এই দৰে চিয়ৰী চিয়ৰী বাংলা দেশী খেদিব লাগে খেদিব লাগে বুলি ক'লে একো লাপ নাই,,, আমি অসমীয়া আমাৰ আছে হেং দাং লৈ আহা লৈ জাও ক'ত কি আছে সকলো হেক কৰু গৈ 🙏 জয় আই অসম,🙏

  • @mrrajxaikia4541
    @mrrajxaikia4541 Před 4 lety +16

    জয় আই অসম

  • @dhunbora7393
    @dhunbora7393 Před 4 lety +9

    Bipin Da apunar ei gan2 ajir dint mili goise....

  • @HunmanuhDutta
    @HunmanuhDutta Před 2 lety +6

    ❤❤❤❤❤❤❤❤জয় আই অসম❤❤❤❤❤❤❤

  • @user-xt7vz3bj3r
    @user-xt7vz3bj3r Před rokem

    Mojaa bepin da .joi aai Assam

  • @RintuDasss-fs5xv
    @RintuDasss-fs5xv Před rokem +1

    apunar gan bohut vl lage

  • @Samnur999
    @Samnur999 Před 4 lety +165

    এক দম সঁচা কথা কৈছে।আমি আছোঁ সদাই আপোনালোকৰ লগত।"জয় আই অসম"।"আহ ঐ আহ ওলাই আহ"। "খেদ ঐ খেদ বাংলাদেশী খেদ"।

  • @user-ei1kb7lz1f
    @user-ei1kb7lz1f Před 3 lety +5

    জই আই অসম

  • @rajibdas3935
    @rajibdas3935 Před rokem +4

    জয় আই অসম।বিপিন দাই ভাল ভাল কথা কে কইছে।

  • @ghanashyamgoswami3826

    বিপিন দা মই আপোনাক ভাল পাও আপোনাৰ লগত কথা পাতিচো চেলফি উথিচু .আপোনাৰ প্ৰতি মোৰ শ্ৰধা আচে. আপোনাৰ গানট সকলো সিনি আচে .কিন্তু কিচুমান গান নোগোৱাটো ভাল .আপুনি জানে ৮৩ চনৰ ঘটনা .কি পালো .কি হেৰুৱালো .নিজৰ চায়াটোকে ভয় লাগে জেন এই চায়াটোৱো মোৰ শত্ৰু.নিজ চাৰৰ্থ অসমিয়াক বিস্বাশ নকৰি এই বোৰ গান গোৱা উচিত নহয় .কোন আহিব ওলাই . সব কাপুৰষ .আপোনিয়ে জানো আহিব.সব মিচা মিচাতে এই বোৰ গান গাই .সমাজৰ ৰোষত নপৰিব . সকলো নিজ চাৰ্থ. আপোনি গোৱা গান বোৰো নিজ চাৰ্থ.

  • @dlu1090
    @dlu1090 Před 4 lety +4

    Bipin Chaudang you are a Genius

  • @itssrvlogs638
    @itssrvlogs638 Před rokem +1

    হয় ককাই , বহুত ভাল লাগিছে কিন্তু সাবধান। আপোনাক ৰাইজে বহুত ভাল পায় 😭😭😭😭😭😭😭

  • @seherunbegoum
    @seherunbegoum Před 2 lety +1

    Thegkiou dada bohut bohut val koise

  • @arponlahon1048
    @arponlahon1048 Před rokem +1

    Hundor 🥰❤️

  • @indrajeetbhattacharyya5034

    Good long live de saodang ji

  • @RanjitKumar-dk1tq
    @RanjitKumar-dk1tq Před 4 lety +98

    শত কোটি প্ৰণাম আপোনাক । জয় আই অসম

  • @plabangohain2513
    @plabangohain2513 Před 4 lety +45

    বিপিন ককাইৰ বাবে এটা লাইক

  • @gyanushsaikia5758
    @gyanushsaikia5758 Před 4 lety +3

    Joi aai aokhom bipin da moi aapunar logot hodai aasu

  • @tukeswar.chayengiachayengi2759

    জয় আই অসম বিপিন দা

  • @kanakdeka3308
    @kanakdeka3308 Před rokem

    Joi bipin da ..joi ai Assame

  • @Binaymrn2153
    @Binaymrn2153 Před 4 lety +12

    সুন্দৰ জয় আই অসম

  • @HappyDimSum-vk6cc
    @HappyDimSum-vk6cc Před 5 měsíci

    Bohut vaal kotha koisaa b❤ipin da

  • @shreemantadihingia4504
    @shreemantadihingia4504 Před 4 lety +8

    Jai ai Assam , jai Bipin da

  • @uttamsonowal520
    @uttamsonowal520 Před 4 lety +24

    আপোনি গাই য়াব আমি শুনিম জয় আই অসম

  • @samosanews9256
    @samosanews9256 Před 2 lety +1

    We saport bipin saudang

  • @anandakalita8338
    @anandakalita8338 Před rokem +2

    ধন্যবাদ দাদা জয় আই অসম

  • @rinkudutta1512
    @rinkudutta1512 Před 3 lety +9

    জয়‌ আয় অসম।

  • @santashetia6463
    @santashetia6463 Před rokem +4

    জয় আই অসম

  • @AnjanKalita-sn1jl
    @AnjanKalita-sn1jl Před 7 měsíci +1

    Nice song Da

  • @swarnapachani4653
    @swarnapachani4653 Před 4 měsíci

    সময়ত খাপ খুৱাকৈ বঢ়িয়া হৈছে।

  • @atulkalita3030
    @atulkalita3030 Před 4 lety +12

    I like most your every song
    . Because you my favourite singer. God bless to all of your family.

  • @anantabailung-ms7ps
    @anantabailung-ms7ps Před 11 měsíci

    Joi bipin daa😊

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Před 2 lety +1

    পিছে বিপিন চাউদাঙ... আপুনিও দেখোন অসমীয়া ৰাইজক পিছফালে থৈ সোনোৱালৰ ঘৰ পাইছিল গৈ

  • @arbinaxom4661
    @arbinaxom4661 Před 4 lety +2

    hundor gan bepen da ..

  • @motivationguru2.O
    @motivationguru2.O Před 3 lety +1

    Ami hokolu akhomiya....dada...
    Akhom...t bidekhi anibo diya nohobo..
    I support you..bipin da

  • @rahmatali2986
    @rahmatali2986 Před rokem

    doinobad bipon da aru hohojugi papon sahab apunalukor hohojugitar ohomkhonor raijook bujak ami hkulwy bharotiy ami bharotor hongbidan mani cholatu amar daito ohomkhon rajnitir pora bosaouk aru kenekoi aguwai niboporajai takei sinta korok

  • @sureshkurmi.899
    @sureshkurmi.899 Před 3 lety +4

    Mojaa lagesa

  • @MintuDas-xl4vw
    @MintuDas-xl4vw Před 2 lety +1

    Hindu bengoli allways axomia aru amar axom .joi i axom .

  • @renubora7327
    @renubora7327 Před 3 lety +3

    জয় আই অসম ভাল লালিছে 👌👌🙋

  • @dineshtaw9727
    @dineshtaw9727 Před 4 lety +4

    Joi ai axom

  • @madhabdas3412
    @madhabdas3412 Před rokem +1

    মই আছোঁ দাদা
    I can do anything for my nation 👍👍👍

  • @shibanibaruahofficial1012

    Vali kotha koi sa apuni bipin daa

  • @dancinglover6539
    @dancinglover6539 Před 3 lety +6

    জয় আই অসম।

  • @dkhofficial4457
    @dkhofficial4457 Před rokem +1

    Bhal gaan aru gaabi

  • @dipulrajbongshi5353
    @dipulrajbongshi5353 Před rokem +2

    Very nice

  • @riturajsonowalsonowal692

    hodai ahkom bakhi hahokh dib jab Bipin da joy i ahkom

  • @rajeevborah5873
    @rajeevborah5873 Před 4 lety +5

    Very good speech ..joi aii axom

  • @faizurrahman8473
    @faizurrahman8473 Před 4 lety +24

    জয় আই অসম ✊

  • @jyotirajkashyap5542
    @jyotirajkashyap5542 Před 4 lety +10

    Bohut val lagil bipin daa

  • @dileepchangmai9092
    @dileepchangmai9092 Před 2 lety +2

    Good performance Bipin da

  • @jubinchangmai5471
    @jubinchangmai5471 Před 4 lety +2

    Aponar gan honile bhot val lage

  • @user-ve1uy1hr1p
    @user-ve1uy1hr1p Před 8 měsíci +1

    Supar.sonn❤👍

  • @sanjaychakravorty393
    @sanjaychakravorty393 Před 2 lety

    Bipin Chaodang ok antorore xuvvecha thakil.