ডুবাইত বগৰী গছ ৰুব যাদৱ পায়েঙে... Digital Forest Dubai

Sdílet
Vložit
  • čas přidán 18. 04. 2022
  • অসমীয়া জাতিক কিয় কেঁকোৰাৰ লগত তুলনা কৰিলে অৰণ্য মানৱ গৰাকীয়ে?
    যাদৱ পায়েংৰ ঘৰটো কিয় সম্পূৰ্ণ নহ'ল?
    ৭.৫০ লাখ টকাৰ কৰ কাক দিব লগা হ'ল ?
    যাদৱ পায়েংৰ কৰ্মৰাজীৰ স্বীকৃতি সমূহ সংৰক্ষণৰ অভাৱত শেষ হৈ যাব নেকি?
    পশু-পক্ষী,বতাহ-বৰষুণ,নদ-নদীয়ে গছ ৰুব জানে: যাদৱ পায়েং
    পুৱাৰ পৰা ৰাতিলৈ যাদৱ পায়েংৰ ব্যস্ততাপূৰ্ণ জীৱনৰ A to Z
    "মলাই" নাম কোনে দিছিল যাদৱ পায়েংক ?
    যাদৱ পায়েংক কোনে প্ৰথম গছ ৰুবলৈ কৈছিল?
    যাদৱ পায়েংৰ হাতেৰে গছ ৰুলে কিয় নমৰে ?
    #jadavpayeng #forestman #padmashrijadavpayemg #chakrapaniparashar #baartalaap #dubaidigitalforest
    ---------------------------------------------------------------
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

Komentáře • 372

  • @lachitborahofficial
    @lachitborahofficial Před 2 lety +304

    যাদৱ পায়েঙ চাৰৰ ওপৰত এখন চিনেমা নিৰ্মাণ হ'ব লাগে,জয় আই অসম

  • @bikashbora4221
    @bikashbora4221 Před 2 lety +39

    যাদৱ পায়ে‌ং ছাৰ সচাই কৈ এজন মহান ব্যক্তি আপোনাৰ কথা যিমান জানিলেও আৰু জানিব মন যায় ভগৱানে আপোনাক সদায় সুষ্ট কৰি ৰাশে যেন এই য়ে ভগৱানৰ ওচৰত সৰল প্ৰাথনা জনালোঁ।

  • @debojitahomrk6645
    @debojitahomrk6645 Před 2 lety +38

    বহুত দিনৰ পৰা চাম চাম বুলি ভাবি থকা মানুহ গৰাকীক দেখি বহুত ভাল লাগিল, ধন্যবাদ চক্ৰপানি ছাৰ আৰু যাদৱ পায়েং ছাৰ❤️❤️❤️❤️❤️

  • @jintutalukdar690
    @jintutalukdar690 Před 2 lety +60

    গছ থাকিলেহে মানুহ থাকিব...............!
    ❤️❤️❤️❤️❤️❤️❤️❤️
    অধীৰ অপেক্ষাৰে লৈ আছিলোঁ এইটো episode লৈ।

  • @ChandanCollection
    @ChandanCollection Před 2 lety +76

    বহুত ধন্যবাদ চক্ৰপানী দা। ইমান মহান ব্যক্তি এজনক চিনাকি কৰাই দিয়া বাবে

  • @jatinsaikia6342
    @jatinsaikia6342 Před 2 lety +56

    বহুত ভাল লাগিল । মোৰ প্ৰিয় মানুহজন , যাদৱ পায়েং ছাৰ 💚🙏 । ধন‍্যবাদ সকলোলৈকে ।

  • @manibankalitanath3648
    @manibankalitanath3648 Před 2 lety +24

    প্ৰিয় যাদৱ পায়েঙলৈ শ্ৰদ্ধা জনালোঁ ।
    আৰু চক্ৰপানী পৰাশৰলৈ বহুত ধন্যবাদ বাৰ্তালাপৰ জৰিয়তে এজন সচা মানুহক লগ কৰোৱাৰ বাবে । 🙏

  • @kurra2947
    @kurra2947 Před 2 lety +26

    বাৰ্তালাপক বহুত বহুত ধন্যবাদ এনেকুৱা এজন মহান লোকৰ লগত বাৰ্তালাপ কৰাৰ বাবে,,, তেখেতৰ কথা বিলাক শুনি এটা নতুন জীৱন পোৱাৰ নিছিনা লাগিল,,

  • @manjulpathak4182
    @manjulpathak4182 Před 2 lety +68

    পায়েং ডাঙৰীয়া ও এগৰাকী ভগৱান । তেখেতৰ প্ৰতিটো কথা সৰোগত কৰি পৃথিৱী আগ বাঢ়িলে এই ধৰা সৰগ হ'ব! তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনাৰে ...🙏

  • @sanjeevnath6602
    @sanjeevnath6602 Před 2 lety +17

    ছাৰ কথা বোৰ শুনি বহুত ভাল লাগিল ময়ো আজিৰ পৰা এটা কৈ গছপুলি ৰুবলৈ চেষ্টা কৰিম জয় আই অসম

  • @kamaldeka9905
    @kamaldeka9905 Před 2 lety +36

    সঁচাকৈ মানুহ জন বহুত ভাল লাগে। তেওঁৰ কৰ্ম অতুলনীয়।

  • @Pratim_Sarmah.
    @Pratim_Sarmah. Před 2 lety +92

    নববৰ্ষৰ প্ৰাক ক্ষণত এজন সঁচা মানুহৰ নিভাজ কথাৰে সাক্ষাৎকাৰটি উপহাৰ দিয়াৰ বাবে চক্ৰ দালৈ অশেষ ধন্যবাদ ❤️

  • @anupriyaYein
    @anupriyaYein Před 2 lety +26

    তেওঁৰ প্ৰতিটো শব্দই সচাই গুৰুত্বপূৰ্ণ বহুত ভাল লাগিল❤️🙏

  • @Zenithartstudio2020
    @Zenithartstudio2020 Před 2 lety +72

    নতুন পৃথিৱীৰ ভগৱান তেঁও ... God Of The New World❤

  • @durlovhatiboruah4950
    @durlovhatiboruah4950 Před 2 lety +72

    দেশ-খনে মোক কি দিয়ে সেইটো ডাঙৰ কথা নহয়,দেশখনক মই কি দিব পাৰোঁ আৰু কৰিব পাৰো সেইটোহে ডাঙৰ কথা🙏
    -যাদৱ পায়েং🙏

    • @thetechfreak8636
      @thetechfreak8636 Před 2 lety

      Satyabachan 🙏

    • @monikasaikia2159
      @monikasaikia2159 Před rokem +4

      আলোচনা টো বহুত দেৰিকৈ চালোঁ, বহুত বহুত ভাল লাগিল। দাদা আপোনাকো বহুত বহুত ধন্যবাদ থাকিল।

  • @boraananta830
    @boraananta830 Před 2 lety +34

    এনেবোৰ ব্যক্তিৰ প্ৰতিভা সদায় ব্যতিক্ৰম।

  • @KKofficialvlog
    @KKofficialvlog Před 2 lety +53

    এনেকুৱা এজন মহান ব্যক্তিৰ অনুষ্ঠান উপভোগ কৰিব পাই নথৈ আনন্দিত হৈছোঁ ❤️❤️❤️❤️❤️

  • @barhoijintu3223
    @barhoijintu3223 Před 2 lety +31

    এজন প্রিয় ব্যক্তি ।ভাল লাগিল❣️😍😍😍

  • @misingcultureshailendoleyo8767

    প্ৰকৃতি প্ৰেমী যাদৱ পায়েং ছাৰ মোৰ প্ৰিয় মানুহ‌ বুলি ভাৱো ,কাৰণ ময়ো পায়েং ছাৰৰ নিচিনা কৈ সৰুৰে পৰাই গছ পুলি 🌲🌳🌴ৰোই ভাল পাওঁ 🤗🤗🥰🥰 সেই বাবে মহা মানৱ শ্ৰীযুত যাদৱ পায়েং ছাৰ 🙏🙏💝💝 মোৰ প্ৰিয় ছাৰ 👍❤️❤️❤️❤️❤️

  • @kushalsaikia3561
    @kushalsaikia3561 Před 2 lety +29

    অসম চৰকাৰে অতি সোনকালে এই মানুহজনক Congarvatar of forest post দিব লাগে।

  • @sanjibbora977
    @sanjibbora977 Před 2 lety +63

    Faltu video বোৰত views বহুত ,কিন্তু ককাইদেউ ভাল ভাল কথা কৈ ভাল topic ওপৰত video bonai সেইবাবে eman views নাই ,কি কব আৰু ককাই বহুত নজনা কথা জানিলো ভাল লাগিল

  • @AviNill
    @AviNill Před 2 lety +11

    কি বুলিযে ধন্যবাদ দিম আপোনাক, ক্ষন্তেক সময়ৰ বাবে বেলেগ এখন পৃথিৱী চকুৰ আগত দেখিলোঁ ।।

  • @sunildoley6257
    @sunildoley6257 Před 2 lety +8

    যাদৱ পায়েঙ চাৰলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । চাৰ আপোনাৰ নিচিনা মানুহ থাকিলে আমাৰ অসমতে নহয় গোটেই ভাৰতবৰ্ষতে সেউজীয়া হৈয় থাকিব বুলি মই ভাৱো। ধন্যবাদ চাৰ।

  • @imsofficial4443
    @imsofficial4443 Před 2 lety +18

    এখেতক এবাৰ সাক্ষাৎ কৰাৰ সৌভাগ্য হৈছিল। তেখেত আমাৰ বিদ্যালয়লৈ আহিছিল। আমি তেখেতক প্ৰশ্ন সুধিছিলো। এটি প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল তেখেতৰ অনুভৱৰ এখন কিতাপ লিখিব।

  • @assamesefolk1023
    @assamesefolk1023 Před 2 lety +27

    এই অনুষ্ঠানৰ আটাইতকৈ ভাল লগা অধ্যায়

  • @devikagogoi2898
    @devikagogoi2898 Před 2 lety +8

    আপোনাৰ কথাখিনিয়ে হৃদয়ৰ চুই গ ল আৰু অলপ দীঘল হোৱা হলে ভাল আছিল ।

  • @bijuliborahdas206
    @bijuliborahdas206 Před 2 lety +8

    বৰ ভাল লাগিল। তেখেতৰ সৰলতা ভৰা কথা ,উচ্চ মানসিকতা ,প্ৰকৃতিৰ প্ৰতি থকা অকৃত্ৰিম মৰম দেখি ভাল লাগিল। নমস্কাৰ জনাইছো

  • @crazyshorts9191
    @crazyshorts9191 Před 2 lety +18

    ৰঙালীৰ কথাৰে বাৰতালাপ অনুষ্ঠানটিলৈ বিশেষ ধনয়বাদ😎😍😜♥️🤗🤩😇যাদৱ পায়েং( চাৰ) নহয় অসমৰ মহামানৱ মহাশয় বা শিক্ষাগুৰু

  • @kardongrajguruofficial4884

    প্ৰকৃতি ভাল পোৱা মানু্হ জনৰ কথা বোৰ শুনিলে শুনি থাকিবৰ মন যায় ❤️❤️

  • @digantakhataniar7793
    @digantakhataniar7793 Před 2 lety +6

    ছাৰক দেখা পাই ধন্য হ'লো ❤❤🙏🙏
    ছাৰৰ কথা কোৱা সুৰতো কিন্তু বেলেগ দেই । uncommon ........💚💚💚💚

  • @mr.phatik8883
    @mr.phatik8883 Před 2 lety +20

    সুস্থ শৰীৰ অধিকাৰী হওক ছাৰ।

  • @monsoomsonowal4452
    @monsoomsonowal4452 Před 2 lety +5

    বৰ্ষ শ্ৰেষ্ঠ বাত্তালাপ। দুয়ো জনলৈ কলিজাৰ পৰা শুভকামনা ও সুশ্বাস্থ কামনা কৰিলো

  • @tumiraam3796
    @tumiraam3796 Před 2 lety +29

    প্ৰকৃতিৰ মানুহ মানেই আচল মানুহ

  • @karabiburman1789
    @karabiburman1789 Před 2 lety +3

    সচাকৈ বাৰ্তা আলোচনা চাই বহুত ভাল লাগিল। বিভিন্ন কথা বিলাক ইমান ধুনীয়া কৈ বুজাই দিছিল শুনি আমনি নালাগে।। পৰিবেশ দিৱসত এনে এজন ব্যক্তিক আমি সন্মানে জনাম।পুনৰ( অৰণ্য পিতাক) ধন্যবাদ জনালো।🙏🌳🌲🌱🌴🌵🌿🦌🐃🐅

  • @crazygamer4661
    @crazygamer4661 Před 2 lety +6

    ইমান ধুনীয়া সাৰুৱা বাৰ্তা লাপ জীৱনত আজিহে শুনিলো দেই পৰাশৰ চাৰৰ কৃপাত বহুত বহুত শুভেচ্ছা থাকিল দুই য়ো জনলৈ ভালে কুশলে থাকক সদায়েই

  • @rajumili9221
    @rajumili9221 Před 2 lety +4

    অসম চৰকাৰে পায়েঙ চাৰক কিমান সন্মান দিছে জনাই দিবাচোন।

  • @nirusaikia7631
    @nirusaikia7631 Před 2 lety +7

    অৰণ্য মানৱ যাদৱ পায়েঙ চাৰৰ কথাবোৰ শুনি বৰ ভাল লাগিল। এনে এজন পায়ে হ'লে নহ'ব , আমি সকলোৱে পায়েঙ চালৰ দৰে হ'ব লাগিব ।

  • @dipaklama6711
    @dipaklama6711 Před 2 lety +8

    Hakhyatkar ti sai Bohut val lagil.jadav payeng dangoriyar budhimottak salute jonaisu.

  • @Sankarjitcreation
    @Sankarjitcreation Před 2 lety +24

    Val lagil

  • @oscarregon9160
    @oscarregon9160 Před 2 lety +7

    বহুত কথাই শিকিব পৰিলোঁ। ভাল লাগিল।

  • @ganeshinarah445
    @ganeshinarah445 Před 2 lety +5

    তেখেতলৈ শতকোটি প্ৰণাম জনাইছোঁ 👏
    তেখেতৰ ভাষ্যৰ প্ৰতিটো শব্দই সাৰুৱা 🌲🌲🌲🌴🌴

  • @baharulhaque7877
    @baharulhaque7877 Před 2 lety +12

    Really great jadov payeng sir😘😍😍❤

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před 9 měsíci +5

    অসমী আইৰ সুযোগ্য সন্তান পায়েং ডাঙৰীয়াক শত শত প্ৰণাম 🙏

  • @justondoleyofficial7656
    @justondoleyofficial7656 Před 2 lety +9

    Xundar Xundar kotha kole bohut bohut dhanyabad thakil siroloi aru onusthantu hat dhora Chakrapaani Porakhor dadaloi

  • @pankajpatgiri5841
    @pankajpatgiri5841 Před 2 lety +8

    গহপুৰৰ পৰা মৰম যাচিলো চক্রপানি দা❤ বহু নজনা কথা জানিব পাৰিলো।

  • @kabitanath5619
    @kabitanath5619 Před 2 lety +5

    বহুত বহুত ধন্যবাদ থাকিল যাধব পায়েংলৈ💚💚💚💚💚💚🌴🌳🌳🌲🌾🌾🌱

  • @BubulAli354
    @BubulAli354 Před 11 měsíci +2

    মজা দাদা অসমত এনুকুবা গছ ৰোপন কৰিবলীযা মানুহ লাগে ❤❤❤❤

  • @letsready222
    @letsready222 Před 2 lety +12

    সহজ সৰল মানুহ,,,, বিশাল মনৰ মানুহ,,,,

  • @mskboro5248
    @mskboro5248 Před 2 lety +5

    Sir val lagil sai...bohut kotha gom palu ❤️❤️❤️❤️❤️🙏🙏🙏🙏

  • @ratulhaloi5433
    @ratulhaloi5433 Před 2 lety +6

    তেওঁৰ কথা শুনি অন্তৰ চুই গল।

  • @gitikabaruah3553
    @gitikabaruah3553 Před 2 lety +29

    It's a best episode of " Bartalap "
    Thnqqq sooo much For this wonderful episode ❤️
    Go ahead " Bartalap "

  • @bismitadeka1544
    @bismitadeka1544 Před 2 lety +6

    বহুতো নজনা কথা শিকিলোঁ... ধন্যবাদ থাকিল বাৰ্তালাপলৈ🙏

  • @bandanakalita1131
    @bandanakalita1131 Před 2 lety +6

    যাদৱ পায়েং মহাশয় লৈ নমস্কাৰ 🙏🙏 ইমান প্ৰয়োজনীয় কথা জনোৱা বাবে । লগপাবলৈ বৰ ইচ্ছা আছিল ।

  • @l.denvironment1581
    @l.denvironment1581 Před 2 lety +3

    ভগবানৰ আন এটা ৰূপ 💚💚

  • @pragyapathori2264
    @pragyapathori2264 Před 2 lety +10

    It is a best episode of Baartalaap

  • @hemantahazarika9715
    @hemantahazarika9715 Před 2 lety +2

    ব্ৰেণ্ডেড কাপোৰে , দামী চশমাৰে, হাতত ব্ৰেণ্ডেড ঘড়ীৰে প্ৰকৃত Hero নহয়, প্ৰকৃত Hero হবলৈ হলে মাটিৰ লগত থাকিব লাগিব, মাটি চুব লাগিব, জীৱ জন্তুৰ লগত কথা পাতিব পাৰিব লাগিব, মানুহৰ কথা চিন্তা কৰিব লাগিব,
    যিটো কেৱল পদ্মশ্ৰী , অৰণ্য মানৱ যাদৱ পায়েঙৰ পক্ষে হে সম্ভৱ

  • @akashburhagohain1128
    @akashburhagohain1128 Před 2 lety +13

    First View💚Respect Our Forest Man💚💚💚💚💚💚

  • @MR.PAPU2003
    @MR.PAPU2003 Před měsícem

    Salute মোৰ প্ৰিয় জাদৱ পায়েং ছাৰক, আমাৰ অসমৰ এজন প্রিয় মিছিং বিশিষ্ট ব্যক্তি যাক নেকি আমি Forest Man of India🇮🇳 বুলি কোৱা হয়।

  • @CrazyMiritube
    @CrazyMiritube Před 2 lety +4

    Proud Jadov Payeng Sir Love From Phulani KarkiChuk Majuli ❣️❣️

  • @khaifkhan9894
    @khaifkhan9894 Před 2 lety +7

    Ultimate video..... agole anekowa video pam buli akha thakil❤️❤️

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Před 2 lety +12

    🌲 গছ থাকিলেও আমি থাকিম💚
    একজোপা কাটিলে 💯 এশজোপা ৰোবা💚#Kaushikeditz
    💚💚Greenery world 💚💚

  • @ranimakaman2899
    @ranimakaman2899 Před 2 lety +4

    গছ থাকিলে মানুহ থাকিব, জয় আই অসম

  • @gangulymili783
    @gangulymili783 Před 2 lety +10

    সঁচা কথা আমি কিয় ইংৰাজী কব লাগে আমাৰ ভাৰতবৰ্ষত নিজৰ হিন্দী ভাষা আছে। আৰু অসমতো অসমীয়াই হব লাগে। আজি কালি যে ভাৰতৰ ইংৰাজী নাজানিলে কামে নাই।

  • @OO-jv9cg
    @OO-jv9cg Před 2 lety +17

    Beautiful nature

  • @metoo8147
    @metoo8147 Před 2 lety +14

    Love you payeng sir we proud of you and always great full to you

  • @donyipoloayang6515
    @donyipoloayang6515 Před 9 měsíci +1

    ধন্যবাদ যাদৱ পায়েং ছাৰ বহুত ভাল লাগিল ❤❤❤

  • @kobitakalita8308
    @kobitakalita8308 Před 2 lety +4

    Bohut bohut dhanyawad Chakra da Sir r ae tatta godhur kotha khini huni hasake muhita hoisu tekhetor derghayu aru husathaya kamona korilu . 🙏🏻🙏🏻🙏🏻❤️❤️

  • @joypatar6461
    @joypatar6461 Před 2 lety +5

    নমস্কাৰ মহোদয় ।আপোনাৰ নিচিনা মানুহ কোনো নাই । সাংবাদিক জনলৈও ধন্যবাদ ।এনোকোবা 𝓷𝓮𝔀𝓼 দি থাকিব।

  • @peguko
    @peguko Před 2 lety +5

    Love you jadob payeng sir.....long live 🤟🤟

  • @champakbarman3946
    @champakbarman3946 Před 2 lety +10

    এখেতৰ নাম কিতাপত পঢ়িছিলো আজি চক্ৰ দাৰ বাবে যাদৱ ছাৰক দেখা পালো ।ধন্যবাদ

  • @sankarchhetri2230
    @sankarchhetri2230 Před 2 lety +5

    First time I fully enjoy Bartalap program due to Great Indian Forest Man openly shares his beautiful throught....

  • @binodbujarbaruah
    @binodbujarbaruah Před 9 měsíci +1

    I respect Yadav payeng for his best contribution for environment preservation. May God bless him.

  • @psarkar2874
    @psarkar2874 Před 2 lety +2

    Original Hero 🙏🙏

  • @kelvindoley4813
    @kelvindoley4813 Před 2 lety +2

    প্ৰিয় মানুহজন 💚 এদিন লগ পোৱাৰ আশাৰে..

  • @Madhujya_dehingia_01
    @Madhujya_dehingia_01 Před 2 lety +7

    Vl lagil dai bohut nojona kotha janibo parilu 👍❣️❣️

  • @sumusworld1213
    @sumusworld1213 Před 2 lety +1

    ছাৰে কথাৰ মাজে মাজে যে চিঠি এখন দি পঠাইছো বুলি কৈছে, শুনিবলৈ ইমান ভাল লাগিছে ।

  • @nabinrabha2790
    @nabinrabha2790 Před 2 lety +2

    যাদৱ পায়েং বিশ্বৰ এজন আৰ্দশৱান শিক্ষক।

  • @BubulBaruah-bq5wh
    @BubulBaruah-bq5wh Před 29 dny

    বহুত ভাল আলোচনা কৰিছে। অশেষ ধন্যবাদ জনাইছো। আপোনাক এদিন লগ পাই ছিলো। বহুত বহুত ধন্যবাদ🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 10 měsíci +1

    ❤🎉❤ The Forest man of India'.He was real Hero of our society. He was knowledge of History and Environment.

  • @jharnamonitaye4983
    @jharnamonitaye4983 Před 2 lety +1

    ধন্যবাদ চাৰ | ইমান ৰসাল কথা শুনোৱাৰ বাবে | ধন্য যাদৱ পায়েং চাৰ আপুনি আমাৰ ভাৰতত জন্ম লোৱাৰ বাবে |

  • @dborah2370
    @dborah2370 Před 2 lety +4

    ইমান সুন্দৰ আলাপ৷বৰ ভাল লাগিল ৷

  • @pronabjyotihira1797
    @pronabjyotihira1797 Před 2 lety +6

    চক্ৰ দা, আপুনি মানুহৰ মনবোৰ বুজি পাই ।

  • @devmili
    @devmili Před 2 lety +3

    আমি বাংগালোৰত লূগাংত ছাৰক লগ পাই বহুত ভাল লাগিল

  • @bijoymili805
    @bijoymili805 Před 3 měsíci

    অতি সুন্দৰ যাদৱ পায়েং খুৰা জিন্দাবাদ।

  • @user-vs5hl7nq8b
    @user-vs5hl7nq8b Před 29 dny

    সকলো কথাই গঠনমূলক আৰু ধনাত্মক ৷যদিও এই আটাইকেইটাৰ ভিতৰত সমগ্ৰ পৃথিৱীত বছৰেকত ৭ দিন লক ডাউন দিয়া কথা সমৰ্থন জনালোঁ

  • @souravjyotikalita6846
    @souravjyotikalita6846 Před 2 lety +1

    Hosake bht val lgil dei imn ajon mohn mnuhr anuthan sai 👍❤

  • @chandanbaishya5513
    @chandanbaishya5513 Před 2 lety +2

    অনুস্হানতো বহুত ভাল লাগিল ...

  • @daisykalita2666
    @daisykalita2666 Před 2 lety +1

    Egoraki nivaj aru nihsahartho prokriti premik , jadob payeng sir apunak nomoskar jonaisu aru cokropani sir apunak bohut bohut dhonyobad jonaisu. .💅🙏😍

  • @mridulmedhi3691
    @mridulmedhi3691 Před 2 lety +2

    Bahut val lagil 🥀🥀🥀

  • @anilpegu613
    @anilpegu613 Před 2 lety +5

    Finally Jadov paying sir

  • @bobyborah28
    @bobyborah28 Před 2 lety +10

    মোৰ আটাইতকৈ প্রিয় মানুহজনলৈ 🙏🙏 ।সদায় সুস্থ সবল হৈ থাকক এইয়াই কামনা ।

  • @achyuthatimuria4474
    @achyuthatimuria4474 Před 2 lety +8

    Long live Payeng sir

  • @nabajyotiproduction6876
    @nabajyotiproduction6876 Před 2 lety +3

    সুন্দৰ অনুষ্ঠান💚

  • @Ajm9101
    @Ajm9101 Před 2 lety +3

    I'm also gohpur, beautiful natural I love natural environment. Very nice, bhut njana ktha janibo prilu, Thank you 💚 anekua bhl video xdy dibo buli aunaloi AXA thakil so Thanks again 🙏🙏🙏🙏

  • @birenpegu4163
    @birenpegu4163 Před 2 lety +3

    Payeng sir Long live

  • @JD-ug7uz
    @JD-ug7uz Před 2 lety +5

    Only Baartalap with the finest personality... 💚💚💚

  • @dimpukonwar1875
    @dimpukonwar1875 Před 2 lety +5

    ডাঙৰীয়া আপোনাক প্রণাম 🙏🙏🙏

  • @suryakrpatir855
    @suryakrpatir855 Před 2 lety +1

    Payeng sir kotha huni bohut val lagil🙏🙏🙏🔥🔥🔥🔥

  • @imdadali9519
    @imdadali9519 Před 2 lety +1

    ভিল লাগিল।

  • @jugantamili9763
    @jugantamili9763 Před 2 lety +5

    A truly appreciated Payeng Sir