Video není dostupné.
Omlouváme se.
কংগ্ৰেছত যোগ দিবলৈ দিল্লীলৈ ৰাওনা বিজেপি আৰু অগপৰ প্ৰাক্তন বিধায়ক। শী
Vložit
- čas přidán 13. 07. 2024
- কংগ্ৰেছত যোগ দিবলৈ দিল্লীলৈ ৰাওনা বিজেপি আৰু অগপৰ প্ৰাক্তন বিধায়ক। শীঘ্ৰেই কংগ্ৰেছত যোগদানৰ পূৰ্ণ সম্ভাৱনা।
#satyabratakalita #AGP #BJP #congress #dy365
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
সত্যব্ৰত কলিতা কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক । বৰ্তমান সেই সমষ্টিত কংগ্ৰেছৰ সবল দাবিদাৰ নাই বাবে তেওঁ হয়তো টিকট লাভ কৰাৰ সম্ভাবনা আছে। আনহাতে নিকা ভাবমূৰ্তীও তেওঁৰ গ্ৰহণ যোগ্যতাৰ আন এক দিশ।
AGP BJP নিপাত যাঁওক।
জয় শ্ৰী ৰাম , জয় আই অসম , কংগ্ৰেছ জিন্দাবাদ
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী❤❤❤
😂😂😂😂😂😂
CM kiyo akebare President of India hobo de
গৌৰৱ গগৈ 2026 চনত ইণ্ডিয়া গঠবন্ধনৰ মূখ্যমন্ত্ৰীৰ দাবীদাৰ নহবও পাৰে। কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ হোৱা বাবে তেওঁক এই পাচটা বছৰ কেন্দ্ৰত ৰখাৰ সম্ভাবনা বেছি। কিন্তু অসম আৰু উত্তৰ পূবৰ ৰাজ্য কেইখনৰ তদাৰকৰ ভাৰ তেওঁৰ হাতত ন্যস্ত হব। লগতে কংগ্ৰেছ দলক আৰু বেচি সবল কৰাৰ স্বাৰ্থত গৌৰৱ গগৈক দিল্লীতে ৰাখিব পাৰে। প্ৰদ্যুত বৰদলৈক মূখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাবনা আছে। গৌৰৱ গগৈক সংসদৰ কংগ্ৰেছ দলৰ উপ দলপতি নিৰ্বাচিত কৰাতো গৌৰব গগৈক দিল্লীত ৰখাৰ আগজাননী ।
Gg❤
Hsa mnuh bur ja na gourav nisina leader CM hba pra na...bhl mnuh CM hla hahiba amr mnuha....atia CM nisina CM hla ha bhl lga....ji nijar tea garden, resort,news channel khuli...news diba pra...@@shantukalita7341
নিষ্ঠা বান সকলো বিজেপি কৰ্মীয়ে ৰাইজৰ স্বাৰ্থত বিজেপি ত্যাগ কৰা উচিত। ৰাইজে ২৬ ত বিজেপিক হতাও কৰিব
Soniya Marek anbi nki sudurvai
সত্যব্ৰত কলিতা এজন অধ্যয়নপুষ্ট নেতা।
Subidhabadi neta,ao abar nirdaliy partito kheli sil,abar AGP r benart joyi haisil,teor charitra manuhe buji paise
অসম বচাবলৈ হলে কঠোৰ সিদ্ধান্ত লব লাগিব। জাতিত কৈ মামা ডঙৰ নহয়।
জয় শ্ৰী ৰাম, কংগ্ৰেছ জিন্দাবাদ।
😅😅😅
Rahul Gandhi zindabad
Congress jindabad
Gourav gogoi jindabad
দাঙৰ খবৰ নহয় বেপাৰ যতে ভাল হ'ব তাতে যাব ইহতক বাহনি দি কোবাব লাগে
Next CM will be Gourav Gogoi in Assam. They get smell so, convert to INC.
সত্যব্ৰত দা লৈ বহুত বহুত শুভ কামনা
Next CM Gaurav Gogoi zindabad 💯🙏💪💪💪💪💪
I want Next Cm G.... Gogoi
Very good decision
শুভেচ্ছা থাকিলে , আপোনালো ক দুয়োজনলে ,,,,।
Good news, wellcome to Congress dol
Good news
WELCOME JOI CONGRESS
Very good Diciason
2026পুনৰ অসমত কংগ্ৰেছ চৰকাৰ❤❤
অতুল বাবুৰ আৰু মামাৰ চালাকি যে ধৰিব পাৰিছে তাৰ কাৰনে ধন্যবাদ।
BJPৰ মিত্ৰদল AGP । কমলপুৰ সমষ্টিৰ পৰা BJPৰ দিগন্ত কলিতা আছে। গতিকে সত্যব্ৰত কলিতাই তাত AGPল পৰা টীকট যে নেপায় 100% correct. মানুহ হিচাপে সত্যব্ৰত এজন ভাল ৰাজনৈতিক। কিন্ত AGPত থাকিলে আঞ্চলিকবাদ ৰাজনীতি কৰিব নোৱাৰে, মূৰ দাঙি কথা কব নোৱাৰে, গতিকে উপযুক্ত সময়ত সঠিক সিদ্ধান্তই লৈছে।
Ajp, bjpৰ বিধায়কক কংগ্ৰেছত ঠাই দিলে বিধান সভাত টিকট নাপালে পুনৰাই ajp, bjpকে সহায় কৰিব।
এ জি পি -বি জে পি ২৬ত অবস্থা বেয়া হব ।এইয়া সত্য হবলৈ গৈ আছে।
Congratulations dada
Good news for INDIA gotbondon.
গৌৰৱ গগৈ নেতৃত্ব ত এটা young party অহাটো কামনা কৰোঁ। যি সম্পূৰ্ণ নতুন প্ৰজন্ম আৰু নতুন চিন্তাৰ ৰাজনীতিজ্ঞ হয়।
Wel come join to congress .
Ticket napai buli jane j heyehe upai ni.
Val manuh ahok,natun ahom gohar loikhyore
Aami sai thakim tumalukor natun axom khon
জাতিত কৈ মামা ডাঙৰ নহয়
Atia only congress cholibo🙏
প্ৰাক্তন বিধায়কৰ কাম নাই।
১৯৮৫ চনৰ পৰা যদি কমলপুৰ সমষ্টিৰ ইতিহাস চোৱা যায় কমলপুৰ সমষ্টিত কংগ্ৰেছ বিৰোধী দলহে সদায় শক্তিশালী হয় ৷ তৰুণ গগৈ মুখ্যমন্ত্ৰীত্বৰ কালত কংগ্ৰেছৰ বিধায়িকা উত্তৰা কলিতাক হৰুৱাই বিজেপিৰ যাদৱ ডেকা জয়ী হৈছিল ৷ এতিয়া বিজেপিৰ বিধায়ক দিগন্ত কলিতাই সমষ্টিৰ লগত ওতপ্ৰোতভাবে ৰাইজৰ লগত জৰিত হৈ আছে ৷ তেনেক্ষেত্ৰত সত্যব্ৰত কলিতাই কংগ্ৰেছৰ বৰশী টোপ গিলিব গ’লেও বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে ৷
Welcome
Ehot burha hoi se,young burok chance dibo lage.
Nice
Eya 2026 election r shubho shonket.
BJP Sarkar Assam CM mama Kam hai Modi Sarkar go back
গাদী হেৰোৱা বিধায়ক সকলো কাম নাই এটা সময়ত ভিলুকৰ সাঙীহে হব ।
অলাগতিয়াল ।
বুঢ়া হ'ল কিন্তু ৰজা হোৱাৰ মন এৰা নাই
চিট পালে ,যাব । কিয় নেযাব ?
এই ভতোৱা কেইটাক লৈ লাভ নাই।
Congratulations
কোনো যুক্তি যুক্ততা নাই, সুবিধাবাদী
Rejected mla by people.
Not rejected they don't get the tickets... Murto gubar asa na aru kiba..... 😂😂
প্ৰফুল্লৰ দলটো বেয়া নেকি ?
BJPৰ নেতাজন কোন ? নামটো কব ভয় কৰিলা নেকি ?
এতিয়া 1500টকীয়া বোৰৰ কি হব
Good 👍👍👍
Rahul Gandhi jindabad
Angshuman jui
Good job👌👌
Bjp zindabad km na
Ek Congress r bidha ok payak
কাম নাই খংখ্যলঘুৰ ভোট লৈ জিকিম বুলি ভবা মানুহ সফল হব নোৱাৰে । অসমত কংগেছে বাংলাদেশী মোছলীম আনি ভৰাই দিলে বিদেশীক খেদিব কাৰণে ৮৫৫ জন হত্যাৰ কৰিলে সেই শ্বহীদ সকলৰ কথা অসম বাসীৰে পাহৰি যোৱাৰ নাই কংগেছৰ সাসন কালত R SS মানুহ সকলৰ ওপৰত বহুত অতেশ্বাৰ কৰি জেলত ভৰাই থৈইছিল সেই কথা পাহৰিব নোৱাৰি ।
Cronges r aku Dal Kam nai.
হেৰৌ শ্বহীদৰ সংখ্যা ৮৬০ জন । কা আন্দোলনত বিজেপিয়ে মৰা কেইজন তোৰ মতে শ্বহীদ নহয় নেকি
Congress congress kori kori Amar year bur jabo ge. Amar manuh aku adal jibonot dekha napala.bjp sorkar aha r pora alop unoti hoisila. Ako lagila ai soba....
@@SimantaBorah-xd9gtBorah toi kandi thak.
@@GamePlay-ib2cj moi konda manuh nohoi hahisau ai sobok Dakhi
জয় আই অসম😅😅
B.j.p.A.g.p.conges.kaam.nai. Assamet.
Very good ❤pcb
আপুনী BJP কোন নেতা কৈ নিদিয়ে কিয় ।
Bjp gaman ex. Congressi kaku nalai jen. Congressi karmir osarat jabab dihi hoba.
😢😢😢
Ai dal bagara sur bilakar para habadhan
😂😂😂😂
Jaabo laage Congress ot...... iman din ai dolot thaki ako a napale...ji paise Congress ok baisakh ghatok kori oha kaitai he paise...purona bjp kora kaitai ako hobo nowarile
Ao ajan jatiytabad r namat subidhabadi neta,aor charitra manuhe valkai buji paise
Natun manuh nai ne ki ? Amak sobidha nidiea ne ki ? Gale beriket vangi jaba.
Bal siribo Congress join kri 😂😂😂😊😊
Atul da nejor pet bahisel,atea kekorib.
Osol Toka
😂😂😂😂😂😂😂প্ৰাক্তন বিধায়ক কেলা কাম নাই আৰু
Kam nai
BOR BHAL KA.M KORISE BAGAN NIKKINIBO PISOT
Bjp+agp zindhaba....
Val kheni ahok bura bilakok ahib dib nalage natunok diyok
Good news
Congratulations
Gourav gogoi jindabad