অৱশেষত ৰাকেশক ঘৰলৈ অনা হ'ল। বহু কষ্ট আৰু অপেক্ষাৰ অন্তত হিমগ্ল'বিন ২.৬ ৰ পৰা ১০.৪ লৈ বাঢ়িল।

Sdílet
Vložit
  • čas přidán 27. 04. 2024

Komentáře • 737

  • @dilipmohonta
    @dilipmohonta Před 2 měsíci +207

    আপুনি অসম গৌৰৱ পোৱাৰ যোগ্য❤

  • @pradyutpriyank6213
    @pradyutpriyank6213 Před 2 měsíci +104

    ভগৱান আছে নে নাই নাজানো কিন্তু মানুহ ৰূপী ভগৱান দেখিছোঁ আমাৰ সময় দা ❤

  • @tufandaimary8411
    @tufandaimary8411 Před 2 měsíci +238

    Homoy is best CZcamsr baki CZcamsr Khali nojor style dekhuwabo Homoy is best ❤❤❤❤❤

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w Před 2 měsíci +82

    ৰাকেশৰ এইকণ উন্নতি দেখি সুখী হৈছো । তোমাক ভগৱানে সহায় কৰক সদায় !🙏🙏❤

  • @user75677
    @user75677 Před 2 měsíci +132

    ইউটিউবটো খুলিবলৈ ইচ্ছা নোযোৱা হৈছিল অলপ দিন এতিয়া সময়ৰ চেনেলটো চাওঁ লাইক কৰোঁ ৷ বাকি কিছুমান ইউটিউবাৰৰ আৰু কাৰ ঘৰত মাংস বনাইছে কাৰ ঘৰত মাছ বনাই খাইছে কাৰ জোৰোণত কি কি সোণৰ গহনা , কাপোৰ দিলে কোন ক’লৈ গৈ আছে সেইবোৰৰ বাদে আৰু একো নাই ৷ দহ জনৰ ভাল কাম কৰা সকলকহে সহযোগ কৰা উচিত ৷

    • @BoSS-dz1co
      @BoSS-dz1co Před 2 měsíci +5

      Right👍.. Let's support him by subscribing his channel and sharing it in every part of Assam.He deserves million of subscribers.

  • @RobinBordoloi-ne3zw
    @RobinBordoloi-ne3zw Před 2 měsíci +59

    ভাল কাম ভাল সময় বৰ ধুনীয়া , কৰ্ম কৰি যোৱা , তুমিয়ে তুমি তুমিয়ে সময় ❤❤❤।

    • @dulukonwar5365
      @dulukonwar5365 Před 2 měsíci

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @anjanahazarika2740
    @anjanahazarika2740 Před 2 měsíci +30

    তুমি মহান বেটা তুমি কলি যুগৰ ভগৱান .নাহৰকটীয়া

  • @purabiphukan5790
    @purabiphukan5790 Před 2 měsíci +23

    ৰাকেশৰ স্বাস্থ্যৰ উন্নতিৰ কথা শুনি ভাল লাগিছে ৷তোমাৰ প্ৰচেষ্টাত ৰাকেশ নিশ্চয় সোনকালেই সুস্থ হ’ব ৷❤😊

  • @JunaliDas-bp4fw
    @JunaliDas-bp4fw Před 2 měsíci +5

    তুমি মহান সময় তোমাৰ সাহস আছে । পাৰিবা তুমি অসমৰ গৌৰব পোৱা যোগ্য ❤ তুমি সকলো বাবে সাহসী হোৱা। তুমি ভগৱানৰ ৰোপ আমাৰ আয়ুস খিনিও তোমাক দিয়ক আৰু আগবাঢ়ি যোৱা ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম 🙏♥️♥️♥️♥️

  • @renuborkotoky336
    @renuborkotoky336 Před 2 měsíci +13

    ৰাকেশৰ স্বাস্থ্যৰ উন্নতি হোৱা শুনি বৰ ভাল লাগিল,তোমাৰ মঙ্গল কামনা কৰিলো

  • @juliranisarmajuli5031
    @juliranisarmajuli5031 Před 2 měsíci +7

    ৰাকেশৰ ভাল হোৱা দেখি বহুত ভাল লাগিছে, তোমাক ভগৱানে আৰু শক্তি দিয়ক আৰু কুশলে ৰাখক তাকে কামনা কৰিছো।

  • @mohimpatori4140
    @mohimpatori4140 Před 2 měsíci +13

    যিটো দৰকাৰ CZcams ত 1M Views পাব লাগে, সেইটো চেনেলত Views নাপায় 😢 আৰু যোনটো CZcams channel অদৰকাৰী সেইটো 1 M views পায়।সময় দা তোমাক ভগৱানে আৰু শক্তি দিয়ক আৰু তোমাৰ পৰিয়ালক কুশলে ৰাখক তাকে কামনা কৰিলোঁ ❤। তোমালৈ যোৰহাট পৰা মৰম যাচিলো।

  • @banashreekalita6991
    @banashreekalita6991 Před 2 měsíci +10

    তোমাৰ মহান কামৰ বাবে নতশিৰ হৈছো। তোমাৰ সহযোগীসকললৈও বহুত ধন্যবাদ।🙏🙏🙏

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před měsícem +1

    সময় দৰে ভগৱান ৰুপী ল'ৰা জনক কি বুলি কম ভাষা নাই তেওঁ দীঘায়ু হ ওক লগতে সহায় কৰা কৰা চিকিৎসকসকল বহুত বহুত আশীৰ্বাদ আৰু ধন্যবাদ থাকিল

  • @TULIKA-sf8ol
    @TULIKA-sf8ol Před 2 měsíci +10

    Salute 2mk...bakibur youtuber subscriber million kin2 homoy dar only 1lakh😢..amar Assam r no 1youtuber homoy...

  • @dhiradeka1854
    @dhiradeka1854 Před 2 měsíci +5

    যথেষ্ট ভাল কাম কৰি আছা।ভগৱানে তোমাক শক্তি আৰু সাহস দিয়ক যাতে আৰু আগুৱাই যাবা পাৰা।

  • @samudrahazarika110
    @samudrahazarika110 Před 2 měsíci +10

    বন্ধুও কমনে তোমাক ভাই কম। সৱেই mix vlogs চাই। সবেই নিজৰ মতামত দিয়ে। আমাৰ অসমত একমাত্ৰ তুমি যিয়ে অৰ্তনাদৰ জনত থাকা। তুমি এজন বহুত ভাল লৰা। তোমাৰ প্ৰগ্ৰাম তেনেকৈ nasao। কিন্তু তুমি আগৰে পৰা দুখত পৰা মানুহক বহুত সহায় কৰিছাঁ। মই ভগৱানৰ ওচৰত তোমাৰ মংগল কামনা কৰিছোঁ। তোমাক বহুত ধন্যবাদ মোৰ ভাই। আমাৰ আশীৰ্বাদ আছে তোমাৰ প্ৰতি। All the best 🙏🙏🙏🙏👌👌👌👍👍👍💕💕💕💕

  • @tiktokmusic116
    @tiktokmusic116 Před 2 měsíci +39

    Sobei nijor nijor kotha vabe .Gari. bike dami dami .gf .aiburt busy thke,tumk kintu Manilu dai,hosakoi tumi bhgwanr abottar ase . Moi assamar only tumar video he full ke video sau .like like ,akhirbad thkil .moi nihy security gard kori asu vl Kiba krila moi Kiba Ata help krim Kiba ata❤

  • @user-yz3bg2kq9g
    @user-yz3bg2kq9g Před 2 měsíci +8

    Bahut Val job homoy Assam ka best you tober. Form jagun

  • @parthamixarsassam6762
    @parthamixarsassam6762 Před měsícem

    তোমাৰ মানৱীয়তা হেজাৰ গুণ ওপৰত। সঁচাই ভগৱানৰ আশিৰ্বাদ সদায় আছে তোমাৰ ওপৰত।

  • @Lipika_জোন
    @Lipika_জোন Před 2 měsíci +5

    Apunak ekebare ontoror pora salute homoy daa🫡 Aru vogobane kushole Rakhok hokoluke❤❤

  • @TrishnaHazarika-nd9zz
    @TrishnaHazarika-nd9zz Před 2 měsíci +2

    Manuhor rupot bhogwan tumi krishna krishna krishna,🙏🙏🙏

  • @user-cl2vy6wy3y
    @user-cl2vy6wy3y Před 2 měsíci +12

    ভাল লাগিল তুমি সদায় ভালে থাকা

  • @kiran14555
    @kiran14555 Před 2 měsíci +2

    যোৱা কালি আপোনাক মাৰ্ঘৰিটা মাকুম পথাৰৰ বিহু তলিত ক্ষন্তেক সময়ৰ বাবে লগ পালো যদিও ক্ষন্তেক সময়ৰ বাবে লগ পালো বহুত ভাল লাগিল ❤❤❤ আপোনাক ভগবানে সদায়ে শত্তি দিয়ক যাতে আহিব লগা দিনবোৰত আৰু ৰাইজৰ হকে ভাল ভাল কাম কৰি আগবাঢ়ি যায যেন আৰু আমাৰ মৰম ভাল পুৱা আশীৰ্বাদ সদায়ে আছে আৰু সদায়ে থাকিব

  • @jugaldas4421
    @jugaldas4421 Před 2 měsíci +22

    Rakesh সোনকালে খোষ্টো হয় উঠক।।❤️

  • @The78Assam
    @The78Assam Před 2 měsíci +2

    Mr Bitu Da Aru tumi Bohut Val kam kori asa

  • @MKKBlogger
    @MKKBlogger Před 2 měsíci +1

    Sab assamiya youtuber Garikina, nijor gharbonowa ai bilakote besto, ahongkari, sarthopor, Homoy is great, long live 🌺🌹🌷👏🙏🙋

  • @babitanath5033
    @babitanath5033 Před 22 dny

    মানুহ মানুহৰ বাবে। God bless you.

  • @dilipgorh2921
    @dilipgorh2921 Před 2 měsíci +6

    🙏ভগৱানে আপোনালোকক আশীৰ্বাদ কৰক ।

  • @dmanta5218
    @dmanta5218 Před 2 měsíci

    সময় টোমালৈ বহুত বহুত ধন্যবাদ ,🙏🙏🙏🙏🙏🙏🙏

  • @ranideka1084
    @ranideka1084 Před 2 měsíci +1

    আপোনাৰ দৰে মহান ব্যক্তিক শতকুটি প্ৰণাম🙏🙏

  • @JituGogoi123
    @JituGogoi123 Před 2 měsíci +7

    বহুত বহুত ধন্যবাদ সময় ❤নৈ সমান হব কোন সময় সমান হব কোন ? সময়ক সকলোৱে সহায় কৰক ।মই জানো যে বহুত হৃদয় বান লোক আছে তেওঁ
    লোকে নিশ্চয় সহায় কৰিব। ধন্যবাদ🙏🙏🙏

  • @Praneelchetia5343
    @Praneelchetia5343 Před 2 měsíci +9

    Apunak pronam dada 🙏.kobole bhakha nai🙏🙏🙏🙏🙏🙏

  • @user-wx5lc1wq5h
    @user-wx5lc1wq5h Před 2 měsíci +3

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিচো

  • @kaberimoran5496
    @kaberimoran5496 Před 2 měsíci +1

    সময়ৰ তোমাক কি বুলি কম বুজাব নোৱাৰি। ইমানবোৰ ধনী ব্যক্তি আছে কেৱল আমাৰ আমোক আছে তামোক আছেকৈ থাকে। কিন্তু কাকো সহায় নকৰে। তোমাক ভগৱান মৰম কৰক

  • @funnyboy9657
    @funnyboy9657 Před 2 měsíci +10

    Aru Hunkale jate Husto hoi uthe rakesh ❤❤❤

  • @AmiyaSaikia-hv3wf
    @AmiyaSaikia-hv3wf Před 2 měsíci +2

    সময় তোমালৈ কৌটি কৌটি ধন্যবাদৰ লগতে বহুতো মৰম যাখিলোঁ। ভগৱান তোমাৰ সহায় হৌক।❤❤ ❤❤❤

  • @madhujya162
    @madhujya162 Před 2 měsíci +8

    Bor dhunia val kam korise apuni..Aru aaguwai jaok..Love from Jorhat Titabor..God bless Rakesh❤

  • @bubuldutta1888
    @bubuldutta1888 Před 2 měsíci +8

    এয়াই কলি যুগৰ মনুষ্য
    ৰুপি ভগৱান, বাকী ৰজা ঘৰীয়া সকল,,, এহ্ নকওঁ দে কিছু লোকে বেয়া পাব আকৌ অন্তৰৰ পৰা গালিও দিব।

    • @user75677
      @user75677 Před 2 měsíci +2

      😁 অন্তৰৰ পৰা গালি দিয়াটো বাদেই দিয়ক কমেণ্টত আহি গালি দি যাব 😊৷ আমাৰ ঘৰত আজি মাংস , মাছ বনাইছে, মই আজি অমুকৰ ঘৰত আহিলোঁ ৷ মোৰ জোৰোণত ইমান কেইজোৰ পাটৰ কাপোৰ গহনা দিছে আৰু যে ক’ত কি ৷ মুঠৰ উপৰত ভিডিঅ দিব লাগে দিয়ে আৰু ৷

  • @ranudevimorang9103
    @ranudevimorang9103 Před 2 měsíci +1

    কি কম ৷ কবলৈ ভাষা নাই ৷ বহুত বহুত ধন্যবাদ ৷

  • @user-hn5xx8sg3d
    @user-hn5xx8sg3d Před 2 měsíci +4

    তুমি ভাই মহান

  • @BithikaPegu
    @BithikaPegu Před 2 měsíci +2

    Apuni bohut mohan homoy da apuni ajon bhogobanor dhore ❤❤

  • @swapnalisaikia7063
    @swapnalisaikia7063 Před 2 měsíci

    ভগৱানে তোমাক কুশলে ৰাখক

  • @hemkantaborah7434
    @hemkantaborah7434 Před 2 měsíci +8

    Somoi Gogoi is worthy of award from Assam Govt. and India Govt.

  • @jonjyotideka5370
    @jonjyotideka5370 Před 2 měsíci +2

    Real hero Tomi ❤❤👏🙏 sonkle vl hoi jowa Rakesh Tomi 😢

  • @Kankanahandique-wr5cr
    @Kankanahandique-wr5cr Před 2 měsíci +2

    সচাঁই বহুত ভাল লাগিছে তুমি আমাৰ নব প্ৰজন্মৰ আদৰ্শ আৰু সাহস আমাৰ আশিবাদ আৰু বহুত বহুত মৰম থাকিল ❤❤😘😘😘

  • @kuladeepdas7076
    @kuladeepdas7076 Před 2 měsíci +1

    সময় দা❤️❤️ মাত্ৰ সময়ক সময় দিছে আপুনি । আপোনাৰ নিচিনা দ্বিতীয়জন নাই বৰ্তমান সময়ত । সাহসী আৰু বিশাল অন্তৰৰ সময় দা।

  • @user-xf1pb7oy7e
    @user-xf1pb7oy7e Před 2 měsíci +5

    Bohut vall lagila dada😊

  • @parthajitborah674
    @parthajitborah674 Před 2 měsíci +6

    Thankyou homoy dakhi val lagil katiya notun update pam Rakesh r so bohut khini val hoisa 👍👍👍

  • @kalpanatalukdar5761
    @kalpanatalukdar5761 Před 2 měsíci +1

    God bless you

  • @prantimda3061
    @prantimda3061 Před 2 měsíci +2

    দেউতাক জন বহুত সুখী হৈছে ❤

  • @DigntaKalita
    @DigntaKalita Před 2 měsíci +4

    ভাল লাগিল দাদা

  • @mamoniborah8809
    @mamoniborah8809 Před 2 měsíci +3

    ভগৱানে তোমাক সহায় কৰক।সময় তুমি আগুৱাই যোৱা আমিও তোমাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

  • @user-lq3tx3cx1z
    @user-lq3tx3cx1z Před 2 měsíci +4

    God bless you
    Homoy Da👋

  • @sunilasdigboivloger804
    @sunilasdigboivloger804 Před 2 měsíci

    Love you dada আপুনি বহুত আগত যাব দাদা আমি সদাই আছো আপোনাৰ লগত

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw Před 2 měsíci

    কবলৈ ভাষা নাই সচাকৈয়ে তুমি বহুত মহান ভগৱানে সদায় কুশলে ৰাখক তোমাক বহুত বহুত ধন্যবাদ জনালোঁ❤

  • @Moni_Bailung
    @Moni_Bailung Před 2 měsíci

    ভগৱানে তোমাক সদাই সহায় কৰিব ❤❤❤

  • @chiranjibdas1855
    @chiranjibdas1855 Před 2 měsíci

    Rakesh tumi jate xonkale bhal powa ❤❤❤❤❤

  • @BH5701
    @BH5701 Před 2 měsíci +1

    Doctor Joni akdon jui 🔥 😊

  • @ManashprotimBorah-gp6tz
    @ManashprotimBorah-gp6tz Před 2 měsíci

    Bahut val hoise. Bhogowan xodai logot thakok.

  • @diamondgamer3151
    @diamondgamer3151 Před 2 měsíci +3

    Comment kora gutai bilakei right dei.. Homoy daa loi Salute❤

  • @ramenyein792
    @ramenyein792 Před 2 měsíci

    Utpal daloi akhirbad thakil... Jonai diyar babe... Love you somoy da❤

  • @priyankaslifestyle5514
    @priyankaslifestyle5514 Před 2 měsíci +2

    God bless you Rakesh ❤

  • @ekayancollege2402
    @ekayancollege2402 Před 2 měsíci +1

    Salute ,your dedication to humanity ,not all can deliver such service

  • @mamonibora2577
    @mamonibora2577 Před 2 měsíci +6

    Rakesh, God bless u, ❤ for humanity

  • @comdeycollection6318
    @comdeycollection6318 Před 2 měsíci +1

    ❤❤❤ enekuwa dekhi tmak bhagavan jn lagise.All the best

  • @gitakakati3315
    @gitakakati3315 Před 2 měsíci

    তোমাক বহুত বহুত ধন্যবাদ জনাইছো। ভগৱানে কুশলে ৰাখক সদায়।।

  • @bullettrain112
    @bullettrain112 Před 2 měsíci +2

    Thanks dada... Rakesh a jaate hunkale sokure dekha paai🙏🙏

  • @uttamrajbonshi1290
    @uttamrajbonshi1290 Před 2 měsíci +1

    ভাল লাগিল দেই দাদা তুমি আগোৱাই আৰু সদাই ভালে থাকে ❤❤❤❤

  • @PankajDas-wm3dy
    @PankajDas-wm3dy Před 2 měsíci

    God bless you.bohut val lagil Rakesh utha boha koribo pora karone.homoi Tumi aru aag barhi juwa 🙏🙏🙏

  • @creationr.sarmah3078
    @creationr.sarmah3078 Před 2 měsíci +1

    Bht bhal lage tumar aye mohan manobota dakhi.bhagobane tumak aru aguay loi jaok mor falor pora bht bht ashirbad thakile 🙏🙏🙏

  • @upendarbhai6200
    @upendarbhai6200 Před 2 měsíci +2

    Great Bhai

  • @Mri_g_d06
    @Mri_g_d06 Před 2 měsíci +1

    Dada tumak salute 👏 korisu ❤,

  • @gitikagogoi5233
    @gitikagogoi5233 Před 2 měsíci

    ❤❤❤❤❤love you Rakesh. God bless you.

  • @kailashdaimari6474
    @kailashdaimari6474 Před 2 měsíci +1

    Selute xomoi...tomi xodai vale thaka...tomi anekoi nixohai manuhok xohai kori jowa....vgbanu tomak xohai koribo...udaguri district pra koiso...

  • @leenabordoloi8045
    @leenabordoloi8045 Před 2 měsíci

    Khob bhal lagil khobor tu xuni.bhal hok oti sunkale take aashirvad karisu.aru tomaloi o bohut dhanyawad.

  • @upenpatiri2276
    @upenpatiri2276 Před 2 měsíci +5

    You are a great man of the world ❤

  • @Manoj4x27
    @Manoj4x27 Před 2 měsíci +2

    Bohut val lgixe

  • @Just32086
    @Just32086 Před 2 měsíci

    বহুত ভাল কাম কৰিছা দা। এনেকৈ আপোনাৰ channel আগুৱাই গৈ থাকক

  • @bitupongogoi1094
    @bitupongogoi1094 Před 2 měsíci +1

    Ru val kam kri jaboloi vogobane apunak ru akhirbad diyok.. God bless you Homoy Da🙏🙏

  • @kamaldeka9282
    @kamaldeka9282 Před 2 měsíci

    Adin Assam sorkare aapunak sanmanit koribo buli aasabadi❤❤❤

  • @drakenxff5309
    @drakenxff5309 Před 2 měsíci +1

    Right .... Homoy eii hol hokolutkoi best best best you tuber....God Blessed him always....

  • @bituray977
    @bituray977 Před 2 měsíci +2

    Love you dada love from dhuburi❤

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 Před 2 měsíci +1

    বহুত ভাল লাগিল সময় 👍

  • @beautisivsagar2354
    @beautisivsagar2354 Před 2 měsíci

    Homoi hosakoie homoi ....tumak vogowane hohai korok❤❤❤

  • @ff___king__
    @ff___king__ Před 2 měsíci +4

    Dada apuni hosai bhut vl 🥺🙏

  • @aijingkyochakhap959
    @aijingkyochakhap959 Před 2 měsíci +1

    Rakesh r Health r unnoti huwa dekhi bohut val lagise.... Homoy dangoriya apuni aagbari jaok... Love from Ninggam Village, Jagun....

  • @SreyasreeDas
    @SreyasreeDas Před 2 měsíci +2

    Bhal houk ❤

  • @ManiPatar-bt5zi
    @ManiPatar-bt5zi Před 2 měsíci +2

    Tumak bohut dhonobad

  • @harendragogoi1917
    @harendragogoi1917 Před 2 měsíci +2

    Eman vall vall kam korar babe bhogowane apunak hukh nujura k dibo ❤

  • @tynkks9978
    @tynkks9978 Před 2 měsíci +2

    Your good work will not go in vain. May God reward you according to His riches of glory.

  • @bitusmitadeka8127
    @bitusmitadeka8127 Před 2 měsíci +1

    Aapuni vogobanr dan. Enekua manuh pabo bohut tan. Thank u dada.

  • @juridas3519
    @juridas3519 Před 2 měsíci +1

    oti val lagil rakes valhouk xunkale tare kamona Homoy beta tumak kibuli kom vaxanai aru aguai jua (form tezpur

  • @user-vd5dg6ru9b
    @user-vd5dg6ru9b Před 2 měsíci

    Bohut bhal lagil Homoy.

  • @Kumoijyoti-kumoi-assam
    @Kumoijyoti-kumoi-assam Před 2 měsíci +3

    Bohut bohut val lagile dada😊😊❤❤❤❤❤

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před měsícem +1

    ৰাকেশ ভাল হ ওক সোনকালেই

  • @pritamsaikia4631
    @pritamsaikia4631 Před 2 měsíci +2

    Your are great CZcamsr ...

  • @nirupamaborah3186
    @nirupamaborah3186 Před 2 měsíci

    অশেষ ধন্যবাদ তোমালৈ

  • @JeutiRabha-np1es
    @JeutiRabha-np1es Před 2 měsíci +4

    Salute❤

  • @ranjandas6167
    @ranjandas6167 Před 2 měsíci

    Tumak vagobane bohut ahirbad diyok jate aru ag bahi jabo para❤