কৃষি আলাপ - খণ্ড - ১১ | Krishi Alap - Episode 11

Sdílet
Vložit
  • čas přidán 5. 09. 2024
  • কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ দ্বাৰা প্ৰযোজিত কৃষক, বিজ্ঞানী আৰু কৃষি উদ্যমীৰ অন্তৰংগ আলাপ অনুষ্ঠান। আজিৰ খণ্ডৰ অতিথি শ্রী লক্ষ্মণ ছেত্ৰী, আমলিঘাট বানানা প্ৰডিউচাৰ কোম্পানী লিমিটেড, মৰিগাঁও, ম: আজিজুল হক, বেছিমাৰি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড, দৰং, শ্রী লিঙ্কন ৰায়, মানিকপুৰ জহা ৰাইচ প্ৰডিউচাৰ কোম্পানী লিমিটেড, বঙ্গাইগাঁও। আজিৰ খণ্ডটিত কৃষকৰ আত্মনিৰ্ভৰশীলতাত কৃষক উৎপাদক কোম্পানীৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হৈছে। আশা কৰিছো আপোনালোকে খণ্ডটি আদৰি ল'ব।

Komentáře •