Meet my inspiration the forest man of India Padma Shri Jadav Payeng
Vložit
- čas přidán 9. 11. 2022
- #forestmanofindia
Jadav "Molai" Payeng is an environmental activist and forestry worker from Majuli, popularly known as the Forest Man of India. Over the course of several decades, he has planted and tended trees on a sandbar of the river Brahmaputra turning it into a forest reserve.
পায়েং ছাৰৰ লগতে আপোনাকো বহুত গৌৰৱান্বিত কৰোঁ। পায়েং ছাৰ আমাৰ অক্সিজেন। আৰু আপুনিও এজন মহান ব্যক্তি।❤
যাদৱ পায়েং অসমৰ গৌৰৱ ।চৰকাৰে কোটি কোটি টকা খৰছ কৰিলে গছ কিমান গজিল বা জীলে ভগৱানেও নেজানে চাগে।
আপোনালোক দুয়োকে ভাগবানে দীৰ্ঘ আয়ুস দিয়ক তাৰেই কামনা কাৰণ দুই জন আমাৰ গৌৰৱ।
মানৱ অৰণ্য যাদৱ পায়েঙ ডাঙৰীয়ালৈ শতিকাত প্ৰণাম। তেখেতৰ সৰলতা আৰু কথাবাৰ্তাৰ নথৈ আনন্দিত হলো। মানুহৰ সাজ পোচাকত মানৱীয়তা ধৰিব নোৱাৰে। ধন্যবাদ পায়ঙ ডাঙৰীয়া।
যাদৱ পায়েঙ ডাঙৰীয়াক স্বচক্ষে দেখিলোঁ আৰু তেখেতৰ বহুমূলীয়া , সাৰুৱা বাস্তব জ্ঞানৰ অভিজ্ঞতাৰ বিষয়ে শুনি বহু উপকৃত হলো।
শ্ৰী যুত পায়েং ডাঙৰীয়াৰ সু স্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ ।
জয় আই অসম !
বহুত ভাল লাগিল পায়েং চাৰৰ কথা খিনি শুনি। একেৰাহে তিনি বাৰ চালো আৰু শুনিলো। শত কোটি প্রনাম জনালোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ🙏🙏🙏🙏
দুয়ো জনকে ভগৱানে ভালে ৰাখক তাৰে কামনা কৰিলো ❤❤
" তাত বিশ্বৰ 195 খনৰ 13 খন দেশে ইংৰাজীত কথা কয়। বাকী সকলোৱে নিজৰ মাতৃভাষাত কথা কয়।"
নিজৰ ভাষা প্ৰতি সচেতন জাতিয়ে হে সচা অৰ্থত বিকাশ কৰিব পাৰে।
খুব ভাল লাগিল। অৰন্য মানবজনৰ দীৰ্ঘ জীৱন কামনা কৰিলোঁ।
ইমান সুন্দৰ কথাবোৰ তেখেতৰ।মই আজি হে শুনি ছো।❤
ধন্য ধন্য কলি কাল ধন্য নৰ তনু ভাল ধন্য ধন্য ভাৰত বৰিষে। কুশলে ৰাখক ভগৱানে আজীৱন। জয় গুৰু শঙ্কৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
ইমান সুন্দৰ কথাবোৰ একেবাৰে অন্ত ৰ চুই গৈছে।
His heart is so pure wonderful person ❤
🙏🙏🙏 great man of India 🇮🇳
অমৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো
পায়েং ছাৰৰ ভিদিওবোৰ চালে চাই থাকিবৰ মন যাই ।ধন্যবাদ🙏
Love from tezpur ❤️ my inspiration jadob payeng ❤❤😊
বিশ্বজয়ী সৰলতা ❤
এৰা এজনে অভৰায়নৈ কৰিলে ,চৰকাৰে বিয়াগোম বন বিভাগৰ বিষয়া সকলৰ যোগেদি কোটি কোটি টকা খৰছ কৰিও নোৱাৰে ।
🙏🏻💐মহান ব্যক্তি ধন্যবাদ থাকিল।
Bahut val lagil jadav payeng sirat khota khuni aru video upload kori diya karone🎉🎉tq
ভিডিওতোৰ বাবে ধন্যবাদ দাদা ❤।। বহুত কথা শিকিবলৈ পালো 😊
খুব সুন্দৰ Video। আগলৈও এই ধৰণৰ video পাম বুলি আশা কৰিলো।
Love ❤ from udalguri payeng sir❤
Forest man of India ' Jadav payeng ' I want to meet him.
Thank you so much.
Nilakanta chandi
Salute payeng Sir.
Frst video tumar ai2 tatya pora tumak seni pwa holu moi tumi matir manuh tumar mon2 bohut val ...MSD ❤❤
Bar hundar kotha huni bar val lagil.
Eman vaal lagil kothbur huni... Huni a thakibo mon jai... Hosakoi teo bohut kotha jane... And dada apunar protyek tu video a special hoy.. Sai a vaal lage.
বহুত ভাল লাগিছে ভিডিঅ টো চাই
Jadab payeng দেবলৈ সহস্ৰ প্ৰণাম।
I love him he is my inspiration
Inspiration unlimited ! Thanks !!!
অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙ ডাঙৰিয়াৰ লগত তোমাৰ সৈতে কথোপকথন অতি আৰ্দশনীয়.. বহুত কথা জানিব পাৰিলো vdo টোৰ পৰা ।
Xundar video vai
Bor Dhuniya video Dada
ভাল লাগিল পায়েঙ চাৰৰ কথা শুনি
Liked this informative video. Thank you!
Land of forest son,soil.let know more about J.Payang.
❤
বহুত ভাল লাগিল🙏
সহজ সৰল যাদেৱ পায়েং ছাৰলৈ শতকটি প্ৰণাম ভগৱানে কুশলে ৰাখক লগতে সময় তোমাকো কুশলে ৰাখক৷
Tumar 1ta video moi 6 bar k sau..................... because tumi mur homoy aru jiban......
God bless you.......
Adin kotha patim....
Aaji frist comant korilu..........
Jadap payeng is very important pation in worlth
Bohut bhallagise
Love india love assam ❤❤❤❤❤❤❤❤❤❤
Nice information. Keep it up. God Bless you.
Dhunia ❤
বহু ত ভাল লাগিছে
Bohut bhal laagil xaai....👌👌💐💐
Wanderfull Sir
বহুত ধুনীয়া দাদা।
❤❤❤
Val video ❤ Jadab Payeng 👑 Sir xodai vale thake jen 🙏
সুন্দৰ ❤️❤️
Jadav payeng aru homoy dui favourite person hy mr
KhubVal lagil ❤
খুব ভাল লাগিল কথাবোৰ জানি
Verry nice
@Jadab Payeng Zindabaad
All the best 👍 from Assam Jagiroad
Great man.❤❤❤❤
Hats off to you Payeng Sir.
Vall lagil sai
Nice 👍
Amar gourab payeng sir ❤
বহুত বহুত ভাল লাগিল,vdo টো চাই। নজনা কথা জানিব পৰিলো। তোমাক বহুত ধন্যবাদ।
ভাল লাগিছে❤
Salute u u tbr..from kashmir
Emn dhunia
Hom
...hom
Oy❤❤
God bless you 🙏❤❤❤❤
Amazing video ❤
Ultimate
Payeng sir real hero ❤❤❤
❤❤❤❤
God bless you thanks
Nice video❤
Very good video ❤❤❤
I love forest
King of earth
Jadab payeng
Edin apunio tekhetor dorei nam pabo dada❤
Ei somoy je ketiyao soloni nhoi tar babe amiyei dhori rakhibo lagibo kuneo jen somoyok protarito koribo nuware samrthan amiyei dibo lagibo.
🙏🙏🙏
❤️❤️❤️
ধন্যবাদ
Hi Homoy, thank you for the beautiful video and the absolute truth about the nobleman. Please tell me which camera settings you use for your recording. It's apparent and lucid; as vivid as the Molai reserve forest.
Great news bt❤❤🎉🎉
i love jadob payeng sir❤❤❤
🎉🎉🎉🎉🎉
Xundor👌
Jadov sir❤❤❤
❤❤❤❤❤❤jadob sir
Great message
❤❤
God bless you 🙏
ভাল লাগিল। ধন্যবাদ।
I read in book about yadav payeng
Vall lagil homoy daa🙏❤
❤💙💖💜💚❤💙💖
❤❤❤super man
Great man
🙏
God bless you
ভাল লাগিল শুনি।।।
❤❤❤
Monor manuh dujon❤️❤️