সমাজৰ অৱহেলিত শ্ৰেণীকো নিজৰ সৈতে খোজ মিলাই লৈ গৈ আছে সময়ে

Sdílet
Vložit
  • čas přidán 7. 10. 2023
  • Created by:
    Mustaq ahmed
    mustaq_h_ahmedd...)
    Anchor: Himashree Saikia
    ( himashree_m_sai...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    profile.php?...
    INSTA:
    / jumpingspiderstudios
  • Zábava

Komentáře • 346

  • @majanibegum3739
    @majanibegum3739 Před 9 měsíci +100

    সময় দাদা বহুত ভাল মানুহ হয়। আশাকৰোঁ সকলো মা দেউতা ই সময় দাদা নিচিনা ল'ৰা ছোৱালী পাওক ।।🙏🙏

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 Před 9 měsíci +24

    তেওঁ কৰা মহান কামবোৰ প্ৰসংশাৰ উৰ্দ্ধত ৷ আজিৰ প্ৰজন্মৰ এজন যুৱক হিচাপে তেওঁ যি কাম কৰি আছে সেয়া এক মহান আদৰ্শ ৷ এইদৰে কাম কৰি আগুৱাই যাবলৈ ঈশ্বৰে তেওঁক অধিক শক্তি দিয়ক ৷

  • @user-ez6kh3iz9m
    @user-ez6kh3iz9m Před 8 měsíci +18

    সময় তুমাক আগোৱাই য়োৱাত ভগৱানে শক্তি দিয়ক । তোমাৰ কৰ্ম দেখি এনেকুৱা লাগিছে যেন মানুহৰূপি ভগৱানহে আহিছে পৃথিৱীলৈ ।

  • @Mrumesh2.0
    @Mrumesh2.0 Před 9 měsíci +54

    আপুনি তেখেতক নিমন্ত্ৰণ কৰিব বুলি যানিছিলো সচাকৈয়ে তেখেতৰ ভিডিঅ' বোৰ চাই বহুত ভাল লাগে।❤

  • @dutta22
    @dutta22 Před 9 měsíci +41

    *গৰিবৰ বন্ধু 🙏❤️🙏 ভগৱানে সদায় কুশলে ৰাখক*

  • @trvstjah2839
    @trvstjah2839 Před 9 měsíci +41

    'Homoy', man with a golden heart 💛

  • @pilygoswami9414
    @pilygoswami9414 Před 8 měsíci +6

    সময় সঁচা অন্তৰৰ সঁচা মানুহ ।ভগৱানে এনে ধৰণৰ সন্তান সকলো মানুহকে দিয়ক ।বাহ্যিক দিশত সময় যেনেধৰণৰ ধুনীয়া অন্তৰ খন তাতোকৈ বেছি ধুনীয়া ।ভগৱানে তেওঁক দুখীয়াক সহায় কৰিবলৈ সদায় শক্তি দিয়ক ।

  • @yolojobs3777
    @yolojobs3777 Před 9 měsíci +159

    Tumer dore jodi amar minister bur hol heten .dekhor bohut unnoti hol hoi . God bless you bro.

    • @Kingdom158
      @Kingdom158 Před 9 měsíci +5

      💯

    • @AnkurJoyti123
      @AnkurJoyti123 Před 9 měsíci +6

      প্ৰায় বোৰ Minister প্ৰথম অৱস্থাত ভাল মনৰ আৰু সঁ‌চা মানুহ হিচাপেই সমাজত খোজ পেলাই। কিন্তু পিছলৈ তেওঁলোকে ক্ষমতাৰ ৰাগিত মাতাল হৈ পৰে।

    • @Nosto08
      @Nosto08 Před 9 měsíci +3

      Axomor CM HOMOY🥰❤

    • @BantiDas-ki5xl
      @BantiDas-ki5xl Před 8 měsíci +1

      Thik a hoise

    • @sanjoyofficial20
      @sanjoyofficial20 Před 8 měsíci +4

      Hosa da next Assam chief minister hobo laga

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 Před 6 měsíci +8

    ইমান উদাৰ মনৰ মানুহ তুমি মানৱতাই পৰম ধৰ্ম আমি কৰিব নোৱাৰা কাম তুমি কৰি আছা দেই সচাই বৰ মহান অ তুমি

  • @prabitachutia448
    @prabitachutia448 Před 9 měsíci +10

    ভগৱানে তোমাক আৰু শক্তি দিয়ক , ভাল লাগিল , আগলৈ

  • @sandhyadas7651
    @sandhyadas7651 Před 9 měsíci +13

    সময় তুমি সদায় এনেকৈ থাকিবা দেই,

  • @bhudevdas3834
    @bhudevdas3834 Před 8 měsíci +4

    সময়, তোমাৰ প্ৰতিটো শব্দ প্ৰতিটো কথা বহু মূল্যৱান। তুমি কথাবোৰ অন্তৰৰ পৰা কোৱা। সেই বাবে আনৰ অন্তৰ স্পৰ্শ কৰে। সুন্দৰ সাক্ষাৎকাৰ। আগুৱাই যোৱা। তোমাৰ মা দেউতা বহু সংস্কাৰ আছে। মা দেউতা মহা ভাগ্যবান।

  • @AnkurJoyti123
    @AnkurJoyti123 Před 9 měsíci +14

    নামটো বৰ সুন্দৰ। নামটোৰ দৰেই দাদা জনৰ মনটোও বৰ সুন্দৰ।

  • @MunuGogoi-ey1ol
    @MunuGogoi-ey1ol Před 9 měsíci +13

    সময় দাৰ ভিদিও সদায় চাও বহুত ভাল লাগে লগতে তোমালৈ বহুত মৰম যাচিলো দাদা❤

  • @nilutpalsaikia9957
    @nilutpalsaikia9957 Před 9 měsíci +35

    ভাল মনৰ সময় তুমি আগুৱাই যোৱা ❤❤❤

  • @rumidas6338
    @rumidas6338 Před 9 měsíci +12

    সচাকৈ তুমি ভগৱান ❤❤❤❤

  • @vivekvlog5053
    @vivekvlog5053 Před 9 měsíci +15

    অসমৰ best CZcamsr homoy da ❤

  • @rashmirekhabaruah3128
    @rashmirekhabaruah3128 Před 9 měsíci +9

    আৰু আগবাঢ়ি যোৱা Homoy 🙏

  • @parthamixarsassam6762
    @parthamixarsassam6762 Před měsícem +2

    অসমৰ একমাত্ৰ সৎ, নিষ্ঠাবান আৰু বহল অন্তৰৰ গৰাকী। এওঁৰ মানৱতা এক বিশেষ বৈশিষ্ট।

  • @beautykonwar427
    @beautykonwar427 Před 9 měsíci +16

    সময়,সময় টিকনি সদাই আগত

  • @deepaphukan1251
    @deepaphukan1251 Před 9 měsíci +6

    বহুত ভাল লৰা হয়, ভবিষ্যত উৎজ্বল কামনা কৰিলো ❤❤

  • @rajmoran8235
    @rajmoran8235 Před 9 měsíci +14

    বৰ্তমান সময়ৰ সচা অন্তৰৰ প্ৰকৃত মানুহ বুলি কবলে হলে ''সময়''বুলি কব লাগিব। ঈশ্বৰে আশীৰ্বাদ কৰক সদায় এনেদৰে আগবাঢ়ি যাওক ধন্যবাদ 🙏🙏🙏

  • @amiyamazudermazumder5301
    @amiyamazudermazumder5301 Před 9 měsíci +4

    Homoi r dore aru lora ulai ahile akhom khan hosai peaceful hobo. Good luck to Homoi.

  • @mdvofficial9815
    @mdvofficial9815 Před 9 měsíci +17

    সময় দা বাবে like কৰি দিছোঁ❤❤❤

  • @rupjyotidutta927
    @rupjyotidutta927 Před 9 měsíci +17

    সময়ক ওচৰত চাবলৈ মন যায় ভগৱানে দেৱদূত হিচাপে দুখীয়াৰ দুখমোচনৰ বাবে
    মানুহৰূপে পঠাইছে ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 4 měsíci +4

    মই বৰ্তমান সময়ত পৰোপকাৰী মানুহ নাই বুলি নাই বুলি ভাবিছিলো আৰু দেখাও নাছিলো।প্ৰথমবাৰৰ এনে এজন পৰোপকাৰী ভাইটিক দেখা পাই ভুল ভাগিল।এখন কিতাপত পাইছিলো ভগবানে আমাক কি কৰিবলৈ কৈছে বা কয়?উত্তৰ আছিল--আনৰ উপকাৰৰ অৰ্থে কিবা কৰিবলৈ।বোধহয় ভাইটিটোৱে তাকেই কৰিছে।ভাইটিৰ দীৰ্ঘায়ুও সু স্বাস্থ কামনা কৰিলো।

  • @sangitrabha3374
    @sangitrabha3374 Před 9 měsíci +9

    Bahut val lagile video Homoy da love you ❤❤

  • @hydradpdynamo2059
    @hydradpdynamo2059 Před 9 měsíci +7

    Homoi God bless you 🙏🙏🙏

  • @user-wr5zr6co8w
    @user-wr5zr6co8w Před 9 měsíci +9

    সময় তোমাৰ মনটো বহুত ভাল ❤

  • @bindaassonowaldaa3192
    @bindaassonowaldaa3192 Před 9 měsíci +3

    আগলৈ আৰু ভাল কাম কৰিবলৈ নেদেখাজনে শক্তি দিয়ক তোমাক।
    তোমাৰ দৰে মানুহ বহুত কম সংখ্যকহে আছে পৃথিৱীত।
    তোমাৰ দিঘায়ু কামনা কৰিছো।
    এটা কথা বুজিলো যে এই ভিডিওৰ Views দেখি ভাল কাম কৰা মানুহক বহুতে হিংসা কৰে।
    তোমাৰ আশে-পাশে থাকিও তোমাৰ বেয়া হোৱাটোৱেই কামনা কৰে।
    🙏🙏🙏

  • @Dusto.lora5338
    @Dusto.lora5338 Před 9 měsíci +15

    সময় দাদা মোৰ ভাৱ ধাৰা আৰু চিন্তা ধাৰা আপোনাৰ লগত হুবহু মিলে কিন্তু উপাই বিহীন মই আৰ্থিক কিছু অসুবিধাৰ বাবে আপোনাৰ দৰে কাম কৰিব পৰা নাই । তথাপিও আজি প্ৰযন্ত যিমান পাৰোঁ কৰি আছোঁ । গছ পুলি ৰুৱাই হওঁক বা মানুহক সহায় কৰাই হওঁক বা জীৱ জন্তুক চোৱা চিতা কৰাই হওঁক কৰি গৈ আছোঁ । কিছুমানে হয়তো ভাবিব এনেয়ে কৈ আছোঁ এটা এটা প্ৰমাণ আছে দাদা । দাদা মোৰ এটা আশা আছে আপোনাৰ লগত থাকি এনেকুৱা ধৰণৰ কামবোৰ কৰিব পৰাকৈ এটা প্লেটপ্ৰম পাম । কিয়নো মোৰ সেইবোৰ কৰিব পৰাকৈ আৰ্থিক ভাবে ইমান সবল নহয় ।

    • @BinaBorgohain-fk8ep
      @BinaBorgohain-fk8ep Před 9 měsíci

      সময়ক সময়ে পৰিচয় কৰি দিলে , বৰ্তমান প্ৰজন্মৰ আদৰ্শ হৈ ৰওক , ভগৱানে শক্তি দিয়ক তেওঁক , কুশলে ৰাখক তাৰে কামনাৰে

  • @anjudadhora7839
    @anjudadhora7839 Před 25 dny

    Samai da k bhagabane vaale rakhak. Himashri baa ku bhut bhut dhanyabad.

  • @rimjimsworld
    @rimjimsworld Před 9 měsíci +6

    বহুত ভাল লাগিল❤

  • @rakhigogoirakhigogoi7057
    @rakhigogoirakhigogoi7057 Před 9 měsíci +1

    সময় দা আপুনি মহান 😊 ভগবানে আপোনাক সদায়ে সহায় কৰি যাওক ,,,

  • @dmanta5218
    @dmanta5218 Před 9 měsíci +5

    সময় তুমি দুখিয়াৰ দিন বন্ধ ।তোমাৰ কৰ্ম দেখি মই বহুত অভিভূত হৈছো।

  • @sangitatamuli5046
    @sangitatamuli5046 Před 8 měsíci +1

    সচাঁ দেই সয়ম দা এজন ভাল মানুহ হয় দেই.তুমি সদায় ভালেই থাকা,তোমাৰ দৰে মানুহ আজিদিন নাই..❤❤👌👌🙏🙏

  • @anshumanbharali2303
    @anshumanbharali2303 Před 9 měsíci +4

    Dada apuni xosake manuhrupi vogoban hoi xday agouai jua tumi ❤

  • @KeshobGogoi-wr8nh
    @KeshobGogoi-wr8nh Před 8 měsíci

    দাদাৰ কথাবোৰ শুনি সচাকৈ বহুত ভাল লাগিল।দাদা আৰু আগলৈ এনেদৰে আগুৱাই যাৱক তাকেই কামনা কৰিছো আৰু আপোনালৈ বহুত ধন্যবাদ থাকিল কিয়নো এই অনুষ্ঠানত দাদা নথকা হ'লে বহুত জ্ঞান আধৰুৱা হৈ ৰল হেঁতেন।

  • @babybabyborah1916
    @babybabyborah1916 Před 9 měsíci +5

    Good job bro

  • @Imonkalyanvlogs1185
    @Imonkalyanvlogs1185 Před 8 měsíci +2

    দা দা সকলো কথা মন চুইযাই দা দা সদাই ভালে কুশল থকাটো বিচাৰিছোঁ ❤️

  • @kasturichangmai4033
    @kasturichangmai4033 Před 9 měsíci +2

    সময় সকলোৱে কাৰনে ভগৱান হৈ আহিছে ❤😊 ভগৱানে ল'ৰা জনক ভালে ৰাখক,❤❤

  • @gitanjalilifestylevlog1287
    @gitanjalilifestylevlog1287 Před 9 měsíci +7

    Xosakoi tumak bohot val lage ❣️ dei mur lora tu tumar dorei houk amiu jiman paru xohai koru

  • @trishu7
    @trishu7 Před 9 měsíci +2

    Val lagil interview tu sai...aaru bht aguai jaok dada ....god bless you ❤❤

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8ux Před 2 dny

    Val lagil Kathabor huni God bless you ❤❤

  • @BornaliGogoi-bo1iy
    @BornaliGogoi-bo1iy Před 9 měsíci +3

    Homoy gogoi👍👍👍

  • @JadumonidowarahJadumonidowarah

    🙏Homoior tikonidal jidore agfale thik tenedore homoi gogoi da hunor axomr ajon ispostobadi vabdharar mohan biokti..i love you homoi da ❤️tumiu ajon axomr bikhyat mohan bioktir namot ag sthan pai jen ..isyore arkhibad die jen 💯❤️👍

  • @RekhashreeChutia-bc2sm
    @RekhashreeChutia-bc2sm Před 9 měsíci +1

    সময় দা সদায় প্ৰিয় হৈ ৰওক ,,, 🥰

  • @BhaskarGohain-mf6ps
    @BhaskarGohain-mf6ps Před 5 měsíci +2

    Good talking brother ❤ God bless you 🙏

  • @sumi13775
    @sumi13775 Před 9 měsíci +1

    Manuhor namot vogoban hoi apuni dada 🙏😌😊🤗❤..love from bongaigaon ❤

  • @kalpanarai77M
    @kalpanarai77M Před 9 měsíci +5

    he is a great man 🙏🙏salute bhai🫡love from, nepal 🇳🇵 ❤❤❤❤

  • @tinytittoo8474
    @tinytittoo8474 Před 9 měsíci +5

    Homoy daa back to back podcast❤proud of u😊

  • @jodumonidewri7144
    @jodumonidewri7144 Před 9 měsíci +1

    Homoi da bohut bhal manuh texet. Texetor dore manuh thoka2 hubei prouujon prithibit . Love from morigaon.

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar8433 Před 9 měsíci +3

    Thanx for inviting him

  • @user-up4oh9wi3h
    @user-up4oh9wi3h Před 9 měsíci

    Tq homoy dak j matila bohut Val lagil

  • @biplabsangma3303
    @biplabsangma3303 Před 8 měsíci +2

    My dear brother you are a great and beautiful soul, you are the inspiration to young generation to build up a healthy and beautiful society, may The Almighty always be with you and bless you more.

  • @mohanminuhandique6829
    @mohanminuhandique6829 Před 9 měsíci +3

    সময় তুমি সছাকৈ বৰ ভাল ।

  • @_tu.li.ka_
    @_tu.li.ka_ Před 9 měsíci +3

    Bht vl lga apunak @homoy da...✨

  • @sibuboruah6240
    @sibuboruah6240 Před 8 měsíci +1

    বহুত ভাল সময়, ভগবান আৰু আখিবাদ কৰক

  • @bhagawansarma4953
    @bhagawansarma4953 Před 5 měsíci +1

    Homoy.....time.
    You are supper man. Go ahead for the poor people god bless you

  • @shantanarajkhowa1566
    @shantanarajkhowa1566 Před 9 měsíci +1

    Bor hundor lora ❤❤❤❤❤❤❤❤❤❤❤❤

  • @abdulrajek249
    @abdulrajek249 Před 9 měsíci +2

    Real Human....

  • @ritwickgogoi6118
    @ritwickgogoi6118 Před 9 měsíci +1

    Val.lagil.sai

  • @bulbulipegu7485
    @bulbulipegu7485 Před 9 měsíci +2

    Homoy da proud of you

  • @user-bb8kr9gu2w
    @user-bb8kr9gu2w Před 9 měsíci

    Bhout val lage.apunk
    ...❤❤❤❤❤

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs Před 9 měsíci +1

    Mon sui gol hosakoi.anekuwa val manuh khub komei thake.tew aguwai jauk

  • @NELUP695
    @NELUP695 Před 9 měsíci +1

    Very good person 👍💯🇮🇳

  • @user-ly4rs1cr5t
    @user-ly4rs1cr5t Před 25 dny

    Great job.God bless you.

  • @himashreebarua6251
    @himashreebarua6251 Před 8 měsíci +1

    Video2 sai bhut besi happy,,,,,,,,mn2 beya lagi asil,,, video2 sai kiba beleg ata vl lagise re,,,,,,, love from sipajhar 🦋

  • @dboysbest9255
    @dboysbest9255 Před 9 měsíci +2

    Val Lage dadak...Ane manuhok matib lage

  • @rinjuborah1758
    @rinjuborah1758 Před měsícem

    তোমাৰ মানৱতা এক বিষেশ বৈশিষ্ট্য। আগুৱাই যোৱা। তাৰে কামণা ।

  • @user-qc3iu8qz8j
    @user-qc3iu8qz8j Před 25 dny

    Homoy daa apuni bohut vl ❤

  • @ureshbora8416
    @ureshbora8416 Před 9 měsíci

    সময় তুমি ভগৱানৰ অতি প্ৰিয়। আগুৱাই যোৱা ।

  • @manashigogoi2026
    @manashigogoi2026 Před 8 měsíci

    Great job beta.God bless you.

  • @prabaljyoti
    @prabaljyoti Před 8 měsíci

    সময় ভাইটিক সময়ে বহু দুৰ আগুৱাই লৈ যাওক মনটোৰ দৰে প্ৰভু ভগৱন্তই ধন ধানেৰে উভয়নদী কৰক লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক তাকেই প্ৰাথনা কৰিলোঁ।

  • @user-kf4kk1fp6i
    @user-kf4kk1fp6i Před 7 dny

    Bht val lage dada vidieo to

  • @user-ye9cu7nn7r
    @user-ye9cu7nn7r Před měsícem

    Dada jone bohut bhal Kam kori ase 🙏🙏👍

  • @dimpisaikia5555
    @dimpisaikia5555 Před 9 měsíci

    Bohut val kotha koise aji kali aneke sinta kora lora nai apunak vogobane bohut hokti diyek

  • @dilipchetia6736
    @dilipchetia6736 Před 9 měsíci +2

    ❤❤❤❤❤❤❤ bless u❤❤❤❤

  • @ganeshdas6223
    @ganeshdas6223 Před 9 měsíci +2

    Mojja ❤😊

  • @ashrafali2800
    @ashrafali2800 Před měsícem

    Mojaa di dada❤❤

  • @dipanjolidihinginya4265
    @dipanjolidihinginya4265 Před 9 měsíci +3

    তোমাক মোৰ বহুত ভাল লাগে ভাইটী।

  • @assamboy3636
    @assamboy3636 Před 9 měsíci +2

    Hosa ai dada jonor lekhiya lora bur hl heten kimn vl hl hoy hokoluwe narik honman korile heten...ai dada jnk hsi bht besi vl lagil hy abar log pabo mn asil...tekhetr mongol krk vogobane

  • @evaborgohain4202
    @evaborgohain4202 Před 9 dny

    Atia apuni best karma Kari ase God bless you

  • @bijukhan4540
    @bijukhan4540 Před 9 měsíci +1

    I'm big fan dada you & MSD ❤❤❤

  • @a2zok300
    @a2zok300 Před 9 měsíci

    HOMOY dada bhut val monor manu HOMOY dadak যেন bodi beldingt dekha paw tar karone opekha korim

  • @renukarayrenukaray1278
    @renukarayrenukaray1278 Před 9 měsíci +1

    Homoy tumi any.ana vogobane aru xokti diyok

  • @anantanath6453
    @anantanath6453 Před 9 měsíci

    Bahut dhuniya montu. dada jon 👍👍👍

  • @rubulnath3988
    @rubulnath3988 Před 9 měsíci +1

    Hundor monor bondhu jon,,, Essore Hodai kuxole rakhok tumak,,,,

  • @bornaliborah4599
    @bornaliborah4599 Před 27 dny

    Tumak mur bohut val lage Homoy 🙏aguwai juwa

  • @lakhindratairai5278
    @lakhindratairai5278 Před 9 měsíci

    তুমি আগুৱাই যোৱা ❤❤❤❤

  • @priyaassamesvlog1331
    @priyaassamesvlog1331 Před 9 měsíci +2

    সময় দাদা সচাকৈয়ে ভগৱান

  • @ankurKashyap2768
    @ankurKashyap2768 Před 8 měsíci

    Mur Bohut val logaa Dada tuu❤🎉aguai juaa😊🥳

  • @amitrabha
    @amitrabha Před 2 měsíci

    মজা

  • @rajubaruah1213
    @rajubaruah1213 Před 8 měsíci

    বহুত বহুত ভাল লাগিল

  • @Allinone-ib6oe
    @Allinone-ib6oe Před 9 měsíci +2

    God bless him

  • @ismitachetia1399
    @ismitachetia1399 Před 9 měsíci

    ❤😊 anekoi aguwai jwa

  • @hemantadas2357
    @hemantadas2357 Před 8 měsíci

    Ajon hosa Manuhor interview luwar babe Himadree k. dhanyabad

  • @user-bd2nz8ui1l
    @user-bd2nz8ui1l Před 9 měsíci

    Vll loga dadatuloi bohut besi morom❤😊

  • @musicloverwithlovestory7711
    @musicloverwithlovestory7711 Před 7 měsíci +1

    Real hero ❤❤❤❤❤❤

  • @gitumanikalita8495
    @gitumanikalita8495 Před 9 měsíci

    Xomoy daa apunak log pabo mon goise