সকলোবোৰ হৈছে পৰিস্থিতিৰ খেল। This is life 🙏 Manuhe Mnuhor Babe
Vložit
- čas přidán 18. 03. 2024
- সকলোবোৰ হৈছে পৰিস্থিতিৰ খেল। এজন ব্যক্তিয়ে বহু বছৰ ধৰি কিদৰে টাউনত ঘূৰি ফুৰে আপোনালোকৰ দেখি দুখ লাগি যাব।
আনহাতে আৰু এটা পৰিয়াল য'ত সৰু কণমানি এজনীয়ে বাধ্যত পৰি পঢ়া-শুনা এৰি কাম বিচাৰিব লগীয়া হৈছে।
মানুহজনক আশ্ৰমত ৰখাই ভাল হব
মানুহ জনক চিকিৎসা কৰি আশ্ৰমত ৰখাই ভাল হব।
সময় তুমি ভগৱানৰ এটা ৰোপ হৈ এই পিথিবীলৈ আহিলা আশীৰ্বাদৰ পাএ❤❤❤
এতিয়া সেই মানুহজনক চিনি পোৱা মানুহৰহিচাপ নাই ।কিন্তু সহায় কৰা মানুহৰ অভাৱ । পাৰিলে বৃদ্ধাশ্ৰমত থব পাৰিলে সহায় হ'ব ।🙏🙏
এইহেন গধূৰ দায়িত্ব তুমি আৰু লগৰ খিনিয়ে সাহস কৰি সিদ্ধান্ত ল'ব লাগিব।তোমাতকৈ উচিত সিদ্ধান্ত আমি দূৰৰ পৰা দিব পাৰিম জানো! মাথোঁ এইবিলাক দেখি এটি হুমুনিয়াহ আৰু এটোপাল চকু পানী....
লগতে ভগৱানক প্ৰাৰ্থনাহে জনাইছোঁ।
কিয় এনে কষ্ট দিছে,কৃপা কৰক ❤।
কোটি কোটি ধন্যবাদ ৰ লগতে অশেষ মৰম
যাচিলো,সময় তোমালৈ.....🙏🙏🙏
মানুহজনৰ পৰিস্হিতি দেখি আশ্ৰমত থকাই শ্ৰেয় হ'ব মোৰ ধাৰণাত সময় দা । লগতে মানুহজনক কিছু পৰিমাণে হ'লেও চিকিৎসাৰ প্ৰয়োজন আছে । কোনো সদাশয় দয়ালু ব্যক্তি এনে মানুহৰ ওচৰত পাৰাপক্ষত সময় দাৰ দৰে ঠিয় দিলে মানুহজন কিছু হ'লেও সুস্হ হ'ব ।
সময় দাৰ মহানু ভাবতাক সদায় ধন্য/কৃতজ্ঞতা জনাওঁ ।
❤ গোৱালপাৰা(লক্ষীপুৰ)
আশ্ৰমত ৰখা টোৱে ভাল হব আৰু চিকিৎসা অলপ কৰিব লাগিব homoi
সময় আপোনাক ভাগবানে পঠাইছে আৰ্তজনৰ বাবে আপোনাক লগ পাবৰ বৰ মন আছে আৰু শক্তি দিয়ক নেদেখা জনে সহায় কৰিবলৈ
Ami xomoy dak belek ako xohai korib nowarileu like ata aru comment ata kori olp xohai korib parim to 🥰. Love you xomoy dada
মানুহ জনক আশ্ৰমত ৰখাই ভাল হব ৷
জয় আই অসম জয় সময় দা ❤❤❤❤❤😢😢
Love forom Boko guwahati homoy da apunar video sai bohut base a vl lage my atiya porhi asu vl kam kori apunar pora inspired hoi anekowa kam korim 😊😊❤
তোমাক বহুত ভাল লাগে আৰু ভাল ভাল কাম কৰি যোবা তাকে আশীৰ্বাদ কৰিছোঁ
Dadar nisina youtuber habo lage bahut vll lage apunak ❤❤❤
Manuhjonok asromot rakhilei bhal hobo mur mote. JOY AI AKHOM.
kunoba ajan val dangr ba toka poisa thoka manuh ajane hole o jadi ai vaiti jonor kamot xahai korile hoi tetiya val lagile hoi
Iman dangor dangor manuh thokar pasotu khohai koribo ahise janu. Kolijat Dom lagibo anekoi khohai koribo
এই বৃদ্ধ লোক জনক আশ্ৰমত থোৱাটো ভাল হ'ব ।
Apunar aei xahai amar hadai monot roi jabo dada....bohut val pau apunak...
সকলোবোৰ হৈছে পৰিস্থিতিৰ খেল। এজন ব্যক্তিয়ে বহু বছৰ ধৰি কিদৰে টাউনত ঘূৰি ফুৰে আপোনালোকৰ দেখি দুখ লাগি যাব।
আনহাতে আৰু এটা পৰিয়াল য'ত সৰু কণমানি এজনীয়ে বাধ্যত পৰি পঢ়া-শুনা এৰি কাম বিচাৰিব লগীয়া হৈছে।
Assam top one you tuber.. ❤ homoi gogoi 👍❤
মানুহ জনক আশ্ৰমত ৰাখা ৰ ব্যৱস্তা কৰি দিয়া bhai.
সচাকৈ সময় দাদা আপোনাৰ সহজ সৰল অন্তৰত থকা মানৱতা সহানুভূতিলৈ চেলুট জনাইছোঁ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
সময় তুমি ভগৱান সহায় কৰা সকলকো কুশলে ৰাখক
ধন্যবাদ সময়
Homoy dada jomuna kokak vridha ashram ot thoba ❤👍
Hupai ata kri diya dada apuni assam hor real hero hoi❤❤❤❤❤❤
মানুহ জনক আশ্ৰমত ৰখাই ভাল হব। সচাকৈয়ে তুমি ভগৱান হৈ আহিছা ভগৱানে সদায় কুশলে ৰাখক তোমাক বহুত ভাল কাম কৰিছা তোমাক লগ পাবৰ বহুত মন আছে ধন্যবাদ জনালোঁ 🙏❤🙏
Somoy God bless you 🙏💕
❤ You Homoy Brother & Good job. "Joi Hunor Assom"
আপোনাৰ video sai hridoi sui gol dada❤❤ love you
টিংখাংত এজন ব্যক্তি আছে উপাৰ্জন কৰিব পাৰে কিন্তু থকা ঘৰ নাই। ব্যক্তি জন বৃদ্ধ হৈ আহিছে
I love you ❤❤❤❤❤❤❤u are great😊😊😊
🙏🙏🙏
Thanks homoy daa🎉
Im from naharkatia,ushapur gaon
ভগৱান সদায় আছে আপোনাৰ লগত দাদা আপুনি বহুত ভাল কাম কৰি আছে❤❤❤❤❤
May God bless you brother
God bless you homoy da Good job ❤
Manuh bilaak enei vir kori kiba kibi koi thake. Kam naikiaa manuh bilak hosake dei.
⌚⌚⌚ thank you so much, esore aru tumak hahok deok 🙏🙏🙏(from Dhemaji)
ধন্যবাদ ঈশ্বৰে তোমাৰ মঙ্গল কৰক
Good
সময় দা আপোনাৰ কামবোৰ মৰ বহুত ভাল লাগে আৰু ভাল ভাল কাম কৰি যাওক ।ভাল কাম কৰি আছে বাবে আপোনাৰ video ৰ views নাহে তথাপিও আগলৈ যাওক ❤❤❤
Tom Tom akhon dile bhal hoboneki
বহুত বহুত ধন্যবাদ কৰিছোঁ। সময় দা
Dada apuni বিধ আশ্ৰম ৰাখিলে ভাল হব dada ❤
Vale hbo dada❤
Great homoi vaiti ... 🎉🎉
Bhogobane apunak.hodai.kichi.deok.bohut
Bhal.video❤❤❤❤
God bless you dada
Hoday aso aponar lgt dada❤❤❤
❤❤❤Homoy daa❤❤❤
Good job homoi
Good job Homoy daa Love from Kokrajhar
Thelat je dukaan diye tenekuya kiba bebostha korile bhal hobo...nijor kiba thakile kunubar problem nohobo...thela dukan thakile heitu tai ghorot oh loi aahibo paribo jene aami rastat chanawala nohole puchka thela bolag dekhi pao tenekuya...
বহুত দুখ লাগে ৷সময় তুমি আগবাহি যোৱা ৷
God bless you ❤❤❤❤❤
👍👍
Good Job Bro God Bless you love you Mendipathar Meghalaya ❤
Nice video you are our inspiration.
সুন্দৰ মহানোভৱতা দাদা আপোনাৰ
🙏🙏🙏
সময় দা চুলি কাটি Dress to senj কৰি দিৱ!
You are great
👌👌👌👌👌👌
Apuni bidhashrom rokha kotha vabisa.heituwei val hob.dhonyabad homoy da
Love you sir from my heart
👍🏼👍🏼👍🏼
yes somoy thanks
Dada apuni bohut Val
❤❤❤❤dada ❤❤❤
Apune anekoiye agwai jowa vogobane apunak hodai hohai korebo
Oi Dada Nice video ❤❤❤❤❤❤
Good jb
God bless you 🙏
Tumak log py bohut val lagile Homoy
Love u🎉🎉🎉🎉
Homoy 🙏🙏🙏
বহুত ভাল কাম কৰিছে 🙏🙏
Keep it up and bro ❤😊👍
Keep up the good work
God bless you beta❤❤🎉
❤❤❤❤❤❤❤❤❤
2mar nicina kuneo hbo nuware bro 2mi hodai hukhi hoi thaka god 2mar lgt hodi ase aru thakibo vl lge 2mar video bur sai god bless you
Ashramot rokha aea vhal hobo..
সচাই বহুত দুখ লাগিল
❤
তোমালৈ বহুত বহুত মৰম ভাইটি
God bless you bro good job
❤❤❤
Hello Homoy...Buddy, I am from the same school where u studied...
Just wanted to tell you that what you are doing is great.. But I believe you will have to think about a Sustainable model where continuous flow of fund is there..
For example -
a) Discuss with the local community and create a Welfare Society which will take care of their area..
b) Empower their children with some valuable skill for earning their livelihood..
Keep growing, Keep Learning ❤
With love,
Prasenjit Dev
হয় দিয়ক দাদা !জীৱন বৰ কঠিন
সময় দা ❤❤❤
Homoi da upuni koropora poisa pai eman kini gor bonai a asay asorit
Vaiti tunak eman val lage Tumi vagaban vaiti tumak hodai vagabane vale rakhok ❤❤❤
❤❤❤Tumi dukhiya khokolok jenekoi morom diye
Tumi khodai vogobanor arkhibad pabo vaiti vaiti
❤❤❤❤ Tumi
❤❤❤❤
Good job 🙏🙏🙏 Aguwai juwa. 👏👏❤️🙏
আশ্ৰমত লগাই ভাল দাদা
Deuta gorakik Oldest home t rakhile besi bhal hobo Jen lagise ,Homoi God bless you ,tumi Devo dut ,tumak 🙏🙏🙏❤️💛💜💙🧡💚
Love from morigaon homoy daa❤❤
মানুহ জনক আশ্ৰমত থোৱাৰতো ভাল হ'ব।
❤from kakopather