Assamese Podcast | Jadav Payeng | Forest Man of India, যাদৱ পায়েং | ভাৰতৰ অৰণ্য মানৱ -অসমীয়া পডকাষ্ট
Vložit
- čas přidán 24. 07. 2024
- Assamese Podcast | Jadav Payeng | Forest Man of India, with Rituraj Phukan
যাদৱ পায়েং | ভাৰতৰ অৰণ্য মানৱ | অসমীয়া পডকাষ্ট, ঋতুৰাজ ফুকনৰ সৈতে
- প্ৰাসঙ্গিক
#forestmanofindia #bhaskarlahkar #LeadOnClimate #GrassrootsClimate #molaikathoni #ClimateJustice4Assam #podcast #forestmanfoundation #prasangik #indigenousclimateaction #assam
___________________________________________________
OUTLINE:
00:00:00 - Intro
00:01:06 - বৃক্ষৰোপনৰ প্ৰথম অভিজ্ঞতা
00:02:56 - সাঁপৰ মৃত্যু বেদনা, মোলাই কাঠনিৰ আৰম্ভণি
00:04:19 - মোলাই কাঠনি পদ্ধতি
00:07:52 - বিবাহ, লৰা ছোৱালী কেইটাৰ জন্ম আৰু শৈশৱ
00:15:00 - পোন প্ৰথমবাৰৰ বাবে বন্যপ্ৰাণী দেখা
00:22:12 - নানান শষ্যৰ খেতি, পশুপালন, বন্যপ্ৰাণীৰ প্ৰভাৱ
00:24:24 - চোৰাং চিকাৰীৰ সন্মুখীন
00:31:50 - কাষৰীয়া অঞ্চলৰ মানুহৰ খেতি নষ্ট, গাওঁবাসীৰ বাধা-বিঘিনী
00:34:10 - অৰণ্য মানৱ উপাধি লাভ
00:38:00 - জীৱ জন্তুৰ পৰা আমি কি শিকিব পাৰো
00:47:15 - জীৱ-জন্তুৰ পৰস্পৰ নিৰ্ভৰশীলতা
01:03:30 - সন্মান আৰু স্বীকৃতি কেতিয়াও লক্ষ্য নাছিল
01:06:40 - জনগোষ্ঠীৰ লোকসকল, আধুনিক সময়ত ইয়াৰ পৰিৱৰ্তন
01:16:18 - 'মোলাই কাঠনি'ৰ ভৱিষ্যতৰ প্ৰতিও ভাবুকি
01:24:55 - বৰ্তমানে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে
01:42:40 - সামৰণি
___________________________________________________
PODCAST INFO:
Apple Podcasts: podcasts.apple.com/us/podcast...
Google Podcasts: podcasts.google.com/feed/aHR0...
Spotify: open.spotify.com/show/4GrKdem...
Anchor: anchor.fm/bhaskar-jyoti-lahkar
RSS: anchor.fm/s/3d848edc/podcast/rss
Full episodes playlist: • Podcast • প্ৰাসঙ্গিক
Clips playlist: • Playlist
SOCIAL:
- Twitter: / bhaskarlahkar
- LinkedIn: / bhaskar-jyoti-lahkar-4...
- Facebook: / bhaskarlahkar
- Instagram: / bhaskarlahkar - Zábava
পায়েং চাৰ দীৰ্ঘায়ু হওক।লগতে প্ৰাসংগিক অনুষ্টানৰ আঁত ধৰোতা চাৰলৈও অভিনন্দন জনালো। লগতে জলবায়ু বিশেষজ্ঞ চাৰলৈকো অশেষ ধন্যবাদ যাচিলো।
ইতি
-তিলেশ্বৰ য়েইন
-দিচাংমুখ।
খুব ভাল লাগিল। সাধাৰন মানুহৰ অসাধাৰন কৰ্ম ।আচলতে প্ৰকৃতিৰ মাজতে সকলো আছে। পৃথিবী বচাব লাগিলে প্ৰকৃতিক বচাবই লাগিব। মহান ইংৰাজ কবি এজনে কৈছিল তুমি যদি নিজক চিনিব বিচৰা তেতিয়া হলে প্ৰকৃতিৰ মাজলৈ যোৱা। মহান পুৰুষ যাদব পায়েংৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। অৰন্য মানব জনৰ জীৱনৰ কথাবোৰ প্ৰচাৰ লাভ কৰক।
I am very very happy and love him and his family, may God bless you sir
ধৰিত্ৰী খন বচাবলৈ ঈশ্বৰে প্ৰেৰণ কৰা দেৱ দূত যাদৱ পায়েঙদেৱলৈ নমস্কাৰ । অনুষ্ঠানটি অতি সুন্দৰ ।
সুন্দৰ আলোচনা ।অৰন্য মানব যাদব পাঙৰ নিচিনা মানুহ আছে বাবে পৃথিৱী খন বাচি আছে।
Jadab payega 1jan mahan bakte.teuk Mur dare saru manuh ki Kom mukhar bhasa herai jua dare. Teuk anusan Kori agubo lage.🌿🌿🌿
❤😂bohot bhal Lage aponar lokor kormor kotha khuni dekhi .
Jadav paayang ,I LOVE YOU.
Thanks to your Broad cast chenneldiscussion on burning tropic, awaiting the sensitive matter
In future.
Jadab payega dada God bless you
Jadav paayeng mur inspiration
অনুষ্ঠান টি ভাল লাগিল ।
Teur kotha huni bohut excited oisu😊
সময়োপযোগী আলোচনা |
ধন্যবাদ 🙏
বহুত ❤
Thanku so mach eman val kotha janibo parisu
Tq sir, val lagil ❤❤❤❤❤🙏🙏
বৰ ভাল পালোঁ ।
বহুত কথা শুনি জানি ভাল লাগিল
Intellectual discussion
naic e
❤❤❤❤❤❤❤❤❤
nice sir
Nice Sri ❤❤❤translate to hindi
Nice so
Jadov da I love you
মে দিয়াত এনে আলোচনা ভাল লাগে😅🪔🙏
ভাল লাগিল। বহুখিনি উপকৃত হলো। যাদৱ পায়েং দেৱক লগ কৰা বৰ ইচ্ছা আছে। পুতেক বা জীয়েকৰ ফোন নম্বৰটো দিব পাৰিব নেকি ? পালে সুখী হ'ম।
চৰকাৰে কোটি কোটি টকা খৰছ কৰিলে অমৃত বৃক্ষৰ নামত ইয়াৰে কিমান গছপুলি আছে ৰাইজক হিচাপ দিব পাৰিবনে নে ফাইলতহে আছে।
Apnr video eman late koi kio ahile😢
ইয়াৰ বাবে সঁচাকৈয়ে দুঃখিত।
Vogoban manob
Mulai dev long live
Jadav Payeng sir ror golat ulomi thoka ribilhkon Amar gourob
aaidak
Bohut bal payeng sir Kota tu
পোৱাৰ ছবি আৰু কথা কোৱা ছাৰ সকল ঈশ্বৰ তোলৈ।