The great philosopher who explored and gave true meaning to Mass Communication beyond any caste, creed, religion and above all time. And we remained the silent observer from time to time instead of realising the need of bringing change in the society which was foreseen so long by our own Bhupen"da!!!
Dr Bhupen Hazarika mamak Bharot Ratno prodan korile sorkare bohut polom koi. Mama amar majot Xodai thakok. Shantir gan val lagise. Ki ortho ganor asorit.
হে মহান শিল্পী প্ৰণামো তোমাক। ৰূপহী অসম আজি গৌৰৱত আত্মাহাৰা । 🙏🙏🙏
কি যে সুন্দৰ কণ্ঠ আছিল 🥺.....হে মহান অসমীয়া তোমাক প্ৰণাম 🙏🏼🙏🏼
আর একজন ভূপেন আর পেলাম না ।
অসাধারণ ।এর তুলনা হয় না
যেন সাগৰৰ দৰে গৰজি আছে। বিশ্বৰ সবাতোকৈ শক্তিশালী গীতিকাৰ। সমকক্ষ নাই। ❤🙏
🙏🙏🙏ভাষাহীন🙏🙏 এইজনা শিল্পীৰ ক্ষেত্ৰত 🙏 মোৰ হৃদয়ত সদায় জীয়াই থাকিব এওঁ🙏🙏
কেতিয়াবা মনটো বহুত দুখ লাগে যেতিয়া তেওঁৰ এই প্ৰবল উচ্চ কন্থতো সুনো আৰু নিজকে গম নোপোৱা হৈ জাও কত আছোঁ
কিযে সুন্দৰ গীত ৷ বহুবাৰ শুনিও হেপাহ নপলায় ৷
প্ৰতিটো শব্দই দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিহৰণ জগাই তোলে।
ভূপেনদা মানেই সীমাহীন এক দূৰন্ত যত্ৰা নতুনৰ পোহৰ বিচাৰি।
অতুলনীয় অদ্বিতীয় অনন্য ভূপেনদা।
হে ভূপেন দা। তুমি সঁচাই অতি মহান।
এই গীতটি প্ৰকশৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো,সময় সাপেক্ষ হৈছে,
স্বাগতম্
ভূপেন দা তোমাৰ আদৰ্শ সদায় জীয়াই থাকক তাৰেই কামনা কৰিলোঁ।
Joi aai Axom . ULFA independent jindabad.
প্ৰণাম ভূপেন দা। You are really great!!
হে শিল্পী প্ৰণাম তোমাক
The great philosopher who explored and gave true meaning to Mass Communication beyond any caste, creed, religion and above all time. And we remained the silent observer from time to time instead of realising the need of bringing change in the society which was foreseen so long by our own Bhupen"da!!!
গীতটো শুনি বহুত আবেগিক হৈ গলো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ।গীতেৰে যি কৈ গল তাকে আজি হবলৈ গৈ আছে।
ভূপেন হাজৰিকা দেৱৰ বহুত নুশুনা গীত আছে আপুনি শুনাব বুলি আশা কৰিলো দাদা
বহুত সুন্দৰ ৷ প্ৰতিটো গীতেই হৃদয় চুই যায় ৷
বিশ্বৰত্ন ভূপেন হাজৰিকা গীত মানেই অন্যান্য ।
এই গীতটো মই প্ৰথম শুনিলো আজই ।।
বৰ ভাল লাগিল।
Dear Dhuruba brother.
Proud I'm Asamese.
Joi ay AXOM.💥
বৰ ধুনীয়া গীত | গীতৰ প্রতিটো কথাই বুকুত নতুন সাহ আনি দিয়ে |
can't even touch your intellect & feelings, you felt so long back. love you always.
Mahan Deka kokaidew,ei gantor pora ami bhto sikibo parim jen lage.
ধন্যবাদ্
বহুত ভাল লাগিল।
গীতটি পঢ়িছিলো হে! শুনা নাছিলোঁ। বৰ ভাল লাগিল।
Bhupen daar kotha hunilei mon sui jai
Speeches 🙏🏾🙏🏾🙏🏾🙏🏾
ভূপেন দা তুলনাবিহীন।
Oxomor akakhar dhurba tora amar Bhupen da.
ভূপেন দা অমৰ হওঁক আমাৰ মাজত
Bhupen Hazarika is one of the greatest singers I've listened to.He is a true genius.I respect him a lot.He is India's asset.
Dr Bhupen Hazarika mamak Bharot Ratno prodan korile sorkare bohut polom koi. Mama amar majot Xodai thakok. Shantir gan val lagise. Ki ortho ganor asorit.
Bhupen hazarika tha lejeand of Assam -- we miss you lot.......
🙏
ভূপেন দা আপোনাৰ নিচিনা মানুহ আৰু আমি নাপাওঁ।
কি কম.মন্তব্য দিবৰ বাবে ভাষাই নাই মোৰ,
কেৱল শুনি থাকিবৰ মন
Bhupen Hazarika is the best n greatest person of the world I real God Bidyadhar Das declare that
👏👏👏 pronam joniso moi 👏👏👏............
k ne k pahorim. apunak kot heray gol gol. xoday monot pore apunaloi. dr vupen daa
Ki kom vasha ni he Mohan Shilpi tumak pranam
kot lukay asil apunar val loga gaan bor
Nice song
গীতটো বাৰে বাৰে শুনিচো আৰু শুনিচো
শুনিম ।
Bht din dhori bisora gaan tu palu aji.bohut agot hunisilu.
অসাধারন
Bohut dhunia bhupen da
thnk u 4 upload
আচৰিত গান বোৰ।
Bhupen mama. Apuni mohan
Mor dorvaggya
Adinu log napalu tekhetok🥲🥲🥲
অতিশয় সুন্দৰ গীত শুনালে আপুনি।গীতটি শুনি আবেগিক হৈ পৰিলোঁ।গীতৰ মাজেৰে,লিখনিৰ মাজেদি সদায় সুধা কন্ঠ ই সমাজ পৰিবৰ্তন কৰিব বিচাৰিছিল। অসমীয়া জাতিক শুদ্ধ পথেৰে আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰিছিল। অসমীয়া জাতিক, সংগীতক, সংস্কৃতিক বাহিৰত চিনাকী কৰাই দিলে।কিছু ললে, কিছু দিলে।বাহিৰৰ শিল্পী সকলোক অসমীয়া গীত গোৱালে। নিজেও আন আন ভাষাৰ গীত গালে,লিখিলে,সুৰ দিলে। এনেদৰে সুধা কন্ঠ ই সংস্কৃতিৰ সমন্বয়ৰ এৰা-ধৰা প্ৰক্ৰিয়াৰ মাজেৰে (process of assimilation) অসমীয়া জাতিক, অসমীয়া সাহিত্য সংস্কৃতিক, সংগীতক বিশ্ব দৰবাৰত চিনাকি কৰাই দিলে। সেয়ে আজি তেখেত বিশ্ব দৰবাৰত হীৰা, মুকুতা মণি হৈ জ্বিলিকি আছে।জ্বিলিকি থাকিব প্ৰতিজন মানুহৰ হৃদয়ত। সেয়ে তেখেতৰ ভাষাৰেই কৈছোঁ,"সূৰ্য্য উদয় যদি লক্ষ্য আমাৰ/সূৰ্যাস্তৰ পিনে ধাৱমান কিয়?/শীতল বৃষ্টি যদি কাম্য আমাৰ/অনা বৃষ্টি খেদি ফুৰিছোঁ কিয়?....."।
ধন্যবাদ্
Mur priyo gan hiya hat pori jai
Ganto bhot val lagil
Thanks
Dhunia
Eman dunia gaan
aahhhhh .ki gaisa koka ..kt gla .o 2mi
Blessed.
"collected by dhrubajyoti deka"এই শব্দকেইটি মাজৰ পৰা আতৰাই দিব নোৱাৰিনে?
নোৱাৰি | কাৰণ গান চোৰ বহুত আছে | আগতে ভূপেন দাৰ বহু ভিডিঅ ' মই বহু কষ্ট কৰি সংগ্ৰহ কৰি upload কৰাৰ পিছত ,মোৰ পৰা চুৰি কৰি upload কৰা কেইটাক মানুহে বেছিকৈ স্বিকৃতি দিয়ে | আচল কষ্ট কৰা মই কৰবতে পৰি থাকো | সেই বাবে এনে কৰিছো |
Dhuniya nice
🙏🙏🙏
সংগীতসূৰ্যক এবাৰ সোঁশৰীৰে চোৱাৰ সৌভাগ্য নহল , এটি আক্ষেপ ৰৈ যাব জীৱনৰ ৷
Forever
বৰ সুন্দৰ গীত ।
Bhupen da prokritote bhagawan
Bhal palo gaanto suni.
ইমানৰ পিছতো আমি চিনি নাপালো
Tha legend
Comment dibo voi lage apuni vgban
okhekh dhonyobad
apuni vogowan hoi
Very Good Song
সৰুতে এই অনুষ্ঠানটি DDK ghy ত চোৱা মনত আছে |
Dbadba
Dada original cassette tu mur tat ase.. apuni jodi digital koribo bisare moi pothai dibo paru... Original mp3 tu netot moi kotu puwa nai.... Jonabosun
এইখন মোৰ তাতো আছে |
@@h34852 hundor. parile mp3 tu dibosun. anurudh korilu
Mp3 tu upload dibona parile
মোৰ অতি প্ৰিয় কবিতা তথা গীত
😭
এই গানটি কি বাংলা ভাষায় গেয়েছিলেন ? কারো সংগ্রহে আছে কি ?
এই গানটি বাংলা ভাষাই নাই |
@@h34852অসংখ্য ধন্যবাদ আপনার সুন্দর মানসিকতার জন্যে । সুস্থ্যতায় থাকুন নিরাপদে থাকুন।
ভূপেন দা গানবো লগে লগে লিপিবো ও দেখাব চেষ্টা কৰিব চোন।
Sangeet eo haar mane tekhetor osorot
আচল গানতো শুনিব পাৰিম নেকি ?
দুখত,সুখত সকলোতে এই গান বোৰ শুনো, নিসংগতাৰ লগৰী মোৰ প্ৰিয় গান।
Just a reminder to ULFa by Dr. Bhupen hajrika during nintees.
Good
Dada eti bhupen hazarika geet.. 'Hahi kandunere hukh Aru dukhor airetu Jibon ' Ai geet Ti dibo buli aakha korilu..
gan 2 mp3 link 2 diba niki
Mp3 নাই
ভাখা নাই মহান পুৰুষ
Very Very Good Song
Lutfur
ji koi goisila aji sob HB loi ase .....
Hosai korobat sui jai Hazarikadevor protitu geet hunile
দয়া করে কেউ কি এই গানটার বাংলা করে দিতেন তাহলে শুনে মনটাকে তৃপ্ত করতাম।
আমি you tube বে এই গানটিব় বাংলা অনুবাদ " মেঘ থম্ থম কব়ে " আগেই upload কব়চি
+dhruba deka এটা কি মেঘ থম থম করে?
+dhruba deka দাদা, সূর্য উদয় যদি লক্ষ্য আমার। এই গান টার বাংলা অনুবাদ করে দেবেন আশা করি।
I HAVE NOTHING TO SAY
Ki kom
MP3 ase Jodi share koribo please..
tykhee22@gmail.com
Mp3 nI
Gaatu xiori uthe....
আপোনাৰ ফোন নম্বৰটো দিব নেকি??
9864016658
Diselike mra bore kutta hoi
Dr bhupen hazarika deb gan kabita
Khadi amr hoi robe
P